Message List: 11,307
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 9861 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 16/02/23) | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত , ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ২১ আৰু ২২ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 15-02-2023 | Disable |
|
| 9862 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 16/02/23) | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ২২ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 15-02-2023 | Disable |
|
| 9863 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 16/02/23) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ২২ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-২১ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 15-02-2023 | Disable |
|
| 9864 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 16/02/23) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ২২ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-২০ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৩০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 15-02-2023 | Disable |
|
| 9865 | சிவப்பு நிற சிலந்தி நோய் கட்டுப்படுத்துதல் | சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். | Tamil Nadu | Tamil Nadu | 15-02-2023 | Disable |
|
| 9866 | Harvesting in Mustard | सरसों की कटाई यथासंभव फलिया पीली या भूरी पड़ने आने की अवस्था में करें अर्थात परिपक्व अवस्था में करें I इस अवस्था में दाने झड़ने की आशंका एवं नुकसान नहीं होगा पौधों को पूर्ण रूप से सूखने के पश्चात बीजों को पौधों से थ्रेशर द्वारा अलग कर लिया जाता है कटाई के समय बीजों की नमी 25% होना चाहिए I फिर बीजों को भलीभांति 4 से 5 दिन धूप में सूखने दें I ताकि बीज में नमी का प्रतिशत 12 से 13 रहे I सरसो बीज को सुखाकर साफ बोरों में भरकर हवादार स्वच्छ गोदामों भंडारित कर लेना चहिये I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Rajasthan | Rajasthan User | 15-02-2023 | Disable |
|
| 9867 | Irrigation Management in Wheat | गेहूं की बालियों में दूध बनाने की अवस्था में सिंचाई आवश्यक होती है। गेहूं के लिए, यूरिया की अंतिम सिंचाई के बाद, टॉप-ड्रेसिंग द्वारा प्रति एकड़ 20 से 25 किलो स्प्रे किया जाना चाहिए। चने की फसल में, फली बनते समय, पत्तियों पर दो बार 10 दिनों के अंतराल पर 2% यूरिया के घोल का छिड़काव करने से उपज में सुधार होता है। चने की फसल में, 90% खेत में टहनियाँ दिखाई देने और फलियों का रंग हरे से पीले में बदलने पर, चना काटने के लिए तैयार हो जाता है। लहसुन की फसल के स्वस्थ विकास के लिए, प्रति एकड़ बोरान 20% के 100 ग्राम को 200 लीटर पानी में मिलाकर छिड़काव करना चाहिए। | Madhya Pradesh | MP | 15-02-2023 | Disable |
|
| 9868 | VIL-Adilabad-Bela-15-02-2023 | Adilabad- Bela - రైతులకు నమస్కారం...Solidaridad మరియు Vodafone Idea ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 17 నుండి 20 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 34 నుండి 37 డిగ్రీల సెల్సియస్గా ఉండి ఆకాశం మేఘావృతమై ఉండే అవకాశం ఉందని ఆదిలాబాద్లోని బేల వద్ద ఆటోమేటెడ్ వాతావరణ కేంద్రం వాతావరణ సూచన. రైతులకు సలహాలు - 1) పొలంలో వ్యర్థాలను బంధించవద్దు. వాటిని కంపోస్టుగా వాడాలి. మట్టిలో కుళ్ళిన పదార్థాన్ని జోడించడం వల్ల సేంద్రీయ కార్బన్ పరిమాణం పెరుగుతుంది. 2) ఆవు పేడను ఉపయోగించి నాణ్యమైన వర్మీ కంపోస్టు తయారీకి సిద్ధం కావాలి. 3) భూసార పరీక్ష కోసం మట్టి నమూనా సేకరించాలి. మినుము పంట ఎండిపోవడం ప్రారంభమవుతుంది మరియు 70% ఎండిపోయినప్పుడు, రక్షిత నీటిపారుదల ఇవ్వాలి. గెడ్డ పురుగు సర్వే కోసం 5 కమగండ్ల ఉచ్చులను పంటకు ఒక అడుగు ఎత్తులో పొలంలో వేయాలి. ఒక ఉచ్చులో 3 రోజుల పాటు చిమ్మటల సంఖ్య 8 నుండి 10 కంటే ఎక్కువ ఉంటే, తక్షణ నివారణ చర్యలను ప్లాన్ చేయాలి. పొలంలో 20 హెక్టార్ల విస్తీర్ణంలో బర్డ్హౌస్లు ఏర్పాటు చేయాలి. హుక్వార్మ్ యొక్క సమర్థవంతమైన నియంత్రణ కోసం, HANPV వైరస్ క్రిమిసంహారక మందును సిఫార్సు చేసిన విధంగా ఉపయోగించాలి. గ్రాము తొలుచు పురుగు యొక్క ఆర్థిక నష్టం స్థాయి కంటే ఎక్కువ నిర్వహణ కోసం, 10 లీటర్ల నీటికి క్లోరాంట్రానిలిప్రోల్ (20 sc) 2.5 ml లేదా ఇమామెక్టిన్ బెంజోయేట్ (5 శాతం నీటిలో కరిగే కణికలు) 3 గ్రా పిచికారీ చేయండి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. | Telangana | Telangana | 13-02-2023 | Disable |
|
| 9869 | VIL Adilabad-Jainad-1502-2023 | Adilabad- Jainad- రైతులకు నమస్కారం... Solidaridad మరియు Vodafone Idea ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 16 నుంచి 20 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 34 నుంచి 37 డిగ్రీల సెల్సియస్గా ఉండే అవకాశం ఉందని ఆదిలాబాద్లోని జైనాద్లోని ఆటోమేటిక్ వాతావరణ కేంద్రం వాతావరణ సూచన. రైతులకు సలహాలు - పొలంలో ఒట్టును ట్రాప్ చేయవద్దు. వాటిని కంపోస్టుగా వాడాలి. మట్టిలో కుళ్ళిన పదార్థాన్ని జోడించడం వల్ల సేంద్రీయ కార్బన్ పరిమాణం పెరుగుతుంది. నాణ్యమైన వర్మీ కంపోస్టు తయారీకి పేడను ఉపయోగించాలి. భూసార పరీక్షల కోసం మట్టి నమూనా సేకరించాలి. మినుము పంట ఎండిపోవడం ప్రారంభమవుతుంది మరియు 70% ఎండిపోయినప్పుడు, రక్షిత నీటిపారుదల ఇవ్వాలి. గెడ్డ పురుగు సర్వే కోసం 5 కమగండ్ల ఉచ్చులను పంటకు ఒక అడుగు ఎత్తులో పొలంలో వేయాలి. ఒక ఉచ్చులో 3 రోజుల పాటు చిమ్మటల సంఖ్య 8 నుండి 10 కంటే ఎక్కువ ఉంటే, తక్షణ నివారణ చర్యలను ప్లాన్ చేయాలి. పొలంలో 20 హెక్టార్ల విస్తీర్ణంలో బర్డ్హౌస్లు ఏర్పాటు చేయాలి. హుక్వార్మ్ యొక్క సమర్థవంతమైన నియంత్రణ కోసం, HANPV వైరస్ క్రిమిసంహారక మందును సిఫార్సు చేసిన విధంగా ఉపయోగించాలి. గ్రాము తొలుచు పురుగు యొక్క ఆర్థిక నష్టం స్థాయి కంటే ఎక్కువ నిర్వహణ కోసం, 10 లీటర్ల నీటికి క్లోరాంట్రానిలిప్రోల్ (20 sc) 2.5 ml లేదా ఇమామెక్టిన్ బెంజోయేట్ (5 శాతం నీటిలో కరిగే కణికలు) 3 గ్రా పిచికారీ చేయండి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. | Telangana | Telangana | 13-02-2023 | Disable |
|
| 9870 | VIL 3-Parbhani-Pingli-15-02-2023 | Parbhani (3)- नमस्कार शेतकरी बंधूंनो...परभणी तालुक्यातील पिंगळी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 15 ते 19 अंश तर कमाल 34 ते 37 अंश सेल्सियस एवढे राहील. शेतकऱ्यांसाठी सूचना – शेतातील पऱ्हाट्यांचा जाळ करु नये. यांचा वापर कम्पोष्ट खताकरिता करावा. कुजलेले पदार्थ जमिनित टाकले तर सेंद्रीय कर्बाचे प्रमाण वाढण्यास मदत होते. शेणखताचा वापर करून उत्तम दर्जाचे गांडूळरवत निर्मिती करीता तयारी करावी. 3) माती परिक्षण करण्यास मातीचा नमूना गोळा करावा. हरभरा पिकास घाटे धरण्यास सुरुवात झाली आणि 70 % घाटे धरले की संरक्षित ओलीत द्यावे. घाटे अळीच्या सर्वेक्षणासाठी शेतात हेक्टरी 5 कामगंध सापळे पिकापेक्षा एक फुट उंचीवर लावावेत. पतंगाची संख्या सतत 3 दिवस आठ ते दहा प्रती सापळा आढळल्यास त्वरित उपाय योजना करावी. शेतात हेक्टरी २० पक्षीथांबे उभारावेत. घाटे अळीच्या प्रभावी नियंत्रणासाठी एच.ए.एन.पी.व्ही विषाणूजन्य कीटकनाशकाचा वापर शिफारसीनुसार करावा. हरभऱ्यावरील घाटे अळीच्या आर्थिक नुकसान पातळी वरील व्यवस्थापनासाठी क्लोरॅन्ट्रानिलीप्रोल (20 एससी) 2.5 मिली किंवा इमामेक्टीन बेंझोएट (5 टक्के पाण्यात मिसळणारे दाणेदार) 3 ग्रॅम प्रति 10 लिटर पाण्यात मिसळून फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922.धन्यवाद! | Maharashtra | MH | 13-02-2023 | Disable |
|