Message List: 11,307
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 9931 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 02/02/23) | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত , ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ৭ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত দক্ষিণ-পূব আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত সকলো কলম নকটা এলেকাত অব্যাহত ৰাখিব পাৰে। • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • প্ৰয়োজন অনুসৰি পুলি বাগিচাত মাল্চিংৰ (Mulching) ব্যৱস্থা কৰিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয় আৰু ই মাটিৰ আৰ্দ্ৰতা হ্ৰাস নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 01-02-2023 | Disable |
|
| 9932 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 02/02/23) | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে ৭ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত সকলো কলম নকটা এলেকাত অব্যাহত ৰাখিব পাৰে। • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • প্ৰয়োজন অনুসৰি পুলি বাগিচাত মাল্চিংৰ (Mulching) ব্যৱস্থা কৰিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয় আৰু ই মাটিৰ আৰ্দ্ৰতা হ্ৰাস নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 01-02-2023 | Disable |
|
| 9933 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 02/02/23) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৩০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত সকলো কলম নকটা এলেকাত অব্যাহত ৰাখিব পাৰে। • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • প্ৰয়োজন অনুসৰি পুলি বাগিচাত মাল্চিংৰ (Mulching) ব্যৱস্থা কৰিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয় আৰু ই মাটিৰ আৰ্দ্ৰতা হ্ৰাস নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 01-02-2023 | Disable |
|
| 9934 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 02/02/23) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৪-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত সকলো কলম নকটা এলেকাত অব্যাহত ৰাখিব পাৰে। • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • প্ৰয়োজন অনুসৰি পুলি বাগিচাত মাল্চিংৰ (Mulching) ব্যৱস্থা কৰিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয় আৰু ই মাটিৰ আৰ্দ্ৰতা হ্ৰাস নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 01-02-2023 | Disable |
|
| 9935 | रोग प्रबंधन | ମୁଗ ଜମିର ବତର ଦେଖି ଜଳସେଚନ କରନ୍ତୁ | ବର୍ତ୍ତମାନ ସମୟରେ ଯଦି ଗଛ ୨୫ ରୁ ୩୦ ଦିନ ହୋଇଥାଏ , ତେବେ ପାଉଁଶିଆ ରୋଗ ଏବଂ ସାହେବୀ ରୋଗର ସମ୍ଭାବନା ରହିଥାଏ | ପାଉଁଶିଆ ରୋଗର ନିରାକରଣ ପାଇଁ ଏକର ପ୍ରତି ୮୦୦ ଗ୍ରାମ ଗନ୍ଧକକୁ ( Sulphur 80℅ WP) ୨୦୦ ଲିଟର ପାଣିରେ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ| ଅଥବା ଏକର ପ୍ରତି ୩୦ ଗ୍ରାମ କ୍ୟାପଟାନ୍ + ହେକ୍ସାକୋନାଜୋଲ କୁ ୨୦୦ ଲିଟର ପାଣିରେ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ | ସାହେବୀ ରୋଗର ବାହକ ଧଳାମାଛି ଅଟେ | ତେଣୁ ଧଳାମାଛିର ନିୟନ୍ତ୍ରଣ କରିବା ଅତ୍ୟନ୍ତ ଆବଶ୍ୟକ | ଏଥିପାଇଁ ଏକର ପ୍ରତି ୬୬ ମି.ଲି ଇମିଡ଼ାକ୍ଲୋରପ୍ରିଡ୍ ୧୭.୮ SL କୁ ୨୦୦ ଲିଟର ପାଣିରେ ମିଶାଇ ପତ୍ର ସିଞ୍ଚନ କରନ୍ତୁ | ଚିନାବାଦାମ ଯାହା ପୂର୍ବରୁ ଦିଆଯାଇଥିଲା, ସେହି ପଦ୍ଧତିକୁ ଯେଉଁ ଚାଷୀ ଭାଇ ଓ ଭଉଣୀ ମାନେ କରିନଥିବେ ତାହେଲେ କରନ୍ତୁ | | Orissa | Orissa | 01-02-2023 | Disable |
|
| 9936 | प्याज मे कीट प्रबंधन | प्याज की समय से बोई गई फसल में थ्रीप्स के आक्रमण की निरंतर निगरानी करते रहे I प्याज में थ्रीप्स के हमले की जाँच के लिए 6-8 नीले चिपके कार्ड प्रति एकड़ लगाएं I अगर इनका हमला दिखाई दें तो फिपरोनिल 30 मि.ली. को प्रति 15 लीटर पानी में घोल कर स्प्रे करें, या प्रोफैनफोस 10 मि.ली. को प्रति 10 लीटर की स्प्रे 8-10 दिनों के फासले पर करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Madhya Pradesh | MP | 01-02-2023 | Disable |
|
| 9937 | गेहू मे सिचाई प्रबंधन | पिछले सप्ताह हुई बारिश के बाद नमी का अनुमान लगाकर ही सिचाई करे गेहूं की बलीयो मे दुध बनने की क्रांतिक अवस्था में सिंचाई अवश्य करें I गेहूं में यूरिया की अंतिम सिंचाई अवस्था पर टॉप-ड्रेसिंग द्वारा 20 से 25 किलो प्रति एकड़ के हिसाब से स्प्रे करें या गेंहु एवं चने की फसल मैं फली में दाना बनते समय 2% यूरिया के घोल का दो बार पत्तियों पर छिड़काव 10 दिनों के अंतराल पर करे जिससे उत्पादन में बृद्धि होती है स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Madhya Pradesh | MP | 01-02-2023 | Disable |
|
| 9938 | VIL-Adilabad-Bela-01-02-2023 | VIL- Adilabad-Bela- రైతులకు నమస్కారం... Solidaridad మరియు Vodafone Idea ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 15 నుంచి 19 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 30 నుంచి 34 డిగ్రీల సెల్సియస్గా ఉండి ఆకాశం మేఘావృతమై ఉండే అవకాశం ఉందని ఆదిలాబాద్లోని బేల వద్ద ఆటోమేటెడ్ వాతావరణ కేంద్రం వెల్లడించింది. రైతులకు సలహాలు - పత్తి పంట కోయకుండా.. చివరిగా పత్తి కోత పూర్తయిన వెంటనే మేకలు, గొర్రెలను మేతకు వదలాలి. దీని వల్ల పత్తిపై వచ్చే సీజన్లో గులాబీ రంగు కాయతొలుచు పురుగు ఉధృతి తగ్గుతుంది. శనగ పంట పుష్పించే పొలాల్లో నీటి ఒత్తిడిని వర్తింపజేయాలి. ఇంకా, లోటు ప్రారంభమైనప్పుడు, 70% లోటును భర్తీ చేయాలి. మినుము పంటపై ఘాట్ ఆర్మీవార్మ్ ఉద్ధృతి ఉంటే, అంటే మీటరుకు 1 నుండి 2 ఘర్వాట్లు లేదా 5 శాతం ఘాట్ నష్టం కనిపిస్తే, పది లీటర్లకు 50 మి.లీ అజాడియాక్టిన్ 300 పిపిఎమ్ కలిపి పిచికారీ చేయాలి. ఎకరాకు 8 నుంచి 10 బర్డ్ స్టాప్లు తప్పనిసరిగా పంటలో వేయాలి. నీటిపారుదల అందుబాటులో ఉంటే, వేసవి వేరుశెనగను విస్తృత వఫా పద్ధతిలో విత్తుకోవచ్చు. నవంబరు నెలలో విత్తిన గోధుమలను కాడ దశ మరియు పుష్పించే దశ, ధాన్యం యొక్క పాల దశ మరియు ధాన్యం మెరిసే దశలలో విత్తిన తర్వాత నీరు పెట్టాలి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. | Telangana | Telangana | 31-01-2023 | Disable |
|
| 9939 | VIL-Adilabad-Jainad-01-02-2023 | VIL- Adilabad- Jainad- రైతులకు నమస్కారం...Solidaridad మరియు Vodafone Idea ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 14 నుంచి 19 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 29 నుంచి 33 డిగ్రీల సెల్సియస్గా ఉండే అవకాశం ఉందని ఆదిలాబాద్లోని జైనాద్లోని ఆటోమేటిక్ వాతావరణ కేంద్రం వాతావరణ సూచన. రైతులకు సలహాలు - పత్తి పంట కోయకుండా.. చివరిగా పత్తి కోత పూర్తయిన వెంటనే మేకలు, గొర్రెలను మేతకు వదలాలి. దీని వల్ల పత్తిపై వచ్చే సీజన్లో గులాబీ రంగు కాయతొలుచు పురుగు ఉధృతి తగ్గుతుంది. శనగ పంట పుష్పించే పొలాల్లో నీటి ఒత్తిడిని వర్తింపజేయాలి. ఇంకా, లోటు ప్రారంభమైనప్పుడు, 70% లోటును భర్తీ చేయాలి. మినుము పంటపై ఘాట్ ఆర్మీవార్మ్ ఉద్ధృతి ఉంటే, అంటే మీటరుకు 1 నుండి 2 ఘర్వాట్లు లేదా 5 శాతం ఘాట్ నష్టం కనిపిస్తే, పది లీటర్లకు 50 మి.లీ అజాడియాక్టిన్ 300 పిపిఎమ్ కలిపి పిచికారీ చేయాలి. ఎకరాకు 8 నుంచి 10 బర్డ్ స్టాప్లు తప్పనిసరిగా పంటలో వేయాలి. నీటిపారుదల అందుబాటులో ఉంటే, వేసవి వేరుశెనగను విస్తృత వఫా పద్ధతిలో విత్తుకోవచ్చు. నవంబరు నెలలో విత్తిన గోధుమలను కాడ దశ మరియు పుష్పించే దశ, ధాన్యం యొక్క పాల దశ మరియు ధాన్యం మెరిసే దశలలో విత్తిన తర్వాత నీరు పెట్టాలి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. | Telangana | Telangana | 31-01-2023 | Disable |
|
| 9940 | VIL 3-Nanded-Loni-01-02-2023 | Nanded (3)- नमस्कार शेतकरी बंधूंनो... किनवट तालुक्यातील लोणी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 14 ते 19 अंश तर कमाल 29 ते 33 अंश सेल्सियस एवढे राहील. शेतकऱ्यांसाठी सूचना- कपाशी पिकाचे फरदड घेऊ नये कपाशीची शेवटची वेचणी आटोपताच शेळ्या-मेंढ्या चरण्यास सोडाव्या. यामुळे पुढील हंगामात कपाशीवर गुलाबी बोडअळीचा प्रादुर्भाव कमी होण्यास मदत होईल. ज्या शेतात हरभरा पीक फुलावर आहे अशावेळी पाण्याचा ताण द्यावा. पुढे घाटे धरण्यास सुरुवात झाली 70 % घाटे धरले की संरक्षित ओलीत द्यावे. हरभरा पिकावर घाटे अळीचा प्रादुर्भाव दिसल्यास म्हणजे 1 ते 2 अळ्या प्रती मीटर अंतरावर किंवा 5 टक्के घाट्याचे नुकसान आढळल्यास अझेडीरेक्टीन 300 पीपीएम 50 मिली प्रती दहा लीटर मिसळून फवारणी करावी. पिकात एकरी 8 ते 10 पक्षी थांबे अवश्य लावावेत. ओलीताची सोय असेल तर उन्हाळी भुईमुगाची पेरणी रुंद वाफा पद्धतीने करता येईल. नोव्हेंबर महिन्यात पेरणी केलेल्या गव्हास पेरणीनंतर कांडी अवस्था आणि फुलोर अवस्थेत दाण्याची दुधाळ अवस्था आणि दाण्याची चीकाची अवस्था या वाढीच्या अवस्थेत सिंचन करावे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922.धन्यवाद! | Maharashtra | MH | 31-01-2023 | Disable |
|