Message Schedule List : 12,467
| S. No. | Message | Language | Created By | Date | Time | Status | Action |
|---|---|---|---|---|---|---|---|
| 11221 | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৪ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৬ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত পশ্চিম আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বহুত হাবি বনৰে বাগান খন ভৰি পৰিব পাৰে। লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত অকনো সমস্যা নহয়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰেকৰিব। Spraying pressure ১৫ psi হব লাগে। • প্ৰগ্ৰেম অনুযায়ী দ্বিতীয় কিষ্টিৰ সাৰ প্ৰয়োগ যি সকল খেতিয়কে এতিয়াও কৰা নাই সেই সকলে এই সময়ত কৰিব লাগিব। বৰষুণ মুক্ত বতৰৰ স্থিতিত সাৰ প্ৰয়োগ কৰিব। যদি গছৰ গুৰিত এতিয়াও পানী জমা হৈ আছে তেতিয়া হলে সাৰ প্ৰয়োগ নকৰিব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাওৰ দৰে পাচলিত যদি Fruit fly, Red Pumpkin Beetle , Epilachna Beetle আদি কীট-পতংগৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে নিৰপেক্ষ বতৰৰ পৰিস্থিতি ১ মিলিলিটাৰ Malathion 50 EC @ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব পাৰে। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Marathi | Assam | 25-08-2022 | 09:00:00 | SCHEDULED |
|
| 11222 | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৪ পৰা ৩০ আগষ্টলৈ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২৭ °চে.ৰ পৰা ৩৩ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৪° চে.ৰ পৰা ২৭ ° চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ১৬ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯ % আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত বহুত হাবি বনৰে বাগান খন ভৰি পৰিব পাৰে। লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত অকনো সমস্যা নহয়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰেকৰিব। Spraying pressure ১৫ psi হব লাগে। • প্ৰগ্ৰেম অনুযায়ী দ্বিতীয় কিষ্টিৰ সাৰ প্ৰয়োগ যি সকল খেতিয়কে এতিয়াও কৰা নাই সেই সকলে এই সময়ত কৰিব লাগিব। বৰষুণ মুক্ত বতৰৰ স্থিতিত সাৰ প্ৰয়োগ কৰিব। যদি গছৰ গুৰিত এতিয়াও পানী জমা হৈ আছে তেতিয়া হলে সাৰ প্ৰয়োগ নকৰিব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাওৰ দৰে পাচলিত যদি Fruit fly, Red Pumpkin Beetle , Epilachna Beetle আদি কীট-পতংগৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে নিৰপেক্ষ বতৰৰ পৰিস্থিতি ১ মিলিলিটাৰ Malathion 50 EC @ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব পাৰে। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Marathi | Assam | 25-08-2022 | 09:00:00 | SCHEDULED |
|
| 11223 | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৩ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪ °চে.ৰ পৰা ২৬°চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বহুত হাবি বনৰে বাগান খন ভৰি পৰিব পাৰে। লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত অকনো সমস্যা নহয়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰেকৰিব। Spraying pressure ১৫ psi হব লাগে। • প্ৰগ্ৰেম অনুযায়ী দ্বিতীয় কিষ্টিৰ সাৰ প্ৰয়োগ যি সকল খেতিয়কে এতিয়াও কৰা নাই সেই সকলে এই সময়ত কৰিব লাগিব। বৰষুণ মুক্ত বতৰৰ স্থিতিত সাৰ প্ৰয়োগ কৰিব। যদি গছৰ গুৰিত এতিয়াও পানী জমা হৈ আছে তেতিয়া হলে সাৰ প্ৰয়োগ নকৰিব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাওৰ দৰে পাচলিত যদি Fruit fly, Red Pumpkin Beetle , Epilachna Beetle আদি কীট-পতংগৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে নিৰপেক্ষ বতৰৰ পৰিস্থিতি ১ মিলিলিটাৰ Malathion 50 EC @ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব পাৰে। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Marathi | Assam | 25-08-2022 | 09:00:00 | SCHEDULED |
|
| 11224 | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত অহা সপ্তাহত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনাৰ সৈতে বতৰ ডাৱৰীয়া হৈ থাকিব। সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২৯ °চে.ৰ পৰা ৩৪ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৫ °চে.ৰ পৰা ২৭ °চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ৫০ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯% আৰু ৬৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত বহুত হাবি বনৰে বাগান খন ভৰি পৰিব পাৰে। লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত অকনো সমস্যা নহয়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰেকৰিব। Spraying pressure ১৫ psi হব লাগে। • প্ৰগ্ৰেম অনুযায়ী দ্বিতীয় কিষ্টিৰ সাৰ প্ৰয়োগ যি সকল খেতিয়কে এতিয়াও কৰা নাই সেই সকলে এই সময়ত কৰিব লাগিব। বৰষুণ মুক্ত বতৰৰ স্থিতিত সাৰ প্ৰয়োগ কৰিব। যদি গছৰ গুৰিত এতিয়াও পানী জমা হৈ আছে তেতিয়া হলে সাৰ প্ৰয়োগ নকৰিব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাওৰ দৰে পাচলিত যদি Fruit fly, Red Pumpkin Beetle , Epilachna Beetle আদি কীট-পতংগৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে নিৰপেক্ষ বতৰৰ পৰিস্থিতি ১ মিলিলিটাৰ Malathion 50 EC @ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব পাৰে। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Marathi | Assam | 25-08-2022 | 09:00:00 | SCHEDULED |
|
| 11225 | জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত অহা ৭ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৩°চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৭° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বহুত হাবি বনৰে বাগান খন ভৰি পৰিব পাৰে। লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত অকনো সমস্যা নহয়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰেকৰিব। Spraying pressure ১৫ psi হব লাগে। • প্ৰগ্ৰেম অনুযায়ী দ্বিতীয় কিষ্টিৰ সাৰ প্ৰয়োগ যি সকল খেতিয়কে এতিয়াও কৰা নাই সেই সকলে এই সময়ত কৰিব লাগিব। বৰষুণ মুক্ত বতৰৰ স্থিতিত সাৰ প্ৰয়োগ কৰিব। যদি গছৰ গুৰিত এতিয়াও পানী জমা হৈ আছে তেতিয়া হলে সাৰ প্ৰয়োগ নকৰিব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাওৰ দৰে পাচলিত যদি Fruit fly, Red Pumpkin Beetle , Epilachna Beetle আদি কীট-পতংগৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে নিৰপেক্ষ বতৰৰ পৰিস্থিতি ১ মিলিলিটাৰ Malathion 50 EC @ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব পাৰে। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Marathi | Assam | 25-08-2022 | 09:00:00 | SCHEDULED |
|
| 11226 | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৪ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৬ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত পশ্চিম আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বহুত হাবি বনৰে বাগান খন ভৰি পৰিব পাৰে। লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত অকনো সমস্যা নহয়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰেকৰিব। Spraying pressure ১৫ psi হব লাগে। • প্ৰগ্ৰেম অনুযায়ী দ্বিতীয় কিষ্টিৰ সাৰ প্ৰয়োগ যি সকল খেতিয়কে এতিয়াও কৰা নাই সেই সকলে এই সময়ত কৰিব লাগিব। বৰষুণ মুক্ত বতৰৰ স্থিতিত সাৰ প্ৰয়োগ কৰিব। যদি গছৰ গুৰিত এতিয়াও পানী জমা হৈ আছে তেতিয়া হলে সাৰ প্ৰয়োগ নকৰিব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাওৰ দৰে পাচলিত যদি Fruit fly, Red Pumpkin Beetle , Epilachna Beetle আদি কীট-পতংগৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে নিৰপেক্ষ বতৰৰ পৰিস্থিতি ১ মিলিলিটাৰ Malathion 50 EC @ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব পাৰে। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Marathi | Assam | 25-08-2022 | 09:00:00 | SCHEDULED |
|
| 11227 | జైనాద్ మండల రైతు సోదరులకు సూచన :: సోలిడరిడాడ్ వారి ఆధునిక ఆటోమేటెడ్ వాతావరన కేంద్ర సమాచారము మేరకు, గత వారం లో కురిసిన వాన 26 మిల్లీ మీటర్లు గా ఉంది. ఈ వారం సైతం వానలు కురిసే అవకాశం 46-75% గా ఉంది. అధిక వర్షాలు కురిసాయి కావున రైతు సోదరులు కాలువలు ఏర్పాటు చేసుకొని పంటచేరల్లో ఆగిన నీటిని వర్షాలు తగ్గిన వెంటనే తొలగించుకోవాలి. ఆకాశం మేఘావృతమై ఉండడం వల్ల తెగుళ్లు సోకే ప్రమాదం ఉంది కావున ఎక్కడైతే నీరు నిల్వ ఉండి ఆకులు ఎర్రబరాయో అట్లాంటి పంటచేలలో రైతు సోదరులు విధిగా 600 గ్రాములు కాపర్ ఆక్సి క్లోరైడ్ మరియు 20 గ్రాముల ప్లాంటమైసిన్ అనే మందును 200 లీటర్ల నీటిలో కలుపుకొని మొదలు తడిచేలా పిచికారి చేసుకోవాలి. అవసరమైనట్లయితే 19 .19. 19. నీటిలో కరిగే ఎరువులను మరియు అగ్రోమిన్ మాథ్స్ ఫార్ములా సిక్స్ వంటి ఎరువులను ఎకరానికి రెండు కేజీల చొప్పున 200 లీటర్ల నీటిలో కలుపుకొని పిచికారి చేసుకోవాలి ఇట్లు సాలిడేరిడాడ్ ఆసియా | Marathi | Telangana | 24-08-2022 | 08:30:00 | SCHEDULED |
|
| 11228 | मागील काही दिवसात झालेल्या सतत पावसामुळे कपाशीवर आक्स्मिक मर रोगाचा प्रादुर्भाव होण्याची शक्यता आहे. यामध्ये सुरवातीस झाडातील तजेला नाहीसा होऊ लागतो, झाड एकाएकी मलूल होते आणि पिवळे पडून सुकायला लागते. यासाठी काळजी म्हणून जमिनीत पाण्याचा योग्य निचरा होण्यासाठी योग्य वेळी डवरणीच्या पाळ्या देऊन जमीन भुसभुशीत ठेवावी. पिकास पाण्याचा ताण जास्त कालावधीकरिता बसू देऊ नये. तसेच शेतात झाडाजवळ दीर्घ काळ पाणी तुंबून राहणार नाही, याची काळजी घ्यावी. रोगग्रस्त झाडाच्या भोवतालची जमीन खुरपीने त्वरित भुसभुशीत करावी आणि प्रति झाड 2 ते 3 ग्रॅम युरिया झाडाजवळ जमिनीत मिसळून द्यावा. झाडाच्या मुळ्यांजवळ कॉपर ऑक्सिक्लोराइड 30 ग्रॅम प्रति 10 लिटर पाण्यात मिसळून या द्रावणाची झाडांच्या बुंध्याजवळ आळवणी करावी जास्त पावसामुळे कपाशीच्या वाढ व्यवस्थितरित्या झाली नाही. कपाशीच्या योग्य वाढीसाठी नत्र युक्त खताची मात्रा द्यावी. निंदण करुन पीक तणरहित करावे. जेणे करुन दिलेली खतमात्रा मुख्य पिकास उपयोगी पडेल. त्याचबरोबर सुक्ष्म अन्नद्रव्य साठी मयक्रोन्युट्रीयंट फोर्म्युला 4 किंवा फोर्म्युला 6 ची 5 ग्रॅम प्रति लिटर पाणी याप्रमाणे फवारणी करावी. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. | Telugu | MH | 24-08-2022 | 08:30:00 | SCHEDULED |
|
| 11229 | मागील काही दिवसात झालेल्या सतत पावसामुळे कपाशीवर आक्स्मिक मर रोगाचा प्रादुर्भाव होण्याची शक्यता आहे. यामध्ये सुरवातीस झाडातील तजेला नाहीसा होऊ लागतो, झाड एकाएकी मलूल होते आणि पिवळे पडून सुकायला लागते. यासाठी काळजी म्हणून जमिनीत पाण्याचा योग्य निचरा होण्यासाठी योग्य वेळी डवरणीच्या पाळ्या देऊन जमीन भुसभुशीत ठेवावी. पिकास पाण्याचा ताण जास्त कालावधीकरिता बसू देऊ नये. तसेच शेतात झाडाजवळ दीर्घ काळ पाणी तुंबून राहणार नाही, याची काळजी घ्यावी. रोगग्रस्त झाडाच्या भोवतालची जमीन खुरपीने त्वरित भुसभुशीत करावी आणि प्रति झाड 2 ते 3 ग्रॅम युरिया झाडाजवळ जमिनीत मिसळून द्यावा. झाडाच्या मुळ्यांजवळ कॉपर ऑक्सिक्लोराइड 30 ग्रॅम प्रति 10 लिटर पाण्यात मिसळून या द्रावणाची झाडांच्या बुंध्याजवळ आळवणी करावी जास्त पावसामुळे कपाशीच्या वाढ व्यवस्थितरित्या झाली नाही. कपाशीच्या योग्य वाढीसाठी नत्र युक्त खताची मात्रा द्यावी. निंदण करुन पीक तणरहित करावे. जेणे करुन दिलेली खतमात्रा मुख्य पिकास उपयोगी पडेल. त्याचबरोबर सुक्ष्म अन्नद्रव्य साठी मयक्रोन्युट्रीयंट फोर्म्युला 4 किंवा फोर्म्युला 6 ची 5 ग्रॅम प्रति लिटर पाणी याप्रमाणे फवारणी करावी. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. | Telugu | MH | 24-08-2022 | 08:30:00 | SCHEDULED |
|
| 11230 | मागील काही दिवसात झालेल्या सतत पावसामुळे कपाशीवर आक्स्मिक मर रोगाचा प्रादुर्भाव होण्याची शक्यता आहे. यामध्ये सुरवातीस झाडातील तजेला नाहीसा होऊ लागतो, झाड एकाएकी मलूल होते आणि पिवळे पडून सुकायला लागते. यासाठी काळजी म्हणून जमिनीत पाण्याचा योग्य निचरा होण्यासाठी योग्य वेळी डवरणीच्या पाळ्या देऊन जमीन भुसभुशीत ठेवावी. पिकास पाण्याचा ताण जास्त कालावधीकरिता बसू देऊ नये. तसेच शेतात झाडाजवळ दीर्घ काळ पाणी तुंबून राहणार नाही, याची काळजी घ्यावी. रोगग्रस्त झाडाच्या भोवतालची जमीन खुरपीने त्वरित भुसभुशीत करावी आणि प्रति झाड 2 ते 3 ग्रॅम युरिया झाडाजवळ जमिनीत मिसळून द्यावा. झाडाच्या मुळ्यांजवळ कॉपर ऑक्सिक्लोराइड 30 ग्रॅम प्रति 10 लिटर पाण्यात मिसळून या द्रावणाची झाडांच्या बुंध्याजवळ आळवणी करावी जास्त पावसामुळे कपाशीच्या वाढ व्यवस्थितरित्या झाली नाही. कपाशीच्या योग्य वाढीसाठी नत्र युक्त खताची मात्रा द्यावी. निंदण करुन पीक तणरहित करावे. जेणे करुन दिलेली खतमात्रा मुख्य पिकास उपयोगी पडेल. त्याचबरोबर सुक्ष्म अन्नद्रव्य साठी मयक्रोन्युट्रीयंट फोर्म्युला 4 किंवा फोर्म्युला 6 ची 5 ग्रॅम प्रति लिटर पाणी याप्रमाणे फवारणी करावी. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. | Telugu | MH | 24-08-2022 | 08:30:00 | SCHEDULED |
|