Message List: 11,307
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 9961 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jorhat, 26/01/23) | জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ সামান্য ভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৬-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 26-01-2023 | Disable |
|
| 9962 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 26/01/23) | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত , ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ সামান্য ভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 26-01-2023 | Disable |
|
| 9963 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 26/01/23) | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৬-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 26-01-2023 | Disable |
|
| 9964 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 26/01/23) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ সামান্য ভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। ৩১ জানুৱাৰীত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৯-১২কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 26-01-2023 | Disable |
|
| 9965 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 26/01/23) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ সামান্য ভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। ৩১ জানুৱাৰীত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 26-01-2023 | Disable |
|
| 9966 | வறட்சி பாதுகாப்பு முறை | 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். | Tamil Nadu | Tamil Nadu | 25-01-2023 | Disable |
|
| 9967 | கொழுந்து எடுத்தல் | இந்த மாதத்தில் 1 ம் மற்றும் 4 ம் வருட தோட்டங்களில் மட்டத்திற்கு இலை எடுக்கலாம். 2 ம் மற்றும் 3 ம் வருட தோட்டங்களில் தாய் இலை விட்டு கொழுந்து எடுத்தல் அவசியமாகும். கத்தி கொண்டு இலை பறிப்பில் ஈடுபடுவதை தவிர்க்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். | Tamil Nadu | Tamil Nadu | 25-01-2023 | Disable |
|
| 9968 | सरसों पर सलाह | सरसों की फसल में फूल आने से समय (बोवनी के लगभग 30-35 दिन बाद) व दाना भरते समय (बोवनी के लगभग 60-65 दिन बाद) जल आवश्यकता के प्रति संवेदनशील होती है I अतः पहली सिंचाई फूल आने के समय अवश्य करें I बदलते मौसम के कारण फसलों में रोग एवं कीट का प्रकोप बड़ने की सभांवना है वाइट रस्ट के लक्षण दिखने पर डाईथेन एम् 45 या रिडोमिल के 0.2 % घोल का छिड़काव करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Rajasthan | Rajasthan User | 25-01-2023 | Disable |
|
| 9969 | गेहू वह चने पर सलाह | बदलते मौसम के कारण फसलों में रोग एवं कीट का प्रकोप बड़ने की सभांवना है गेँहू में आर्मी वर्म का प्रकोप देखा जा रहा है इसके नियंत्रण के लिए क्विनालफोस 25 ई.सी. 1600 मि.ली. या डाईक्लोरोवास 85 एस.एल.500 मि.ली. प्रति हेक्टे. की दर छिड़काव करें I चने की फसल में भी अगर फूल आ रहे हों तो सिंचाई न करें I चने में सिंचाई या तो फूल आने के पूर्व या दाना भरने के समय करने की अनुशंसा है I चने की फसल में फली छेदक कीट का प्रकोप दिखने पर 6 फिरोमोन ट्रैप्स प्रति एकड़ लगायें I चिड़ियों के बैठने के लिए बर्ड-पर्च लगायें I वायरस आधारित कीटनाशक एन.पी.वी. @ 250 एल.ई./हेक्टे.का छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Madhya Pradesh | MP | 25-01-2023 | Disable |
|
| 9970 | Ground Nut Advisory | बादाम लगाने के 20 से 25 दिनों के बीच इनकी तुड़ाई कर लेनी चाहिए होना खरपतवारों का चयन सावधानी से करें फिर पेड़ के आधार से 5 सेंटीमीटर की दूरी पर 100 किलोग्राम जिप्सम उर्वरक प्रति एकड़ डालें और मिट्टी में मिलाकर हल्का छिड़काव करें । प्रति एकड़ 2000 लीटर पानी में 400 मिली क्वासाल्फोथाइल (5 ईसी) शाकनाशी मिलाकर पत्तों पर छिड़काव करें । बीज बोते समय सुहागा खाद न लगाया गया हो तो 500 ग्राम बोरेक्स खाद को 2000 लीटर पानी में अच्छी तरह मिलाकर प्रति एकड़ 20 से 25 दिनों के अंदर छिड़काव करें। पाउडरी मिल्ड्यू रोग होने पर 2000 लीटर पानी में 400 ग्राम कार्बेन्डाजिम या 400 ग्राम थायोफेनेट मिथाइल या 400 मिली डाईफेनोकोनाजोल कवकनाशी को 2000 लीटर पानी में मिलाकर प्रति एकड़ में डालें ।कीड़ों के संक्रमण की संभावना पर पीले आठ-नुकीले उपकरण को रखकर कीड़ों की संख्या या व्यापकता निर्धारित की जा सकती है । आठ कतार वाली मशीन में 10 से 15 पतंगे पाए जाने पर 40 ग्राम थायोमेथोक्साम प्रति एकड़। या इमिडाक्लोप्रिड के 30 एमएल (17.8 SL) कीटनाशक को 2000 लीटर पानी में अच्छी तरह मिलाकर छिड़काव करें। | Orissa | Orissa | 25-01-2023 | Disable |
|