Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
10601 प्याज की समय से बोई गई फसल में थ्रीप्स के आक्रमण की निरंतर निगरानी करते रहे I प्याज में थ्रीप्स के हमले की जाँच के लिए 6-8 नीले चिपके कार्ड प्रति एकड़ लगाएं I अगर इनका हमला दिखाई दें तो फिपरोनिल 30 मि.ली. को प्रति 15 लीटर पानी में घोल कर स्प्रे करें, या प्रोफैनफोस 10 मि.ली. को प्रति 10 लीटर की स्प्रे 8-10 दिनों के फासले पर करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Hindi Uttar Pradesh 10-02-2023 17:00:00 SCHEDULED
10602 ସୂର୍ଯ୍ୟମୁଖୀ ଫସଲ ୩୦ରୁ ୩୫ ଦିନର ହୋଇଥିଲେ କୋଡାଖୁସା କରି ଭଲଭାବରେ ଅନାବନା ଘାସ ବାଛି ଦିଅନ୍ତୁ | ଏହାପରେ ଏକର ପ୍ରତି ୧୫କି.ଗ୍ରା ୟୁରିଆ ସାରକୁ ଗଛର ମୂଳରୁ ୨ରୁ ୩ ଇଞ୍ଚ ଛାଡି ଧାଡିରେ ପ୍ରୟୋଗ କରି ଗଛର ମୂଳକୁ ମାଟି ଟେକି ଦିଅନ୍ତୁ ଏବଂ ଜଳସେଚନ କରନ୍ତୁ | ମୁଗ ମୁଗ ଫସଲରେ ଫୁଲ ଆସିଯାଇଥିଲେ ଏକର ପ୍ରତି ୪କି.ଗ୍ରା ୧୯-୧୯-୧୯ NPK ସାରକୁ ୨୦୦ଲିଟର ପାଣିରେ ମିଶାଇ ପତ୍ର ସିଞ୍ଚନ କଲେ ଅଧିକ ଅମଳ ମିଳିଥାଏ | ଜମିରେ ବତର ଦେଖି ଜଳ ସେଚନ କରନ୍ତୁ | ରୋଗ ଓ ପୋକ ନିୟନ୍ତ୍ରଣ ପାଇଁ ପୂର୍ବରୁ ଦିଆଯାଇଥିବା ବିଧିକୁ ଅନୁସରଣ କରିପାରିବେ | Odia Orissa 10-02-2023 09:55:00 SCHEDULED
10603 ଜମିର ବତର ଦେଖି ଜଳସେଚନ କରନ୍ତୁ | ବିଳମ୍ବରେ ବୁଣିଥିବା ଚାଷୀମାନେ ପୂର୍ବରୁ ଦିଆଯାଇଥିବା ଜିପ୍‌ସମ୍ ଏବଂ ବୋରାକ୍ସର ପ୍ରୟୋଗ ବିଧିକୁ ଅନୁସରଣ କରିପାରିବେ | ବର୍ତ୍ତମାନ ସମୟରେ ଯଦି ଗଛ ୩୦ ରୁ ୩୫ ଦିନର ହୋଇଥାଏ ତେବେ ସଅଳ ଟୀକା ରୋଗର ସମ୍ଭାବନା ରହିଛି | ଏହି ରୋଗର ପରିଚାଳନା ପାଇଁ ଏକର ପ୍ରତି ୪୦୦ ଗ୍ରାମ କ୍ଲୋରୋପଥାଲୋନିଲ୍ କିମ୍ବା ୫୦୦ ଗ୍ରାମ ମାନକୋଜେବ୍ କିମ୍ବା ୩୦୦ ମି.ଲି ହେକ୍ସାକୋନାଜୋଲ ନାମକ ଫିମ୍ପିନାଶକ ଔଷଧକୁ ୨୦୦ ଲିଟର ପାଣିରେ ମିଶାଇ ପତ୍ର ସିଞ୍ଚନ କରନ୍ତୁ | ବୁଣିବାର ୩୦ରୁ ୩୫ ଦିନ ପରେ ନାଲି ସଁବାଳୁଆ ପୋକ ମୁଖ୍ୟତଃ ଚିନାବାଦାମର ପତ୍ର ଗୁଡିକୁ ଖାଇ ନଷ୍ଟ କରିଦେଇଥାଏ | ଏହି ପୋକକୁ ଦମନ କରିବାକୁ ହେଲେ ଏକର ପ୍ରତି ୪୦୦ ମି.ଲି କ୍ଲୋରୋପାଇରିଫୋସ୍ କିମ୍ବା ଫିପ୍ରୋନିଲ୍ ୨୦୦ ଲିଟର ପାଣିରେ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ | Odia Orissa 10-02-2023 09:50:00 SCHEDULED
10604 ಆತ್ಮೀಯ ಮಂಡ್ಯ ಜಿಲ್ಲೆಯ ರೈತ ಮಿತ್ರರೇ , ಫೆಬ್ರುವರಿ 13 ರಿಂದ 19 ರವರೆಗೆ ಮಂಡ್ಯ ಜಿಲ್ಲೆಯ ತಾಪಮಾನದಲ್ಲಿ ಬಿಸಿಲು ಇನ್ನೂ ಸ್ವಲ್ಪ ಹೆಚ್ಚಾಗಲಿದೆ. ದಿನದ ಗರಿಷ್ಠ ತಾಪಮಾನವು 33 ರಿಂದ 43 ಡಿಗ್ರಿ ಸೆಂಟಿಗ್ರೇಡ್ ವರೆಗೆ ಮತ್ತು ರಾತ್ರಿಯ ಕನಿಷ್ಠ ತಾಪಮಾನವು 15 ರಿಂದ 16 ಡಿಗ್ರಿ ಸೆಂಟಿಗ್ರೇಡ್ ವರೆಗೆ ಇರುತ್ತದೆ. ಇದರಿಂದಾಗಿ ವಾಯುಮಂಡಲದಲ್ಲಿ ಆರ್ದತೆಯು ಶೇಕಡಾ 12 ರಿಂದ 52ರ ವರೆಗೆ ಇರಲಿದೆ. ಈ ವಾರದಲ್ಲಿ ಪೂರ್ವ ಮತ್ತು ಉತ್ತರ ದಿಕ್ಕಿನಿಂದ 3 ರಿಂದ 21 ಕಿ ಮೀ ಪ್ರತೀ ಗಂಟೆಯ ವೇಗದಲ್ಲಿ ಗಾಳಿ ಬೀಸುತ್ತದೆ. ಈ ವಾರದಲ್ಲಿ ಶುಭ್ರ ಆಕಾಶ ಇರಲಿದ್ದು ಒಣ ಹವೆ ಮುಂದುವರೆಯುತ್ತದೆ ವಾತಾವರಣದಲ್ಲಿ ಉಷ್ಣತೆಯ ಏರಿಕೆಯಿಂದ ಹಾಗೂ ಒಣ ಹವೆಯಿಂದಾಗಿ ಹೊಲದಲ್ಲಿ ಬಾಷ್ಪೀಕರಣದಿಂದಾಗಿ ಹೊಲ ಒಣಗುತ್ತದೆ. ಆದ್ದರಿಂದ ಹೊಲದಲ್ಲಿ ತೇವಾಂಶವನ್ನು ಕಾಪಾಡಿಕೊಳ್ಳಿ. ನೀರಾವರಿ ಮಾಡುವ ಮೊದಲು, ಮಣ್ಣಿನ ತೇವಾಂಶ ಸೂಚಕವನ್ನು ಬಳಸಿ ತೇವಾಂಶದ ಪ್ರಮಾಣವನ್ನು ಅಳೆಯಬಹುದು ಮತ್ತು ಅದಕ್ಕೆ ಅನುಗುಣವಾಗಿ ಬೇರುಗಳ ಬಳಿ ನೀರಾವರಿ ಮಾಡಬಹುದು. ಈ ಹಿಂದೆ ಬಿತ್ತಿದ ಕಬ್ಬಿನ ಅವಧಿ 70-90 ದಿನಗಳಾಗಿದ್ದರೆ ಪ್ರತಿ ಎಕರೆಗೆ 75 ಕೆಜಿ ಯೂರಿಯಾವನ್ನು ಗಿಡಗಳ ಬೇರಿನ ಬಳಿ ಹಾಕಿ ಲಘು ನೀರಾವರಿ ಮಾಡಿ.. ಈ ಸಮಯದಲ್ಲಿ ಅಧಿಕ ತಾಪಮಾನದಿಂದಾಗಿ ಚಿಗುರು ಕೊರಕ ರೋಗ ಕಾಡುವ ಸಂಭವವಿದ್ದು ಅದನ್ನು ಹತೊಟಿಗೆ ತರಲು ಎಕರೆಗೆ 150 ಮಿಲಿ ಕೊರಜೆನ್ ಅನ್ನು 400 ಲೀಟರ್ ನೀರಿಗೆ ಬೆರೆಸಿ ಬೇರುಗಳ ಬಳಿ ಹಾಕಬೇಕು . ಈ ವೇಳೆ ಕಬ್ಬಿನ ಗದ್ದೆಗಳಲ್ಲಿ ತುಕ್ಕು ರೋಗದ ಲಕ್ಷಣಗಳು ಕಂಡುಬಂದರೆ ಸಕ್ಕರೆ ಕಾರ್ಖಾನೆಯ ಅಧಿಕಾರಿಗಳನ್ನು ಸಂಪರ್ಕಿಸಿ. ಕಬ್ಬಿನ ಕಟಾವು ನಂತರ ತರಗನ್ನು ಹೊಲದಲ್ಲಿಯೇ ಹರಡಿ ಒಣಗಲು ಬಿಡಿ, ಇದರಿಂದ ನಿಮ್ಮ ಹೊಲದಲ್ಲಿಯೇ ಉತ್ತಮವಾದ ಸಾವಯವ ಗೊಬ್ಬರ ತಯಾರಾಗುತ್ತದೆ. ಇದಕ್ಕಾಗಿ ವೇಸ್ಟ ಡಿ-ಕಂಪೊಸರ್ ಅನ್ನು ಕೂಡ ಬಳಕೆ ಮಾಡಬಹುದು. ರಟೂನ್ ಬೆಳೆಗೆ ಎರಡು ತಿಂಗಳಾಗಿದ್ದರೆ ನೀವು ಅದರ ಬುಡಕ್ಕೆ ಗೊಬ್ಬರವನ್ನು ಹಾಕಿದ್ದರೆ, ಅದಕ್ಕೆ ಎಕರೆಗೆ 75 ಕೆಜಿ ಯೂರಿಯಾವನ್ನು ಬೇರುಗಳ ಬಳಿ ಹಾಕಿ ಲಘು ನೀರಾವರಿ ಮಾಡಿ.. ಸ್ಮಾರ್ಟ ಅಗ್ರಿ ಕಾರ್ಯಕ್ರಮದ ಹೆಚ್ಚಿನ ಮಾಹಿತಿಗಾಗಿ 9205021814 ನ್ನು ಸಂಪರ್ಕಿಸಿ. ಈ ಸಂದೇಶವನ್ನು ಮತ್ತೆ ಪುನಃ ಕೇಳಲು 7065-00-5054 ನ್ನು ಸಂಪರ್ಕಿಸಿ. Kannada Karnataka 10-02-2023 10:00:00 SCHEDULED
10605 ಆತ್ಮೀಯ ಬೆಳಗಾವಿ ಜಿಲ್ಲೆಯ ರೈತ ಮಿತ್ರರೇ , ಫೆಬ್ರುವರಿ 13 ರಿಂದ 19 ರವರೆಗೆ ಬೆಳಗಾವಿ ಜಿಲ್ಲೆಯಲ್ಲಿ ಬಿಸಿಲು ಇನ್ನೂ ಸ್ವಲ್ಪ ಹೆಚ್ಚಾಗಲಿದೆ. ದಿನದ ಗರಿಷ್ಠ ತಾಪಮಾನವು 33 ರಿಂದ 35 ಡಿಗ್ರಿ ಸೆಂಟಿಗ್ರೇಡ್ ವರೆಗೆ ಮತ್ತು ರಾತ್ರಿಯ ಕನಿಷ್ಠ ತಾಪಮಾನವು 14 ರಿಂದ 16 ಡಿಗ್ರಿ ಸೆಂಟಿಗ್ರೇಡ್ ವರೆಗೆ ಇರುತ್ತದೆ. ಇದರಿಂದಾಗಿ ವಾಯುಮಂಡಲದಲ್ಲಿ ಆರ್ದತೆಯು ಶೇಕಡಾ 14 ರಿಂದ 53ರ ವರೆಗೆ ಇರಲಿದೆ. ಈ ವಾರದಲ್ಲಿ ಶುಭ್ರ ಆಕಾಶ ಇರಲಿದ್ದು ಒಣ ಹವೆ ಮುಂದುವರೆಯುತ್ತದೆ. ಈ ವಾರದಲ್ಲಿ ಪೂರ್ವ ಮತ್ತು ಉತ್ತರ ದಿಕ್ಕಿನಿಂದ 2 ರಿಂದ 20 ಕಿ ಮೀ ಪ್ರತೀ ಗಂಟೆಯ ವೇಗದಲ್ಲಿ ಗಾಳಿ ಬೀಸುತ್ತದೆ ವಾತಾವರಣದಲ್ಲಿ ಉಷ್ಣತೆಯ ಏರಿಕೆಯಿಂದ ಹಾಗೂ ಒಣ ಹವೆಯಿಂದಾಗಿ ಹೊಲದಲ್ಲಿ ಬಾಷ್ಪೀಕರಣದಿಂದಾಗಿ ಹೊಲ ಒಣಗುತ್ತದೆ. ಆದ್ದರಿಂದ ಹೊಲದಲ್ಲಿ ತೇವಾಂಶವನ್ನು ಕಾಪಾಡಿಕೊಳ್ಳಿ. ನೀರಾವರಿ ಮಾಡುವ ಮೊದಲು, ಮಣ್ಣಿನ ತೇವಾಂಶ ಸೂಚಕವನ್ನು ಬಳಸಿ ತೇವಾಂಶದ ಪ್ರಮಾಣವನ್ನು ಅಳೆಯಬಹುದು ಮತ್ತು ಅದಕ್ಕೆ ಅನುಗುಣವಾಗಿ ಬೇರುಗಳ ಬಳಿ ನೀರಾವರಿ ಮಾಡಬಹುದು. ತಡವಾಗಿ ಬಿತ್ತಿದ ಕಬ್ಬಿನಲ್ಲಿ ಕಾಂಡ ಕೊರಕ ಮತ್ತು ತುಕ್ಕು ಬಾಧೆ ಹೆಚ್ಚಾಗಿದ್ದರೆ ಕಬ್ಬು ಬಿತ್ತನೆ ಮಾಡಬೇಡಿ ಈ ಹಿಂದೆ ಬಿತ್ತಿದ ಕಬ್ಬಿನ ಅವಧಿ 70-90 ದಿನಗಳಾಗಿದ್ದರೆ ಪ್ರತಿ ಎಕರೆಗೆ 75 ಕೆಜಿ ಯೂರಿಯಾವನ್ನು ಗಿಡಗಳ ಬೇರಿನ ಬಳಿ ಹಾಕಬೇಕು. ರಟೂನ್ ಬೆಳೆಗೆ ಎರಡು ತಿಂಗಳಾಗಿದ್ದರೆ ನೀವು ಅದರ ಬುಡಕ್ಕೆ ಗೊಬ್ಬರವನ್ನು ಹಾಕಿದ್ದರೆ, ಅದಕ್ಕೆ ಎಕರೆಗೆ 75 ಕೆಜಿ ಯೂರಿಯಾವನ್ನು ಬೇರುಗಳ ಬಳಿ ಹಾಕಿ ಲಘು ನೀರಾವರಿ ಮಾಡಿ.. ಈ ಸಮಯದಲ್ಲಿ ಅಧಿಕ ತಾಪಮಾನದಿಂದಾಗಿ ಚಿಗುರು ಕೊರಕ ರೋಗ ಕಾಡುವ ಸಂಭವವಿದ್ದು ಅದನ್ನು ಹತೊಟಿಗೆ ತರಲು ಎಕರೆಗೆ 150 ಮಿಲಿ ಕೊರಜೆನ್ ಅನ್ನು 400 ಲೀಟರ್ ನೀರಿಗೆ ಬೆರೆಸಿ ಬೇರುಗಳ ಬಳಿ ಹಾಕಬೇಕು . ಈ ವೇಳೆ ಕಬ್ಬಿನ ಗದ್ದೆಗಳಲ್ಲಿ ತುಕ್ಕು ರೋಗದ ಲಕ್ಷಣಗಳು ಕಂಡುಬಂದರೆ ಸಕ್ಕರೆ ಕಾರ್ಖಾನೆಯ ಅಧಿಕಾರಿಗಳನ್ನು ಸಂಪರ್ಕಿಸಿ. ಕಬ್ಬಿನ ಕಟಾವು ನಂತರ ಸಿಪ್ಪೆಯನ್ನು ಹೊಲದಲ್ಲಿಯೇ ಹರಡಿ ಒಣಗಲು ಬಿಡಿ, ಇದರಿಂದ ನಿಮ್ಮ ಹೊಲದಲ್ಲಿಯೇ ಉತ್ತಮವಾದ ಸಾವಯವ ಗೊಬ್ಬರ ತಯಾರಾಗುತ್ತದೆ. ಇದಕ್ಕಾಗಿ ವೇಸ್ಟ ಡಿ-ಕಂಪೊಸರ್ ಅನ್ನು ಕೂಡ ಬಳಕೆ ಮಾಡಬಹುದು. ರಟೂನ್ ಬೆಳೆಗೆ ಎರಡು ತಿಂಗಳಾಗಿದ್ದರೆ ನೀವು ಅದರ ಬುಡಕ್ಕೆ ಗೊಬ್ಬರವನ್ನು ಹಾಕಿದ್ದರೆ, ಅದಕ್ಕೆ 75 ಕೆಜಿ ಯೂರಿಯಾವನ್ನು ಬೇರುಗಳ ಬಳಿ ಎಕರೆಗೆ ಹಾಕಿ ಲಘು ನೀರಾವರಿ ಮಾಡಿ.. ಸ್ಮಾರ್ಟ ಅಗ್ರಿ ಕಾರ್ಯಕ್ರಮದ ಹೆಚ್ಚಿನ ಮಾಹಿತಿಗಾಗಿ 9205021814 ನ್ನು ಸಂಪರ್ಕಿಸಿ. ಈ ಸಂದೇಶವನ್ನು ಮತ್ತೆ ಪುನಃ ಕೇಳಲು 7065-00-5054 ನ್ನು ಸಂಪರ್ಕಿಸಿ. Kannada Karnataka 10-02-2023 10:00:00 SCHEDULED
10606 জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। • প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত কেৱল UPআৰু LOS বাগানত অব্যাহত ৰাখিব পাৰে। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা -২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 09-02-2023 08:03:00 SCHEDULED
10607 জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত , ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। • প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত কেৱল UPআৰু LOS বাগানত অব্যাহত ৰাখিব পাৰে। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা -২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 09-02-2023 08:01:00 SCHEDULED
10608 জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। • প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত কেৱল UPআৰু LOS বাগানত অব্যাহত ৰাখিব পাৰে। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা -২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-02-2023 08:00:00 SCHEDULED
10609 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১৬ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। • প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত কেৱল UPআৰু LOS বাগানত অব্যাহত ৰাখিব পাৰে। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা -২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 09-02-2023 08:00:00 SCHEDULED
10610 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৩-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৯-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। • প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত কেৱল UPআৰু LOS বাগানত অব্যাহত ৰাখিব পাৰে। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা -২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 09-02-2023 08:00:00 SCHEDULED