Message Schedule List : 12,467
| S. No. | Message | Language | Created By | Date | Time | Status | Action |
|---|---|---|---|---|---|---|---|
| 10841 | 22/12/2022--Berubari :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ২৭ শে ডিসেম্বর অবধি আকাশ হাল্কা মেঘাচ্ছন্ন থাকবে এবং মূলত পরিষ্কার থাকবে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৫ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি উত্তর থেকে পূর্ব দিকে হবে এবং গতিবেগ গড়ে ২ থেকে ৮ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমারা ১৮.৯ ডিগ্রি সেণ্টিগ্রেড থেকে ২০.৭ ডিগ্রি সেণ্টগ্রেড এবং বৃষ্টি পাতের স্মভবনা নেই বলে অনুমান করা হচ্ছে । বাগানে এল পি , ডি এস ,এবং এম এস এই মাসের মধ্যে শেষ করে দিন । কাটার ৪৮ ঘণ্টার মধ্যে ফাঙ্গিসাইড স্প্রে করে দিন ।এল পি করা বাগানে কে সি ও বা খুলনি হওয়ার পর অ্যালকালাইন ওয়াশ করে দিন ।এল ও এস ,ও এল এস করার ট্রাইকোডামা অথবা কোপার অক্সিক্লোরাইড স্প্রে করে দিন । মাটিতে ১২ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিন মাটি পরীক্ষা করার জন্য মাটি বাগানের বিভিন্ন জায়গা থেকে সংগ্রহ করে পরীক্ষার জন্য পাঠিয়ে দিন । মাটির অম্লতা কম থাকলে (পি এইচ ) ৪.৫ এর নিচে থাকলে ডলমাইট অথবা চুন ব্যবহার করুন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | Bengali | West Bengal | 22-12-2022 | 12:00:00 | SCHEDULED |
|
| 10842 | 22/12/2022--Baukur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ২৭ শে ডিসেম্বর অবধি আকাশ হাল্কা মেঘাচ্ছন্ন থাকবে এবং মূলত পরিষ্কার থাকবে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৫ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি উত্তর থেকে পূর্ব দিকে হবে এবং গতিবেগ গড়ে ৩ থেকে ৬ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমারা ১৮.৬ ডিগ্রি সেণ্টিগ্রেড থেকে ২০ ডিগ্রি সেণ্টগ্রেড এবং বৃষ্টি পাতের স্মভবনা নেই বলে অনুমান করা হচ্ছে । বাগানে এল পি , ডি এস ,এবং এম এস এই মাসের মধ্যে শেষ করে দিন । কাটার ৪৮ ঘণ্টার মধ্যে ফাঙ্গিসাইড স্প্রে করে দিন ।এল পি করা বাগানে কে সি ও বা খুলনি হওয়ার পর অ্যালকালাইন ওয়াশ করে দিন ।এল ও এস ,ও এল এস করার ট্রাইকোডামা অথবা কোপার অক্সিক্লোরাইড স্প্রে করে দিন । মাটিতে ১২ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিন মাটি পরীক্ষা করার জন্য মাটি বাগানের বিভিন্ন জায়গা থেকে সংগ্রহ করে পরীক্ষার জন্য পাঠিয়ে দিন । মাটির অম্লতা কম থাকলে (পি এইচ ) ৪.৫ এর নিচে থাকলে ডলমাইট অথবা চুন ব্যবহার করুন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | Bengali | West Bengal | 22-12-2022 | 12:00:00 | SCHEDULED |
|
| 10843 | பொதுவாக டிசம்பர் மாதத்தில் நீலகிரி மாவட்டத்தில் கடும் உறைபனி காணப்படும். இந்த சமயத்தில் மகசூல் இழப்பானது மிக அதிகமாக ஏற்படும். இதை கட்டுப்படுத்த தேயிலை செடியின் மேற்பரப்பை பரணி என்ற செடி வகையை கொண்டு மூடுவதினால் தேயிலை செடியை ஓரளவிற்கு பனி பொழிவிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம் | Tamil | Tamil Nadu | 22-12-2022 | 10:30:00 | SCHEDULED |
|
| 10844 | இந்த மாதத்தில் மட்டத்திற்கு இலை எடுக்கலாம், இவ்வாறு இலை எடுக்கும் போது வஞ்சிகளை அகற்றி விடுதல் அவசியமாகும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம் | Tamil | Tamil Nadu | 22-12-2022 | 10:15:00 | SCHEDULED |
|
| 10845 | জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থাকিব আৰু ২৭ ডিচেম্বৰত অতি পাতলীয়া বৰষুণ অহা সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব । অন্যান্য শস্যৰ বাবে: • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assamese | Assam | 22-12-2022 | 08:00:00 | SCHEDULED |
|
| 10846 | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত ২২ৰ পৰা ২৪ ডিচেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব আৰু বৰষুণ অহা সম্ভাৱনা নাই। ২৫ৰ পৰা ২৭ ডিচেম্বৰলৈ বতৰ আংশিকভাৱে ভাবে ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়া বৰষুণ অহা সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব । অন্যান্য শস্যৰ বাবে: • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assamese | Assam | 22-12-2022 | 08:00:00 | SCHEDULED |
|
| 10847 | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ২২ৰ পৰা ২৪ ডিচেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব আৰু বৰষুণ অহা সম্ভাৱনা নাই। ২৫ৰ পৰা ২৭ ডিচেম্বৰলৈ বতৰ আংশিকভাৱে ভাবে ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়া বৰষুণ অহা সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ১৯-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব । অন্যান্য শস্যৰ বাবে: • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assamese | Assam | 22-12-2022 | 08:00:00 | SCHEDULED |
|
| 10848 | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব । অন্যান্য শস্যৰ বাবে: • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assamese | Assam | 22-12-2022 | 08:00:00 | SCHEDULED |
|
| 10849 | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব । অন্যান্য শস্যৰ বাবে: • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assamese | Assam | 22-12-2022 | 08:00:00 | SCHEDULED |
|
| 10850 | ଚାଷୀଙ୍କୁ କ୍ଷେତରେ ଧାନ ନଡ଼ା ନ ଜଳେଇବାକୁ ପରାମର୍ଶ ଦିଆଯାଇଛି। ଏଥି ପାଇଁ ଆପଣଙ୍କ କ୍ଷେତରେ ଧାନ ଅମଳ କରିବା ପରେ ଡିକମ୍ପୋଜର ବ୍ୟବହାର କରନ୍ତୁ | ଵସ୍ତୁ ଡିକୋମ୍ପୋଜର ବ୍ୟବହାର କରି ନଡା ସମସ୍ୟାର ମୁକାବିଲା କରିବାକୁ ପରାମର୍ଶ ଦିଆଯାଇଛି | ଏହି ନଡା ବର୍ଜ୍ୟବସ୍ତୁର ସମାଧାନ କରିବାକୁ ପ୍ରଥମେ 200 ଲିଟର ଡ୍ରମ୍ କିମ୍ବା ଟ୍ୟାଙ୍କ ନିଅନ୍ତୁ | ଏହାକୁ ପାଣିରେ ଭରନ୍ତୁ, ତା’ପରେ ସେଥିରେ 2 କିଲୋଗ୍ରାମ ଗୁଡ ପକାଇ ଭଲ ଭାବରେ ମିଶାନ୍ତୁ | ସେହିଥିରେ ବେସ୍ତ ଡିକମ୍ପୋଜରର ବାକ୍ସ ଖୋଲନ୍ତୁ ଏବଂ ଏହାକୁ ପାଣି ଟାଙ୍କିରେ ଢାଳି ଦିଅନ୍ତୁ | ମନେରଖନ୍ତୁ ଯେ ଏହାକୁ କାଠରେ ବା ବାଉଁଶ ବ୍ୟବହାର କରି ମିଶ୍ରଣକୁ ମିଶାନ୍ତୁ କିନ୍ତୁ ଖାଲି ହାତ ବ୍ୟବହାର କରନ୍ତୁ ନାହିଁ | | Odia | Orissa | 21-12-2022 | 12:20:00 | SCHEDULED |
|