Message Schedule List : 12,470
S. No. Message Language Created By Date Time Status Action
10071 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২০ৰ পৰা ২৬ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২০ৰ পৰা ২৬ এপ্ৰিললৈ, ২০২৩, বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্রবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭ -৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ এপ্ৰিললৈ মুঠ ৯৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • বাগান বোৰত বহুত দিনলৈ পানী জমা হৈ থাকিলে চাহ গছত বহুত বেমাৰ ও পোকৰ আক্ৰমণ হব পাৰে। অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক সকলে পথাৰত অতিৰিক্ত পানীভাগ উলিয়াবলৈ প্ৰয়োজনীয় ব্যৱধানত বাগিচাবোৰত নলাৰ ব্যৱস্থা কৰি দিব লাগে আৰু পুৰণি নলা বোৰ প্ৰয়োজন সাপেক্ষে দ কৰি পৰিস্কাৰ কৰিব লাগে । • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 20-04-2023 08:00:00 SCHEDULED
10072 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২০ৰ পৰা ২৬ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২০ৰ পৰা ২৬ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্রবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ এপ্ৰিললৈ মুঠ ৯১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • বাগান বোৰত বহুত দিনলৈ পানী জমা হৈ থাকিলে চাহ গছত বহুত বেমাৰ ও পোকৰ আক্ৰমণ হব পাৰে। অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক সকলে পথাৰত অতিৰিক্ত পানীভাগ উলিয়াবলৈ প্ৰয়োজনীয় ব্যৱধানত বাগিচাবোৰত নলাৰ ব্যৱস্থা কৰি দিব লাগে আৰু পুৰণি নলা বোৰ প্ৰয়োজন সাপেক্ষে দ কৰি পৰিস্কাৰ কৰিব লাগে । • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 20-04-2023 08:00:00 SCHEDULED
10073 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২০ৰ পৰা ২৬ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২০ৰ পৰা ২৬ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্রবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ এপ্ৰিললৈ মুঠ ৩৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • বাগান বোৰত বহুত দিনলৈ পানী জমা হৈ থাকিলে চাহ গছত বহুত বেমাৰ ও পোকৰ আক্ৰমণ হব পাৰে। অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক সকলে পথাৰত অতিৰিক্ত পানীভাগ উলিয়াবলৈ প্ৰয়োজনীয় ব্যৱধানত বাগিচাবোৰত নলাৰ ব্যৱস্থা কৰি দিব লাগে আৰু পুৰণি নলা বোৰ প্ৰয়োজন সাপেক্ষে দ কৰি পৰিস্কাৰ কৰিব লাগে । • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 20-04-2023 08:00:00 SCHEDULED
10074 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২০ৰ পৰা ২৬ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২০ৰ পৰা ২৬ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫- ১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু পূব দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ এপ্ৰিললৈ মুঠ ৬৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • বাগান বোৰত বহুত দিনলৈ পানী জমা হৈ থাকিলে চাহ গছত বহুত বেমাৰ ও পোকৰ আক্ৰমণ হব পাৰে। অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক সকলে পথাৰত অতিৰিক্ত পানীভাগ উলিয়াবলৈ প্ৰয়োজনীয় ব্যৱধানত বাগিচাবোৰত নলাৰ ব্যৱস্থা কৰি দিব লাগে আৰু পুৰণি নলা বোৰ প্ৰয়োজন সাপেক্ষে দ কৰি পৰিস্কাৰ কৰিব লাগে । • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 20-04-2023 08:00:00 SCHEDULED
10075 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২০ৰ পৰা ২৬ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২০ৰ পৰা ২৬ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২০-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১৩ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ এপ্ৰিললৈ মুঠ ৫৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • বাগান বোৰত বহুত দিনলৈ পানী জমা হৈ থাকিলে চাহ গছত বহুত বেমাৰ ও পোকৰ আক্ৰমণ হব পাৰে। অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক সকলে পথাৰত অতিৰিক্ত পানীভাগ উলিয়াবলৈ প্ৰয়োজনীয় ব্যৱধানত বাগিচাবোৰত নলাৰ ব্যৱস্থা কৰি দিব লাগে আৰু পুৰণি নলা বোৰ প্ৰয়োজন সাপেক্ষে দ কৰি পৰিস্কাৰ কৰিব লাগে । • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 20-04-2023 08:00:00 SCHEDULED
10076 प्रिय किसान साथियों, आगामी 24 से 30 अप्रैल के दौरान शाहजहांपुर जिले के मोहोली क्षेत्र के तापमान में कुछ कमी आयेगी और गर्मी से कुछ रहत मिलेगीI सप्ताह के दौरान दिन का अधिकतम तापमान 36 से 39 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 20 से 25 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI सप्ताह के दौरान कभी बादल छायेगे लेकिन वर्षा की सम्भावना नहीं हैंI सप्ताह के दौरान पूर्व और पश्चिम दिशा से 2 से 13 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI वायुमंडल में आर्द्रता 10 से 42% तक रहेगीI आने वाले समय में बढती गर्मी और पानी की जरूरत को देखते हुए खेत के किनारे छोटे- छोटे 2 फिट गुना 5 फिट के गड्ढे बनायें जिससे बारिश के पानी को रोकने की तैयारी अभी से की जा सकेI गाँव के स्तर पर तालाबों की साफ-सफाई और गहरीकरण की योजना बनाकर पानी का संचय अवश्य करेंI पानी की कमी को ध्यान में रखते हुए खेतों की सिंचाई करने से पहले साइल मोइस्चर इंडिकेटर की सहयता से खेत में नमी की जाँच करेI खेत में फरो विधि के माध्यम से एक खुंड या नाली में सिंचाई करेंI गर्म दिन और रात का कम तापमान गन्ने के खेतों में कीड़ों और बिमारियों को पनपने में मदद करता हैI टॉप बोरर की सम्भावना को ध्यान में रखकर कीट नियंत्रण का काम करेंI इसके लिए ट्राईकोकार्ड या अन्य ट्रैप का उपयोग किया जा सकता हैI शूट बोरर का प्रकोप बढ़ने की स्थिति में 150 मिली प्रति एकड़ की दर से कोराजेन को 400 लीटर पानी में घोल कर गन्ने के तनों को ड्रेंच करें और इसके 24 घंटे के अंदर खेत में सिंचाई अवश्य करेंI लाल सडन की सम्भावना को ध्यान में रखकर प्रभावित खेतों की नियमित जाँच करते रहेंI रोग से ग्रसित गन्नों को जड़ से उखड कर प्रभावित स्थान पर ब्लीचिंग पाउडर डालें और उस जगह को मिट्टी से ढक देंI इस समय काटे जा रहे गन्ने से खाली हो रहे खेतों में मूंग, ढैंचा, सनई की बुवाई करेंI फसलों को काटने के बाद उनके बचे अवशेष को खेत में मिलाने से अच्छी हरी खाद खेत को मिलेगीI बारिश के बाद इन खेतों में गन्ने की बोवाई की जा सकती हैI शरद काल में बोये गए गन्ने में हल्की मिट्टी चढ़ाएं इससे अवांछित कल्लों को रोकने में मदद मिलेगी और अच्छे गन्ने तैयार होंगेI इन खेतों में घुलनशील एन.पी.के. का छिडकाव किया जा सकता हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 21-04-2023 08:07:00 SCHEDULED
10077 प्रिय किसान साथियों, आगामी 24 से 30 अप्रैल के दौरान शाहजहांपुर जिले के जलालाबाद के तापमान में कुछ कमी आयेगी और गर्मी से कुछ रहत मिलेगीI सप्ताह के दौरान दिन का अधिकतम तापमान 36 से 39 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 20 से 25 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI सप्ताह के दौरान कभी बादल छायेगे लेकिन वर्षा की सम्भावना नहीं हैंI सप्ताह के दौरान पूर्व और पश्चिम दिशा से 2 से 13 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI वायुमंडल में आर्द्रता 10 से 42% तक रहेगीI आने वाले समय में बढती गर्मी और पानी की जरूरत को देखते हुए खेत के किनारे छोटे- छोटे 2 फिट गुना 5 फिट के गड्ढे बनायें जिससे बारिश के पानी को रोकने की तैयारी अभी से की जा सकेI गाँव के स्तर पर तालाबों की साफ-सफाई और गहरीकरण की योजना बनाकर पानी का संचय अवश्य करेंI पानी की कमी को ध्यान में रखते हुए खेतों की सिंचाई करने से पहले साइल मोइस्चर इंडिकेटर की सहयता से खेत में नमी की जाँच करेI खेत में फरो विधि के माध्यम से एक खुंड या नाली में सिंचाई करेंI गर्म दिन और रात का कम तापमान गन्ने के खेतों में कीड़ों और बिमारियों को पनपने में मदद करता हैI टॉप बोरर की सम्भावना को ध्यान में रखकर कीट नियंत्रण का काम करेंI इसके लिए ट्राईकोकार्ड या अन्य ट्रैप का उपयोग किया जा सकता हैI शूट बोरर का प्रकोप बढ़ने की स्थिति में 150 मिली प्रति एकड़ की दर से कोराजेन को 400 लीटर पानी में घोल कर गन्ने के तनों को ड्रेंच करें और इसके 24 घंटे के अंदर खेत में सिंचाई अवश्य करेंI लाल सडन की सम्भावना को ध्यान में रखकर प्रभावित खेतों की नियमित जाँच करते रहेंI रोग से ग्रसित गन्नों को जड़ से उखड कर प्रभावित स्थान पर ब्लीचिंग पाउडर डालें और उस जगह को मिट्टी से ढक देंI इस समय काटे जा रहे गन्ने से खाली हो रहे खेतों में मूंग, ढैंचा, सनई की बुवाई करेंI फसलों को काटने के बाद उनके बचे अवशेष को खेत में मिलाने से अच्छी हरी खाद खेत को मिलेगीI बारिश के बाद इन खेतों में गन्ने की बोवाई की जा सकती हैI शरद काल में बोये गए गन्ने में हल्की मिट्टी चढ़ाएं इससे अवांछित कल्लों को रोकने में मदद मिलेगी और अच्छे गन्ने तैयार होंगेI इन खेतों में घुलनशील एन.पी.के. का छिडकाव किया जा सकता हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 21-04-2023 08:06:00 SCHEDULED
10078 प्रिय किसान साथियों, आगामी 24 से 30 अप्रैल के दौरान शाहजहांपुर जिले के अल्लागंज क्षेत्र के तापमान में कुछ कमी आयेगी और गर्मी से कुछ रहत मिलेगीI सप्ताह के दौरान दिन का अधिकतम तापमान 36 से 39 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 20 से 25 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI सप्ताह के दौरान कभी बादल छायेगे लेकिन वर्षा की सम्भावना नहीं हैंI सप्ताह के दौरान पूर्व और पश्चिम दिशा से 2 से 13 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI वायुमंडल में आर्द्रता 10 से 42% तक रहेगीI आने वाले समय में बढती गर्मी और पानी की जरूरत को देखते हुए खेत के किनारे छोटे- छोटे 2 फिट गुना 5 फिट के गड्ढे बनायें जिससे बारिश के पानी को रोकने की तैयारी अभी से की जा सकेI गाँव के स्तर पर तालाबों की साफ-सफाई और गहरीकरण की योजना बनाकर पानी का संचय अवश्य करेंI पानी की कमी को ध्यान में रखते हुए खेतों की सिंचाई करने से पहले साइल मोइस्चर इंडिकेटर की सहयता से खेत में नमी की जाँच करेI खेत में फरो विधि के माध्यम से एक खुंड या नाली में सिंचाई करेंI गर्म दिन और रात का कम तापमान गन्ने के खेतों में कीड़ों और बिमारियों को पनपने में मदद करता हैI टॉप बोरर की सम्भावना को ध्यान में रखकर कीट नियंत्रण का काम करेंI इसके लिए ट्राईकोकार्ड या अन्य ट्रैप का उपयोग किया जा सकता हैI शूट बोरर का प्रकोप बढ़ने की स्थिति में 150 मिली प्रति एकड़ की दर से कोराजेन को 400 लीटर पानी में घोल कर गन्ने के तनों को ड्रेंच करें और इसके 24 घंटे के अंदर खेत में सिंचाई अवश्य करेंI लाल सडन की सम्भावना को ध्यान में रखकर प्रभावित खेतों की नियमित जाँच करते रहेंI रोग से ग्रसित गन्नों को जड़ से उखड कर प्रभावित स्थान पर ब्लीचिंग पाउडर डालें और उस जगह को मिट्टी से ढक देंI इस समय काटे जा रहे गन्ने से खाली हो रहे खेतों में मूंग, ढैंचा, सनई की बुवाई करेंI फसलों को काटने के बाद उनके बचे अवशेष को खेत में मिलाने से अच्छी हरी खाद खेत को मिलेगीI बारिश के बाद इन खेतों में गन्ने की बोवाई की जा सकती हैI शरद काल में बोये गए गन्ने में हल्की मिट्टी चढ़ाएं इससे अवांछित कल्लों को रोकने में मदद मिलेगी और अच्छे गन्ने तैयार होंगेI इन खेतों में घुलनशील एन.पी.के. का छिडकाव किया जा सकता हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 21-04-2023 08:05:00 SCHEDULED
10079 प्रिय किसान साथियों, आगामी 24 से 30 अप्रैल के दौरान शाहजहांपुर जिले के पुवाया क्षेत्र के तापमान में कुछ कमी आयेगी और गर्मी से कुछ रहत मिलेगीI सप्ताह के दौरान दिन का अधिकतम तापमान 36 से 39 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 20 से 25 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI सप्ताह के दौरान कभी बादल छायेगे लेकिन वर्षा की सम्भावना नहीं हैंI सप्ताह के दौरान पूर्व और पश्चिम दिशा से 2 से 13 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI वायुमंडल में आर्द्रता 10 से 42% तक रहेगीI आने वाले समय में बढती गर्मी और पानी की जरूरत को देखते हुए खेत के किनारे छोटे- छोटे 2 फिट गुना 5 फिट के गड्ढे बनायें जिससे बारिश के पानी को रोकने की तैयारी अभी से की जा सकेI गाँव के स्तर पर तालाबों की साफ-सफाई और गहरीकरण की योजना बनाकर पानी का संचय अवश्य करेंI पानी की कमी को ध्यान में रखते हुए खेतों की सिंचाई करने से पहले साइल मोइस्चर इंडिकेटर की सहयता से खेत में नमी की जाँच करेI खेत में फरो विधि के माध्यम से एक खुंड या नाली में सिंचाई करेंI गर्म दिन और रात का कम तापमान गन्ने के खेतों में कीड़ों और बिमारियों को पनपने में मदद करता हैI टॉप बोरर की सम्भावना को ध्यान में रखकर कीट नियंत्रण का काम करेंI इसके लिए ट्राईकोकार्ड या अन्य ट्रैप का उपयोग किया जा सकता हैI शूट बोरर का प्रकोप बढ़ने की स्थिति में 150 मिली प्रति एकड़ की दर से कोराजेन को 400 लीटर पानी में घोल कर गन्ने के तनों को ड्रेंच करें और इसके 24 घंटे के अंदर खेत में सिंचाई अवश्य करेंI लाल सडन की सम्भावना को ध्यान में रखकर प्रभावित खेतों की नियमित जाँच करते रहेंI रोग से ग्रसित गन्नों को जड़ से उखड कर प्रभावित स्थान पर ब्लीचिंग पाउडर डालें और उस जगह को मिट्टी से ढक देंI इस समय काटे जा रहे गन्ने से खाली हो रहे खेतों में मूंग, ढैंचा, सनई की बुवाई करेंI फसलों को काटने के बाद उनके बचे अवशेष को खेत में मिलाने से अच्छी हरी खाद खेत को मिलेगीI बारिश के बाद इन खेतों में गन्ने की बोवाई की जा सकती हैI शरद काल में बोये गए गन्ने में हल्की मिट्टी चढ़ाएं इससे अवांछित कल्लों को रोकने में मदद मिलेगी और अच्छे गन्ने तैयार होंगेI इन खेतों में घुलनशील एन.पी.के. का छिडकाव किया जा सकता हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 21-04-2023 08:04:00 SCHEDULED
10080 प्रिय किसान साथियों, आगामी 24 से 30 अप्रैल के दौरान शाहजहांपुर जिले के मदनपुर क्षेत्र के तापमान में कुछ कमी आयेगी और गर्मी से कुछ रहत मिलेगीI सप्ताह के दौरान दिन का अधिकतम तापमान 36 से 39 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 20 से 25 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI सप्ताह के दौरान कभी बादल छायेगे लेकिन वर्षा की सम्भावना नहीं हैंI सप्ताह के दौरान पूर्व और पश्चिम दिशा से 2 से 13 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI वायुमंडल में आर्द्रता 10 से 42% तक रहेगीI आने वाले समय में बढती गर्मी और पानी की जरूरत को देखते हुए खेत के किनारे छोटे- छोटे 2 फिट गुना 5 फिट के गड्ढे बनायें जिससे बारिश के पानी को रोकने की तैयारी अभी से की जा सकेI गाँव के स्तर पर तालाबों की साफ-सफाई और गहरीकरण की योजना बनाकर पानी का संचय अवश्य करेंI पानी की कमी को ध्यान में रखते हुए खेतों की सिंचाई करने से पहले साइल मोइस्चर इंडिकेटर की सहयता से खेत में नमी की जाँच करेI खेत में फरो विधि के माध्यम से एक खुंड या नाली में सिंचाई करेंI गर्म दिन और रात का कम तापमान गन्ने के खेतों में कीड़ों और बिमारियों को पनपने में मदद करता हैI टॉप बोरर की सम्भावना को ध्यान में रखकर कीट नियंत्रण का काम करेंI इसके लिए ट्राईकोकार्ड या अन्य ट्रैप का उपयोग किया जा सकता हैI शूट बोरर का प्रकोप बढ़ने की स्थिति में 150 मिली प्रति एकड़ की दर से कोराजेन को 400 लीटर पानी में घोल कर गन्ने के तनों को ड्रेंच करें और इसके 24 घंटे के अंदर खेत में सिंचाई अवश्य करेंI लाल सडन की सम्भावना को ध्यान में रखकर प्रभावित खेतों की नियमित जाँच करते रहेंI रोग से ग्रसित गन्नों को जड़ से उखड कर प्रभावित स्थान पर ब्लीचिंग पाउडर डालें और उस जगह को मिट्टी से ढक देंI इस समय काटे जा रहे गन्ने से खाली हो रहे खेतों में मूंग, ढैंचा, सनई की बुवाई करेंI फसलों को काटने के बाद उनके बचे अवशेष को खेत में मिलाने से अच्छी हरी खाद खेत को मिलेगीI बारिश के बाद इन खेतों में गन्ने की बोवाई की जा सकती हैI शरद काल में बोये गए गन्ने में हल्की मिट्टी चढ़ाएं इससे अवांछित कल्लों को रोकने में मदद मिलेगी और अच्छे गन्ने तैयार होंगेI इन खेतों में घुलनशील एन.पी.के. का छिडकाव किया जा सकता हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 21-04-2023 08:03:00 SCHEDULED