Message Schedule List : 12,244
S. No. Message Language Created By Date Time Status Action
10681 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের মাধ্যমে পূর্বাভাষ অনুসারে আগামী ১৩ই ডিসেম্বর অবধি আকাশ মুলত পরিষ্কার থাকবে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৪ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৮৫ % এবং ৩৫ % , বাতাসের গতিবেগ গড় ৩ থেকে ৮ কিমি প্রতি ঘণ্টায় এবং বৃষ্টি পাতের স্মভবনা নেই বলে অনুমান করা হচ্ছে । যে সব বাগানে এল পি করবেন এল পি করার ৪৮ ঘণ্টার মধ্যে ফাঙ্গিসাইড ব্যবহার করুন । কে সি ও বা খুলনি করার সময় কেবল মাত্র বাঞ্জি ডাল এবং ঝুল ডাল বের করে দিন ।এল পি কাটার সময় দক্ষিণ পশ্চিম প্রান্তে একটি ডাল ছেড়ে দিন । আনপ্রুন ,এল ও এস এবং এল এস বাগানে এম ও পি এবং ম্যাগনেসিয়াম সালফেট ১ কেজি করে ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর স্প্রে করে যান । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 08-12-2022 12:00:00 SCHEDULED
10682 জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ৮ৰ পৰা ১৪ ডিচেম্বৰলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে পাতলীয়া জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । স্প্ৰে কৰাৰ আগত গছৰ গুৰিবোৰ ফৰ্কিং (Forking) কৰিলে স্প্ৰে কাৰ্য্য অধিক কাৰ্যকৰী হয়। অন্যান্য শস্যৰ বাবে: • তিয়ঁহৰ বীজ সিঁচা উপযুক্ত সময় হৈছে নৱেম্বৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত। এবিঘা মাটিৰ বাবে ৩.৩ টন গোৱৰ বা পচন সাৰ, ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৩৭.৮ কি: গ্ৰা: চুপাৰ ফচফেট(SSP) আৰু ১৮.১ কি: গ্ৰা: পটাছ(MOP) সাৰৰ প্ৰয়োজন হয়। বিঘাই প্ৰতি অনুমোদিত সাৰৰ আধাভাগ ইউৰীয়া আৰু সম্পূর্ণ ভাগ চুপাৰ ফচফেট আৰু পটাছ সাৰ হাল বোৱাৰ সময়ত আৰু বাকী থকা আধা ভাগ ইউৰীয়া সাৰ পুলি গজি উঠাৰ ৩০ দিনৰ পিছত গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে। • বর্তমান অব্যাহত থকা শুকান বতৰৰ বাবে নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 08-12-2022 08:00:00 SCHEDULED
10683 জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত ৮ৰ পৰা ১৪ ডিচেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে পাতলীয়া জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । স্প্ৰে কৰাৰ আগত গছৰ গুৰিবোৰ ফৰ্কিং (Forking) কৰিলে স্প্ৰে কাৰ্য্য অধিক কাৰ্যকৰী হয়। অন্যান্য শস্যৰ বাবে: • তিয়ঁহৰ বীজ সিঁচা উপযুক্ত সময় হৈছে নৱেম্বৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত। এবিঘা মাটিৰ বাবে ৩.৩ টন গোৱৰ বা পচন সাৰ, ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৩৭.৮ কি: গ্ৰা: চুপাৰ ফচফেট(SSP) আৰু ১৮.১ কি: গ্ৰা: পটাছ(MOP) সাৰৰ প্ৰয়োজন হয়। বিঘাই প্ৰতি অনুমোদিত সাৰৰ আধাভাগ ইউৰীয়া আৰু সম্পূর্ণ ভাগ চুপাৰ ফচফেট আৰু পটাছ সাৰ হাল বোৱাৰ সময়ত আৰু বাকী থকা আধা ভাগ ইউৰীয়া সাৰ পুলি গজি উঠাৰ ৩০ দিনৰ পিছত গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে। • বর্তমান অব্যাহত থকা শুকান বতৰৰ বাবে নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 08-12-2022 08:00:00 SCHEDULED
10684 জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ৮ৰ পৰা ১৪ ডিচেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে পাতলীয়া জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । স্প্ৰে কৰাৰ আগত গছৰ গুৰিবোৰ ফৰ্কিং (Forking) কৰিলে স্প্ৰে কাৰ্য্য অধিক কাৰ্যকৰী হয়। অন্যান্য শস্যৰ বাবে: • তিয়ঁহৰ বীজ সিঁচা উপযুক্ত সময় হৈছে নৱেম্বৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত। এবিঘা মাটিৰ বাবে ৩.৩ টন গোৱৰ বা পচন সাৰ, ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৩৭.৮ কি: গ্ৰা: চুপাৰ ফচফেট(SSP) আৰু ১৮.১ কি: গ্ৰা: পটাছ(MOP) সাৰৰ প্ৰয়োজন হয়। বিঘাই প্ৰতি অনুমোদিত সাৰৰ আধাভাগ ইউৰীয়া আৰু সম্পূর্ণ ভাগ চুপাৰ ফচফেট আৰু পটাছ সাৰ হাল বোৱাৰ সময়ত আৰু বাকী থকা আধা ভাগ ইউৰীয়া সাৰ পুলি গজি উঠাৰ ৩০ দিনৰ পিছত গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে। • বর্তমান অব্যাহত থকা শুকান বতৰৰ বাবে নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ Assamese Assam 08-12-2022 08:00:00 SCHEDULED
10685 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৮ৰ পৰা ১৪ ডিচেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৪ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে পাতলীয়া জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । স্প্ৰে কৰাৰ আগত গছৰ গুৰিবোৰ ফৰ্কিং (Forking) কৰিলে স্প্ৰে কাৰ্য্য অধিক কাৰ্যকৰী হয়। অন্যান্য শস্যৰ বাবে: • তিয়ঁহৰ বীজ সিঁচা উপযুক্ত সময় হৈছে নৱেম্বৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত। এবিঘা মাটিৰ বাবে ৩.৩ টন গোৱৰ বা পচন সাৰ, ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৩৭.৮ কি: গ্ৰা: চুপাৰ ফচফেট(SSP) আৰু ১৮.১ কি: গ্ৰা: পটাছ(MOP) সাৰৰ প্ৰয়োজন হয়। বিঘাই প্ৰতি অনুমোদিত সাৰৰ আধাভাগ ইউৰীয়া আৰু সম্পূর্ণ ভাগ চুপাৰ ফচফেট আৰু পটাছ সাৰ হাল বোৱাৰ সময়ত আৰু বাকী থকা আধা ভাগ ইউৰীয়া সাৰ পুলি গজি উঠাৰ ৩০ দিনৰ পিছত গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে। • বর্তমান অব্যাহত থকা শুকান বতৰৰ বাবে নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 08-12-2022 08:00:00 SCHEDULED
10686 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৮ৰ পৰা ১৪ ডিচেম্বৰলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে পাতলীয়া জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । স্প্ৰে কৰাৰ আগত গছৰ গুৰিবোৰ ফৰ্কিং (Forking) কৰিলে স্প্ৰে কাৰ্য্য অধিক কাৰ্যকৰী হয়। অন্যান্য শস্যৰ বাবে: • তিয়ঁহৰ বীজ সিঁচা উপযুক্ত সময় হৈছে নৱেম্বৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত। এবিঘা মাটিৰ বাবে ৩.৩ টন গোৱৰ বা পচন সাৰ, ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৩৭.৮ কি: গ্ৰা: চুপাৰ ফচফেট(SSP) আৰু ১৮.১ কি: গ্ৰা: পটাছ(MOP) সাৰৰ প্ৰয়োজন হয়। বিঘাই প্ৰতি অনুমোদিত সাৰৰ আধাভাগ ইউৰীয়া আৰু সম্পূর্ণ ভাগ চুপাৰ ফচফেট আৰু পটাছ সাৰ হাল বোৱাৰ সময়ত আৰু বাকী থকা আধা ভাগ ইউৰীয়া সাৰ পুলি গজি উঠাৰ ৩০ দিনৰ পিছত গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে। • বর্তমান অব্যাহত থকা শুকান বতৰৰ বাবে নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 08-12-2022 08:00:00 SCHEDULED
10687 प्रिय किसान साथियों, आगामी 12 से 18 दिसंबर के दौरान शाहजहांपुर के वायुमंडलीय तापमान में गिरावट आयेगीI दिन का अधिकतम तापमान 22 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 10 डिग्री सेंटीग्रेड तक रहेगाI इस दौरान वायुमंडल में आर्द्रता 30 से 75 प्रतिशत तक रहेगी, सुबह के समय कोहरा छाने और धुंध रहने की संभावना हैI दिन के समय आसमान साफ रहेगा और वर्षा तथा पाला पड़ने की सम्भावना नहीं हैI इस समय काटे जाने वाले गन्नो का पूरा वजन लेने के लिए वातावरण में ओस को ध्यान में रखते हुए खेत में नमी की जाँच करते रहें, खेत को गीला न होनें देंI ध्यान रखें की सिंचाई के समय एक खेत का पानी दूसरे खेत में न जाये अन्यथा लाल सडन जैसे रोगों के दूसरे खेतों तक जाने की सम्भावना बढ़ जाएगी गन्ने की जड़ के पास से कटाई करेंI गन्ने की छिलाई के बाद सूखी पत्तियों को खेत में ही बिछा कर उसे सड़ायें जिससे खेत में ही कार्बनिक खाद तैयार होI इस काम के लिए वेस्ट डीकोम्पोसर का उपयोग किया जा सकता हैI गन्ना काटने के बाद पैडी और पैडी गन्ने को काटने के बाद लेडी अवश्य लें इससे लागत में 30 प्रतिशत तक कमी आती हैI पैडी या लेडी फसलों में गैप फिलिंग अवश्य करें जिससे गन्ने की पैदावार अधिक हो और लाभ को बढाया जा सकेI इस साल बोये गए शरद कालीन गन्ने में खर-पतवार नियंत्रण करते रहेंI गन्ने में फुटाव और निकलने वाले कल्लों को देखते हुए तो 50 किलोग्राम यूरिया प्रति एकड़ की दर से गन्ने के पौधों की जड़ों पर डाल कर हल्की मिट्टी चढ़ाएंI यदि कल्ले नहीं निकाल रहें हों तो 4-4 किलोग्राम अजेतोबैक्टर और पी एस बी को 5 कुंटल गोबर की खाद में मिला कर प्रति एकड़ की दर से उपयोग किया जा सकता हैI अंतः फसल के रूप में लिए जा रहे सरसों, तोरिया, लाही आदि फसलों में बुवाई के 30 दिन के बाद सिंचाई अवश्य करें जिससे फूल खिलने और दानों के बनने में मदद मिलेI इस मौसम में सरसों की अन्तः फसल में चैंपा (एफिड) का प्रकोप बढ़ता हैI इससे बचाव के लिए मेटासिड 100 मिली को 400 लीटर पानी में घोल कर प्रति एकड की दर से छिडकाव करेंI आलू की फसल में अब आलू बनने लगे हैंI ऐसे में 50 किलो यूरिया, 50 किलो डी.ए.पी. औ 25 किलो पोटाश को मिला कर प्रति एकड की दर से पौधों की जड़ों के पास डाल कर मिट्टी चढाने का काम अवश्य करेंI प्याज और लहसुन में खर- पतवार नियंत्रण करेंI इस समय चीनी मिल से निकलने वाली मैली का उपयोग अपने खेतों में अवश्य करें इससे मिट्टी में माइक्रो न्यूट्रीएंट की कमी पूरी होती हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 09-12-2022 08:15:00 SCHEDULED
10688 प्रिय किसान साथियों, आगामी 12 से 18 दिसंबर के दौरान लखीमपुर के वायुमंडलीय तापमान में गिरावट आयेगीI दिन का अधिकतम तापमान 22 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 10 डिग्री सेंटीग्रेड तक रहेगाI इस दौरान वायुमंडल में आर्द्रता 30 से 75 प्रतिशत तक रहेगी, सुबह के समय कोहरा छाने और धुंध रहने की संभावना हैI दिन के समय आसमान साफ रहेगा और वर्षा तथा पाला पड़ने की सम्भावना नहीं हैI इस समय काटे जाने वाले गन्नो का पूरा वजन लेने के लिए वातावरण में ओस को ध्यान में रखते हुए खेत में नमी की जाँच करते रहें, खेत को गीला न होनें देंI ध्यान रखें की सिंचाई के समय एक खेत का पानी दूसरे खेत में न जाये अन्यथा लाल सडन जैसे रोगों के दूसरे खेतों तक जाने की सम्भावना बढ़ जाएगी गन्ने की जड़ के पास से कटाई करेंI गन्ने की छिलाई के बाद सूखी पत्तियों को खेत में ही बिछा कर उसे सड़ायें जिससे खेत में ही कार्बनिक खाद तैयार होI इस काम के लिए वेस्ट डीकोम्पोसर का उपयोग किया जा सकता हैI गन्ना काटने के बाद पैडी और पैडी गन्ने को काटने के बाद लेडी अवश्य लें इससे लागत में 30 प्रतिशत तक कमी आती हैI पैडी या लेडी फसलों में गैप फिलिंग अवश्य करें जिससे गन्ने की पैदावार अधिक हो और लाभ को बढाया जा सकेI इस साल बोये गए शरद कालीन गन्ने में खर-पतवार नियंत्रण करते रहेंI गन्ने में फुटाव और निकलने वाले कल्लों को देखते हुए तो 50 किलोग्राम यूरिया प्रति एकड़ की दर से गन्ने के पौधों की जड़ों पर डाल कर हल्की मिट्टी चढ़ाएंI यदि कल्ले नहीं निकाल रहें हों तो 4-4 किलोग्राम अजेतोबैक्टर और पी एस बी को 5 कुंटल गोबर की खाद में मिला कर प्रति एकड़ की दर से उपयोग किया जा सकता हैI अंतः फसल के रूप में लिए जा रहे सरसों, तोरिया, लाही आदि फसलों में बुवाई के 30 दिन के बाद सिंचाई अवश्य करें जिससे फूल खिलने और दानों के बनने में मदद मिलेI इस मौसम में सरसों की अन्तः फसल में चैंपा (एफिड) का प्रकोप बढ़ता हैI इससे बचाव के लिए मेटासिड 100 मिली को 400 लीटर पानी में घोल कर प्रति एकड की दर से छिडकाव करेंI आलू की फसल में अब आलू बनने लगे हैंI ऐसे में 50 किलो यूरिया, 50 किलो डी.ए.पी. औ 25 किलो पोटाश को मिला कर प्रति एकड की दर से पौधों की जड़ों के पास डाल कर मिट्टी चढाने का काम अवश्य करेंI प्याज और लहसुन में खर- पतवार नियंत्रण करेंI इस समय चीनी मिल से निकलने वाली मैली का उपयोग अपने खेतों में अवश्य करें इससे मिट्टी में माइक्रो न्यूट्रीएंट की कमी पूरी होती हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 09-12-2022 08:02:00 SCHEDULED
10689 प्रिय किसान साथियों, आगामी 12 से 18 दिसंबर के दौरान हरदोई के वायुमंडलीय तापमान में गिरावट आयेगीI दिन का अधिकतम तापमान 22 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 10 डिग्री सेंटीग्रेड तक रहेगाI इस दौरान वायुमंडल में आर्द्रता 30 से 75 प्रतिशत तक रहेगी, सुबह के समय कोहरा छाने और धुंध रहने की संभावना हैI दिन के समय आसमान साफ रहेगा और वर्षा तथा पाला पड़ने की सम्भावना नहीं हैI इस समय काटे जाने वाले गन्नो का पूरा वजन लेने के लिए वातावरण में ओस को ध्यान में रखते हुए खेत में नमी की जाँच करते रहें, खेत को गीला न होनें देंI ध्यान रखें की सिंचाई के समय एक खेत का पानी दूसरे खेत में न जाये अन्यथा लाल सडन जैसे रोगों के दूसरे खेतों तक जाने की सम्भावना बढ़ जाएगी गन्ने की जड़ के पास से कटाई करेंI गन्ने की छिलाई के बाद सूखी पत्तियों को खेत में ही बिछा कर उसे सड़ायें जिससे खेत में ही कार्बनिक खाद तैयार होI इस काम के लिए वेस्ट डीकोम्पोसर का उपयोग किया जा सकता हैI गन्ना काटने के बाद पैडी और पैडी गन्ने को काटने के बाद लेडी अवश्य लें इससे लागत में 30 प्रतिशत तक कमी आती हैI पैडी या लेडी फसलों में गैप फिलिंग अवश्य करें जिससे गन्ने की पैदावार अधिक हो और लाभ को बढाया जा सकेI इस साल बोये गए शरद कालीन गन्ने में खर-पतवार नियंत्रण करते रहेंI गन्ने में फुटाव और निकलने वाले कल्लों को देखते हुए तो 50 किलोग्राम यूरिया प्रति एकड़ की दर से गन्ने के पौधों की जड़ों पर डाल कर हल्की मिट्टी चढ़ाएंI यदि कल्ले नहीं निकाल रहें हों तो 4-4 किलोग्राम अजेतोबैक्टर और पी एस बी को 5 कुंटल गोबर की खाद में मिला कर प्रति एकड़ की दर से उपयोग किया जा सकता हैI अंतः फसल के रूप में लिए जा रहे सरसों, तोरिया, लाही आदि फसलों में बुवाई के 30 दिन के बाद सिंचाई अवश्य करें जिससे फूल खिलने और दानों के बनने में मदद मिलेI इस मौसम में सरसों की अन्तः फसल में चैंपा (एफिड) का प्रकोप बढ़ता हैI इससे बचाव के लिए मेटासिड 100 मिली को 400 लीटर पानी में घोल कर प्रति एकड की दर से छिडकाव करेंI आलू की फसल में अब आलू बनने लगे हैंI ऐसे में 50 किलो यूरिया, 50 किलो डी.ए.पी. औ 25 किलो पोटाश को मिला कर प्रति एकड की दर से पौधों की जड़ों के पास डाल कर मिट्टी चढाने का काम अवश्य करेंI प्याज और लहसुन में खर- पतवार नियंत्रण करेंI इस समय चीनी मिल से निकलने वाली मैली का उपयोग अपने खेतों में अवश्य करें इससे मिट्टी में माइक्रो न्यूट्रीएंट की कमी पूरी होती हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 09-12-2022 08:30:00 SCHEDULED
10690 தேயிலை தோட்டத்தில் ஒவ்வொரு 2 மீட்டர் இடைவெளிக்கு (6 x 1.5 x 1 feet) (நீளம் x அகலம் X ஆழம்) என்ற கணக்கில் நீர்க்குழிகள் எடுப்பதின் மூலம் ஒவ்வொரு குழியின் மூலமும் 250 லிட்டர் தண்ணீரை சேகரிக்க முடியும். இது வறட்சி காலத்தில் தேயிலைக்கு உகந்ததாக இருக்கும். Tamil Tamil Nadu 08-12-2022 10:50:00 SCHEDULED