Message Schedule List : 12,252
S. No. Message Language Created By Date Time Status Action
11101 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত অহা সপ্তাহত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনাৰ সৈতে বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব। সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২৯ °চে.ৰ পৰা ৩৩ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৫ °চে.ৰ পৰা ২৬ °চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ৫৫ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৯-১৫ কিলোমিটাৰ বেগেৰে ঘাইকৈ পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • নলাৰ পানী বহুত দিনলৈ বাহিৰলৈ ওলাই যোৱাৰ ব্যৱস্হা নাথাকিলে চাহ গছত বহুত বেমাৰ ও পোকৰ আক্ৰমণ হব পাৰে। অহা ৭ দিনত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে পথাৰত অতিৰিক্ত পানী উলিয়াবলৈ প্ৰয়োজনীয় ব্যৱধানত বাগিচাবোৰত নলাৰ ব্যৱস্থা কৰিব পাৰে । • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে, গতিকে কৃষকসকলে Second Split Dose সাৰ প্ৰয়োগ কৰিব পাৰে । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক দৰৱৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা দৰৱ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব I গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা আৰু আপেক্ষিক আৰ্দ্ৰতা বৃদ্ধিৰ বাবে ভেণ্ডীত হালধীয়া শিৰাৰ মোজাইক (Yellow Vein Mosaic)) ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। এই ৰোগৰ বাহক হল White Fly(বগা মাখি) । এই পোকৰ নিয়ন্ত্ৰণৰ বাবে, ডাইমেথএট (Dimethoate) বা অক্সিডিমেটন মিথাইল (Oxydemeton methyl) @ ১ মি.লি প্ৰতি লিটাৰ পানীত মিহলাই ৭ দিনৰ ব্যৱধানত ৪-৫ বাৰ স্প্ৰে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ ডকল দিব পাৰে । ধন্যবাদ । Marathi Assam 21-07-2022 08:30:00 SCHEDULED
11102 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮ °চে.ৰ পৰা ৩৩ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৬ ° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • নলাৰ পানী বহুত দিনলৈ বাহিৰলৈ ওলাই যোৱাৰ ব্যৱস্হা নাথাকিলে চাহ গছত বহুত বেমাৰ আৰুপোকৰ আক্ৰমণ হব পাৰে। অহা ৭ দিনত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলক পথাৰত অতিৰিক্ত পানী উলিয়াবলৈ প্ৰয়োজনীয় ব্যৱধানত বাগিচাবোৰত নলাৰ ব্যৱস্থা কৰিব । • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে, গতিকে কৃষকসকলে Second Split Dose সাৰ প্ৰয়োগ কৰিব পাৰে । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক দৰৱৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো দৰৱ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা আৰু আপেক্ষিক আৰ্দ্ৰতা বৃদ্ধিৰ বাবে ভেণ্ডীত হালধীয়া শিৰাৰ মোজাইক (Yellow Vein Mosaic)) ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। এই ৰোগৰ বাহক হল White Fly(বগা মাখি) । এই পোকৰ নিয়ন্ত্ৰণৰ বাবে, ডাইমেথএট (Dimethoate) বা অক্সিডিমেটন মিথাইল (Oxydemeton methyl) @ ১ মি.লি প্ৰতি লিটাৰ পানীত মিহলাই ৭ দিনৰ ব্যৱধানত ৪-৫ বাৰ স্প্ৰে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে । ধন্যবাদ । Marathi Assam 21-07-2022 08:30:00 SCHEDULED
11103 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত অহা ৭ দিনত বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৩ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৭ ° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ৫-১০ কিলোমিটাৰ বেগত উত্তৰ পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • নলাৰ পানী বহুত দিনলৈ বাহিৰলৈ ওলাই যোৱাৰ ব্যৱস্হা নাথাকিলে চাহ গছত বহুত বেমাৰ ও পোকৰ আক্ৰমণ হব পাৰে। অহা ৭ দিনত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলক পথাৰত অতিৰিক্ত পানী উলিয়াবলৈ প্ৰয়োজনীয় ব্যৱধানত বাগিচাবোৰত নলাৰ ব্যৱস্থা কৰিব পাৰে । • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে, গতিকে কৃষকসকলে Second Split Dose সাৰ প্ৰয়োগ কৰিব পাৰে । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক দৰৱৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো দৰৱ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা আৰু আপেক্ষিক আৰ্দ্ৰতা বৃদ্ধিৰ বাবে ভেণ্ডীত হালধীয়া শিৰাৰ মোজাইক (Yellow Vein Mosaic)) ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। এই ৰোগৰ বাহক হল White Fly(বগা মাখি) । এই পোকৰ নিয়ন্ত্ৰণৰ বাবে, ডাইমেথএট (Dimethoate) বা অক্সিডিমেটন মিথাইল (Oxydemeton methyl) @ ১ মি.লি প্ৰতি লিটাৰ পানীত ৭ দিনৰ ব্যৱধানত ৪-৫ বাৰ স্প্ৰে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে । ধন্যবাদ । Marathi Assam 21-07-2022 08:30:00 SCHEDULED
11104 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮ °চে.ৰ পৰা ৩২ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪ °চে.ৰ পৰা ২৫ ° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • নলাৰ পানী বহুত দিনলৈ বাহিৰলৈ ওলাই যোৱাৰ ব্যৱস্হা নাথাকিলে চাহ গছত বহুত বেমাৰ ও পোকৰ আক্ৰমণ হব পাৰে। অহা ৭ দিনত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে পথাৰত অতিৰিক্ত পানী উলিয়াবলৈ প্ৰয়োজনীয় ব্যৱধানত বাগিচাবোৰত নলাৰ ব্যৱস্থা কৰিব পাৰে । • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে, গতিকে কৃষকসকলে Second Split Dose সাৰ প্ৰয়োগ কৰিব পাৰে । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক দৰৱৰৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো দৰৱ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা আৰু আপেক্ষিক আৰ্দ্ৰতা বৃদ্ধিৰ বাবে ভেণ্ডীত হালধীয়া শিৰাৰ মোজাইক (Yellow Vein Mosaic)) ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। এই ৰোগৰ বাহক হল White Fly(বগা মাখি) । এই পোকৰ নিয়ন্ত্ৰণৰ বাবে, ডাইমেথএট (Dimethoate) বা অক্সিডিমেটন মিথাইল (Oxydemeton methyl) @ ১ মি.লি প্ৰতি লিটাৰ পানীত মিহলাই ৭ দিনৰ ব্যৱধানত ৪-৫ বাৰ স্প্ৰে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ ড কল দিব পাৰে । ধন্যবাদ । Marathi Assam 21-07-2022 08:30:00 SCHEDULED
11105 జైనాద్ మండల రైతు సోదరులకు సూచన :: సోలిడరిడాడ్ వారి ఆధునిక ఆటోమేటెడ్ వాతావరన కేంద్ర సమాచారము మేరకు, గత వారం లో కురిసిన వాన 161.60 మిల్లీ మీటర్లు గా ఉంది. ఈ వారం సైతం వానలు కురిసే అవకాశం 30-60% గా ఉంది. అధిక వర్షం కురిసింది కావున రైతు సోదరులు కాలువలు ఏర్పాటు చేసుకొని పంటచేరల్లో ఆగిన నీటిని వర్షాలు తగ్గిన వెంటనే తొలగించుకోవాలి. ఆకాశం మేఘావృతమై ఉండడం వల్ల తెగుళ్లు సోకే ప్రమాదం ఉంది కావున ఎక్కడైతే నీరు నిల్వ ఉండి ఆకులు ఎర్రబరాయో అట్లాంటి పంటచేలలో రైతు సోదరులు విధిగా 600 గ్రాములు కాపర్ ఆక్సి క్లోరైడ్ మరియు 20 గ్రాముల ప్లాంటమైసిన్ అనే మందును 200 లీటర్ల నీటిలో కలుపుకొని మొదలు తడిచేలా పిచికారి చేసుకోవాలి. అవసరమైనట్లయితే 19 .19. 19. నీటిలో కరిగే ఎరువులను మరియు అగ్రోమిన్ మాథ్స్ ఫార్ములా సిక్స్ వంటి ఎరువులను ఎకరానికి రెండు కేజీల చొప్పున 200 లీటర్ల నీటిలో కలుపుకొని పిచికారి చేసుకోవాలి ఇట్లు సాలిడేరిడాడ్ ఆసియా Marathi Telangana 20-07-2022 12:30:00 SCHEDULED
11106 सोयाबीन में लगातार अधिक बारिश होने पर उचित जल निकास की व्यवस्था अवश्य करें I सोयाबीन के समन्वित कीट प्रबंधन के अंतर्गत जैविक विधियों से कीट नियंत्रण हेतु पत्ती खाने वाली इल्लियॉ (सेमीलूपर, तम्बाखू की इल्ली ) की छोटी अवस्था में रोकथाम हेतु बैसिलस थुरिन्जिएन्सिस अथवा ब्यूवेरिया बेसियाना (1.0 ली./हेक्टे.) का प्रयोग कर सकते हैं I इसी प्रकार तम्बाखू की इल्ली एवां चने की इल्ली के प्रबंधन के लिये कीट विशेष फेरोमोन्स ट्रैप्स एवं वायरस आधारित एन.पी.वी. (250 एल.ई./हेक्टे.) भी असरदार होते हैं.I खेत में में बर्ड पर्च लगाने से कीट-भक्षी पक्षियों द्वारा भी इल्लियो की संख्या कम करने में सहायता मिलती हैI स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Marathi MP 19-07-2022 23:30:00 SCHEDULED
11107 सोयाबीन में लगातार अधिक बारिश होने पर उचित जल निकास की व्यवस्था अवश्य करें I सोयाबीन के समन्वित कीट प्रबंधन के अंतर्गत जैविक विधियों से कीट नियंत्रण हेतु पत्ती खाने वाली इल्लियॉ (सेमीलूपर, तम्बाखू की इल्ली ) की छोटी अवस्था में रोकथाम हेतु बैसिलस थुरिन्जिएन्सिस अथवा ब्यूवेरिया बेसियाना (1.0 ली./हेक्टे.) का प्रयोग कर सकते हैं I इसी प्रकार तम्बाखू की इल्ली एवां चने की इल्ली के प्रबंधन के लिये कीट विशेष फेरोमोन्स ट्रैप्स एवं वायरस आधारित एन.पी.वी. (250 एल.ई./हेक्टे.) भी असरदार होते हैं.I खेत में में बर्ड पर्च लगाने से कीट-भक्षी पक्षियों द्वारा भी इल्लियो की संख्या कम करने में सहायता मिलती हैI स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Marathi Rajasthan User 19-07-2022 23:25:00 SCHEDULED
11108 अति- पावसादरम्यान पीक व्यवस्थापन - मागील काही दिवसांत जास्त पाऊस झाल्यामुळे बर्‍याच ठिकाणी शेतात पाणी साचले आहे. अशा परिस्थितीत शेतकर्‍यांनी हे साठलेले पाणी निचरासाठी योग्य व्यवस्था करावी. जेणेकरून पिकाचे मुळकुज पासून संरक्षण करून पिकाचे पुढे नुकसान टाळता येईल. कापूस पिकाच्या किडीपासून संरक्षणासाठी रासायनिक कीटकनाशकांचा वापर वाढत आहे. हे टाळण्यासाठी वनस्पतीजन्य कीटकनाशकांचा वापर केला पाहिजे. यातील प्रभावी म्हणजे निंबोळी अर्काचा होय. कडुनिंबाच्या बियांमध्ये अॅझाडिरेक्टीन, निंबीन, निंबीडीन, निंबोनीन, निंबीस्टेलॉल, मेलॅट्रियाल, असे अनेक महत्त्वाचे घटक आहेत. हे घटक किडींच्या नियंत्रणामध्ये महत्त्वाची भूमिका निभावतात. निंबोळी अर्क मावा, तुडतुडे, अमेरिकन बोंड अळी, पाने व देठ पोखरणारी अळी, फळमाशी, खोडकिडा अशा अनेक किडींवर प्रभावी आहे. रसशोषक किडींचा प्रादुर्भाव कमी करण्यास मदत होते. निंबोळी अर्क घातक किडींना प्रतिबंध व नियंत्रण करत असले तरी नैसर्गिक शत्रू व मित्रकीटकांसाठी फारसे हानिकारक ठरत नाही. निंबोळी अर्क, पेंड वापरल्यामुळे जमिनीतील सूत्रकृमी, मुळे कुरतडणार्‍या अळ्या नियंत्रित होतात. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राम संपर्क क्र. 9158261922. Telugu MH 20-07-2022 08:30:00 SCHEDULED
11109 अति- पावसादरम्यान पीक व्यवस्थापन - मागील काही दिवसांत जास्त पाऊस झाल्यामुळे बर्‍याच ठिकाणी शेतात पाणी साचले आहे. अशा परिस्थितीत शेतकर्‍यांनी हे साठलेले पाणी निचरासाठी योग्य व्यवस्था करावी. जेणेकरून पिकाचे मुळकुज पासून संरक्षण करून पिकाचे पुढे नुकसान टाळता येईल. कापूस पिकाच्या किडीपासून संरक्षणासाठी रासायनिक कीटकनाशकांचा वापर वाढत आहे. हे टाळण्यासाठी वनस्पतीजन्य कीटकनाशकांचा वापर केला पाहिजे. यातील प्रभावी म्हणजे निंबोळी अर्काचा होय. कडुनिंबाच्या बियांमध्ये अॅझाडिरेक्टीन, निंबीन, निंबीडीन, निंबोनीन, निंबीस्टेलॉल, मेलॅट्रियाल, असे अनेक महत्त्वाचे घटक आहेत. हे घटक किडींच्या नियंत्रणामध्ये महत्त्वाची भूमिका निभावतात. निंबोळी अर्क मावा, तुडतुडे, अमेरिकन बोंड अळी, पाने व देठ पोखरणारी अळी, फळमाशी, खोडकिडा अशा अनेक किडींवर प्रभावी आहे. रसशोषक किडींचा प्रादुर्भाव कमी करण्यास मदत होते. निंबोळी अर्क घातक किडींना प्रतिबंध व नियंत्रण करत असले तरी नैसर्गिक शत्रू व मित्रकीटकांसाठी फारसे हानिकारक ठरत नाही. निंबोळी अर्क, पेंड वापरल्यामुळे जमिनीतील सूत्रकृमी, मुळे कुरतडणार्‍या अळ्या नियंत्रित होतात. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राम संपर्क क्र. 9158261922. Telugu MH 20-07-2022 08:30:00 SCHEDULED
11110 अति- पावसादरम्यान पीक व्यवस्थापन - मागील काही दिवसांत जास्त पाऊस झाल्यामुळे बर्‍याच ठिकाणी शेतात पाणी साचले आहे. अशा परिस्थितीत शेतकर्‍यांनी हे साठलेले पाणी निचरासाठी योग्य व्यवस्था करावी. जेणेकरून पिकाचे मुळकुज पासून संरक्षण करून पिकाचे पुढे नुकसान टाळता येईल. कापूस पिकाच्या किडीपासून संरक्षणासाठी रासायनिक कीटकनाशकांचा वापर वाढत आहे. हे टाळण्यासाठी वनस्पतीजन्य कीटकनाशकांचा वापर केला पाहिजे. यातील प्रभावी म्हणजे निंबोळी अर्काचा होय. कडुनिंबाच्या बियांमध्ये अॅझाडिरेक्टीन, निंबीन, निंबीडीन, निंबोनीन, निंबीस्टेलॉल, मेलॅट्रियाल, असे अनेक महत्त्वाचे घटक आहेत. हे घटक किडींच्या नियंत्रणामध्ये महत्त्वाची भूमिका निभावतात. निंबोळी अर्क मावा, तुडतुडे, अमेरिकन बोंड अळी, पाने व देठ पोखरणारी अळी, फळमाशी, खोडकिडा अशा अनेक किडींवर प्रभावी आहे. रसशोषक किडींचा प्रादुर्भाव कमी करण्यास मदत होते. निंबोळी अर्क घातक किडींना प्रतिबंध व नियंत्रण करत असले तरी नैसर्गिक शत्रू व मित्रकीटकांसाठी फारसे हानिकारक ठरत नाही. निंबोळी अर्क, पेंड वापरल्यामुळे जमिनीतील सूत्रकृमी, मुळे कुरतडणार्‍या अळ्या नियंत्रित होतात. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राम संपर्क क्र. 9158261922. Telugu MH 20-07-2022 08:30:00 SCHEDULED