Message Schedule List : 12,244
S. No. Message Language Created By Date Time Status Action
10321 23/02/2023--Jharbaragila:-সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ২৮ তারিখ অবধি আকাশ হাল্কা মেঘলা ও বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপ মাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৫ ডিগ্রি সেন্টিগ্রেড থেকে ১৯ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি উত্তর থেকে পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ৩ থেকে ১১ কিমি প্রতি ঘণ্টায় , থাকবে বলে অনুমান করা হচ্ছে। এই সময়ে বাগানে এফিডস বা হাল্কা মশা দেখা গেলে এক রাউন্ড কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম )৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং৭দিনের ব্যবধানে আরেক রাউন্ড নীম স্প্রে করে দিন । মশার আক্রান্ত বেশি দেখা দিলে (থায়ামেথোস্কাম ২৫ ডব্লু জি ২৫ গ্রাম ) ১০০ জলে মিশিয়ে স্প্রে করে দিন। রেড স্পাইডার বা লাল পোকা দেখা দিলে এক রাউন্ড প্রপোজাইট অথবা ইথিয়ন ,২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। বাগানে আলোক ফাঁদ ব্যবহার করে পোকামাকড়ের ম্থ নিয়ন্ত্রন করুন । বাগানের মাটির গঠন অনুযায়ী ৮ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । 23/02/2023--Jharbaragila:-সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ২৮ তারিখ অবধি আকাশ হাল্কা মেঘলা ও বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপ মাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৫ ডিগ্রি সেন্টিগ্রেড থেকে ১৯ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি উত্তর থেকে পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ৩ থেকে ১১ কিমি প্রতি ঘণ্টায় , থাকবে বলে অনুমান করা হচ্ছে। এই সময়ে বাগানে এফিডস বা হাল্কা মশা দেখা গেলে এক রাউন্ড কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম )৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং৭দিনের ব্যবধানে আরেক রাউন্ড নীম স্প্রে করে দিন । মশার আক্রান্ত বেশি দেখা দিলে (থায়ামেথোস্কাম ২৫ ডব্লু জি ২৫ গ্রাম ) ১০০ জলে মিশিয়ে স্প্রে করে দিন। রেড স্পাইডার বা লাল পোকা দেখা দিলে এক রাউন্ড প্রপোজাইট অথবা ইথিয়ন ,২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। বাগানে আলোক ফাঁদ ব্যবহার করে পোকামাকড়ের ম্থ নিয়ন্ত্রন করুন । বাগানের মাটির গঠন অনুযায়ী ৮ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 23-02-2023 12:00:00 SCHEDULED
10322 23/02/2023--Jamaldha :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ২৮ তারিখ অবধি আকাশ হাল্কা মেঘলা ও বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৫ ডিগ্রি সেন্টিগ্রেড থেকে ১৮ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৫০ % , বাতাসের গতি পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ৪ থেকে ১০ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৮.৮ ডিগ্রি সেণ্টিগ্রেড থেকে ১৯.২ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৯.৬ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । এই সময়ে বাগানে এফিডস বা হাল্কা মশা দেখা গেলে এক রাউন্ড কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম )৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং৭দিনের ব্যবধানে আরেক রাউন্ড নীম স্প্রে করে দিন । মশার আক্রান্ত বেশি দেখা দিলে (থায়ামেথোস্কাম ২৫ ডব্লু জি ২৫ গ্রাম ) ১০০ জলে মিশিয়ে স্প্রে করে দিন। রেড স্পাইডার বা লাল পোকা দেখা দিলে এক রাউন্ড প্রপোজাইট অথবা ইথিয়ন ,২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। বাগানে আলোক ফাঁদ ব্যবহার করে পোকামাকড়ের ম্থ নিয়ন্ত্রন করুন । বাগানের মাটির গঠন অনুযায়ী ৮ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 23-02-2023 12:00:00 SCHEDULED
10323 : 23/02/2023--Berubari :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ২৮ তারিখ অবধি আকাশ হাল্কা মেঘলা ও বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৫ ডিগ্রি সেন্টিগ্রেড থেকে ১৮ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ৫ থেকে ১২ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২০.৬ ডিগ্রি সেণ্টিগ্রেড থেকে ১৯.৭ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১০.৯ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । এই সময়ে বাগানে এফিডস বা হাল্কা মশা দেখা গেলে এক রাউন্ড কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম )৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং৭দিনের ব্যবধানে আরেক রাউন্ড নীম স্প্রে করে দিন । মশার আক্রান্ত বেশি দেখা দিলে (থায়ামেথোস্কাম ২৫ ডব্লু জি ২৫ গ্রাম ) ১০০ জলে মিশিয়ে স্প্রে করে দিন। রেড স্পাইডার বা লাল পোকা দেখা দিলে এক রাউন্ড প্রপোজাইট অথবা ইথিয়ন ,২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। বাগানে আলোক ফাঁদ ব্যবহার করে পোকামাকড়ের ম্থ নিয়ন্ত্রন করুন । বাগানের মাটির গঠন অনুযায়ী ৮ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 23-02-2023 12:00:00 SCHEDULED
10324 23/02/2023--BaikurGourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ২৮ তারিখ অবধি আকাশ হাল্কা মেঘলা ও বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৫ ডিগ্রি সেন্টিগ্রেড থেকে ১৮ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪৫ % , বাতাসের গতি পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ৪ থেকে ১০ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৮.৮ ডিগ্রি সেণ্টিগ্রেড থেকে ১৯.২ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৯.৬ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । এই সময়ে বাগানে এফিডস বা হাল্কা মশা দেখা গেলে এক রাউন্ড কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম )৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ৭ দিনের ব্যবধানে আরেক রাউন্ড নীম স্প্রে করে দিন । মশার আক্রান্ত বেশি দেখা দিলে (থায়ামেথোস্কাম ২৫ ডব্লু জি ২৫ গ্রাম ) ১০০ জলে মিশিয়ে স্প্রে করে দিন। রেড স্পাইডার বা লাল পোকা দেখা দিলে এক রাউন্ড প্রপোজাইট অথবা ইথিয়ন ,২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। বাগানে আলোক ফাঁদ ব্যবহার করে পোকামাকড়ের ম্থ নিয়ন্ত্রন করুন । বাগানের মাটির গঠন অনুযায়ী ৮ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 23-02-2023 12:00:00 SCHEDULED
10325 জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৩ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ২৩ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ, ২০২৩ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে অহা কেইদিনমানত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩, জিলাখনৰ প্ৰতিটো ষ্টেচনত গড়ে ১১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক- পাচিলৰ পুলি-বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 23-02-2023 08:00:00 SCHEDULED
10326 জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৩ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত , ২৩ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ, ২০২৩ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে অহা কেইদিনমানত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩, জিলাখনৰ প্ৰতিটো ষ্টেচনত গড়ে ৩০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক- পাচিলৰ পুলি-বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 23-02-2023 08:00:00 SCHEDULED
10327 জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৩ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ২৩ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ২৩, ২৪ আৰু ২৮ ফেব্ৰুৱাৰীত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩, জিলাখনৰ প্ৰতিটো ষ্টেচনত গড়ে ৫০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক- পাচিলৰ পুলি-বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 23-02-2023 08:00:00 SCHEDULED
10328 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৩ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৩ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ, ২০২৩ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে অহা কেইদিনমানত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৭-১৮ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত ১ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈকে এই অঞ্চলত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ কম হোৱা দেখা গৈছে। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক- পাচিলৰ পুলি-বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 23-02-2023 08:00:00 SCHEDULED
10329 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৩ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৩ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ, ২০২৩ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে অহা কেইদিনমানত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৭-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত ১ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩, মুঠ ২০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 23-02-2023 08:00:00 SCHEDULED
10330 சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 23-02-2023 10:30:00 SCHEDULED