Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
10741 জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১২ৰ পৰা ১৮ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ১২ৰ পৰা ১৮ জানুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থকাৰ লগতে ১৪ আৰু ১৫ জানুৱাৰীত সামান্য পৰিমাণৰ বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৮-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 12-01-2023 08:00:00 SCHEDULED
10742 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১২ৰ পৰা ১৮ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১২ৰ পৰা ১৮ জানুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২২-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭৫% আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 12-01-2023 08:00:00 SCHEDULED
10743 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১২ৰ পৰা ১৮ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১২ৰ পৰা ১৮ জানুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 12-01-2023 08:00:00 SCHEDULED
10744 12/01/2023--Jharbaragila :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ১৭ তারিখ অবধি আকাশ পরিষ্কার থাকবে, আংশিক মেঘাচ্ছন্ন থাকতে পারে এবং বৃষ্টিপাতের সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ৯ ডিগ্রি সেন্টিগ্রেড থেকে ১২ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি দক্ষিণ পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ৩ থেকে ১০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । বাগানে সম্ভবত এল ও এস ,এবং এল এস কাটা চলছে, কাটার পর ট্রাইকোডামা অথবা কোপার অক্সিক্লোরাইড স্প্রে করে দিন ।এল পি করা বাগানে নতুন কুশিতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস স্প্রে করে দিন । কিছু বাগানে ছোট ছোট লুপার দেখা যাচ্ছে লুপার এই মুহুতে নিয়ন্ত্রন করার জন্য কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । এল পি করা বাগানের মাটির অম্লতা (পি এইচ ) ৪.৫ এর নীচে থাকলে ডলোমাইট ২৬৫ কেজী প্রতি বিঘাতে প্রয়োগ করুন । প্রয়োগ করার আগে হাল্কা কুপিয়ে নিন এবং ডলোমাইট প্রয়োগ করে হাল্কা সেচ দিন ।বাগানে নালা কাটা বা পরিষ্কার করার কাজ শুরু করে দিন । বাগানে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 12-01-2023 12:00:00 SCHEDULED
10745 12/01/2023--Jamaldha :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ১৭ তারিখ অবধি আকাশ মূলত পরিষ্কার থাকবে,আংশিক মেঘাচ্ছন্ন থাকতে পারে এবং বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ৯ ডিগ্রি সেন্টিগ্রেড থেকে ১১ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪৫ % , বাতাসের গতি উত্তর – পশ্চিম এবং দক্ষিণ পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ৪ থেকে ৯ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৫.৫ ডিগ্রি সেণ্টিগ্রেড থেকে ১৯.২ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১০.৩ শতাংশ এবং মাটির নীচের ৪০ সেমি এর আদ্রতা ১৩.৮ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগানে সম্ভবত এল ও এস ,এবং এল এস কাটা চলছে, কাটার পর ট্রাইকোডামা অথবা কোপার অক্সিক্লোরাইড স্প্রে করে দিন ।এল পি করা বাগানে নতুন কুশিতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস স্প্রে করে দিন । কিছু বাগানে ছোট ছোট লুপার দেখা যাচ্ছে লুপার এই মুহুতে নিয়ন্ত্রন করার জন্য কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । এল পি করা বাগানের মাটির অম্লতা (পি এইচ ) ৪.৫ এর নীচে থাকলে ডলোমাইট ২৬৫ কেজী প্রতি বিঘাতে প্রয়োগ করুন । প্রয়োগ করার আগে হাল্কা কুপিয়ে নিন এবং ডলোমাইট প্রয়োগ করে হাল্কা সেচ দিন ।বাগানে নালা কাটা বা পরিষ্কার করার কাজ শুরু করে দিন । বাগানে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 12-01-2023 12:00:00 SCHEDULED
10746 12/01/2023--Jaburapara :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ১৭ তারিখ অবধি আকাশ পরিষ্কার থাকবে, আংশিক মেঘাচ্ছন্ন থাকতে পারে এবং বৃষ্টিপাতের সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ৯ ডিগ্রি সেন্টিগ্রেড থেকে ১২ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি উত্তর – পশ্চিম এবং দক্ষিণ পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ৪ থেকে ১০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । বাগানে সম্ভবত এল ও এস ,এবং এল এস কাটা চলছে, কাটার পর ট্রাইকোডামা অথবা কোপার অক্সিক্লোরাইড স্প্রে করে দিন ।এল পি করা বাগানে নতুন কুশিতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস স্প্রে করে দিন । কিছু বাগানে ছোট ছোট লুপার দেখা যাচ্ছে লুপার এই মুহুতে নিয়ন্ত্রন করার জন্য কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । এল পি করা বাগানের মাটির অম্লতা (পি এইচ ) ৪.৫ এর নীচে থাকলে ডলোমাইট ২৬৫ কেজী প্রতি বিঘাতে প্রয়োগ করুন । প্রয়োগ করার আগে হাল্কা কুপিয়ে নিন এবং ডলোমাইট প্রয়োগ করে হাল্কা সেচ দিন ।বাগানে নালা কাটা বা পরিষ্কার করার কাজ শুরু করে দিন । বাগানে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 12-01-2023 12:00:00 SCHEDULED
10747 12/01/2023--Berubari :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ১৭ তারিখ অবধি আকাশ পরিষ্কার থাকবে,আংশিক মেঘাচ্ছন্ন থাকতে পারে এবং বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ৯ ডিগ্রি সেন্টিগ্রেড থেকে ১১ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৫০ % , বাতাসের গতি পশ্চিম এবং দক্ষিণ দিকে বইবে এবং গতিবেগ গড়ে ৪ থেকে ১০ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৫.৫ ডিগ্রি সেণ্টিগ্রেড থেকে ১৮.৬ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৩.৪ শতাংশ এবং মাটির নীচের ৪০ সেমি এর আদ্রতা ৪.৫ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগানে সম্ভবত এল ও এস ,এবং এল এস কাটা চলছে, কাটার পর ট্রাইকোডামা অথবা কোপার অক্সিক্লোরাইড স্প্রে করে দিন ।এল পি করা বাগানে নতুন কুশিতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস স্প্রে করে দিন । কিছু বাগানে ছোট ছোট লুপার দেখা যাচ্ছে লুপার এই মুহুতে নিয়ন্ত্রন করার জন্য কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । এল পি করা বাগানের মাটির অম্লতা (পি এইচ ) ৪.৫ এর নীচে থাকলে ডলোমাইট ২৬৫ কেজী প্রতি বিঘাতে প্রয়োগ করুন । প্রয়োগ করার আগে হাল্কা কুপিয়ে নিন এবং ডলোমাইট প্রয়োগ করে হাল্কা সেচ দিন ।বাগানে নালা কাটা বা পরিষ্কার করার কাজ শুরু করে দিন । বাগানে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 12-01-2023 12:00:00 SCHEDULED
10748 12/01/2023--Baikur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ১৭ তারিখ অবধি হাল্কা মেঘাছন্ন ও মূলত আকাশ পরিষ্কার থাকবে এবং বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ৯ ডিগ্রি সেন্টিগ্রেড থেকে ১১ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি দক্ষিণ থেকে পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ৩ থেকে ১০ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৫.৩ ডিগ্রি সেণ্টিগ্রেড থেকে ১৭.৪ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৫.৯ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগানে সম্ভবত এল ও এস ,এবং এল এস কাটা চলছে, কাটার পর ট্রাইকোডামা অথবা কোপার অক্সিক্লোরাইড স্প্রে করে দিন ।এল পি করা বাগানে নতুন কুশিতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস স্প্রে করে দিন । কিছু বাগানে ছোট ছোট লুপার দেখা যাচ্ছে লুপার এই মুহুতে নিয়ন্ত্রন করার জন্য কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । এল পি করা বাগানের মাটির অম্লতা (পি এইচ ) ৪.৫ এর নীচে থাকলে ডলোমাইট ২৬৫ কেজী প্রতি বিঘাতে প্রয়োগ করুন । প্রয়োগ করার আগে হাল্কা কুপিয়ে নিন এবং ডলোমাইট প্রয়োগ করে হাল্কা সেচ দিন ।বাগানে নালা কাটা বা পরিষ্কার করার কাজ শুরু করে দিন । বাগানে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 12-01-2023 12:00:00 SCHEDULED
10749 प्रिय किसान साथियों, आगामी 16 से 22 जनवरी के दौरान तापमान और गिरेगा तथा सर्दी और बढ़ेगीI दिन का अधिकतम तापमान 19 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 4 डिग्री सेंटीग्रेड तक रहेगाI वायुमंडल में आर्द्रता 50 से 85% तक रहेगीI इस समय पश्चिम दिशा से 4 से 15 किमी प्रति घंटे की रफ़्तार से शीतलहर चलेगीI सुबह और शाम के समय कोहरा छाने और धुंध रहने तथा पाला पड़ने की सम्भावना हैI ध्यान रहे कि बलुई दोमट मिट्टी में पाले का प्रभाव अधिक होता हैI सप्ताह के दौरान वर्षा की सम्भावना नहीं हैI खड़े गन्ने को पाला नुकसान पहुंचाता है फसल सूखने लगती है और गन्ने का वजन कम हो जाता हैI अतः खेतों में हल्की नमी बना कर रखेंI गन्ने के पौधों के बहुत पास धुँआ न करें इससे खेत में आग लगने की सम्भावना बढ़ेगीI गन्नो के खेत में कीट तथा बिमारियों के लक्षण दिखने पर उसका उपचार करेंI गन्ने की जड़ के पास से कटाई करें और गन्ने की छिलाई के बाद सूखी पत्तियों को खेत में ही बिछा कर उसे सड़ायेंI वेस्ट डीकोम्पोसर का उपयोग किया जा सकता हैI गन्ना काटने के बाद पैडी या लेडी फसलों में गैप फिलिंग करें जिससे पैदावार और लाभ को बढाया जा सकेI सरसों की अन्तः फसल के पकने तक और उसे पाले से बचाने के लिए हल्की सिंचाई करते रहेंI फसल को डाउनी मिल्ड्यू बीमारी से बचाने के लिए डायीएथीन एम् – 45 को 800 ग्राम प्रति एकड़ की दर से 400 लीटर पानी में घोल कर छिडकाव करेंI 10 दिन के अन्तराल पर दूसरी बार छिडकाव कर फसल को बीमारी से पूरी तरह बचाया जा सकता हैI गेंहू की फसल में रस्ट के लक्षण दिखाई देने पर तेबुक्युनाज़ोल 25 प्रतिशत दवा को 250 मिली प्रति एकड़ की दर से 250 लीटर पानी में मिला कर छिडकाव करेंI फसल यदि ३५ दिन से अधिक की हो गयी हो तो एक बार सिंचाई अवश्य करेंI प्याज और लहसुन और आलू के खेतों में नमी बना कर इन्हें भी पाले से बचाया जा सकता हैI जो खेत खाली हैं उनके मिट्टी की जाँच करायें और अगली फसल लेने के लिए खेत की बेहतर तयारी करेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 13-01-2023 08:05:00 SCHEDULED
10750 प्रिय किसान साथियों, आगामी 16 से 22 जनवरी के दौरान तापमान और गिरेगा तथा सर्दी और बढ़ेगीI दिन का अधिकतम तापमान 19 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 4 डिग्री सेंटीग्रेड तक रहेगाI वायुमंडल में आर्द्रता 50 से 85% तक रहेगीI इस समय पश्चिम दिशा से 4 से 15 किमी प्रति घंटे की रफ़्तार से शीतलहर चलेगीI सुबह और शाम के समय कोहरा छाने और धुंध रहने तथा पाला पड़ने की सम्भावना हैI ध्यान रहे कि बलुई दोमट मिट्टी में पाले का प्रभाव अधिक होता हैI सप्ताह के दौरान वर्षा की सम्भावना नहीं हैI खड़े गन्ने को पाला नुकसान पहुंचाता है फसल सूखने लगती है और गन्ने का वजन कम हो जाता हैI अतः खेतों में हल्की नमी बना कर रखेंI गन्ने के पौधों के बहुत पास धुँआ न करें इससे खेत में आग लगने की सम्भावना बढ़ेगीI गन्नो के खेत में कीट तथा बिमारियों के लक्षण दिखने पर उसका उपचार करेंI गन्ने की जड़ के पास से कटाई करें और गन्ने की छिलाई के बाद सूखी पत्तियों को खेत में ही बिछा कर उसे सड़ायेंI वेस्ट डीकोम्पोसर का उपयोग किया जा सकता हैI गन्ना काटने के बाद पैडी या लेडी फसलों में गैप फिलिंग करें जिससे पैदावार और लाभ को बढाया जा सकेI सरसों की अन्तः फसल के पकने तक और उसे पाले से बचाने के लिए हल्की सिंचाई करते रहेंI फसल को डाउनी मिल्ड्यू बीमारी से बचाने के लिए डायीएथीन एम् – 45 को 800 ग्राम प्रति एकड़ की दर से 400 लीटर पानी में घोल कर छिडकाव करेंI 10 दिन के अन्तराल पर दूसरी बार छिडकाव कर फसल को बीमारी से पूरी तरह बचाया जा सकता हैI गेंहू की फसल में रस्ट के लक्षण दिखाई देने पर तेबुक्युनाज़ोल 25 प्रतिशत दवा को 250 मिली प्रति एकड़ की दर से 250 लीटर पानी में मिला कर छिडकाव करेंI फसल यदि ३५ दिन से अधिक की हो गयी हो तो एक बार सिंचाई अवश्य करेंI प्याज और लहसुन और आलू के खेतों में नमी बना कर इन्हें भी पाले से बचाया जा सकता हैI जो खेत खाली हैं उनके मिट्टी की जाँच करायें और अगली फसल लेने के लिए खेत की बेहतर तयारी करेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 13-01-2023 08:04:00 SCHEDULED