Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
10961 জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৪ৰ পৰা ৩০ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ২৪ৰ পৰা ৩০ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাক-পাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হৈছে সেয়েহে প্রয়োজন অনুসৰি এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগে। যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । • কৃষক সকলে নিয়মিত ভাৱে বন্ধাকবি আৰু ফুলকবিৰ খেতি ডৰা চোৱাচিতা কৰি থাকিব লাগে যাতে কবিৰ অনিষ্টকাৰী কীট-পতংগ বা ৰোগৰ আক্ৰমণৰ বিৰুদ্ধে লগে লগে প্ৰতিকাৰৰ ব্যৱস্থা লব পৰা যায়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ Assamese Assam 24-11-2022 08:00:00 SCHEDULED
10962 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৪ৰ পৰা ৩০ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৪ৰ পৰা ৩০ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৪-১৫ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাক-পাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হৈছে সেয়েহে প্রয়োজন অনুসৰি এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগে। যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । • কৃষক সকলে নিয়মিত ভাৱে বন্ধাকবি আৰু ফুলকবিৰ খেতি ডৰা চোৱাচিতা কৰি থাকিব লাগে যাতে কবিৰ অনিষ্টকাৰী কীট-পতংগ বা ৰোগৰ আক্ৰমণৰ বিৰুদ্ধে লগে লগে প্ৰতিকাৰৰ ব্যৱস্থা লব পৰা যায়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 24-11-2022 08:00:00 SCHEDULED
10963 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৪ৰ পৰা ৩০ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৪ৰ পৰা ৩০ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৪-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাক-পাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হৈছে সেয়েহে প্রয়োজন অনুসৰি এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগে। যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । • কৃষক সকলে নিয়মিত ভাৱে বন্ধাকবি আৰু ফুলকবিৰ খেতি ডৰা চোৱাচিতা কৰি থাকিব লাগে যাতে কবিৰ অনিষ্টকাৰী কীট-পতংগ বা ৰোগৰ আক্ৰমণৰ বিৰুদ্ধে লগে লগে প্ৰতিকাৰৰ ব্যৱস্থা লব পৰা যায়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 24-11-2022 08:00:00 SCHEDULED
10964 Solidaridad మరియు Vodafone Idea ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌లో మీది స్వాగతం కలమేశ్వర్ తాలూకాలోని సావ్లి వద్ద ఆటోమేటెడ్ వెదర్ స్టేషన్ నుండి రండి వారంలో వాతావరణ సూచన కనిష్ట ఉష్ణోగ్రత 12 నుండి 14 డిగ్రీలు, గరిష్టంగా 27 డిగ్రీలు ఇది 30 డిగ్రీల సెల్సియస్ వద్ద ఉంటుంది. రైతులకు సూచనలు రైతులు నీరు మరియు ఎరువుల వినియోగాన్ని పెంచడానికి కరిగే ఎరువుల వాడకం డ్రిప్ ఇరిగేషన్ సిస్టమ్ ద్వారా చేయడం మరింత ప్రయోజనకరంగా ఉంటుంది. ఈ సాంకేతికత కారణంగా, పత్తి ఇది నాణ్యత మరియు మరింత ఉత్పత్తిని పొందడానికి సహాయపడుతుంది. పోషకాల లోపం మరియు లక్షణాలు- -- నివారణ- 1)మెగ్నీషియం లోపం వల్ల-- ఆకులు ఎర్రగా మారుతాయి-- 1% మెగ్నీషియం సల్ఫేట్‌తో పిచికారీ చేయాలి. 2)జింక్ మరియు బోరాన్ లోపం వల్ల - ఆకులు మరియు పువ్వులు బాగా అభివృద్ధి చెందవు మరియు కుంగిపోతాయి. 0.3 నుండి 0.5% జింక్ సల్ఫేట్ మరియు 0.1% బోరాన్ పిచికారీ చేయాలి. 3)ఐరన్/మెగ్నీషియం-లోపం - 0.3 నుండి 0.5% ఫెర్రస్ ఆకుల పసుపు రంగుకు సల్ఫేట్ లేదా 0.3 నుండి 0.5% మాంగనీస్ సల్ఫేట్ పిచికారీ చేయాలి. Telugu Telangana 23-11-2022 08:30:00 SCHEDULED
10965 VIF-2-Yavatmal-Ner-23-11 शेतकऱ्यांसाठी सूचना शेतक-यांनी पाण्याची आणि खतांची उपयोगिता वाढविण्यासाठी विद्राव्य खतांचा वापर ठिबक सिंचन संचामधून केल्यास अधिक फायद्याचे ठरते. या तंत्रामुळे कापसाचे गूणवत्तापुर्ण आणि अधिक उत्पादन मिळण्यास मदत होते. अन्नद्रव्यांची कमतरता व लक्षणे- -- त्यावरील उपाय- 1)मॅग्नेशियमचे कमतरतेमूळे-- पाने लाल होतात-- त्यावर १% मॅग्नेशियम सल्फेट फवारावे. 2)जस्त व बोरॉनची कमतरतेमूळे- पाते व फुले चांगल्या प्रकारे उमलत नाहीत व त्यांची गळ होते--०.३ ते ०.५% झिंक सल्फेट व ०.१% बोरॉनची फवारणी करावी. 3)लोह/मॅग्निज-कमतरतेमूळे - पाने पिवळी होतात त्या करिता --०.३ ते ०.५% फेरस सल्फेट किंवा ०.३ ते ०.५% मॅंगनिज सल्फेटची फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Marathi MH 23-11-2022 08:30:00 SCHEDULED
10966 VIF-2-Wardha-Ajansara-23-11 शेतकऱ्यांसाठी सूचना शेतक-यांनी पाण्याची आणि खतांची उपयोगिता वाढविण्यासाठी विद्राव्य खतांचा वापर ठिबक सिंचन संचामधून केल्यास अधिक फायद्याचे ठरते. या तंत्रामुळे कापसाचे गूणवत्तापुर्ण आणि अधिक उत्पादन मिळण्यास मदत होते. अन्नद्रव्यांची कमतरता व लक्षणे- -- त्यावरील उपाय- 1)मॅग्नेशियमचे कमतरतेमूळे-- पाने लाल होतात-- त्यावर १% मॅग्नेशियम सल्फेट फवारावे. 2)जस्त व बोरॉनची कमतरतेमूळे- पाते व फुले चांगल्या प्रकारे उमलत नाहीत व त्यांची गळ होते--०.३ ते ०.५% झिंक सल्फेट व ०.१% बोरॉनची फवारणी करावी. 3)लोह/मॅग्निज-कमतरतेमूळे - पाने पिवळी होतात त्या करिता --०.३ ते ०.५% फेरस सल्फेट किंवा ०.३ ते ०.५% मॅंगनिज सल्फेटची फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Marathi MH 23-11-2022 08:30:00 SCHEDULED
10967 VIF-1-Nagpur-Kalmeshwar-23-11 शेतकऱ्यांसाठी सूचना शेतक-यांनी पाण्याची आणि खतांची उपयोगिता वाढविण्यासाठी विद्राव्य खतांचा वापर ठिबक सिंचन संचामधून केल्यास अधिक फायद्याचे ठरते. या तंत्रामुळे कापसाचे गूणवत्तापुर्ण आणि अधिक उत्पादन मिळण्यास मदत होते. अन्नद्रव्यांची कमतरता व लक्षणे- -- त्यावरील उपाय- 1)मॅग्नेशियमचे कमतरतेमूळे-- पाने लाल होतात-- त्यावर १% मॅग्नेशियम सल्फेट फवारावे. 2)जस्त व बोरॉनची कमतरतेमूळे- पाते व फुले चांगल्या प्रकारे उमलत नाहीत व त्यांची गळ होते--०.३ ते ०.५% झिंक सल्फेट व ०.१% बोरॉनची फवारणी करावी. 3)लोह/मॅग्निज-कमतरतेमूळे - पाने पिवळी होतात त्या करिता --०.३ ते ०.५% फेरस सल्फेट किंवा ०.३ ते ०.५% मॅंगनिज सल्फेटची फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Marathi MH 23-11-2022 08:30:00 SCHEDULED
10968 VIF-2-Nagpur-Saoner-23-11 शेतकऱ्यांसाठी सूचना शेतक-यांनी पाण्याची आणि खतांची उपयोगिता वाढविण्यासाठी विद्राव्य खतांचा वापर ठिबक सिंचन संचामधून केल्यास अधिक फायद्याचे ठरते. या तंत्रामुळे कापसाचे गूणवत्तापुर्ण आणि अधिक उत्पादन मिळण्यास मदत होते. अन्नद्रव्यांची कमतरता व लक्षणे- -- त्यावरील उपाय- 1)मॅग्नेशियमचे कमतरतेमूळे-- पाने लाल होतात-- त्यावर १% मॅग्नेशियम सल्फेट फवारावे. 2)जस्त व बोरॉनची कमतरतेमूळे- पाते व फुले चांगल्या प्रकारे उमलत नाहीत व त्यांची गळ होते--०.३ ते ०.५% झिंक सल्फेट व ०.१% बोरॉनची फवारणी करावी. 3)लोह/मॅग्निज-कमतरतेमूळे - पाने पिवळी होतात त्या करिता --०.३ ते ०.५% फेरस सल्फेट किंवा ०.३ ते ०.५% मॅंगनिज सल्फेटची फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Marathi MH 23-11-2022 08:30:00 SCHEDULED
10969 VIF-2-Amravati-Dabhada-23-11 शेतकऱ्यांसाठी सूचना शेतक-यांनी पाण्याची आणि खतांची उपयोगिता वाढविण्यासाठी विद्राव्य खतांचा वापर ठिबक सिंचन संचामधून केल्यास अधिक फायद्याचे ठरते. या तंत्रामुळे कापसाचे गूणवत्तापुर्ण आणि अधिक उत्पादन मिळण्यास मदत होते. अन्नद्रव्यांची कमतरता व लक्षणे- -- त्यावरील उपाय- 1)मॅग्नेशियमचे कमतरतेमूळे-- पाने लाल होतात-- त्यावर १% मॅग्नेशियम सल्फेट फवारावे. 2)जस्त व बोरॉनची कमतरतेमूळे- पाते व फुले चांगल्या प्रकारे उमलत नाहीत व त्यांची गळ होते--०.३ ते ०.५% झिंक सल्फेट व ०.१% बोरॉनची फवारणी करावी. 3)लोह/मॅग्निज-कमतरतेमूळे - पाने पिवळी होतात त्या करिता --०.३ ते ०.५% फेरस सल्फेट किंवा ०.३ ते ०.५% मॅंगनिज सल्फेटची फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Marathi MH 23-11-2022 08:30:00 SCHEDULED
10970 VIF-1-Yavatmal-Ghatanji-23-11 शेतकऱ्यांसाठी सूचना शेतक-यांनी पाण्याची आणि खतांची उपयोगिता वाढविण्यासाठी विद्राव्य खतांचा वापर ठिबक सिंचन संचामधून केल्यास अधिक फायद्याचे ठरते. या तंत्रामुळे कापसाचे गूणवत्तापुर्ण आणि अधिक उत्पादन मिळण्यास मदत होते. अन्नद्रव्यांची कमतरता व लक्षणे- -- त्यावरील उपाय- 1)मॅग्नेशियमचे कमतरतेमूळे-- पाने लाल होतात-- त्यावर १% मॅग्नेशियम सल्फेट फवारावे. 2)जस्त व बोरॉनची कमतरतेमूळे- पाते व फुले चांगल्या प्रकारे उमलत नाहीत व त्यांची गळ होते--०.३ ते ०.५% झिंक सल्फेट व ०.१% बोरॉनची फवारणी करावी. 3)लोह/मॅग्निज-कमतरतेमूळे - पाने पिवळी होतात त्या करिता --०.३ ते ०.५% फेरस सल्फेट किंवा ०.३ ते ०.५% मॅंगनिज सल्फेटची फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Marathi MH 23-11-2022 08:30:00 SCHEDULED