Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
10781 জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 05-01-2023 08:00:00 SCHEDULED
10782 জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৮-১১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 05-01-2023 08:00:00 SCHEDULED
10783 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১০-১২ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 05-01-2023 08:00:00 SCHEDULED
10784 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১১-১৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 05-01-2023 08:00:00 SCHEDULED
10785 आगामी सप्ताह में आसमान साफ रहने व रात के तापमान में तीव्र गिरावट के कारण पाले की आशंका बनी हुई है I इससे फसलों के विकास पर प्रतिकूल प्रभाव पड़ता है इससे बचने के लिए सल्फर युक्त रसायन जैसे डाई मिथाइल सल्फो ऑक्साइड का 0.2 % अथवा 0.1 % थायो यूरिया का प्रयोग लाभकारी होता है I इसके साथ साथ पाला पड़ने की संभावना के पूर्व हलकी सिंचाई करने से या रात में कचरा/फसल अवशेष/खरपतवार जलाकर धुआँ करने व पलवार बिछाने से भी पाले का दुष्प्रभाव कम होता है I सभी किसान भाइयो को आने वाले नववर्ष 2023 की शुभकामनाये सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Hindi MP 03-01-2023 17:15:00 SCHEDULED
10786 VIF – Adilabad-Bela- ఆదిలాబాద్-బేల- హలో తోటి రైతులకు... Solidaridad మరియు Vodafone Idea Foundation యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 15 నుంచి 20 డిగ్రీల సెల్సియస్‌, గరిష్ట ఉష్ణోగ్రత 28 నుంచి 30 డిగ్రీల సెల్సియస్‌గా ఉండి ఆకాశం మేఘావృతమై ఉండే అవకాశం ఉందని ఆదిలాబాద్‌లోని బేల మండలం ఆటోమేటెడ్ వాతావరణ కేంద్రం వెల్లడించింది. రైతులకు సూచనలు రైతు ఉత్పత్తి చేసే పత్తికి సరైన ప్రతిఫలం పొందాలంటే పత్తి నాణ్యతను కాపాడుకోవడం ముఖ్యం.పత్తి రంగు, పత్తి పరిమాణం, నారు పొడవు, శుభ్రత, వ్యర్థాలు వంటి అంశాలను పరిగణనలోకి తీసుకుని పత్తి నాణ్యతను నిర్ణయిస్తారు. , పత్తిలో ఎండిన ఆకుల పరిమాణం, తేమ పరిమాణం, కావడి అంటే పాక్షికంగా వికసించిన పత్తి మొదలైనవి. అలాగే, విక్రయించబడిన పత్తి నుండి ఫైబర్‌లను ఒక నిర్దిష్ట స్థాయికి మానవీయంగా లాగడం ద్వారా ఫైబర్ బలం నిర్ణయించబడుతుంది. ఫైబర్ పొడవు ఎంతగానో ఫైబర్ బలం కూడా నొక్కి చెప్పబడుతుంది. ఫైబర్ పొడవు ప్రకారం బలం నిష్పత్తిని సన్నగా, మధ్యస్థంగా మరియు తక్కువగా నిర్ణయించడం ద్వారా పత్తిని పరిపక్వం మరియు అపరిపక్వమైనదిగా వర్గీకరించారు. హర్బరా పంటకు నీటిపారుదల ప్రణాళిక - పొడి భూములలో తేమ చాలా తక్కువగా ఉంటుంది మరియు వీలైతే ఒకసారి నీరు త్రాగుట చేయాలి. హార్టికల్చర్ ఏరియాలో ప్రతిసారీ 7 నుంచి 8 సెంటీమీటర్ల నీరు ఇవ్వాలి. ఎక్కువ నీరు ఇస్తే పంట ఎండిపోయే ప్రమాదం ఉంది. పువ్వు వచ్చినప్పుడు మూలికలకు నీరు పెట్టండి. నాఫ్తాలిక్ ఎసిటిక్ యాసిడ్ లేదా రెండు శాతం యూరియాను మితంగా పిచికారీ చేయడం వల్ల ఆకుమచ్చ తెగులును నివారించవచ్చు. ధన్యవాదాలు! Telugu Telangana 04-01-2023 08:30:00 SCHEDULED
10787 VIF- Adilabad-Jainad- జైనాద్ - హలో తోటి రైతులకు... Solidaridad మరియు Vodafone Idea Foundation యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఆదిలాబాద్‌లోని జైనద్ మండలం ఆటోమేటిక్ వాతావరణ కేంద్రం తెలిపిన వివరాల ప్రకారం.. ఈ వారంలో కనిష్ట ఉష్ణోగ్రత 14 నుంచి 21 డిగ్రీల సెల్సియస్‌, గరిష్ట ఉష్ణోగ్రత 27 నుంచి 30 డిగ్రీల సెల్సియస్‌గా ఉండే అవకాశం ఉందని వాతావరణ సూచన. రైతులకు సలహా - ఉత్పత్తి చేసిన పత్తికి సరైన వేతనం పొందడానికి పత్తి నాణ్యతను కాపాడుకోవడం చాలా ముఖ్యం. అలాగే, విక్రయించబడిన పత్తి నుండి ఫైబర్‌లను ఒక నిర్దిష్ట స్థాయికి మానవీయంగా లాగడం ద్వారా ఫైబర్ బలం నిర్ణయించబడుతుంది. ఫైబర్ పొడవు ఎంతగానో ఫైబర్ బలం కూడా నొక్కి చెప్పబడుతుంది. ఫైబర్ పొడవు ప్రకారం బలం నిష్పత్తిని సన్నగా, మధ్యస్థంగా మరియు తక్కువగా నిర్ణయించడం ద్వారా పత్తిని పరిపక్వం మరియు అపరిపక్వమైనదిగా వర్గీకరించారు. హర్బరా పంటకు నీటిపారుదల ప్రణాళిక - పొడి భూములలో తేమ చాలా తక్కువగా ఉంటుంది మరియు వీలైతే ఒకసారి నీరు త్రాగుట చేయాలి. హార్టికల్చర్ ఏరియాలో ప్రతిసారీ 7 నుంచి 8 సెంటీమీటర్ల నీరు ఇవ్వాలి. ఎక్కువ నీరు ఇస్తే పంట ఎండిపోయే ప్రమాదం ఉంది. పువ్వు వచ్చినప్పుడు మూలికలకు నీరు పెట్టండి. నాఫ్తాలిక్ ఎసిటిక్ యాసిడ్ లేదా రెండు శాతం యూరియాను మితంగా పిచికారీ చేయడం వల్ల ఆకుమచ్చ తెగులును నివారించవచ్చు. ధన్యవాదాలు! Telugu Telangana 04-01-2023 08:30:00 SCHEDULED
10788 आगामी सप्ताह में रात के तापमान में तीव्र गिरावट के कारण पाले की आशंका बनी हुई है I इससे फसलों के विकास पर प्रतिकूल प्रभाव पड़ता है इससे बचने के लिए सल्फर युक्त रसायन जैसे डाई मिथाइल सल्फो ऑक्साइड का 0.2 % अथवा 0.1 % थायो यूरिया का प्रयोग लाभकारी होता है I इसके साथ साथ पाला पड़ने की संभावना के पूर्व हलकी सिंचाई करने से या रात में कचरा/फसल अवशेष/खरपतवार जलाकर धुआँ करने व पलवार बिछाने से भी पाले का दुष्प्रभाव कम होता है I सिंचित गेहूँ की फसल को बोवनी के समय के हिसाब से 40-45 दिन (कल्ले फूटने से समय) और 60-65 दिन (तने में गाँठ पड़ते समय) बाद सिंचाई अवश्य दें I ऐसा करने से वातावरण के तापक्रम में भी अधिक कमी आने से भी फसल को नुकसान नहीं होगा I सभी किसान भाइयो को आने वाले नववर्ष 2023 की शुभकामनाये सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Hindi Rajasthan User 03-01-2023 16:45:00 SCHEDULED
10789 Parbhani (3) नमस्कार शेतकरी बंधूंनो...परभणी तालुक्यातील पिंगळी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 14 ते 21 अंश तर कमाल 29 ते 30 अंश सेल्सियस एवढे राहील. शेतकऱ्यांसाठी सूचना- शेतकऱ्यास उत्पादीत केलेल्या कापसाला योग्य मोबदला मिळाण्यासाठी कापसाचा दर्जा राखणे महत्वाचे ठरते.कापसाचा रंग, रुईचेप्रमाण, तंतूची लांबी, स्वच्छता, काडीकचरा, कापसात वाळलेल्या पानांचे प्रमाण, ओलाव्याचे प्रमाण, कवडी म्हणजे अर्धवट उमलेला कापूस इत्यादी बाबी विचारात घेऊन कापसाचा दर्जा ठरविला जातो. तसेच विक्रीस आणलेल्या कापसामधून हाताने त्यातील तंतूंना विशिष्ट पातळीपर्यंत ओढून तंतूची ताकत ठरविली जाते. तंतूच्या लांबी प्रमाणे तंतूच्या ताकतीवर भर देण्यात येतो. उत्तम, मध्यम व कमी अश्या प्रकारे तंतुचे लांबीप्रमाणे ताकदीचे प्रमाण ठरवून कापसातील परिपक्व आणि अपरिपक्व अशी प्रतवारी ठरवीली जाते. हरबरा पिकाचे पाणि नियोजन- कोरडवाहु क्षेत्रात ओल खूपच कमी प्रमाणात असेल आणि एक पाणी देणे शक्य असल्यास द्यावे. बागायत क्षेत्रात प्रत्येक वेळी 7 ते 8 सेंटीमीटर एवढे पाणी द्यावे. जास्त पाणी दिल्यास पिक उधळण्याचा धोका असतो. हरबरा पिक फूलोर्‍यावर येतांना पाणी द्यावे. फूलगळ रोखण्यास नॅप्थॅलीक अॅसेटीक अॅसीडची किंवा दोन टक्के युरियाची प्रमाणशीर फवारणी फायदेशिर ठरेल. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Marathi MH 04-01-2023 08:30:00 SCHEDULED
10790 Nanded (3)- नमस्कार शेतकरी बंधूंनो...किनवट तालुक्यातील लोणी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 14 ते 21 अंश तर कमाल 28 ते 29 अंश सेल्सियस एवढे राहील.शेतकऱ्यांसाठी सूचना- शेतकऱ्यास उत्पादीत केलेल्या कापसाला योग्य मोबदला मिळाण्यासाठी कापसाचा दर्जा राखणे महत्वाचे ठरते.कापसाचा रंग, रुईचेप्रमाण, तंतूची लांबी, स्वच्छता, काडीकचरा, कापसात वाळलेल्या पानांचे प्रमाण, ओलाव्याचे प्रमाण, कवडी म्हणजे अर्धवट उमलेला कापूस इत्यादी बाबी विचारात घेऊन कापसाचा दर्जा ठरविला जातो. तसेच विक्रीस आणलेल्या कापसामधून हाताने त्यातील तंतूंना विशिष्ट पातळीपर्यंत ओढून तंतूची ताकत ठरविली जाते. तंतूच्या लांबी प्रमाणे तंतूच्या ताकतीवर भर देण्यात येतो. उत्तम, मध्यम व कमी अश्या प्रकारे तंतुचे लांबीप्रमाणे ताकदीचे प्रमाण ठरवून कापसातील परिपक्व आणि अपरिपक्व अशी प्रतवारी ठरवीली जाते. हरबरा पिकाचे पाणि नियोजन- कोरडवाहु क्षेत्रात ओल खूपच कमी प्रमाणात असेल आणि एक पाणी देणे शक्य असल्यास द्यावे. बागायत क्षेत्रात प्रत्येक वेळी 7 ते 8 सेंटीमीटर एवढे पाणी द्यावे. जास्त पाणी दिल्यास पिक उधळण्याचा धोका असतो. हरबरा पिक फूलोर्‍यावर येतांना पाणी द्यावे. फूलगळ रोखण्यास नॅप्थॅलीक अॅसेटीक अॅसीडची किंवा दोन टक्के युरियाची प्रमाणशीर फवारणी फायदेशिर ठरेल. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Marathi MH 04-01-2023 08:30:00 SCHEDULED