Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
10881 জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ১৫ৰ পৰা ২১ ডিচেম্বৰলৈ বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হ’ব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে । • বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ বাবে পাতলীয়া জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে। অন্যান্য শস্যৰ বাবে: • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। • শাক-পাচলী খেতিত শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব লাগে। ই মাটিৰ আৰ্দ্ৰতা সংৰক্ষণ আৰু অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ সহায় কৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 15-12-2022 08:00:00 SCHEDULED
10882 தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 10 லிட்டர் தண்ணீருக்கு 50 மி லிட்டர் கிளைசல் + 50 கிராம் கயோலின் பவுடர் + 10 மி லிட்டர் நனைப்பான் (இது இன்ட்ரான் மற்றும் டிரைடான் என்ற வியாபார பெயால் கிடைக்கிறது) சேர்த்து தெளித்து கட்டுப்படுத்தலாம். 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம் Tamil Tamil Nadu 15-12-2022 10:00:00 SCHEDULED
10883 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৫ৰ পৰা ২১ ডিচেম্বৰলৈ বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ অহা সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৬ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হ’ব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে । • বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ বাবে পাতলীয়া জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে। অন্যান্য শস্যৰ বাবে: • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। • শাক-পাচলী খেতিত শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব লাগে। ই মাটিৰ আৰ্দ্ৰতা সংৰক্ষণ আৰু অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ সহায় কৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 15-12-2022 08:00:00 SCHEDULED
10884 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৫ৰ পৰা ২১ ডিচেম্বৰলৈ বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ অহা সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হ’ব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে । • বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ বাবে পাতলীয়া জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে। অন্যান্য শস্যৰ বাবে: • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। • শাক-পাচলী খেতিত শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব লাগে। ই মাটিৰ আৰ্দ্ৰতা সংৰক্ষণ আৰু অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ সহায় কৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 15-12-2022 08:00:00 SCHEDULED
10885 రైతులకు నమస్కారం... Solidaridad మరియు Vodafone Idea ఫౌండేషన్ ద్వారా స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 16 నుంచి 21 డిగ్రీల సెల్సియస్‌, గరిష్ట ఉష్ణోగ్రత 26 నుంచి 31 డిగ్రీల సెల్సియస్‌గా ఉండే అవకాశం ఉందని ఆదిలాబాద్‌లోని బేల మండల ఆటోమేటెడ్ వాతావరణ కేంద్రం వాతావరణ సూచన. నష్టంపై రైతులు అప్రమత్తంగా ఉండాలి:- మేఘావృతమైన వాతావరణం ఒక్కసారిగా మారడం వల్ల పత్తి, తురుము వంటి పంటలపై గొంగళి పురుగులు పడే అవకాశం ఉంది. దీనికి నివారణగా ముందుగా 1500 పీపీఎం అజాడైరెక్టిన్‌ను నిర్ణీత మోతాదులో పిచికారీ చేయాలి. పప్పుధాన్యపు తొలుచు పురుగు నివారణకు ఎండ తీవ్రత తక్కువగా ఉన్నప్పుడు ఉదయం లేదా సాయంత్రం హెచ్‌ఎన్‌పివిని పిచికారీ చేయాలి. పంటల మధ్య వీలైనన్ని ఎక్కువ బర్డ్ స్టాప్‌లను ఉంచండి. ట్రైకోగ్రామా చిలోనిస్ అనేది పత్తి కాయతొలుచు పురుగును నియంత్రించడానికి ఒక గుడ్డు పరాన్నజీవి మరియు జీవ నియంత్రణ ఏజెంట్. ఇది బోల్‌వార్మ్‌లకు వ్యతిరేకంగా ప్రభావవంతంగా ఉంటుంది. అలాగే ఇరవై రెండు రోజుల తర్వాత ఫెరోమోన్ ట్రాప్‌లోని పాత మాత్ర స్థానంలో కొత్త మాత్ర వేయాలి. మినుము పంటలో డైబ్యాక్ నివారణకు ట్రైకోడెర్మా విరిడిని తవ్వాలి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telugu Telangana 14-12-2022 08:00:00 SCHEDULED
10886 రైతులకు నమస్కారం... Solidaridad మరియు Vodafone Idea ఫౌండేషన్ ద్వారా స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 16 నుంచి 21 డిగ్రీల సెల్సియస్‌, గరిష్ట ఉష్ణోగ్రత 26 నుంచి 31 డిగ్రీల సెల్సియస్‌గా ఉండే అవకాశం ఉందని ఆదిలాబాద్‌లోని జైనద్ మండల ఆటోమేటెడ్ వాతావరణ కేంద్రం వాతావరణ సూచన. నష్టంపై రైతులు అప్రమత్తంగా ఉండాలి:- మేఘావృతమైన వాతావరణం ఒక్కసారిగా మారడం వల్ల పత్తి, తురుము వంటి పంటలపై గొంగళి పురుగులు పడే అవకాశం ఉంది. దీనికి నివారణగా ముందుగా 1500 పీపీఎం అజాడైరెక్టిన్‌ను నిర్ణీత మోతాదులో పిచికారీ చేయాలి. పప్పుధాన్యపు తొలుచు పురుగు నివారణకు ఎండ తీవ్రత తక్కువగా ఉన్నప్పుడు ఉదయం లేదా సాయంత్రం హెచ్‌ఎన్‌పివిని పిచికారీ చేయాలి. పంటల మధ్య వీలైనన్ని ఎక్కువ బర్డ్ స్టాప్‌లను ఉంచండి. ట్రైకోగ్రామా చిలోనిస్ అనేది పత్తి కాయతొలుచు పురుగును నియంత్రించడానికి ఒక గుడ్డు పరాన్నజీవి మరియు జీవ నియంత్రణ ఏజెంట్. ఇది బోల్‌వార్మ్‌లకు వ్యతిరేకంగా ప్రభావవంతంగా ఉంటుంది. అలాగే ఇరవై రెండు రోజుల తర్వాత ఫెరోమోన్ ట్రాప్‌లోని పాత మాత్ర స్థానంలో కొత్త మాత్ర వేయాలి. మినుము పంటలో డైబ్యాక్ నివారణకు ట్రైకోడెర్మా విరిడిని తవ్వాలి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telugu Telangana 14-12-2022 08:00:00 SCHEDULED
10887 Nanded (3) शेतकऱ्यांसाठी सूचना: अचानक बदलत्या ढगाळ वातावरणामुळे कपाशी, तूर या पिकांवर अळी पडण्याची शक्यता आहे. यावर उपाय म्हणून प्रथम 1500 पीपीएम क्षमतेचे अझाडिरेक्टीनची फवारणी दिलेल्या प्रमाणात करावी. तूर पिकावर शेंगा पोखरणारी अळीचे नियंत्रण करण्यास एच एन पी व्ही या जैवीक औषधाची सकाळी किंवा सायंकाळी उन्हाची तिव्रता कमी असतांनाच फवारणी करावी. पिकांमधे जास्तीत जास्त पक्षी थांबे लावावे. कापसावरील बोंडअळीचे नियंत्रण करण्यास ट्रायकोग्रामा चिलोनिस हे अंडी परजीवी आणि जैविक नियंत्रणात असलेले एजंट आहे. हे बोंड अळीवर प्रभावी आहे. तसेच फेरोमोन ट्रॅप मधील जुनी गोळी बावीस दिवसांनी बदलुन नवीन गोळी लावावी. हरभरा पिकात मर रोगाला प्रतीबंध करण्यास ट्रायकोडर्मा विरडीचे ड्रेचिंग करावे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Marathi MH 14-12-2022 08:00:00 SCHEDULED
10888 Parbhani (3) शेतकऱ्यांसाठी सूचना: अचानक बदलत्या ढगाळ वातावरणामुळे कपाशी, तूर या पिकांवर अळी पडण्याची शक्यता आहे. यावर उपाय म्हणून प्रथम 1500 पीपीएम क्षमतेचे अझाडिरेक्टीनची फवारणी दिलेल्या प्रमाणात करावी. तूर पिकावर शेंगा पोखरणारी अळीचे नियंत्रण करण्यास एच एन पी व्ही या जैवीक औषधाची सकाळी किंवा सायंकाळी उन्हाची तिव्रता कमी असतांनाच फवारणी करावी. पिकांमधे जास्तीत जास्त पक्षी थांबे लावावे. कापसावरील बोंडअळीचे नियंत्रण करण्यास ट्रायकोग्रामा चिलोनिस हे अंडी परजीवी आणि जैविक नियंत्रणात असलेले एजंट आहे. हे बोंड अळीवर प्रभावी आहे. तसेच फेरोमोन ट्रॅप मधील जुनी गोळी बावीस दिवसांनी बदलुन नवीन गोळी लावावी. हरभरा पिकात मर रोगाला प्रतीबंध करण्यास ट्रायकोडर्मा विरडीचे ड्रेचिंग करावे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Marathi MH 14-12-2022 08:00:00 SCHEDULED
10889 Yawatmal (2) शेतकऱ्यांसाठी सूचना: अचानक बदलत्या ढगाळ वातावरणामुळे कपाशी, तूर या पिकांवर अळी पडण्याची शक्यता आहे. यावर उपाय म्हणून प्रथम 1500 पीपीएम क्षमतेचे अझाडिरेक्टीनची फवारणी दिलेल्या प्रमाणात करावी. तूर पिकावर शेंगा पोखरणारी अळीचे नियंत्रण करण्यास एच एन पी व्ही या जैवीक औषधाची सकाळी किंवा सायंकाळी उन्हाची तिव्रता कमी असतांनाच फवारणी करावी. पिकांमधे जास्तीत जास्त पक्षी थांबे लावावे. कापसावरील बोंडअळीचे नियंत्रण करण्यास ट्रायकोग्रामा चिलोनिस हे अंडी परजीवी आणि जैविक नियंत्रणात असलेले एजंट आहे. हे बोंड अळीवर प्रभावी आहे. तसेच फेरोमोन ट्रॅप मधील जुनी गोळी बावीस दिवसांनी बदलुन नवीन गोळी लावावी. हरभरा पिकात मर रोगाला प्रतीबंध करण्यास ट्रायकोडर्मा विरडीचे ड्रेचिंग करावे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Marathi MH 14-12-2022 08:00:00 SCHEDULED
10890 Wardha (2) शेतकऱ्यांसाठी सूचना: अचानक बदलत्या ढगाळ वातावरणामुळे कपाशी, तूर या पिकांवर अळी पडण्याची शक्यता आहे. यावर उपाय म्हणून प्रथम 1500 पीपीएम क्षमतेचे अझाडिरेक्टीनची फवारणी दिलेल्या प्रमाणात करावी. तूर पिकावर शेंगा पोखरणारी अळीचे नियंत्रण करण्यास एच एन पी व्ही या जैवीक औषधाची सकाळी किंवा सायंकाळी उन्हाची तिव्रता कमी असतांनाच फवारणी करावी. पिकांमधे जास्तीत जास्त पक्षी थांबे लावावे. कापसावरील बोंडअळीचे नियंत्रण करण्यास ट्रायकोग्रामा चिलोनिस हे अंडी परजीवी आणि जैविक नियंत्रणात असलेले एजंट आहे. हे बोंड अळीवर प्रभावी आहे. तसेच फेरोमोन ट्रॅप मधील जुनी गोळी बावीस दिवसांनी बदलुन नवीन गोळी लावावी. हरभरा पिकात मर रोगाला प्रतीबंध करण्यास ट्रायकोडर्मा विरडीचे ड्रेचिंग करावे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Marathi MH 14-12-2022 08:00:00 SCHEDULED