Message Schedule List : 12,470
S. No. Message Language Created By Date Time Status Action
10271 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ৬ এপ্ৰিলত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত মাৰ্চ মাহত মুঠ ২০৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 06-04-2023 08:00:00 SCHEDULED
10272 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ৬ এপ্ৰিলত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত মাৰ্চ মাহত মুঠ ১৫৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 06-04-2023 08:00:00 SCHEDULED
10273 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ৬ এপ্ৰিলত অতি পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-১১ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত মাৰ্চ মাহত মুঠ ১৬৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-04-2023 08:00:00 SCHEDULED
10274 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ৬ এপ্ৰিলত অতি পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-১১ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত মাৰ্চ মাহত মুঠ ১৬২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-04-2023 08:00:00 SCHEDULED
10275 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-২০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত মাৰ্চ মাহত মুঠ ১০৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 06-04-2023 08:00:00 SCHEDULED
10276 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১২ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ৬ এপ্ৰিলত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৯-২২ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত মাৰ্চ মাহত মুঠ ৬৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে । • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • বৰ্তমান সময়ত গ্রীম্মকা্লিন খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), ক’লা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল (Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 06-04-2023 08:00:00 SCHEDULED
10277 05/04/2023--Jaburapara :-সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী এপ্রিল মাসের ১১ তারিখ অবধি আকাশ আংশিক মেঘলা ও মূলত পরিষ্কার থাকবে।তবে বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩২ ডিগ্রি সেন্টিগ্রেড থেকে ৩৮ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৯ ডিগ্রি সেন্টিগ্রেড থেকে ২১ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯৫%এবং৩৫% , বাতাসের গতি উত্তর দিক থেকে বইবে এবং গতিবেগ গড়ে ৬ থেকে ১৯ কিমি প্রতি ঘণ্টায়থাকবে বলে অনুমান করা হচ্ছে। বাগান পরিচর্যার জন্য পোকা মাকড় নিয়ন্ত্রনে রাখুন এবং পি পি সি অনুমোদিত কীটনাশক ব্যবহার করুন । রেডস্পাইডার বা লাল পোকা নিয়ন্ত্রনের জন্য প্রোপাজাইট ২৫০ মিলি অথবা ফেনাজাকুই ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । মশা , থিপ্স,ও গ্রীনফ্লাই ,এর জন্য কুইনালফোস + নীম অথবা থায়ামেথোস্কাম স্প্রে করুন।মশা আক্রান্ত কুষি এবং পাতা উঠিয়ে ফেলে কীটনাশক ব্যবহার করুন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 06-04-2023 12:00:00 SCHEDULED
10278 05/04/2023--Jharbaragila:-সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী এপ্রিল মাসের ১১ তারিখ অবধি আকাশ আংশিক মেঘলা ও মূলত পরিষ্কার থাকবে।তবে বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩২ ডিগ্রি সেন্টিগ্রেড থেকে ৩৭ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৮ ডিগ্রি সেন্টিগ্রেড থেকে ২১ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯৫%এবং৩৫% , বাতাসের গতি উত্তর দিক থেকে বইবে এবং গতিবেগ গড়ে ৫ থেকে ১৪ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে। বাগান পরিচর্যার জন্য পোকা মাকড় নিয়ন্ত্রনে রাখুন এবং পি পি সি অনুমোদিত কীটনাশক ব্যবহার করুন । রেডস্পাইডার বা লাল পোকা নিয়ন্ত্রনের জন্য প্রোপাজাইট ২৫০ মিলি অথবা ফেনাজাকুই ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । মশা , থিপ্স,ও গ্রীনফ্লাই ,এর জন্য কুইনালফোস + নীম অথবা থায়ামেথোস্কাম স্প্রে করুন।মশা আক্রান্ত কুষি এবং পাতা উঠিয়ে ফেলে কীটনাশক ব্যবহার করুন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 06-04-2023 12:00:00 SCHEDULED
10279 05/04/2023--Jamaldha :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী এপ্রিল মাসের ১১ তারিখ অবধি আকাশ আংশিক মেঘলা ও মূলত পরিষ্কার থাকবে।তবে বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩২ ডিগ্রি সেন্টিগ্রেড থেকে ৩৭ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৯ ডিগ্রি সেন্টিগ্রেড থেকে ২০ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯৫%এবং৩৫% , বাতাসের গতি পূর্ব দিক থেকে পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ৪ থেকে ২০ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৪.২ ডিগ্রি সেণ্টিগ্রেড থেকে ২৩.১ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৯.৭ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগান পরিচর্যার জন্য পোকা মাকড় নিয়ন্ত্রনে রাখুন এবং পি পি সি অনুমোদিত কীটনাশক ব্যবহার করুন । রেডস্পাইডার বা লাল পোকা নিয়ন্ত্রনের জন্য প্রোপাজাইট ২৫০ মিলি অথবা ফেনাজাকুই ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । মশা , থিপ্স,ও গ্রীনফ্লাই ,এর জন্য কুইনালফোস + নীম অথবা থায়ামেথোস্কাম স্প্রে করুন।মশা আক্রান্ত কুষি এবং পাতা উঠিয়ে ফেলে কীটনাশক ব্যবহার করুন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 06-04-2023 12:00:00 SCHEDULED
10280 05/04/2023--Berubari :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী এপ্রিল মাসের ১১ তারিখ অবধি আকাশ আংশিক মেঘলা ও মূলত পরিষ্কার থাকবে।তবে বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩২ ডিগ্রি সেন্টিগ্রেড থেকে ৩৮ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৯ ডিগ্রি সেন্টিগ্রেড থেকে ২০ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯৫ % এবং ৩৫ % , বাতাসের গতি পূর্ব দিক থেকে পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ৪ থেকে ২০ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৬.০ ডিগ্রি সেণ্টিগ্রেড থেকে ২৪.৪ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১০.৯ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগান পরিচর্যার জন্য পোকা মাকড় নিয়ন্ত্রনে রাখুন এবং পি পি সি অনুমোদিত কীটনাশক ব্যবহার করুন । রেডস্পাইডার বা লাল পোকা নিয়ন্ত্রনের জন্য প্রোপাজাইট ২৫০ মিলি অথবা ফেনাজাকুই ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । মশা , থিপ্স,ও গ্রীনফ্লাই ,এর জন্য কুইনালফোস + নীম অথবা থায়ামেথোস্কাম স্প্রে করুন।মশা আক্রান্ত কুষি এবং পাতা উঠিয়ে ফেলে কীটনাশক ব্যবহার করুন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 06-04-2023 12:00:00 SCHEDULED