Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
11001 জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ১০ৰ পৰা ১৬ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। ১২ আৰু ১৩ নৱেম্বৰত বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যদি LOS / UP কৰিব লগা বাগানবোৰত অক্টোবৰ মাহত বৰষুণৰ প্ৰয়োজনীয় পৰিমাণ কম হোৱা দেখা গৈছে তেন্তে জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • সম্ভৱ হলে পৰ্যাপ্ত গ্ৰেডিয়েণ্ট দি নলা পৰিষ্কাৰ আৰু দ’ কৰাৰ ব্যৱস্থা কৰিব। • সকলো নলাৰ পৰা অতিৰিক্ত ভাৱে জমা হোৱা গেদ বা তৰপ আঁতৰোৱাৰ ব্যৱস্থা কৰিব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হৈছে। সেয়েহে শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 10-11-2022 08:00:00 SCHEDULED
11002 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১০ৰ পৰা ১৬ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৮ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যদি LOS / UP কৰিব লগা বাগানবোৰত অক্টোবৰ মাহত বৰষুণৰ প্ৰয়োজনীয় পৰিমাণ কম হোৱা দেখা গৈছে তেন্তে জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • সম্ভৱ হলে পৰ্যাপ্ত গ্ৰেডিয়েণ্ট দি নলা পৰিষ্কাৰ আৰু দ’ কৰাৰ ব্যৱস্থা কৰিব। • সকলো নলাৰ পৰা অতিৰিক্ত ভাৱে জমা হোৱা গেদ বা তৰপ আঁতৰোৱাৰ ব্যৱস্থা কৰিব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হৈছে। সেয়েহে শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 10-11-2022 08:00:00 SCHEDULED
11003 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১০ৰ পৰা ১৬ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যদি LOS / UP কৰিব লগা বাগানবোৰত অক্টোবৰ মাহত বৰষুণৰ প্ৰয়োজনীয় পৰিমাণ কম হোৱা দেখা গৈছে তেন্তে জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • সম্ভৱ হলে পৰ্যাপ্ত গ্ৰেডিয়েণ্ট দি নলা পৰিষ্কাৰ আৰু দ’ কৰাৰ ব্যৱস্থা কৰিব। • সকলো নলাৰ পৰা অতিৰিক্ত ভাৱে জমা হোৱা গেদ বা তৰপ আঁতৰোৱাৰ ব্যৱস্থা কৰিব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হৈছে। সেয়েহে শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 10-11-2022 08:00:00 SCHEDULED
11004 VIF-Adialabad-Jainad-09-11 రైతులకు నమస్కారం... Solidaridad మరియు Vodafone Idea ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. జైనద్ మండల్ లోని ఆటోమేటిక్ వెదర్ స్టేషన్ ప్రకారం.. ఈ వారంలో కనిష్ట ఉష్ణోగ్రత 18 నుండి 20 డిగ్రీల సెల్సియస్ , గరిష్ట ఉష్ణోగ్రత 29 నుండి 31 డిగ్రీల సెల్సియస్ గా ఉండే అవకాశం ఉందని వాతావరణ సూచన. రైతులకు సూచనలు ప్రస్తుత వాతావరణం పత్తిలో బూడిద అచ్చుకు అనుకూలంగా ఉంటుంది. నివారణకు లీటరు నీటికి తడి సల్ఫర్ 3 గ్రా లేదా కార్బెండిజిమ్ 1 గ్రా లేదా హెక్సాకోనజోల్ 2 మి.లీ కలిపి పిచికారీ చేయాలి. పత్తిపై బాక్టీరియల్ లీఫ్ స్పాట్ ఇన్ఫెక్షన్ గమనించవచ్చు. నివారణకు లీటరు నీటికి కాపర్-ఆక్సీ-క్లోరైడ్ 3 గ్రా లేదా కార్బండజిమ్ 1 గ్రా కలిపి పిచికారీ చేయాలి. పత్తిపై గులాబీ రంగు కాయతొలుచు పురుగు సోకడం గమనించవచ్చు. నివారణకు లీటరు నీటికి 1.5 గ్రా థయోడికార్బ్ కలిపి పిచికారీ చేయాలి.) ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telugu Telangana 09-11-2022 11:12:00 SCHEDULED
11005 09-11-Yavatmal-Ner (2) शेतकऱ्यांसाठी सूचना शेतकऱ्यांनी कापसाच्या स्वच्छ वेचणीला प्राधान्य द्यावे काडी कचरा मिसळला जाणार नाही ह्याची दक्षता घ्यावी. शोषक किडी वर लक्ष ठेवावे आणि जेव्हा किडीचा प्रादुर्भाव अधिक आढळेल तेव्हा फ्लोनिकामीड 50 डब्ल्यूजी 80 ग्रॅम /एकर ह्या प्रमाणात फवारणी करावी. गुलाबी बोंडअळी च्या प्रादुर्भावाचे निरीक्षण करण्यासाठी फेरोमोन सापळे 2 प्रति एकर लावावे. गुलाबी बोंडअळीचा प्रादुर्भाव जास्त आढळल्यास सायपरमेथ्रिन १० EC 10 मिली किंवा डेल्टामेथ्रिन 2.8 EC 10 मिली प्रति 10 लिटर पाण्यात मिसळून फवारणी करावी. कपाशीच्या शेतात परजीवी ट्रायकोग्रामा जिवाणूचे 1.5 लाख/हेक्टर अंडी सोडावी. फुलांची नैसर्गिक गळती टाळण्यासाठी नॅपथॅलिक ऍसिटिक ऍसिड 4.5 SL 3-4 मिली 10 लिटर पाण्यात मिसळून फवारण्याची शिफारस केली जाते. क्लोरमेक्वाट क्लोराईड 1-2 ml प्रति 10 लिटर पाण्यात मिसळून फवारण्याची देखील शिफारस केली जात आहे. फुलोऱ्याच्या अवस्थेत 2% युरिया आणि 2% DAP फवारणी करावी. बोंडाच्या विकासाच्या टप्प्यावर कपाशीमध्ये पाने लाल होणे नियंत्रित करण्यासाठी 1% युरिया अधिक 1% मॅग्नेशियम सल्फेटची फवारणी करण्याची शिफारस केली जाते. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Marathi MH 09-11-2022 11:08:00 SCHEDULED
11006 09-11-Wardha-Ajansara (2) शेतकऱ्यांसाठी सूचना शेतकऱ्यांनी कापसाच्या स्वच्छ वेचणीला प्राधान्य द्यावे काडी कचरा मिसळला जाणार नाही ह्याची दक्षता घ्यावी. शोषक किडी वर लक्ष ठेवावे आणि जेव्हा किडीचा प्रादुर्भाव अधिक आढळेल तेव्हा फ्लोनिकामीड 50 डब्ल्यूजी 80 ग्रॅम /एकर ह्या प्रमाणात फवारणी करावी. गुलाबी बोंडअळी च्या प्रादुर्भावाचे निरीक्षण करण्यासाठी फेरोमोन सापळे 2 प्रति एकर लावावे. गुलाबी बोंडअळीचा प्रादुर्भाव जास्त आढळल्यास सायपरमेथ्रिन १० EC 10 मिली किंवा डेल्टामेथ्रिन 2.8 EC 10 मिली प्रति 10 लिटर पाण्यात मिसळून फवारणी करावी. कपाशीच्या शेतात परजीवी ट्रायकोग्रामा जिवाणूचे 1.5 लाख/हेक्टर अंडी सोडावी. फुलांची नैसर्गिक गळती टाळण्यासाठी नॅपथॅलिक ऍसिटिक ऍसिड 4.5 SL 3-4 मिली 10 लिटर पाण्यात मिसळून फवारण्याची शिफारस केली जाते. क्लोरमेक्वाट क्लोराईड 1-2 ml प्रति 10 लिटर पाण्यात मिसळून फवारण्याची देखील शिफारस केली जात आहे. फुलोऱ्याच्या अवस्थेत 2% युरिया आणि 2% DAP फवारणी करावी. बोंडाच्या विकासाच्या टप्प्यावर कपाशीमध्ये पाने लाल होणे नियंत्रित करण्यासाठी 1% युरिया अधिक 1% मॅग्नेशियम सल्फेटची फवारणी करण्याची शिफारस केली जाते. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Marathi MH 09-11-2022 11:06:00 SCHEDULED
11007 09-11-Nagpur-Saoner (2) शेतकऱ्यांसाठी सूचना शेतकऱ्यांनी कापसाच्या स्वच्छ वेचणीला प्राधान्य द्यावे काडी कचरा मिसळला जाणार नाही ह्याची दक्षता घ्यावी. शोषक किडी वर लक्ष ठेवावे आणि जेव्हा किडीचा प्रादुर्भाव अधिक आढळेल तेव्हा फ्लोनिकामीड 50 डब्ल्यूजी 80 ग्रॅम /एकर ह्या प्रमाणात फवारणी करावी. गुलाबी बोंडअळी च्या प्रादुर्भावाचे निरीक्षण करण्यासाठी फेरोमोन सापळे 2 प्रति एकर लावावे. गुलाबी बोंडअळीचा प्रादुर्भाव जास्त आढळल्यास सायपरमेथ्रिन १० EC 10 मिली किंवा डेल्टामेथ्रिन 2.8 EC 10 मिली प्रति 10 लिटर पाण्यात मिसळून फवारणी करावी. कपाशीच्या शेतात परजीवी ट्रायकोग्रामा जिवाणूचे 1.5 लाख/हेक्टर अंडी सोडावी. फुलांची नैसर्गिक गळती टाळण्यासाठी नॅपथॅलिक ऍसिटिक ऍसिड 4.5 SL 3-4 मिली 10 लिटर पाण्यात मिसळून फवारण्याची शिफारस केली जाते. क्लोरमेक्वाट क्लोराईड 1-2 ml प्रति 10 लिटर पाण्यात मिसळून फवारण्याची देखील शिफारस केली जात आहे. फुलोऱ्याच्या अवस्थेत 2% युरिया आणि 2% DAP फवारणी करावी. बोंडाच्या विकासाच्या टप्प्यावर कपाशीमध्ये पाने लाल होणे नियंत्रित करण्यासाठी 1% युरिया अधिक 1% मॅग्नेशियम सल्फेटची फवारणी करण्याची शिफारस केली जाते. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Marathi MH 09-11-2022 11:05:00 SCHEDULED
11008 09-11-Amravati-Dabhada (2) शेतकऱ्यांसाठी सूचना शेतकऱ्यांनी कापसाच्या स्वच्छ वेचणीला प्राधान्य द्यावे काडी कचरा मिसळला जाणार नाही ह्याची दक्षता घ्यावी. शोषक किडी वर लक्ष ठेवावे आणि जेव्हा किडीचा प्रादुर्भाव अधिक आढळेल तेव्हा फ्लोनिकामीड 50 डब्ल्यूजी 80 ग्रॅम /एकर ह्या प्रमाणात फवारणी करावी. गुलाबी बोंडअळी च्या प्रादुर्भावाचे निरीक्षण करण्यासाठी फेरोमोन सापळे 2 प्रति एकर लावावे. गुलाबी बोंडअळीचा प्रादुर्भाव जास्त आढळल्यास सायपरमेथ्रिन १० EC 10 मिली किंवा डेल्टामेथ्रिन 2.8 EC 10 मिली प्रति 10 लिटर पाण्यात मिसळून फवारणी करावी. कपाशीच्या शेतात परजीवी ट्रायकोग्रामा जिवाणूचे 1.5 लाख/हेक्टर अंडी सोडावी. फुलांची नैसर्गिक गळती टाळण्यासाठी नॅपथॅलिक ऍसिटिक ऍसिड 4.5 SL 3-4 मिली 10 लिटर पाण्यात मिसळून फवारण्याची शिफारस केली जाते. क्लोरमेक्वाट क्लोराईड 1-2 ml प्रति 10 लिटर पाण्यात मिसळून फवारण्याची देखील शिफारस केली जात आहे. फुलोऱ्याच्या अवस्थेत 2% युरिया आणि 2% DAP फवारणी करावी. बोंडाच्या विकासाच्या टप्प्यावर कपाशीमध्ये पाने लाल होणे नियंत्रित करण्यासाठी 1% युरिया अधिक 1% मॅग्नेशियम सल्फेटची फवारणी करण्याची शिफारस केली जाते. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Marathi MH 09-11-2022 11:05:00 SCHEDULED
11009 09-11-Yavatmal-Ghatanji (1) शेतकऱ्यांसाठी सूचना शेतकऱ्यांनी कापसाच्या स्वच्छ वेचणीला प्राधान्य द्यावे काडी कचरा मिसळला जाणार नाही ह्याची दक्षता घ्यावी. शोषक किडी वर लक्ष ठेवावे आणि जेव्हा किडीचा प्रादुर्भाव अधिक आढळेल तेव्हा फ्लोनिकामीड 50 डब्ल्यूजी 80 ग्रॅम /एकर ह्या प्रमाणात फवारणी करावी. गुलाबी बोंडअळी च्या प्रादुर्भावाचे निरीक्षण करण्यासाठी फेरोमोन सापळे 2 प्रति एकर लावावे. गुलाबी बोंडअळीचा प्रादुर्भाव जास्त आढळल्यास सायपरमेथ्रिन १० EC 10 मिली किंवा डेल्टामेथ्रिन 2.8 EC 10 मिली प्रति 10 लिटर पाण्यात मिसळून फवारणी करावी. कपाशीच्या शेतात परजीवी ट्रायकोग्रामा जिवाणूचे 1.5 लाख/हेक्टर अंडी सोडावी. फुलांची नैसर्गिक गळती टाळण्यासाठी नॅपथॅलिक ऍसिटिक ऍसिड 4.5 SL 3-4 मिली 10 लिटर पाण्यात मिसळून फवारण्याची शिफारस केली जाते. क्लोरमेक्वाट क्लोराईड 1-2 ml प्रति 10 लिटर पाण्यात मिसळून फवारण्याची देखील शिफारस केली जात आहे. फुलोऱ्याच्या अवस्थेत 2% युरिया आणि 2% DAP फवारणी करावी. बोंडाच्या विकासाच्या टप्प्यावर कपाशीमध्ये पाने लाल होणे नियंत्रित करण्यासाठी 1% युरिया अधिक 1% मॅग्नेशियम सल्फेटची फवारणी करण्याची शिफारस केली जाते. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Marathi MH 09-11-2022 11:04:00 SCHEDULED
11010 09-11-Wardha-Daroda (1) शेतकऱ्यांसाठी सूचना शेतकऱ्यांनी कापसाच्या स्वच्छ वेचणीला प्राधान्य द्यावे काडी कचरा मिसळला जाणार नाही ह्याची दक्षता घ्यावी. शोषक किडी वर लक्ष ठेवावे आणि जेव्हा किडीचा प्रादुर्भाव अधिक आढळेल तेव्हा फ्लोनिकामीड 50 डब्ल्यूजी 80 ग्रॅम /एकर ह्या प्रमाणात फवारणी करावी. गुलाबी बोंडअळी च्या प्रादुर्भावाचे निरीक्षण करण्यासाठी फेरोमोन सापळे 2 प्रति एकर लावावे. गुलाबी बोंडअळीचा प्रादुर्भाव जास्त आढळल्यास सायपरमेथ्रिन १० EC 10 मिली किंवा डेल्टामेथ्रिन 2.8 EC 10 मिली प्रति 10 लिटर पाण्यात मिसळून फवारणी करावी. कपाशीच्या शेतात परजीवी ट्रायकोग्रामा जिवाणूचे 1.5 लाख/हेक्टर अंडी सोडावी. फुलांची नैसर्गिक गळती टाळण्यासाठी नॅपथॅलिक ऍसिटिक ऍसिड 4.5 SL 3-4 मिली 10 लिटर पाण्यात मिसळून फवारण्याची शिफारस केली जाते. क्लोरमेक्वाट क्लोराईड 1-2 ml प्रति 10 लिटर पाण्यात मिसळून फवारण्याची देखील शिफारस केली जात आहे. फुलोऱ्याच्या अवस्थेत 2% युरिया आणि 2% DAP फवारणी करावी. बोंडाच्या विकासाच्या टप्प्यावर कपाशीमध्ये पाने लाल होणे नियंत्रित करण्यासाठी 1% युरिया अधिक 1% मॅग्नेशियम सल्फेटची फवारणी करण्याची शिफारस केली जाते. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Marathi MH 09-11-2022 11:03:00 SCHEDULED