Message List: 11,307
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 9791 | 2nd March23 JAM | 02/03/2023--Jamaldha :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মার্চ মাসের ৭ তারিখ অবধি আকাশ হাল্কা মেঘলা থাকবে তবে বৃষ্টিপাতের কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩০ ডিগ্রি সেন্টিগ্রেড থেকে ৩৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৫ ডিগ্রি সেন্টিগ্রেড থেকে ১৮ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ২ থেকে ১০ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৫.৫ ডিগ্রি সেণ্টিগ্রেড থেকে ২০.৩ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৯.৩ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । এই সময়ে বাগানে এফিডস বা হাল্কা মশা দেখা গেলে এক রাউন্ড কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম )৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ৭ দিনের ব্যবধানে আরেক রাউন্ড নীম স্প্রে করে দিন । মশার আক্রান্ত বেশি দেখা দিলে (থায়ামেথোস্কাম ২৫ ডব্লু জি ২৫ গ্রাম ) ১০০ জলে মিশিয়ে স্প্রে করে দিন। রেড স্পাইডার বা লাল পোকা দেখা দিলে এক রাউন্ড প্রপোজাইট অথবা ইথিয়ন ,২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। বাগানে আলোক ফাঁদ ব্যবহার করে পোকামাকড়ের ম্থ নিয়ন্ত্রন করুন । বাগানের মাটির গঠন অনুযায়ী ৮ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 01-03-2023 | Disable |
|
| 9792 | 2nd March23 BB | 02/03/2023--Berubari :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মার্চ মাসের ৭ তারিখ অবধি আকাশ হাল্কা মেঘলা থাকবে তবে বৃষ্টিপাতের কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩০ ডিগ্রি সেন্টিগ্রেড থেকে ৩৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৫ ডিগ্রি সেন্টিগ্রেড থেকে ১৮ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৩০ % , বাতাসের গতি পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ৪ থেকে ১০ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২২.১ ডিগ্রি সেণ্টিগ্রেড থেকে ২১.১ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৯.৫ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । এই সময়ে বাগানে এফিডস বা হাল্কা মশা দেখা গেলে এক রাউন্ড কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম )৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ৭ দিনের ব্যবধানে আরেক রাউন্ড নীম স্প্রে করে দিন । মশার আক্রান্ত বেশি দেখা দিলে (থায়ামেথোস্কাম ২৫ ডব্লু জি ২৫ গ্রাম ) ১০০ জলে মিশিয়ে স্প্রে করে দিন। রেড স্পাইডার বা লাল পোকা দেখা দিলে এক রাউন্ড প্রপোজাইট অথবা ইথিয়ন ,২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। বাগানে আলোক ফাঁদ ব্যবহার করে পোকামাকড়ের ম্থ নিয়ন্ত্রন করুন । বাগানের মাটির গঠন অনুযায়ী ৮ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 01-03-2023 | Disable |
|
| 9793 | 2nd March23 BK | 02/03/2023--Baiukur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মার্চ মাসের ৭ তারিখ অবধি আকাশ হাল্কা মেঘলা থাকবে তবে বৃষ্টিপাতের কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩০ ডিগ্রি সেন্টিগ্রেড থেকে ৩৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৫ ডিগ্রি সেন্টিগ্রেড থেকে ১৮ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৩৫ % , বাতাসের গতি পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ৪ থেকে ১৫ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২০.৩ ডিগ্রি সেণ্টিগ্রেড থেকে ১৯.৮ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৫.০ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । এই সময়ে বাগানে এফিডস বা হাল্কা মশা দেখা গেলে এক রাউন্ড কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম )৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ৭ দিনের ব্যবধানে আরেক রাউন্ড নীম স্প্রে করে দিন । মশার আক্রান্ত বেশি দেখা দিলে (থায়ামেথোস্কাম ২৫ ডব্লু জি ২৫ গ্রাম ) ১০০ জলে মিশিয়ে স্প্রে করে দিন। রেড স্পাইডার বা লাল পোকা দেখা দিলে এক রাউন্ড প্রপোজাইট অথবা ইথিয়ন ,২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। বাগানে আলোক ফাঁদ ব্যবহার করে পোকামাকড়ের ম্থ নিয়ন্ত্রন করুন । বাগানের মাটির গঠন অনুযায়ী ৮ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 01-03-2023 | Disable |
|
| 9794 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jorhat, 2/03/23) | জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিহেতু কিছু অঞ্চলত বৰষুণৰ অভাৱ দেখা গৈছে, সেয়েহে প্ৰয়োজন অনুসৰি চাহ বাগিচাত জলসিঞ্চনৰ সুবিধা থাকিলে এটা বা দুটা জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 01-03-2023 | Disable |
|
| 9795 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 2/03/23) | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত , ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩, বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ৬ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিহেতু কিছু অঞ্চলত বৰষুণৰ অভাৱ দেখা গৈছে, সেয়েহে প্ৰয়োজন অনুসৰি চাহ বাগিচাত জলসিঞ্চনৰ সুবিধা থাকিলে এটা বা দুটা জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 01-03-2023 | Disable |
|
| 9796 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 2/03/23) | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ৬ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিহেতু কিছু অঞ্চলত বৰষুণৰ অভাৱ দেখা গৈছে, সেয়েহে প্ৰয়োজন অনুসৰি চাহ বাগিচাত জলসিঞ্চনৰ সুবিধা থাকিলে এটা বা দুটা জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 01-03-2023 | Disable |
|
| 9797 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 2/03/23) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৩০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১১ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পূব আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিহেতু কিছু অঞ্চলত বৰষুণৰ অভাৱ দেখা গৈছে, সেয়েহে প্ৰয়োজন অনুসৰি চাহ বাগিচাত জলসিঞ্চনৰ সুবিধা থাকিলে এটা বা দুটা জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 01-03-2023 | Disable |
|
| 9798 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 2/03/23) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৩০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিহেতু কিছু অঞ্চলত বৰষুণৰ অভাৱ দেখা গৈছে, সেয়েহে প্ৰয়োজন অনুসৰি চাহ বাগিচাত জলসিঞ্চনৰ সুবিধা থাকিলে এটা বা দুটা জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 01-03-2023 | Disable |
|
| 9799 | Advisory on Sunflower | ଗତ ସପ୍ତାହରେ ଦିଆଯାଇଥିବା ସୂଚନା ମୁତାବକ ସାର ପ୍ରୟୋଗ କରିନଥିଲେ ଏବେ ତାହାକୁ ଦେଇପାରିବେ | ଜମିର ବତର ଦେଖି ଜଳସେଚନ କରନ୍ତୁ | | Orissa | Orissa | 01-03-2023 | Disable |
|
| 9800 | advisory on Green gram | ଜମିର ବତର ଦେଖି ଜଳସେଚନ କରନ୍ତୁ | ଅଧିକ ଛୁଇଁ ଧାରଣ କରିବା ପାଇଁ ୧ଲିଟର ପାଣିରେ ୨୦ଗ୍ରାମ ହିସାବରେ DAP ସାରକୁ ମିଶାଇ ଦ୍ରବଣ ପ୍ରସ୍ତୁତ କରି ପତ୍ର ସିଞ୍ଚନ କରନ୍ତୁ | | Orissa | Orissa | 01-03-2023 | Disable |
|