Message Schedule List : 11,861
S. No. Message Language Created By Date Time Status Action
10651 सोयाबीन में जल भराव से बचने के लिए पानी की उचित निकासी की व्यवस्था करें I अधिक नमी के कारण फ़सल में फफूंदीजनित रोगो का प्रकोप हो सकता है I सोयाबीन व अन्य फसलों के लिए खेत पर निगरानी रखें व कीट व रोगों के प्रबंधन के उपाय करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Marathi Rajasthan User 16-08-2022 11:35:00 SCHEDULED
10652 सोयाबीन में जल भराव से बचने के लिए पानी की उचित निकासी की व्यवस्था करें I अधिक नमी के कारण फ़सल में फफूंदीजनित रोगो का प्रकोप हो सकता है I सोयाबीन व अन्य फसलों के लिए खेत पर निगरानी रखें व कीट व रोगों के प्रबंधन के उपाय करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Marathi MP 16-08-2022 11:25:00 SCHEDULED
10653 प्रिय किसान साथियों, अगस्त माह के तीसरे सप्ताह में 15 से 21 तारीख तक लखीमपुर और हरदोई जिलों में तापमान में हलकी कमी आयेगीI इस दौरान न्यूनतम तापमान 27 डिग्री और अधिकतम तापमान 33 डिग्री सेंटीग्रेड तक रहेगाI वायुमंडल में नमी भी बढ़ कर 70 से 90 प्रतिशत तक होगीI 18 से 21 अगस्त के दौरान वर्षा की सम्भावना हैI पूर्व तथा दक्षिण दिशा से हवा के झोंके आ सकते हैं जिससे गन्ने के पेड़ों के गिरने की सम्भावना बनेगीI गन्ना गिरने से उसकी पैदावार में 15 से 20 प्रतिशत तक कमी आ सकती है जिससे किसानों की आमदनी घट सकती हैI इससे बचने के लिए गन्ने के पौधों पर मिट्टी चढाने और बंधाई का काम प्राथमिकता से करेंI यदि गन्ने के पौधों की लम्बाई अधिक हो गयी हो तो जरुरत के अनुसार पौधों की तीसरी या चौथी बंधाई भी करेंI इससे हवा चलने या बारिश होने की स्थिति में पौधे नहीं गिरेंगेI लाल सडन रोग के लक्षण अब स्पस्ट दिखायी देंगेंI रोग ग्रसित गन्नो को जड़ से उखाड़ कर खेत से बाहर जमीन के नीचे ३-४ फीट गड्ढा खोद कर दबा देंI उखाड़े गए स्थान पर प्रति एकड़ 4 किलो ट्राईकोडरमा को 100 लीटर पानी में घोलें तथा 4-5 कुंटल गोबर के खाद में मिलाकर छाये में सुखाएंI 48 घंटे बाद इस मिश्रण को लाल सडन रोग से प्रभावित गन्ने की लाइनों में डाल कर हल्का पानी लगायेंI बिमारियों के बढ़ते लक्षण को ध्यान में रख कर किसान साथी सावधानी बरतेंI पोक्का बोइंग में पत्तियौ में जड़ की तरफ पीले रंग के धब्बे दिखायी पड़ते हैं तथा पत्तियाँ सिकुड़ने लगती हैंI रोग की पहचान के बाद ७५० ग्राम मेन्कोजेब दवा को २५० लीटर पानी में घोल कर एक एकड़ की दर से खेतों में छिडकाव करेंI खेत का नियमित निरीक्षण करें पायरीला, ग्रास होपर, जैसे कीटो के साथ खर पतवार को नियंत्रित करते रहेंI खाली खेतों में हरी खाद के लिए सनई या ढैंचा की फसल लगायें यह अगली शरद कालीन गन्ने के लिए खाद का काम करेगीI बारिश की स्थिति को देखते हुए खेतों में पानी के निकास की समुचित व्यवस्था अवश्य कर लेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Marathi Uttar Pradesh 12-08-2022 08:05:00 SCHEDULED
10654 জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৫ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬ °চে.ৰ পৰা ২৭ ° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। জিলাখনৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা বতৰ কেন্দ্ৰৰ পৰা পোৱা বতৰা অনুযায়ী জুলাই মাহত গড়ে ৪১৫ মিলিমিটাৰ বৰষুণ হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । হেলোপেল্টিছ, থ্ৰিপচ বা ব্লাইটৰ দ্বাৰা আক্ৰমণ কৰা এনে এলেকাবোৰত Black প্লাকিং কৰা প্ৰয়োজন। ইয়াৰ ফলত কনী পৰা কুমলীয়া পাতবোৰো পাত তোলাৰ লগে লগে গছৰ টেবুলত নাথাকে। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলা ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব । • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। • বানপানী প্ৰৱণ অঞ্চলবোৰত কৃষকসকলে আগষ্ট মাহৰ মাজভাগৰ ভিতৰত বেঙেনা, কবি, ফুলকবি, ব্ৰকলি আদি বিভিন্ন শাক-পাচলিৰ বীজ সিঁচাৰ বাবে কাঠ বা থাৰ্মোকলৰ বাকচ ,পুলি ট্ৰে আদি ব্যৱহাৰ কৰিব পাৰে যাতে পুলিবোৰ সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 11-08-2022 08:00:00 SCHEDULED
10655 জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০ °চে.ৰ পৰা ৩৬ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৭ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। জিলাখনৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা বতৰ কেন্দ্ৰৰ পৰা পোৱা বতৰা অনুযায়ী জুলাই মাহত গড়ে ৩০০ মিলিমিটাৰ বৰষুণ হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । হেলোপেল্টিছ, থ্ৰিপচ বা ব্লাইটৰ দ্বাৰা আক্ৰমণ কৰা এনে এলেকাবোৰত Black প্লাকিং কৰা প্ৰয়োজন। ইয়াৰ ফলত কনী পৰা কুমলীয়া পাতবোৰো পাত তোলাৰ লগে লগে গছৰ টেবুলত নাথাকে। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলা ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব । • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। • বানপানী প্ৰৱণ অঞ্চলবোৰত কৃষকসকলে আগষ্ট মাহৰ মাজভাগৰ ভিতৰত বেঙেনা, কবি, ফুলকবি, ব্ৰকলি আদি বিভিন্ন শাক-পাচলিৰ বীজ সিঁচাৰ বাবে কাঠ বা থাৰ্মোকলৰ বাকচ ,পুলি ট্ৰে আদি ব্যৱহাৰ কৰিব পাৰে যাতে পুলিবোৰ সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 11-08-2022 08:00:00 SCHEDULED
10656 জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০ °চে.ৰ পৰা ৩৫ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৬ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। জিলাখনৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা বতৰ কেন্দ্ৰৰ পৰা পোৱা বতৰা অনুযায়ী জুলাই মাহত গড়ে ৪৭০ মিলিমিটাৰ বৰষুণ হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । হেলোপেল্টিছ, থ্ৰিপচ বা ব্লাইটৰ দ্বাৰা আক্ৰমণ কৰা এনে এলেকাবোৰত Black প্লাকিং কৰা প্ৰয়োজন। ইয়াৰ ফলত কনী পৰা কুমলীয়া পাতবোৰো পাত তোলাৰ লগে লগে গছৰ টেবুলত নাথাকে। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলা ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব । • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। • বানপানী প্ৰৱণ অঞ্চলবোৰত কৃষকসকলে আগষ্ট মাহৰ মাজভাগৰ ভিতৰত বেঙেনা, কবি, ফুলকবি, ব্ৰকলি আদি বিভিন্ন শাক-পাচলিৰ বীজ সিঁচাৰ বাবে কাঠ বা থাৰ্মোকলৰ বাকচ ,পুলি ট্ৰে আদি ব্যৱহাৰ কৰিব পাৰে যাতে পুলিবোৰ সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 11-08-2022 08:00:00 SCHEDULED
10657 জিলা: ওদালগুৰি (দাৰোগাচুবা) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত অহা সপ্তাহত অতি পাতলৰ পৰা পাতল বৰষুণ হোৱাৰ সম্ভাৱনাৰ সৈতে বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব। সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩১ °চে.ৰ পৰা ৩৬ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৭ °চে.ৰ পৰা ২৮ °চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। জুলাই মাহত মুঠ ৪২১ মি.মি বৰষুণ হৈছে। যোৱা সপ্তাহত ৮৩ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । হেলোপেল্টিছ, থ্ৰিপচ বা ব্লাইটৰ দ্বাৰা আক্ৰমণ কৰা এনে এলেকাবোৰত Black প্লাকিং কৰা প্ৰয়োজন। ইয়াৰ ফলত কনী পৰা কুমলীয়া পাতবোৰো পাত তোলাৰ লগে লগে গছৰ টেবুলত নাথাকে। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলা ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব । • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। • বানপানী প্ৰৱণ অঞ্চলবোৰত কৃষকসকলে আগষ্ট মাহৰ মাজভাগৰ ভিতৰত বেঙেনা, কবি, ফুলকবি, ব্ৰকলি আদি বিভিন্ন শাক-পাচলিৰ বীজ সিঁচাৰ বাবে কাঠ বা থাৰ্মোকলৰ বাকচ ,পুলি ট্ৰে আদি ব্যৱহাৰ কৰিব পাৰে যাতে পুলিবোৰ সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 11-08-2022 08:00:00 SCHEDULED
10658 জিলা: ওদালগুৰি (আমজুলি) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১০ পৰা ১৬ আগষ্টলৈ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩০° চে.ৰ পৰা ৩৪ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৬° চে.ৰ পৰা ২৭ ° চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। জুলাই মাহত মুঠ ৩১৬ মি.মি বৰষুণ হৈছে। যোৱা সপ্তাহত ৫২ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । হেলোপেল্টিছ, থ্ৰিপচ বা ব্লাইটৰ দ্বাৰা আক্ৰমণ কৰা এনে এলেকাবোৰত Black প্লাকিং কৰা প্ৰয়োজন। ইয়াৰ ফলত কনী পৰা কুমলীয়া পাতবোৰো পাত তোলাৰ লগে লগে গছৰ টেবুলত নাথাকে। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলা ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব । • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। • বানপানী প্ৰৱণ অঞ্চলবোৰত কৃষকসকলে আগষ্ট মাহৰ মাজভাগৰ ভিতৰত বেঙেনা, কবি, ফুলকবি, ব্ৰকলি আদি বিভিন্ন শাক-পাচলিৰ বীজ সিঁচাৰ বাবে কাঠ বা থাৰ্মোকলৰ বাকচ ,পুলি ট্ৰে আদি ব্যৱহাৰ কৰিব পাৰে যাতে পুলিবোৰ সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 11-08-2022 08:00:00 SCHEDULED
10659 జైనాద్ మండల రైతు సోదరులకు సూచన :: సోలిడరిడాడ్ వారి ఆధునిక ఆటోమేటెడ్ వాతావరన కేంద్ర సమాచారము మేరకు, గత వారం లో కురిసిన వాన 136.40 మిల్లీ మీటర్లు గా ఉంది. ఈ వారం సైతం వానలు కురిసే అవకాశం 38-87% గా ఉంది. అధిక వర్షాలు కురిసాయి కావున రైతు సోదరులు కాలువలు ఏర్పాటు చేసుకొని పంటచేరల్లో ఆగిన నీటిని వర్షాలు తగ్గిన వెంటనే తొలగించుకోవాలి. ఆకాశం మేఘావృతమై ఉండడం వల్ల తెగుళ్లు సోకే ప్రమాదం ఉంది కావున ఎక్కడైతే నీరు నిల్వ ఉండి ఆకులు ఎర్రబరాయో అట్లాంటి పంటచేలలో రైతు సోదరులు విధిగా 600 గ్రాములు కాపర్ ఆక్సి క్లోరైడ్ మరియు 20 గ్రాముల ప్లాంటమైసిన్ అనే మందును 200 లీటర్ల నీటిలో కలుపుకొని మొదలు తడిచేలా పిచికారి చేసుకోవాలి. అవసరమైనట్లయితే 19 .19. 19. నీటిలో కరిగే ఎరువులను మరియు అగ్రోమిన్ మాథ్స్ ఫార్ములా సిక్స్ వంటి ఎరువులను ఎకరానికి రెండు కేజీల చొప్పున 200 లీటర్ల నీటిలో కలుపుకొని పిచికారి చేసుకోవాలి ఇట్లు సాలిడేరిడాడ్ ఆసియా Marathi Telangana 10-08-2022 15:50:00 SCHEDULED
10660 उड़द एवं सोयाबीन की फसल में केवल अनुशंसित कीटनाशकों की अनुशंसित मात्रा को पर्याप्त पानी के साथ मिलाकर छिड़काव करें I कभी भी एक कीटनाशक का लगातार प्रयोग नहीं करना चाहिये I आवश्यकता पड़ने पर उसी तरह के स्वाभाव वाले अन्य कीटनाशक का प्रयोग करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Marathi Rajasthan User 09-08-2022 14:35:00 SCHEDULED