Message Schedule List : 12,470
S. No. Message Language Created By Date Time Status Action
10141 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है I किसानों के लिए सम-सामयिक सलाह: ग्राम Jarda जिला मंदसौर ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह सप्ताह 11 अप्रैल से 17 अप्रैल के दौरान दिन में 38 और रात में 24 डिग्री सेल्सियस तापक्रम रहने का अनुमान हैI किसान भाई अपने खेत का मिट्टी परीक्षण अवश्य कराये I मिट्टी परीक्षण के लिए सैंपल बुवाई के कम से कम 1 महीने पहले लेना आवश्यक होता है I फसल की कटाई के बाद सैंपल वाली जगह को साफ करें मिट्टी में 15 सेंटीमीटर गहराई तक V आकार में खुदाई करें एवं खेत के सभी हिस्सों से और खेत के बीच से नमूना ले और इसे अच्छी तरह से मिलाएं I इसके बाद मिश्रण से 500 ग्राम मिट्टी का नमूना लें और खेत सम्बन्धी जानकारी पर्ची में लिखकर मृदा परीक्षण प्रयोगशाला में इसकी जांच करवाएं।स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I Hindi MP 13-04-2023 12:15:00 SCHEDULED
10142 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है I किसानों के लिए सम-सामयिक सलाह: ग्राम Barkhedadev जिला मंदसौर ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह सप्ताह 11 अप्रैल से 17 अप्रैल के दौरान दिन में 38 और रात में 24 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। पिछले सप्ताह 0.6mm बारिश हुई हे । किसान भाई अपने खेत का मिट्टी परीक्षण अवश्य कराये I मिट्टी परीक्षण के लिए सैंपल बुवाई के कम से कम 1 महीने पहले लेना आवश्यक होता है I फसल की कटाई के बाद सैंपल वाली जगह को साफ करें मिट्टी में 15 सेंटीमीटर गहराई तक V आकार में खुदाई करें एवं खेत के सभी हिस्सों से और खेत के बीच से नमूना ले और इसे अच्छी तरह से मिलाएं I इसके बाद मिश्रण से 500 ग्राम मिट्टी का नमूना लें और खेत सम्बन्धी जानकारी पर्ची में लिखकर मृदा परीक्षण प्रयोगशाला में इसकी जांच करवाएं।स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I Hindi MP 13-04-2023 12:13:00 SCHEDULED
10143 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है I किसानों के लिए सम-सामयिक सलाह:ग्राम नारायणगढ़ जिला मंदसौर ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह सप्ताह 11 अप्रैल से 17 अप्रैल के दौरान दिन में 38 और रात में 24 डिग्री सेल्सियस तापक्रम रहने का अनुमान हैI पिछले सप्ताह 0.4mm बारिश हुई हे । किसान भाई अपने खेत का मिट्टी परीक्षण अवश्य कराये I मिट्टी परीक्षण के लिए सैंपल बुवाई के कम से कम 1 महीने पहले लेना आवश्यक होता है I फसल की कटाई के बाद सैंपल वाली जगह को साफ करें मिट्टी में 15 सेंटीमीटर गहराई तक V आकार में खुदाई करें एवं खेत के सभी हिस्सों से और खेत के बीच से नमूना ले और इसे अच्छी तरह से मिलाएं I इसके बाद मिश्रण से 500 ग्राम मिट्टी का नमूना लें और खेत सम्बन्धी जानकारी पर्ची में लिखकर मृदा परीक्षण प्रयोगशाला में इसकी जांच करवाएं।स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I Hindi MP 13-04-2023 12:08:00 SCHEDULED
10144 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है I किसानों के लिए सम-सामयिक सलाह: ग्राम Tonkkhurd जिला Dewas ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह 11 अप्रैल से 17 अप्रैल के दिन में 37 और रात में 23 डिग्री सेल्सियस तापक्रम रहने का अनुमान है I पिछले सप्ताह 1mm बारिश हुई हे । किसान भाई अपने खेत का मिट्टी परीक्षण अवश्य कराये I मिट्टी परीक्षण के लिए सैंपल बुवाई के कम से कम 1 महीने पहले लेना आवश्यक होता है I फसल की कटाई के बाद सैंपल वाली जगह को साफ करें मिट्टी में 15 सेंटीमीटर गहराई तक V आकार में खुदाई करें एवं खेत के सभी हिस्सों से और खेत के बीच से नमूना ले और इसे अच्छी तरह से मिलाएं I इसके बाद मिश्रण से 500 ग्राम मिट्टी का नमूना लें और खेत सम्बन्धी जानकारी पर्ची में लिखकर मृदा परीक्षण प्रयोगशाला में इसकी जांच करवाएं।स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I Hindi MP 13-04-2023 12:05:00 SCHEDULED
10145 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है I किसानों के लिए सम-सामयिक सलाह:ग्राम Agrod जिला Dewas ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह 11 अप्रैल से 17 अप्रैल के दौरान दिन में 39 और रात में 24 डिग्री सेल्सियस तापक्रम रहने का अनुमान है I पिछले सप्ताह 9.8mm बारिश हुई हे । किसान भाई अपने खेत का मिट्टी परीक्षण अवश्य कराये I मिट्टी परीक्षण के लिए सैंपल बुवाई के कम से कम 1 महीने पहले लेना आवश्यक होता है I फसल की कटाई के बाद सैंपल वाली जगह को साफ करें मिट्टी में 15 सेंटीमीटर गहराई तक V आकार में खुदाई करें एवं खेत के सभी हिस्सों से और खेत के बीच से नमूना ले और इसे अच्छी तरह से मिलाएं I इसके बाद मिश्रण से 500 ग्राम मिट्टी का नमूना लें और खेत सम्बन्धी जानकारी पर्ची में लिखकर मृदा परीक्षण प्रयोगशाला में इसकी जांच करवाएं।स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I Hindi MP 13-04-2023 12:02:00 SCHEDULED
10146 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है I किसानों के लिए सम-सामयिक सलाह: ग्राम Mahudiya जिला Dewas ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह 11 अप्रैल से 17 अप्रैल के दौरान दिन में 38 और रात में 24 डिग्री सेल्सियस तापक्रम रहने का अनुमान है I पिछले सप्ताह 0.2mm बारिश हुई हे । इस सप्ताह शुक्रवार को 45% बारिश होने की सभांवना नहीं है। किसान भाई अपने खेत का मिट्टी परीक्षण अवश्य कराये I मिट्टी परीक्षण के लिए सैंपल बुवाई के कम से कम 1 महीने पहले लेना आवश्यक होता है I फसल की कटाई के बाद सैंपल वाली जगह को साफ करें मिट्टी में 15 सेंटीमीटर गहराई तक V आकार में खुदाई करें एवं खेत के सभी हिस्सों से और खेत के बीच से नमूना ले और इसे अच्छी तरह से मिलाएं I इसके बाद मिश्रण से 500 ग्राम मिट्टी का नमूना लें और खेत सम्बन्धी जानकारी पर्ची में लिखकर मृदा परीक्षण प्रयोगशाला में इसकी जांच करवाएं।स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I Hindi MP 13-04-2023 11:56:00 SCHEDULED
10147 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৩ৰ পৰা ১৯ এপ্ৰিললৈ, ২০২৩ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ১৯ এপ্ৰিলত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩৪-৩৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৩০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত মাৰ্চ মাহত মুঠ ৯৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত বহুত UP , LOS ,LS আৰু MS বাগান বোৰত বান্জী (Banjhi) পাত দেখা গৈছে। এই বাঞ্জী পাতবোৰ যিমান পাৰি সোনকালে আঁতৰাই পেলোৱাটো প্ৰয়োজনীয় যাতে সিমানেই সোনকালে চাহৰ ২য় ফ্লাছৰ (Flush) নতুনকৈ বৃদ্ধি হয় ৷ বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। নিয়ন্ত্ৰণ কৰিবলৈ ১০০০ মি.লি Glyphosate ২০০ লিটাৰ পানীত মিহলাই ৮-১০ চে.মি. ওখ হাবিৰ ওপৰত স্প্ৰে কৰিব লাগে। • চাহ বাগান বোৰত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু বাৰিষা আৰম্ভ হোৱাৰ আগতে নলা বোৰ পৰিস্কাৰ কৰি জমা হৈ থকা মাটি বা জাবৰ জোথৰবোৰ আতৰাই পেলাব। নলাবিলাক প্ৰয়োজন সাপেক্ষে দ কৰিব লাগে আৰু পানী বৈ যাব পৰাকৈ হেলনীয়া কৰি দিব লাগেI অন্যান্য শস্যৰ বাবে: • ৰঙা লাওৰ বীজ সিঁচা কার্য্য এপ্ৰিল মাহলৈ অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে । এক বিঘা মাটিৰ বাবে ২৫০ গ্ৰাম বীজৰ প্ৰয়োজন হয় । কৃষক সকলে ৰঙা লাওৰ কিছুমান জাত যেনে- আৰ্কা চন্দন (Arka Chandan), আৰ্কা সূৰ্য্যমুখী ( Arka Suryamukhi) আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 13-04-2023 08:00:00 SCHEDULED
10148 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৩ৰ পৰা ১৯ এপ্ৰিললৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ১৯ এপ্ৰিলত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩৪-৩৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৩০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত মাৰ্চ মাহত মুঠ ৭৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত বহুত UP , LOS ,LS আৰু MS বাগান বোৰত বান্জী (Banjhi) পাত দেখা গৈছে। এই বাঞ্জী পাতবোৰ যিমান পাৰি সোনকালে আঁতৰাই পেলোৱাটো প্ৰয়োজনীয় যাতে সিমানেই সোনকালে চাহৰ ২য় ফ্লাছৰ (Flush) নতুনকৈ বৃদ্ধি হয় ৷ বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। নিয়ন্ত্ৰণ কৰিবলৈ ১০০০ মি.লি Glyphosate ২০০ লিটাৰ পানীত মিহলাই ৮-১০ চে.মি. ওখ হাবিৰ ওপৰত স্প্ৰে কৰিব লাগে। • চাহ বাগান বোৰত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু বাৰিষা আৰম্ভ হোৱাৰ আগতে নলা বোৰ পৰিস্কাৰ কৰি জমা হৈ থকা মাটি বা জাবৰ জোথৰবোৰ আতৰাই পেলাব। নলাবিলাক প্ৰয়োজন সাপেক্ষে দ কৰিব লাগে আৰু পানী বৈ যাব পৰাকৈ হেলনীয়া কৰি দিব লাগেI অন্যান্য শস্যৰ বাবে: • ৰঙা লাওৰ বীজ সিঁচা কার্য্য এপ্ৰিল মাহলৈ অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে । এক বিঘা মাটিৰ বাবে ২৫০ গ্ৰাম বীজৰ প্ৰয়োজন হয় । কৃষক সকলে ৰঙা লাওৰ কিছুমান জাত যেনে- আৰ্কা চন্দন (Arka Chandan), আৰ্কা সূৰ্য্যমুখী ( Arka Suryamukhi) আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 13-04-2023 08:00:00 SCHEDULED
10149 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৩ৰ পৰা ১৯ এপ্ৰিললৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ১৭ আৰু ১৯ এপ্ৰিলত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩৪-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৩০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত মাৰ্চ মাহত মুঠ ২০৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত বহুত UP , LOS ,LS আৰু MS বাগান বোৰত বান্জী (Banjhi) পাত দেখা গৈছে। এই বাঞ্জী পাতবোৰ যিমান পাৰি সোনকালে আঁতৰাই পেলোৱাটো প্ৰয়োজনীয় যাতে সিমানেই সোনকালে চাহৰ ২য় ফ্লাছৰ (Flush) নতুনকৈ বৃদ্ধি হয় ৷ বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। নিয়ন্ত্ৰণ কৰিবলৈ ১০০০ মি.লি Glyphosate ২০০ লিটাৰ পানীত মিহলাই ৮-১০ চে.মি. ওখ হাবিৰ ওপৰত স্প্ৰে কৰিব লাগে। • চাহ বাগান বোৰত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু বাৰিষা আৰম্ভ হোৱাৰ আগতে নলা বোৰ পৰিস্কাৰ কৰি জমা হৈ থকা মাটি বা জাবৰ জোথৰবোৰ আতৰাই পেলাব। নলাবিলাক প্ৰয়োজন সাপেক্ষে দ কৰিব লাগে আৰু পানী বৈ যাব পৰাকৈ হেলনীয়া কৰি দিব লাগেI অন্যান্য শস্যৰ বাবে: • ৰঙা লাওৰ বীজ সিঁচা কার্য্য এপ্ৰিল মাহলৈ অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে । এক বিঘা মাটিৰ বাবে ২৫০ গ্ৰাম বীজৰ প্ৰয়োজন হয় । কৃষক সকলে ৰঙা লাওৰ কিছুমান জাত যেনে- আৰ্কা চন্দন (Arka Chandan), আৰ্কা সূৰ্য্যমুখী ( Arka Suryamukhi) আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 13-04-2023 08:00:00 SCHEDULED
10150 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৩ৰ পৰা ১৯ এপ্ৰিললৈ, ২০২৩, বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ১৭ আৰু ১৯ এপ্ৰিলত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩৪-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫ % আৰু ৩৫ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত মাৰ্চ মাহত মুঠ ১৫৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত বহুত UP , LOS ,LS আৰু MS বাগান বোৰত বান্জী (Banjhi) পাত দেখা গৈছে। এই বাঞ্জী পাতবোৰ যিমান পাৰি সোনকালে আঁতৰাই পেলোৱাটো প্ৰয়োজনীয় যাতে সিমানেই সোনকালে চাহৰ ২য় ফ্লাছৰ (Flush) নতুনকৈ বৃদ্ধি হয় ৷ বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। নিয়ন্ত্ৰণ কৰিবলৈ ১০০০ মি.লি Glyphosate ২০০ লিটাৰ পানীত মিহলাই ৮-১০ চে.মি. ওখ হাবিৰ ওপৰত স্প্ৰে কৰিব লাগে। • চাহ বাগান বোৰত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু বাৰিষা আৰম্ভ হোৱাৰ আগতে নলা বোৰ পৰিস্কাৰ কৰি জমা হৈ থকা মাটি বা জাবৰ জোথৰবোৰ আতৰাই পেলাব। নলাবিলাক প্ৰয়োজন সাপেক্ষে দ কৰিব লাগে আৰু পানী বৈ যাব পৰাকৈ হেলনীয়া কৰি দিব লাগেI অন্যান্য শস্যৰ বাবে: • ৰঙা লাওৰ বীজ সিঁচা কার্য্য এপ্ৰিল মাহলৈ অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে । এক বিঘা মাটিৰ বাবে ২৫০ গ্ৰাম বীজৰ প্ৰয়োজন হয় । কৃষক সকলে ৰঙা লাওৰ কিছুমান জাত যেনে- আৰ্কা চন্দন (Arka Chandan), আৰ্কা সূৰ্য্যমুখী ( Arka Suryamukhi) আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 13-04-2023 08:00:00 SCHEDULED