Message Schedule List : 12,470
S. No. Message Language Created By Date Time Status Action
10331 29/03/2023--Baiukur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী এপ্রিল মাসের ৪ তারিখ অবধি আকাশ আংশিক মেঘলা থাকবে।তবে ১ লা ও ২ রা এপ্রিল হাল্কা ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ৩২ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৭ ডিগ্রি সেন্টিগ্রেড থেকে ২০ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯৫ % এবং ৫০ % , বাতাসের গতি পূর্ব দিক থেকে পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ৪ থেকে ১০ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২১.৭ ডিগ্রি সেণ্টিগ্রেড থেকে ২০.৯ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৭.১ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগান পরিচর্যার জন্য পোকা মাকড় নিয়ন্ত্রনে রাখুন এবং পি পি সি অনুমোদিত কীটনাশক ব্যবহার করুন । রেডস্পাইডার বা লাল পোকা নিয়ন্ত্রনের জন্য প্রোপাজাইট ২৫০ মিলি অথবা ফেনাজাকুই ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । মশা , থিপ্স,ও গ্রীনফ্লাই ,এর জন্য কুইনালফোস + নীম অথবা থায়ামেথোস্কাম স্প্রে করুন।মশা আক্রান্ত কুষি এবং পাতা উঠিয়ে ফেলে কীটনাশক ব্যবহার করুন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 30-03-2023 12:00:00 SCHEDULED
10332 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৩ বতৰ ডাৱৰীয়াৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। কিছু অঞ্চলত বৰষুণৰ লগতে বিজুলী ঢেৰেকনি মৰা আৰু প্ৰবল বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে। চাহ খেতিৰ বাবে: • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। • চাহ বাগান বোৰত যাতে মাটিৰ আৰ্দ্ৰতা কমি নাযায়, ইয়াৰ বাবে নতুনকৈ ৰোপণ কৰা ঠাইবোৰত মালচিং কৰাটো অতি প্ৰয়োজনীয়। অস্থায়ী (Temporary) / স্থায়ী (Permanent) ছাঁযুক্ত গছ যেনে চিৰিছ গছ ৰোপণ সঠিক যত্নৰে অব্যাহত ৰাখিব লাগিব । ২০ x ২০ ফুট ব্যৱধানত অস্থায়ী ছাঁৰ গছ আৰু ৪০ x ৪০ ফুট দূৰত্বত স্থায়ী ছাঁৰ গছ ৰোপণ কৰিব লাগে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, গছ বোৰত লাঠি বা ৰছী সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 30-03-2023 08:00:00 SCHEDULED
10333 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৩ বতৰ ডাৱৰীয়াৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। কিছু অঞ্চলত বৰষুণৰ লগতে বিজুলী ঢেৰেকনি মৰা আৰু প্ৰবল বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে। চাহ খেতিৰ বাবে: • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। • চাহ বাগান বোৰত যাতে মাটিৰ আৰ্দ্ৰতা কমি নাযায়, ইয়াৰ বাবে নতুনকৈ ৰোপণ কৰা ঠাইবোৰত মালচিং কৰাটো অতি প্ৰয়োজনীয়। অস্থায়ী (Temporary) / স্থায়ী (Permanent) ছাঁযুক্ত গছ যেনে চিৰিছ গছ ৰোপণ সঠিক যত্নৰে অব্যাহত ৰাখিব লাগিব । ২০ x ২০ ফুট ব্যৱধানত অস্থায়ী ছাঁৰ গছ আৰু ৪০ x ৪০ ফুট দূৰত্বত স্থায়ী ছাঁৰ গছ ৰোপণ কৰিব লাগে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, গছ বোৰত লাঠি বা ৰছী সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 30-03-2023 08:00:00 SCHEDULED
10334 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৩ বতৰ ডাৱৰীয়াৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৮০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। • চাহ বাগান বোৰত যাতে মাটিৰ আৰ্দ্ৰতা কমি নাযায়, ইয়াৰ বাবে নতুনকৈ ৰোপণ কৰা ঠাইবোৰত মালচিং কৰাটো অতি প্ৰয়োজনীয়। অস্থায়ী (Temporary) / স্থায়ী (Permanent) ছাঁযুক্ত গছ যেনে চিৰিছ গছ ৰোপণ সঠিক যত্নৰে অব্যাহত ৰাখিব লাগিব । ২০ x ২০ ফুট ব্যৱধানত অস্থায়ী ছাঁৰ গছ আৰু ৪০ x ৪০ ফুট দূৰত্বত স্থায়ী ছাঁৰ গছ ৰোপণ কৰিব লাগে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, গছ বোৰত লাঠি বা ৰছী সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 30-03-2023 08:00:00 SCHEDULED
10335 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৩, বতৰ ডাৱৰীয়াৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৮০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। • চাহ বাগান বোৰত যাতে মাটিৰ আৰ্দ্ৰতা কমি নাযায়, ইয়াৰ বাবে নতুনকৈ ৰোপণ কৰা ঠাইবোৰত মালচিং কৰাটো অতি প্ৰয়োজনীয়। অস্থায়ী (Temporary) / স্থায়ী (Permanent) ছাঁযুক্ত গছ যেনে চিৰিছ গছ ৰোপণ সঠিক যত্নৰে অব্যাহত ৰাখিব লাগিব । ২০ x ২০ ফুট ব্যৱধানত অস্থায়ী ছাঁৰ গছ আৰু ৪০ x ৪০ ফুট দূৰত্বত স্থায়ী ছাঁৰ গছ ৰোপণ কৰিব লাগে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, গছ বোৰত লাঠি বা ৰছী সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 30-03-2023 08:00:00 SCHEDULED
10336 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৩ বতৰ ডাৱৰীয়াৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১- ২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৬-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। • চাহ বাগান বোৰত যাতে মাটিৰ আৰ্দ্ৰতা কমি নাযায়, ইয়াৰ বাবে নতুনকৈ ৰোপণ কৰা ঠাইবোৰত মালচিং কৰাটো অতি প্ৰয়োজনীয়। অস্থায়ী (Temporary) / স্থায়ী (Permanent) ছাঁযুক্ত গছ যেনে চিৰিছ গছ ৰোপণ সঠিক যত্নৰে অব্যাহত ৰাখিব লাগিব । ২০ x ২০ ফুট ব্যৱধানত অস্থায়ী ছাঁৰ গছ আৰু ৪০ x ৪০ ফুট দূৰত্বত স্থায়ী ছাঁৰ গছ ৰোপণ কৰিব লাগে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, গছ বোৰত লাঠি বা ৰছী সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 30-03-2023 08:00:00 SCHEDULED
10337 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৩ বতৰ ডাৱৰীয়াৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৮০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। • চাহ বাগান বোৰত যাতে মাটিৰ আৰ্দ্ৰতা কমি নাযায়, ইয়াৰ বাবে নতুনকৈ ৰোপণ কৰা ঠাইবোৰত মালচিং কৰাটো অতি প্ৰয়োজনীয়। অস্থায়ী (Temporary) / স্থায়ী (Permanent) ছাঁযুক্ত গছ যেনে চিৰিছ গছ ৰোপণ সঠিক যত্নৰে অব্যাহত ৰাখিব লাগিব । ২০ x ২০ ফুট ব্যৱধানত অস্থায়ী ছাঁৰ গছ আৰু ৪০ x ৪০ ফুট দূৰত্বত স্থায়ী ছাঁৰ গছ ৰোপণ কৰিব লাগে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, গছ বোৰত লাঠি বা ৰছী সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 30-03-2023 08:00:00 SCHEDULED
10338 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৯-২১ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৯- ২১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু পশ্চিম দিশৰ পৰা বলিব। কিছু অঞ্চলত বৰষুণৰ লগতে বিজুলী ঢেৰেকনি মৰা আৰু প্ৰবল বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে। চাহ খেতিৰ বাবে: • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। • চাহ বাগান বোৰত যাতে মাটিৰ আৰ্দ্ৰতা কমি নাযায়, ইয়াৰ বাবে নতুনকৈ ৰোপণ কৰা ঠাইবোৰত মালচিং কৰাটো অতি প্ৰয়োজনীয়। অস্থায়ী (Temporary) / স্থায়ী (Permanent) ছাঁযুক্ত গছ যেনে চিৰিছ গছ ৰোপণ সঠিক যত্নৰে অব্যাহত ৰাখিব লাগিব । ২০ x ২০ ফুট ব্যৱধানত অস্থায়ী ছাঁৰ গছ আৰু ৪০ x ৪০ ফুট দূৰত্বত স্থায়ী ছাঁৰ গছ ৰোপণ কৰিব লাগে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, গছ বোৰত লাঠি বা ৰছী সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 30-03-2023 08:00:00 SCHEDULED
10339 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৩-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৯-২০ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-২০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। কিছু অঞ্চলত বৰষুণৰ লগতে বিজুলী ঢেৰেকনি মৰা আৰু প্ৰবল বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে। চাহ খেতিৰ বাবে: • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। • চাহ বাগান বোৰত যাতে মাটিৰ আৰ্দ্ৰতা কমি নাযায়, ইয়াৰ বাবে নতুনকৈ ৰোপণ কৰা ঠাইবোৰত মালচিং কৰাটো অতি প্ৰয়োজনীয়। অস্থায়ী (Temporary) / স্থায়ী (Permanent) ছাঁযুক্ত গছ যেনে চিৰিছ গছ ৰোপণ সঠিক যত্নৰে অব্যাহত ৰাখিব লাগিব । ২০ x ২০ ফুট ব্যৱধানত অস্থায়ী ছাঁৰ গছ আৰু ৪০ x ৪০ ফুট দূৰত্বত স্থায়ী ছাঁৰ গছ ৰোপণ কৰিব লাগে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, গছ বোৰত লাঠি বা ৰছী সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 30-03-2023 08:00:00 SCHEDULED
10340 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மார்ச் மாதம் 21ம் தேதி முதல் 28 ம் வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் அதிக பட்ச வெப்பநிலையானது 24.9 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 12.8 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மார்ச் மாதம் 29ம் தேதி முதல் ஏப்ரல் 4ம் தேதி வரை வானம் லேசான மேகமூட்டத்துடன் காணப்படும். மிக லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 23 முதல் 24 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 16 முதல் 17 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 90 சதவீதமாகவும் மாலை நேரத்தில் 60 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது கிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 9 கிலோமீட்டர் வேகத்தில் வீசக்கூடும் சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். ஏப்ரல் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 1600 கிலோவும், 4.1 முதல் 4.3 வரை உள்ள தோட்டங்களில் 1200 கிலோவும், 4.4 முதல் 4.7 வரை உள்ள தோட்டங்களில் 800 கிலோவும், 4.7 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். நன்றி. Tamil Tamil Nadu 30-03-2023 10:20:00 SCHEDULED