Message Schedule List : 12,244
S. No. Message Language Created By Date Time Status Action
10751 सरसों में माहू कीट नाजुक पत्तों कलियों एवं फलियों का रस चूसते हैं कीट का प्रकोप ज्यादा होने पर इमिडाक्लोप्रिड अथवा थायमेथाक्सोम 50 से 60 ग्राम प्रति एकड़ की दर से 400 लीटर पानी में घोलकर छिड़काव करें I सरसों में डाउनी मिल्डयू रोग में पत्ते के निचले भाग पर मध्यम उजले रंग का पाउडरनुमा दाग दिखते हैं रोग की शुरुआत में मैनकोज़ेब 70% डब्ल्यू पी दवा का 2 ग्राम प्रति लीटर पानी की दर से 10 दिनों के अंतराल से दो-तीन बार छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Hindi Rajasthan User 22-11-2022 12:05:00 SCHEDULED
10752 गेहूँ का अधिक उत्पादन हेतु 6 सिचाई अनुसंशित है पहली सिंचाई 20 से 21 दिन बाद मुख्य जड़ बनते समय , दूसरी सिंचाई 40 से 45 दिन बाद कल्ले निकलते समय , तीसरी सिंचाई 60 से 65 दिन बाद तने में गाँठ पडते समय, चौथी सिंचाई 80 से 85 दिन बाद फूल आने की अवस्था में, पांचवी सिंचाई 100 से 105 दिन बाद दानो में दूध बनते समय एवं छटवी सिचाई 120 से 125 दिन बाद दाना सख्त होते समय करना चाहिऐ I पर्याप्त मात्रा में पानी उपलब्ध होने पर सभी अवस्थाओं मे सिंचाई करनी चाहिये I यदि पानी दो सिंचाइयों के लिये ही उपलब्ध होने पर पहली सिंचाई 20 से 21 दिन बाद मुख्य जड़ बनते समय दूसरी सिंचाई 80 से 85 दिन बाद फूल आने की अवस्था मे I यदि पानी तीन सिंचाइयों के लिये ही उपलब्ध होने पर पहली सिंचाई 20 से 21 दिन बाद मुख्य जड़ बनते समय, दूसरी सिंचाई 60 से 65 दिन बाद तने में गाँठ पडते समय एवं तीसरी सिंचाई 100 से १05दिन बाद दानो में दूध बनते समय कर अधिक उत्पादन प्राप्त कर सकते है Hindi MP 22-11-2022 11:20:00 SCHEDULED
10753 प्रिय किसान साथियों, आगामी 21 से 27 नवम्बर के दौरान हरदोई, लखीमपुर और शाहजहांपुर जिलो के वायुमंडलीय तापमान में और गिरावट आयेगीI दिन का अधिकतम तापमान 25 डिग्री सेंटीग्रेड तक तथा रात का न्यूनतम तापमान 12 डिग्री सेंटीग्रेड तक गिरने की सम्भावना हैI लेकिन पाला पड़ने की सम्भावना नहीं है और सप्ताह के दौरान आसमान साफ रहेगाI पिछले साल बोये गए गन्नो का पूरा वजन लेने के लिए वातावरण में ओस को ध्यान में रखते हुए खेत में नमी की जाँच करते रहें, खेत को गीला न होनें दें I गन्ने की जड़ के पास से कटाई करके गन्ने को मिल में ले जाएँI गन्ने की छिलाई के बाद सूखी पत्तियों को खेत में ही बिछा कर उसे सड़ायें जिससे खेत में ही कार्बनिक खाद तैयार होI इस काम के लिए वेस्ट डीकोम्पोसर का उपयोग किया जा सकता हैI पड़ी गन्ने के बाद लेडी अवश्य लें इससे लागत में कमी आयेगीI पैडी और लेडी फसलों में गैप फिलिंग अवश्य करें जिससे गन्ने के पैदावार बढ़ सकेI इस साल बोये गए शरद कालीन गन्ने की बुवाई को यदि 50 से 60 दिन हो गए है तो 50 किलोग्राम यूरिया प्रति एकड़ की दर से गोबर की खाद को मिला कर खूडों में डालें तथा हलकी सिंचाई करेंI इसके अतिरिक्त 4-4 किलोग्राम अजेतोबैक्टर और पी एस बी का भी प्रति एकड़ की दर से उपयोग किया जा सकता हैI जो किसान साथी गन्ने के साथ गेंहू की फसल लेना चाहते हैं वह एफ आई आर बी विधि से गेंहू की बुवाई करें तथा पहली सिंचाई पर गन्ने के पौध को लगायें I इसके लिए किसान साथियों को यह भी सलाह दी जाती है कि गन्ने की एस.टी.पी. विधि से नर्सरी लगायेंI नर्सरी के लिए बीज अगेती किस्म के गन्ने का ही लेंI अंतः फसल के रूप में लिए जा रहे आलू की फसल को ब्लाइट कंट्रोल से बचने के लिए एन्त्राकोल 70 डब्लू का 500 ग्राम प्रति एकड़ की दर से 200 ली पानी में घोल कर छिडकाव करेंI कट वार्म और एफिड के नियंत्रण के लिए इमिडा कलोरोफिड को 20 ग्राम प्रति एकड़ की दर से 200 ली पानी में घोल कर छिडकाव करेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 18-11-2022 08:02:00 SCHEDULED
10754 : 17/11/2022:--সোলিডারিডেড এবং ভোডাফোন আইডিয়ার পক্ষ থেকে জানাই চা চাষের কিছু পরামর্শ । টারমাইট প্রস্তাবিত বাগানে বাইফেন্থ্রিন দিয়ে ভালো করে গাছের গুড়ি সংলগ্ন মাটি ভিজিয়ে দিন । পরিকল্পিত এল পি বাগানে কলম করার আগে এম ও পি ২ কেজি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । যে সব শিশু গাছ আগামী জানুয়ারী মাসে এফ এফ পি হবে সে সব গাছে পাতা না তুলে বিশ্রাম দিন । প্রস্তাবিত আনপ্রুন ও এল ও এস বাগানে এম ও পি ১ কেজি এবং ম্যাগনেসিয়াম সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন ।হ্যালো পেল্টিস বা চা মশা দেখা দিলে এক রাউন্ড কুইনা্লফস ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । প্রয়োজন অনুযায়ী জল সেচ দিন। বাগানে কলমের নমুনার জন্য আমাদের সাথে যোগাযোগ করতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 17-11-2022 15:00:00 SCHEDULED
10755 জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে বন্ধাকবিৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে যিহেতু অহা সপ্তাহত বৰষুণ অহা সম্ভাৱনা নাই। বন্ধাকবিৰ কিছু জাত যেনে- Pusa Mukta, Pride of India, Drum Head আদি সংগ্ৰহ কৰিব পাৰে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 17-11-2022 08:00:00 SCHEDULED
10756 জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে বন্ধাকবিৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে যিহেতু অহা সপ্তাহত বৰষুণ অহা সম্ভাৱনা নাই। বন্ধাকবিৰ কিছু জাত যেনে- Pusa Mukta, Pride of India, Drum Head আদি সংগ্ৰহ কৰিব পাৰে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 17-11-2022 08:00:00 SCHEDULED
10757 জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে বন্ধাকবিৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে যিহেতু অহা সপ্তাহত বৰষুণ অহা সম্ভাৱনা নাই। বন্ধাকবিৰ কিছু জাত যেনে- Pusa Mukta, Pride of India, Drum Head আদি সংগ্ৰহ কৰিব পাৰে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ Assamese Assam 17-11-2022 08:00:00 SCHEDULED
10758 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে বন্ধাকবিৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে যিহেতু অহা সপ্তাহত বৰষুণ অহা সম্ভাৱনা নাই। বন্ধাকবিৰ কিছু জাত যেনে- Pusa Mukta, Pride of India, Drum Head আদি সংগ্ৰহ কৰিব পাৰে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 17-11-2022 08:00:00 SCHEDULED
10759 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে বন্ধাকবিৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে যিহেতু অহা সপ্তাহত বৰষুণ অহা সম্ভাৱনা নাই। বন্ধাকবিৰ কিছু জাত যেনে- Pusa Mukta, Pride of India, Drum Head আদি সংগ্ৰহ কৰিব পাৰে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 17-11-2022 08:00:00 SCHEDULED
10760 நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பான் (Wetting Agent) (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பான் உடன் 40 லிட்டர் தண்ணீருடன் கலந்து விசைதெளிப்பான் முலம் இருபுறமும் இருவரிசையும் கைத்தெளிப்பான் முலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். Tamil Tamil Nadu 17-11-2022 12:00:00 SCHEDULED