Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
11291 अतिपावसापासून किंवा पावसामध्ये पडणाऱ्या दिर्घ खंडापासून आपले पिक वाचवण्यासाठी डवर्‍याचे फेर सूरु करावे. तसेच मूळांची वाढ होण्यास ह्यूमीक अॅसीडचे ड्रेंचिंग करणे फायदेशिर ठरेल. सोयाबीन पिकाकरिता . जमिनीत जास्त प्रमाणात ओल असून पिकावर मर रोगाची लक्षणे दिसत असेल तर ट्रायकोडर्मा विरडीचे ड्रेंचिंग करावे. शक्य असेल तर डवराचा फेर द्यावा. आपल्या शेतातील कापूस पिकाचे रोपांचा शेंडा मलूल झालेला आढळला आणि रोप उपटल्यास त्याच्या मुळांना तंतूमुळे आढळत नसतील तर तेथे हुमणी या किडींचा प्रादुर्भाव असण्याची दाट शक्यता आहे. झाडावर औषधाची फवारणी न करता याचा बंदोबस्त ब्यूवेरिया बॅसीयाना किंवा मेटॅरायझीयम अनासपोली या मित्र बूरशीचा वापर मृदुकाय अळ्यांच्या बंदोबंस्ताकरिता करावा. आपण मिलिपीड किंवा वाणी किडीच्या नियंत्रणासाठीच्या उपाय व पद्धतींबद्दल जाणून घेऊ. पावसाळ्यात बांधावरील गवत नष्ट करून बांध नेहमी स्वच्छ ठेवावेत. बांधावरील गवतावरून शेतात मुख्य पिकावर होणारा प्रादुर्भाव रोखण्यासाठी शेताच्या चोहोबाजूंनी एक मीटर पट्ट्यात राख पसरावी. राखेमुळे मातीतील कोरडेपणा वाढून किडीची हालचाल मंदावते. मोरचूद व कळीचा चुना (2:3) यांच्या मिश्रणाचा पातळ थर राखेवर द्यावा. संपर्कात येणार्‍या किडी मरण्यास मदत होते. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राम संपर्क मोबा. क्र. 9158261922. Telugu MH 03-08-2022 08:30:00 SCHEDULED
11292 अतिपावसापासून किंवा पावसामध्ये पडणाऱ्या दिर्घ खंडापासून आपले पिक वाचवण्यासाठी डवर्‍याचे फेर सूरु करावे. तसेच मूळांची वाढ होण्यास ह्यूमीक अॅसीडचे ड्रेंचिंग करणे फायदेशिर ठरेल. सोयाबीन पिकाकरिता . जमिनीत जास्त प्रमाणात ओल असून पिकावर मर रोगाची लक्षणे दिसत असेल तर ट्रायकोडर्मा विरडीचे ड्रेंचिंग करावे. शक्य असेल तर डवराचा फेर द्यावा. आपल्या शेतातील कापूस पिकाचे रोपांचा शेंडा मलूल झालेला आढळला आणि रोप उपटल्यास त्याच्या मुळांना तंतूमुळे आढळत नसतील तर तेथे हुमणी या किडींचा प्रादुर्भाव असण्याची दाट शक्यता आहे. झाडावर औषधाची फवारणी न करता याचा बंदोबस्त ब्यूवेरिया बॅसीयाना किंवा मेटॅरायझीयम अनासपोली या मित्र बूरशीचा वापर मृदुकाय अळ्यांच्या बंदोबंस्ताकरिता करावा. आपण मिलिपीड किंवा वाणी किडीच्या नियंत्रणासाठीच्या उपाय व पद्धतींबद्दल जाणून घेऊ. पावसाळ्यात बांधावरील गवत नष्ट करून बांध नेहमी स्वच्छ ठेवावेत. बांधावरील गवतावरून शेतात मुख्य पिकावर होणारा प्रादुर्भाव रोखण्यासाठी शेताच्या चोहोबाजूंनी एक मीटर पट्ट्यात राख पसरावी. राखेमुळे मातीतील कोरडेपणा वाढून किडीची हालचाल मंदावते. मोरचूद व कळीचा चुना (2:3) यांच्या मिश्रणाचा पातळ थर राखेवर द्यावा. संपर्कात येणार्‍या किडी मरण्यास मदत होते. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राम संपर्क मोबा. क्र. 9158261922. Telugu MH 03-08-2022 08:30:00 SCHEDULED
11293 सोयाबीन की फसल में यदि पत्ती, तना तथा फलियों पर अनियमित भूरे काले छोटे से बड़े आकार के धब्बे दिखाई देते हैं तो यह फफूंद जनित एन्थ्रेकनोज नामक बीमारी का प्रकोप होने संकेत है इस रोग के नियंत्रण हेतु सलाह है कि टेबूकोनाझोल 625 मिलीलीटर प्रति हेक्टेयर अथवा हैक्जाकोनोझोल 5 प्रतिशत ईसी 800 मिलीलीटर प्रति हेक्टेयर से छिड़काव करें I तम्बाखू की इल्ली एवां चने की इल्ली के प्रबंधन के लिये कीट विशेष फेरोमोन्स ट्रैप्स एवं खेत में बर्ड पर्च (T आकार की खूंटी ) लगाने से कीट-भक्षी पक्षियों द्वारा भी इल्लियो की संख्या कम करने में सहायता मिलती हैI स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Marathi MP 02-08-2022 10:35:00 SCHEDULED
11294 सोयाबीन की फसल में केवल अनुशंसित कीटनाशकों की अनुशंसित मात्रा को पर्याप्त पानी के साथ मिलाकर छिड़काव करें I कभी भी एक कीटनाशक का लगातार प्रयोग नहीं करना चाहिये I आवश्यकता पड़ने पर उसी तरह के स्वाभाव वाले अन्य कीटनाशक का प्रयोग करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Marathi MP 02-08-2022 10:30:00 SCHEDULED
11295 UDALGURI AMJULI বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ বতৰ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২৮° চে.ৰ পৰা ৩২° চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৫° চে.ৰ পৰা ২৬° চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ১৩৩ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১০ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি বেমাৰৰ ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী নিষ্কাশন কৰিব লাগে। এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব। • LP DSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে "Search and Kill" পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত ঔষধ স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • দেৰিকৈ কৰা তিতা কেৰেলা বীজ সিঁচা কার্য্য জুলাই মাহলৈ অব্যাহত ৰাখিব পাৰে। দুটা সাৰিৰ মাজৰ ব্যৱধান ১.৫২.৫ মিটাৰ আৰু এডাল গছৰ পৰা আন ডাল গছৰ মাজত ৬০ ছে: মি: ১.২ মিটাৰ ব্যৱধান ৰখা উচিত। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 28-07-2022 12:00:00 SCHEDULED
11296 UDALGURI DAROGACHUBA বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত অহা সপ্তাহত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনাৰ সৈতে বতৰ ডাৱৰীয়া হৈ থাকিব। সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২৯ °চে.ৰ পৰা ৩২ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৫ °চে.ৰ পৰা ২৭°চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ২০৩ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১০ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি বেমাৰৰ ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী নিষ্কাশন কৰিব লাগে। এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব। • LP DSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে "Search and Kill" পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত ঔষধ স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • দেৰিকৈ কৰা তিতা কেৰেলা বীজ সিঁচা কার্য্য জুলাই মাহলৈ অব্যাহত ৰাখিব পাৰে। দুটা সাৰিৰ মাজৰ ব্যৱধান ১.৫২.৫ মিটাৰ আৰু এডাল গছৰ পৰা আন ডাল গছৰ মাজত ৬০ ছে: মি: ১.২ মিটাৰ ব্যৱধান ৰখা উচিত। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 28-07-2022 12:00:00 SCHEDULED
11297 TINSUKIA বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৩° চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪ °চে.ৰ পৰা ২৬ ° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি বেমাৰৰ ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী নিষ্কাশন কৰিব লাগে। এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব। • LP DSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে "Search and Kill" পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত ঔষধ স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • দেৰিকৈ কৰা তিতা কেৰেলা বীজ সিঁচা কার্য্য জুলাই মাহলৈ অব্যাহত ৰাখিব পাৰে। দুটা সাৰিৰ মাজৰ ব্যৱধান ১.৫২.৫ মিটাৰ আৰু এডাল গছৰ পৰা আন ডাল গছৰ মাজত ৬০ ছে: মি: ১.২ মিটাৰ ব্যৱধান ৰখা উচিত। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 28-07-2022 12:00:00 SCHEDULED
11298 DIBRUGARH বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০° চে.ৰ পৰা ৩৩ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৬ ° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি বেমাৰৰ ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী নিষ্কাশন কৰিব লাগে। এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব। • LP DSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে "Search and Kill" পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত ঔষধ স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • দেৰিকৈ কৰা তিতা কেৰেলা বীজ সিঁচা কার্য্য জুলাই মাহলৈ অব্যাহত ৰাখিব পাৰে। দুটা সাৰিৰ মাজৰ ব্যৱধান ১.৫২.৫ মিটাৰ আৰু এডাল গছৰ পৰা আন ডাল গছৰ মাজত ৬০ ছে: মি: ১.২ মিটাৰ ব্যৱধান ৰখা উচিত। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 28-07-2022 12:00:00 SCHEDULED
11299 JORHAT বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত অহা ৭ দিনত বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৩ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৭ ° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি বেমাৰৰ ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী নিষ্কাশন কৰিব লাগে। এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব। • LP DSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে "Search and Kill" পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত ঔষধ স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • দেৰিকৈ কৰা তিতা কেৰেলা বীজ সিঁচা কার্য্য জুলাই মাহলৈ অব্যাহত ৰাখিব পাৰে। দুটা সাৰিৰ মাজৰ ব্যৱধান ১.৫২.৫ মিটাৰ আৰু এডাল গছৰ পৰা আন ডাল গছৰ মাজত ৬০ ছে: মি: ১.২ মিটাৰ ব্যৱধান ৰখা উচিত। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 28-07-2022 12:00:00 SCHEDULED
11300 प्रिय किसान साथियों, अगस्त माह के प्रथम सप्ताह में 1 से 8 तारीख तक लखीमपुर और हरदोई जिलों में न्यूनतम तापमान में हलकी वृद्धि होगीI इस दौरान न्यूनतम तापमान 27 डिग्री और अधिकतम तापमान 32 डिग्री सेंटीग्रेड के बीच रहेगाI वायुमंडल में नमी 75 से 90 प्रतिशत तक रहेगी और 1 से 5 अगस्त तक वर्षा की सम्भावना हैI हवा के तेज झोंके भी चलेंगेI वातावरण में लम्बे समय तक नमी और पत्तो पर देर तक पानी होने से गन्ने की फसल में कीटों का प्रकोप बढेगाI बिमारियों के बढ़ते लक्षण को ध्यान में रख कर किसान साथी सावधानी बरतेंI लाल सडन रोग ग्रसित गन्नो को जड़ से उखाड़ कर खेत से बाहर जमीन के नीचे ३-४ फीट गड्ढा खोद कर दबा देंI उखाड़े गए स्थान पर प्रति एकड़ 4 किलो ट्राईकोडरमा को 100 लीटर पानी में घोल लें तथा 4-5 कुंटल गोबर के खाद में मिलाकर छाये में सुखाएंI 48 घंटे बाद इस मिश्रण को लाल सडन रोग से प्रभावित गन्ने की लाइनों में डाल कर हल्का पानी लगायेंI पोक्का बोइंग में पत्तियौ में जड़ की तरफ पीले रंग के धब्बे दिखायी पड़ते हैं तथा पत्तियाँ सिकुड़ने लगती हैंI रोग की पहचान के बाद ७५० ग्राम मेन्कोजेब दवा को २५० लीटर पानी में घोल कर एक एकड़ की दर से खेतों में छिडकाव करेंI इस समय गन्ने के पौधों पर मिट्टी चढाने और बंधाई का काम प्राथमिकता से करेंI यदि गन्ने के पौधों की लम्बाई अधिक हो गयी हो तो जरुरत के अनुसार पौधों की पहली या दूसरी बंधाई करेंI इससे हवा चलने या बारिश होने की स्थिति में पौधे नहीं गिरेंगेI खेतों में नमी को बनाये रखेंI इसके साथ ही बारिश की स्थिति को देखते हुए खेतों में पानी के निकास की समुचित व्यवस्था भी कर लेंI खेत का नियमित निरीक्षण करें पायरीला, ग्रास होपर, जैसे कीटो के साथ खर पतवार को नियंत्रित करते रहेंI खाली खेतों में हरी खाद के लिए सनई या ढैंचा की फसल लगायें यह अगली शरद कालीन गन्ने के लिए खाद का काम करेगीI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Marathi Uttar Pradesh 29-07-2022 08:05:00 SCHEDULED