Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
11261 জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০ °চে.ৰ পৰা ৩৬ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৭ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। জিলাখনৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা বতৰ কেন্দ্ৰৰ পৰা পোৱা বতৰা অনুযায়ী জুলাই মাহত গড়ে ৩০০ মিলিমিটাৰ বৰষুণ হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । হেলোপেল্টিছ, থ্ৰিপচ বা ব্লাইটৰ দ্বাৰা আক্ৰমণ কৰা এনে এলেকাবোৰত Black প্লাকিং কৰা প্ৰয়োজন। ইয়াৰ ফলত কনী পৰা কুমলীয়া পাতবোৰো পাত তোলাৰ লগে লগে গছৰ টেবুলত নাথাকে। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলা ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব । • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। • বানপানী প্ৰৱণ অঞ্চলবোৰত কৃষকসকলে আগষ্ট মাহৰ মাজভাগৰ ভিতৰত বেঙেনা, কবি, ফুলকবি, ব্ৰকলি আদি বিভিন্ন শাক-পাচলিৰ বীজ সিঁচাৰ বাবে কাঠ বা থাৰ্মোকলৰ বাকচ ,পুলি ট্ৰে আদি ব্যৱহাৰ কৰিব পাৰে যাতে পুলিবোৰ সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 11-08-2022 08:00:00 SCHEDULED
11262 জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০ °চে.ৰ পৰা ৩৫ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৬ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। জিলাখনৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা বতৰ কেন্দ্ৰৰ পৰা পোৱা বতৰা অনুযায়ী জুলাই মাহত গড়ে ৪৭০ মিলিমিটাৰ বৰষুণ হৈছে। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । হেলোপেল্টিছ, থ্ৰিপচ বা ব্লাইটৰ দ্বাৰা আক্ৰমণ কৰা এনে এলেকাবোৰত Black প্লাকিং কৰা প্ৰয়োজন। ইয়াৰ ফলত কনী পৰা কুমলীয়া পাতবোৰো পাত তোলাৰ লগে লগে গছৰ টেবুলত নাথাকে। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলা ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব । • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। • বানপানী প্ৰৱণ অঞ্চলবোৰত কৃষকসকলে আগষ্ট মাহৰ মাজভাগৰ ভিতৰত বেঙেনা, কবি, ফুলকবি, ব্ৰকলি আদি বিভিন্ন শাক-পাচলিৰ বীজ সিঁচাৰ বাবে কাঠ বা থাৰ্মোকলৰ বাকচ ,পুলি ট্ৰে আদি ব্যৱহাৰ কৰিব পাৰে যাতে পুলিবোৰ সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 11-08-2022 08:00:00 SCHEDULED
11263 জিলা: ওদালগুৰি (দাৰোগাচুবা) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত অহা সপ্তাহত অতি পাতলৰ পৰা পাতল বৰষুণ হোৱাৰ সম্ভাৱনাৰ সৈতে বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব। সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩১ °চে.ৰ পৰা ৩৬ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৭ °চে.ৰ পৰা ২৮ °চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। জুলাই মাহত মুঠ ৪২১ মি.মি বৰষুণ হৈছে। যোৱা সপ্তাহত ৮৩ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । হেলোপেল্টিছ, থ্ৰিপচ বা ব্লাইটৰ দ্বাৰা আক্ৰমণ কৰা এনে এলেকাবোৰত Black প্লাকিং কৰা প্ৰয়োজন। ইয়াৰ ফলত কনী পৰা কুমলীয়া পাতবোৰো পাত তোলাৰ লগে লগে গছৰ টেবুলত নাথাকে। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলা ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব । • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। • বানপানী প্ৰৱণ অঞ্চলবোৰত কৃষকসকলে আগষ্ট মাহৰ মাজভাগৰ ভিতৰত বেঙেনা, কবি, ফুলকবি, ব্ৰকলি আদি বিভিন্ন শাক-পাচলিৰ বীজ সিঁচাৰ বাবে কাঠ বা থাৰ্মোকলৰ বাকচ ,পুলি ট্ৰে আদি ব্যৱহাৰ কৰিব পাৰে যাতে পুলিবোৰ সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 11-08-2022 08:00:00 SCHEDULED
11264 জিলা: ওদালগুৰি (আমজুলি) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১০ পৰা ১৬ আগষ্টলৈ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩০° চে.ৰ পৰা ৩৪ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৬° চে.ৰ পৰা ২৭ ° চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। জুলাই মাহত মুঠ ৩১৬ মি.মি বৰষুণ হৈছে। যোৱা সপ্তাহত ৫২ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । হেলোপেল্টিছ, থ্ৰিপচ বা ব্লাইটৰ দ্বাৰা আক্ৰমণ কৰা এনে এলেকাবোৰত Black প্লাকিং কৰা প্ৰয়োজন। ইয়াৰ ফলত কনী পৰা কুমলীয়া পাতবোৰো পাত তোলাৰ লগে লগে গছৰ টেবুলত নাথাকে। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলা ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব । • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। • বানপানী প্ৰৱণ অঞ্চলবোৰত কৃষকসকলে আগষ্ট মাহৰ মাজভাগৰ ভিতৰত বেঙেনা, কবি, ফুলকবি, ব্ৰকলি আদি বিভিন্ন শাক-পাচলিৰ বীজ সিঁচাৰ বাবে কাঠ বা থাৰ্মোকলৰ বাকচ ,পুলি ট্ৰে আদি ব্যৱহাৰ কৰিব পাৰে যাতে পুলিবোৰ সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 11-08-2022 08:00:00 SCHEDULED
11265 జైనాద్ మండల రైతు సోదరులకు సూచన :: సోలిడరిడాడ్ వారి ఆధునిక ఆటోమేటెడ్ వాతావరన కేంద్ర సమాచారము మేరకు, గత వారం లో కురిసిన వాన 136.40 మిల్లీ మీటర్లు గా ఉంది. ఈ వారం సైతం వానలు కురిసే అవకాశం 38-87% గా ఉంది. అధిక వర్షాలు కురిసాయి కావున రైతు సోదరులు కాలువలు ఏర్పాటు చేసుకొని పంటచేరల్లో ఆగిన నీటిని వర్షాలు తగ్గిన వెంటనే తొలగించుకోవాలి. ఆకాశం మేఘావృతమై ఉండడం వల్ల తెగుళ్లు సోకే ప్రమాదం ఉంది కావున ఎక్కడైతే నీరు నిల్వ ఉండి ఆకులు ఎర్రబరాయో అట్లాంటి పంటచేలలో రైతు సోదరులు విధిగా 600 గ్రాములు కాపర్ ఆక్సి క్లోరైడ్ మరియు 20 గ్రాముల ప్లాంటమైసిన్ అనే మందును 200 లీటర్ల నీటిలో కలుపుకొని మొదలు తడిచేలా పిచికారి చేసుకోవాలి. అవసరమైనట్లయితే 19 .19. 19. నీటిలో కరిగే ఎరువులను మరియు అగ్రోమిన్ మాథ్స్ ఫార్ములా సిక్స్ వంటి ఎరువులను ఎకరానికి రెండు కేజీల చొప్పున 200 లీటర్ల నీటిలో కలుపుకొని పిచికారి చేసుకోవాలి ఇట్లు సాలిడేరిడాడ్ ఆసియా Marathi Telangana 10-08-2022 15:50:00 SCHEDULED
11266 उड़द एवं सोयाबीन की फसल में केवल अनुशंसित कीटनाशकों की अनुशंसित मात्रा को पर्याप्त पानी के साथ मिलाकर छिड़काव करें I कभी भी एक कीटनाशक का लगातार प्रयोग नहीं करना चाहिये I आवश्यकता पड़ने पर उसी तरह के स्वाभाव वाले अन्य कीटनाशक का प्रयोग करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Marathi Rajasthan User 09-08-2022 14:35:00 SCHEDULED
11267 कापूस पिकामधील वाढीच्या अवस्थेतील व्यवस्थापनाबद्दल माहिती घेऊ. पीक 70 ते 80 दिवसांचे असताना, जमिनीत मुबलक ओल असताना व पिकाची ऊंची साधारण 3.5 फूट असताना, मजुरांच्या साहाय्याने कपाशीच्या झाडांचा केवळ वरचा कोवळा शेंडा खुडून घ्यावा. कपाशीचे कोवळे शेंडे खुडून घेतल्यामुळे कपाशीची अवास्तव वाढ टाळता येईल व फळफांद्यांची संख्या वाढण्यास मदत होईल. फळफांद्यांची संख्या वाढवण्यासाठी तसेच पिकाची उंची कमी राखण्यासाठी काही वेळा कपाशीचे पीक 55 दिवसांचे असताना सुद्धा शेंडे खुडता येतात. याद्वारे दोन फळफांद्यामधील अंतर कमी राहून संख्या वाढण्यास मदत होते. फळफांद्यांची संख्या वाढवण्यासाठी कपाशीची उंची आटोक्यात ठेवण्यासाठी आणि दोन फळफांद्यामधील अंतर कमी ठेवण्यासाठी क्लोरमेक्वाट क्लोराईड या वाढनियंत्रकाची फवारणी 0.05 ते 0.1 मिलि प्रति लिटर पाणी याप्रमाणे फवारणी करावी. कापूस पिकाच्या खोल मूळप्रणाली मुळे कापूस हे दुष्काळ प्रतिरोधक पीक आहे. पीकवाढीच्या कालावधीदरम्यान दुष्काळाची वेळ व तीव्रता कापूस उत्पादनावर विशेष परिणाम करते. सुरुवातीच्या हंगामात मध्यम दुष्काळ काही वेळा फायदेशीर ठरू शकतो. फुले येण्याच्या आधीच्या अवस्थेतील दुष्काळ काही वेळा फुलांच्या आणि उत्पन्नाचा दर वाढवण्यासाठी काही प्रमाणात उपयुक्त असतो. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राम संपर्क मोबा. क्र. 9158261922. Telugu MH 10-08-2022 08:30:00 SCHEDULED
11268 कापूस पिकामधील वाढीच्या अवस्थेतील व्यवस्थापनाबद्दल माहिती घेऊ. पीक 70 ते 80 दिवसांचे असताना, जमिनीत मुबलक ओल असताना व पिकाची ऊंची साधारण 3.5 फूट असताना, मजुरांच्या साहाय्याने कपाशीच्या झाडांचा केवळ वरचा कोवळा शेंडा खुडून घ्यावा. कपाशीचे कोवळे शेंडे खुडून घेतल्यामुळे कपाशीची अवास्तव वाढ टाळता येईल व फळफांद्यांची संख्या वाढण्यास मदत होईल. फळफांद्यांची संख्या वाढवण्यासाठी तसेच पिकाची उंची कमी राखण्यासाठी काही वेळा कपाशीचे पीक 55 दिवसांचे असताना सुद्धा शेंडे खुडता येतात. याद्वारे दोन फळफांद्यामधील अंतर कमी राहून संख्या वाढण्यास मदत होते. फळफांद्यांची संख्या वाढवण्यासाठी कपाशीची उंची आटोक्यात ठेवण्यासाठी आणि दोन फळफांद्यामधील अंतर कमी ठेवण्यासाठी क्लोरमेक्वाट क्लोराईड या वाढनियंत्रकाची फवारणी 0.05 ते 0.1 मिलि प्रति लिटर पाणी याप्रमाणे फवारणी करावी. कापूस पिकाच्या खोल मूळप्रणाली मुळे कापूस हे दुष्काळ प्रतिरोधक पीक आहे. पीकवाढीच्या कालावधीदरम्यान दुष्काळाची वेळ व तीव्रता कापूस उत्पादनावर विशेष परिणाम करते. सुरुवातीच्या हंगामात मध्यम दुष्काळ काही वेळा फायदेशीर ठरू शकतो. फुले येण्याच्या आधीच्या अवस्थेतील दुष्काळ काही वेळा फुलांच्या आणि उत्पन्नाचा दर वाढवण्यासाठी काही प्रमाणात उपयुक्त असतो. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राम संपर्क मोबा. क्र. 9158261922. Telugu MH 10-08-2022 08:30:00 SCHEDULED
11269 कापूस पिकामधील वाढीच्या अवस्थेतील व्यवस्थापनाबद्दल माहिती घेऊ. पीक 70 ते 80 दिवसांचे असताना, जमिनीत मुबलक ओल असताना व पिकाची ऊंची साधारण 3.5 फूट असताना, मजुरांच्या साहाय्याने कपाशीच्या झाडांचा केवळ वरचा कोवळा शेंडा खुडून घ्यावा. कपाशीचे कोवळे शेंडे खुडून घेतल्यामुळे कपाशीची अवास्तव वाढ टाळता येईल व फळफांद्यांची संख्या वाढण्यास मदत होईल. फळफांद्यांची संख्या वाढवण्यासाठी तसेच पिकाची उंची कमी राखण्यासाठी काही वेळा कपाशीचे पीक 55 दिवसांचे असताना सुद्धा शेंडे खुडता येतात. याद्वारे दोन फळफांद्यामधील अंतर कमी राहून संख्या वाढण्यास मदत होते. फळफांद्यांची संख्या वाढवण्यासाठी कपाशीची उंची आटोक्यात ठेवण्यासाठी आणि दोन फळफांद्यामधील अंतर कमी ठेवण्यासाठी क्लोरमेक्वाट क्लोराईड या वाढनियंत्रकाची फवारणी 0.05 ते 0.1 मिलि प्रति लिटर पाणी याप्रमाणे फवारणी करावी. कापूस पिकाच्या खोल मूळप्रणाली मुळे कापूस हे दुष्काळ प्रतिरोधक पीक आहे. पीकवाढीच्या कालावधीदरम्यान दुष्काळाची वेळ व तीव्रता कापूस उत्पादनावर विशेष परिणाम करते. सुरुवातीच्या हंगामात मध्यम दुष्काळ काही वेळा फायदेशीर ठरू शकतो. फुले येण्याच्या आधीच्या अवस्थेतील दुष्काळ काही वेळा फुलांच्या आणि उत्पन्नाचा दर वाढवण्यासाठी काही प्रमाणात उपयुक्त असतो. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राम संपर्क मोबा. क्र. 9158261922. Telugu MH 10-08-2022 08:30:00 SCHEDULED
11270 कापूस पिकामधील वाढीच्या अवस्थेतील व्यवस्थापनाबद्दल माहिती घेऊ. पीक 70 ते 80 दिवसांचे असताना, जमिनीत मुबलक ओल असताना व पिकाची ऊंची साधारण 3.5 फूट असताना, मजुरांच्या साहाय्याने कपाशीच्या झाडांचा केवळ वरचा कोवळा शेंडा खुडून घ्यावा. कपाशीचे कोवळे शेंडे खुडून घेतल्यामुळे कपाशीची अवास्तव वाढ टाळता येईल व फळफांद्यांची संख्या वाढण्यास मदत होईल. फळफांद्यांची संख्या वाढवण्यासाठी तसेच पिकाची उंची कमी राखण्यासाठी काही वेळा कपाशीचे पीक 55 दिवसांचे असताना सुद्धा शेंडे खुडता येतात. याद्वारे दोन फळफांद्यामधील अंतर कमी राहून संख्या वाढण्यास मदत होते. फळफांद्यांची संख्या वाढवण्यासाठी कपाशीची उंची आटोक्यात ठेवण्यासाठी आणि दोन फळफांद्यामधील अंतर कमी ठेवण्यासाठी क्लोरमेक्वाट क्लोराईड या वाढनियंत्रकाची फवारणी 0.05 ते 0.1 मिलि प्रति लिटर पाणी याप्रमाणे फवारणी करावी. कापूस पिकाच्या खोल मूळप्रणाली मुळे कापूस हे दुष्काळ प्रतिरोधक पीक आहे. पीकवाढीच्या कालावधीदरम्यान दुष्काळाची वेळ व तीव्रता कापूस उत्पादनावर विशेष परिणाम करते. सुरुवातीच्या हंगामात मध्यम दुष्काळ काही वेळा फायदेशीर ठरू शकतो. फुले येण्याच्या आधीच्या अवस्थेतील दुष्काळ काही वेळा फुलांच्या आणि उत्पन्नाचा दर वाढवण्यासाठी काही प्रमाणात उपयुक्त असतो. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राम संपर्क मोबा. क्र. 9158261922. Telugu MH 10-08-2022 08:30:00 SCHEDULED