Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
11121 सरसों की फसल के लिए 8 से 10 टन गोबर की खाद एवं सिंचित क्षेत्र में 60 किलोग्राम नाइट्रोजन एवं 35 किलोग्राम फास्फोरस की पूर्ण मात्रा बुवाई के समय एवं नाइट्रोजन की शेष 30 किलोग्राम मात्रा पहली सिंचाई के समय देनी चाहिए I जिंक की कमी वाले क्षेत्रों में 25 कि.ग्रा. जिंक सल्फेट प्रति हेक्टे. देने से अधिक उपज प्राप्त होती हैI स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Hindi Rajasthan User 04-10-2022 08:15:00 SCHEDULED
11122 सोयाबीन की कटी हुई फसल को धूप से सुखाने के पश्चात सुविधा अनुसार गहाई करें I यदि तुरंत गहाई करना संभव नहीं है तो कटी हुई फसल को सुरक्षित स्थान पर इकट्ठा कर ढेर लगाएं तथा तारपोलीन से ढक कर रखें I जिससे चटकने से होने वाले नुकसान से बचा जा सके I सुखी हुई फसल को थ्रेशर से निकाल लें। ध्यान रहे कि थ्रेशर का उपयोग करने के पहले उपयुक्त जाली लगाएँ व फुल्ली बदलकर थ्रेशर के ड्रम की घूमने की गति 350 से 450 आरपीएम कर लें। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Hindi MP 04-10-2022 08:00:00 SCHEDULED
11123 Hello. Please provide your feedback on Vodafone Foundation’s Jaadu Ginni Ka programme by clicking here https://www.research.net/r/NJCLHQQ Kannada Dummy Test 01-10-2022 17:55:00 SCHEDULED
11124 प्रिय किसान साथियों, आगामी 03 से 09 अक्टूबर के दौरान लखीमपुर और हरदोई जिलो के तापमान में एक बार फिर से वृद्धि की सम्भावना हैI दिन का अधिकतम तापमान 32 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 24 डिग्री सेंटीग्रेड तक होगाI इस दौरान वायु मंडल में आर्द्रता 50 से 90 प्रतिशत तक रहेगी तथा 10 किलोमीटर प्रति घंटे की रफ़्तार से पूर्व उत्तर से पश्चिम दिशा की ओर हवा चलने की सम्भावना हैI शरद कालीन गन्ने की बुवाई के लिए खेत की तैयारी के साथ मिट्टी की जाँच अवश्य करायेंI ऐसे खेतों का चुनाव करें जो थोड़े ऊँचे हों और जिसमे बारिश के समय पानी लगने की सम्भावना न होI हरी खाद के साथ खेत तैयार करते समय 10 टन प्रति एकड़ की दर से गोबर की खाद को भी खेत मिलायेंI बीजों के चयन में सावधानी बरतें और केवल एक आख वाले स्वस्थ बीजो को ही खेत में लगायेंI बीजों को लगाने से पहले उनका हेक्सा स्टॉप से उपचार अवश्य करेंI बुवाई के बाद 75 किग्रा डी.ए.पी. 25 किग्रा यूरिया और 50 किग्रा पोटाश को 25 किग्रा माइक्रो नुट्रीएंट्स के साथ मिला कर खेत में डालेंI गन्ने की बुवाई दो लाइनों के बीच 4 से साढ़े 4 फुट की दूरी बना कर करेंI खाली स्थान पर अंतः फसल के रूप में टमाटर, लहसन, आलू, सरसों, तोरिया की बुवाई की जा सकती हैI जिन किसान साथियों के खेत अभी खाली नहीं है उनके द्वारा गन्ने की नर्सरी लगाई जा सकती हैI 25 से 30 दिनों के बाद इन पौधों की रोपाई की जा सकती हैI पिछले साल बोये गए गन्ने के पौधे अब परिपक्व हो रहें हैंI गन्नो का पूरा वजन लेने के लिए जरुरी है कि खेत में नमी बनी रहेI छायेंI खेत का नियमित निरीक्षण करें पायरीला, ग्रास होपर, जैसे कीटो के साथ खर-पतवार को नियंत्रित करते रहेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 30-09-2022 08:02:00 SCHEDULED
11125 জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ৩০ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ বৰষুণ অহা সম্ভাৱনা নাই । ২৯ ছেপ্টেম্বৰ আৰু ৫ অক্টোবৰত অতি পাতলৰ পৰা পাতলৰ বৰষুণ অহা সম্ভাৱনা আছে । দিনৰ উষ্ণতা প্ৰায় ৩১-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫৫ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২- ৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ফ্লাছৰ বৃদ্ধিৰ বাবে বৰ্তমানৰ অনুকূল বতৰৰ প্ৰভাৱ চাই অনুমান কৰিব পাৰি যে ছেপ্টেম্বৰ মাহত চাহ গছৰ উৎপাদন পূৰ্বৰ মাহতকৈ যথেষ্ট উন্নত দেখা গৈছে । সেই বাবে আমাৰ খেতিয়ক সকল পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউন্দত অতি কমেও ৪০-৫০% ফাইন (Fine) পাত তুলিব পৰাকৈ চেষ্টা কৰিব। এই সময়ত Autumn Quality ধৰি ৰাখিব পাৰিলে আৰ্থিক দিশত বহুত লাভৱান হব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু তাৰপিছত নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি পাত তুলিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • শীতকালৰ বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। কৃষক সকলে অনুকুল বতৰ চাই বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি সংগ্ৰহ কৰিব পাৰে। টোকা: যিহেতু অহা সপ্তাহত মজলীয়াৰ পৰা প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা নাই, গতিকে কৃষকসকলে মাটি প্ৰস্তুত কৰা, সাৰ প্ৰয়োগ, স্প্ৰে কৰা, বীজ সিঁচা আদিৰ দৰে খেতিৰ কাম অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 29-09-2022 08:00:00 SCHEDULED
11126 জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ২৯ & ৩০ ছেপ্টেম্বৰ আৰু ৪ & ৫ অক্টোবৰত অতি পাতলৰ পৰা পাতলৰ বৰষুণ অহা সম্ভাৱনা আছে । ১ আৰু ২ অক্টোবৰত বৰষুণ অহা সম্ভাৱনা নাই । দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ফ্লাছৰ বৃদ্ধিৰ বাবে বৰ্তমানৰ অনুকূল বতৰৰ প্ৰভাৱ চাই অনুমান কৰিব পাৰি যে ছেপ্টেম্বৰ মাহত চাহ গছৰ উৎপাদন পূৰ্বৰ মাহতকৈ যথেষ্ট উন্নত দেখা গৈছে । সেই বাবে আমাৰ খেতিয়ক সকল পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউন্দত অতি কমেও ৪০-৫০% ফাইন (Fine) পাত তুলিব পৰাকৈ চেষ্টা কৰিব। এই সময়ত Autumn Quality ধৰি ৰাখিব পাৰিলে আৰ্থিক দিশত বহুত লাভৱান হব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু তাৰপিছত নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি পাত তুলিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • শীতকালৰ বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। কৃষক সকলে অনুকুল বতৰ চাই বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি সংগ্ৰহ কৰিব পাৰে। টোকা: যিহেতু অহা সপ্তাহত মজলীয়াৰ পৰা প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা নাই, গতিকে কৃষকসকলে মাটি প্ৰস্তুত কৰা, সাৰ প্ৰয়োগ, স্প্ৰে কৰা, বীজ সিঁচা আদিৰ দৰে খেতিৰ কাম অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 29-09-2022 08:00:00 SCHEDULED
11127 জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ৩০ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ বৰষুণ অহা সম্ভাৱনা নাই । ২৯ ছেপ্টেম্বৰ আৰু ৫ অক্টোবৰত অতি পাতলীয়া বৰষুণ অহা সম্ভাৱনা আছে । দিনৰ উষ্ণতা প্ৰায় ৩৩-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫৫ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ফ্লাছৰ বৃদ্ধিৰ বাবে বৰ্তমানৰ অনুকূল বতৰৰ প্ৰভাৱ চাই অনুমান কৰিব পাৰি যে ছেপ্টেম্বৰ মাহত চাহ গছৰ উৎপাদন পূৰ্বৰ মাহতকৈ যথেষ্ট উন্নত দেখা গৈছে । সেই বাবে আমাৰ খেতিয়ক সকল পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউন্দত অতি কমেও ৪০-৫০% ফাইন (Fine) পাত তুলিব পৰাকৈ চেষ্টা কৰিব। এই সময়ত Autumn Quality ধৰি ৰাখিব পাৰিলে আৰ্থিক দিশত বহুত লাভৱান হব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু তাৰপিছত নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি পাত তুলিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • শীতকালৰ বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। কৃষক সকলে অনুকুল বতৰ চাই বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি সংগ্ৰহ কৰিব পাৰে। টোকা: যিহেতু অহা সপ্তাহত মজলীয়াৰ পৰা প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা নাই, গতিকে কৃষকসকলে মাটি প্ৰস্তুত কৰা, সাৰ প্ৰয়োগ, স্প্ৰে কৰা, বীজ সিঁচা আদিৰ দৰে খেতিৰ কাম অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 29-09-2022 08:00:00 SCHEDULED
11128 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি অহা ৭ দিনত ওচৰৰ অঞ্চলবোৰত, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ২৯ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ বৰষুণ অহা সম্ভাৱনা নাই । ৪ আৰু ৫ অক্টোবৰত অতি পাতলীয়া বৰষুণ অহা সম্ভাৱনা আছে । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩৩-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ পূব দিশৰ পৰা বলিব। বিগত ২২ৰ পৰা ২৮ ছেপ্টেম্বৰলৈ মুঠ ৪.৬ মিলি. বৰষুণ হৈছে। চাহ খেতিৰ বাবে: • ফ্লাছৰ বৃদ্ধিৰ বাবে বৰ্তমানৰ অনুকূল বতৰৰ প্ৰভাৱ চাই অনুমান কৰিব পাৰি যে ছেপ্টেম্বৰ মাহত চাহ গছৰ উৎপাদন পূৰ্বৰ মাহতকৈ যথেষ্ট উন্নত দেখা গৈছে । সেই বাবে আমাৰ খেতিয়ক সকল পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউন্দত অতি কমেও ৪০-৫০% ফাইন (Fine) পাত তুলিব পৰাকৈ চেষ্টা কৰিব। এই সময়ত Autumn Quality ধৰি ৰাখিব পাৰিলে আৰ্থিক দিশত বহুত লাভৱান হব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু তাৰপিছত নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি পাত তুলিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • শীতকালৰ বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। কৃষক সকলে অনুকুল বতৰ চাই বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি সংগ্ৰহ কৰিব পাৰে। টোকা: যিহেতু অহা সপ্তাহত মজলীয়াৰ পৰা প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা নাই, গতিকে কৃষকসকলে মাটি প্ৰস্তুত কৰা, সাৰ প্ৰয়োগ, স্প্ৰে কৰা, বীজ সিঁচা আদিৰ দৰে খেতিৰ কাম অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 29-09-2022 08:00:00 SCHEDULED
11129 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি অহা ৭ দিনত ওচৰৰ অঞ্চলবোৰত, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ২৯ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ বৰষুণ অহা সম্ভাৱনা নাই আৰু বাকি দুদিনত পাতলীয়া বৰষুণ অহা সম্ভাৱনা আছে । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩১-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু উত্তৰ পূব দিশৰ পৰা বলিব। বিগত ২২ৰ পৰা ২৮ ছেপ্টেম্বৰলৈ মুঠ ১.২ মিলি. বৰষুণ হৈছে। চাহ খেতিৰ বাবে: • ফ্লাছৰ বৃদ্ধিৰ বাবে বৰ্তমানৰ অনুকূল বতৰৰ প্ৰভাৱ চাই অনুমান কৰিব পাৰি যে ছেপ্টেম্বৰ মাহত চাহ গছৰ উৎপাদন পূৰ্বৰ মাহতকৈ যথেষ্ট উন্নত দেখা গৈছে । সেই বাবে আমাৰ খেতিয়ক সকল পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউন্দত অতি কমেও ৪০-৫০% ফাইন (Fine) পাত তুলিব পৰাকৈ চেষ্টা কৰিব। এই সময়ত Autumn Quality ধৰি ৰাখিব পাৰিলে আৰ্থিক দিশত বহুত লাভৱান হব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু তাৰপিছত নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি পাত তুলিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • শীতকালৰ বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। কৃষক সকলে অনুকুল বতৰ চাই বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি সংগ্ৰহ কৰিব পাৰে। টোকা: যিহেতু অহা সপ্তাহত মজলীয়াৰ পৰা প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা নাই, গতিকে কৃষকসকলে মাটি প্ৰস্তুত কৰা, সাৰ প্ৰয়োগ, স্প্ৰে কৰা, বীজ সিঁচা আদিৰ দৰে খেতিৰ কাম অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 29-09-2022 08:00:00 SCHEDULED
11130 జైనాద్ మండల రైతు సోదరులకు సూచన :: సోలిడరిడాడ్ వారి ఆధునిక ఆటోమేటెడ్ వాతావరన కేంద్ర సమాచారము మేరకు, గత వారం లో కురిసిన వాన 4.8మిల్లీ మీటర్లు గా ఉంది. ఈ వారం సైతం వానలు కురిసే అవకాశం 90%గా ఉంది.ఆకాశం మేఘావృతమై ఉండడం వల్ల తెగుళ్లు సోకే ప్రమాదం ఉంది కావున పంటచేలలో రైతు సోదరులు విధిగా 600 గ్రాములు కాపర్ ఆక్సి క్లోరైడ్ మరియు 20 గ్రాముల ప్లాంటమైసిన్ అనే మందును 200 లీటర్ల నీటిలో కలుపుకొని మొదలు తడిచేలా పిచికారి చేసుకోవాలి. అవసరమైనట్లయితే 19 .19. 19. నీటిలో కరిగే ఎరువులను మరియు అగ్రోమిన్ మాథ్స్ ఫార్ములా సిక్స్ వంటి ఎరువులను ఎకరానికి రెండు కేజీల చొప్పున 200 లీటర్ల నీటిలో కలుపుకొని పిచికారి చేసుకోవాలి ఇట్లు సాలిడేరిడాడ్ ఆసియా Telugu Telangana 28-09-2022 11:15:00 SCHEDULED