Message Schedule List : 12,462
S. No. Message Language Created By Date Time Status Action
111 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ জুলাইলৈ, ২০২৬) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ জুলাইলৈ, ২০২৬ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। বিগত জুন মাহত মুঠ ১৯৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • বাগান বোৰত যদি লাল চাহীঁ পোক আৰু Helopeltis ৰ আক্ৰমন দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ৰাসায়নিক পদাৰ্থৰ অনুমোদিত পালি বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব। • এই বছৰত বৰষুণৰ পৰিমান তুলনামূলকভাৱে কম হোৱাৰ বাবে বাগিচাসমূহত বহুত ধৰনৰ কীট পতঙ্গৰ আক্ৰমনৰ প্ৰভাব পৰাৰ বাবে উৎপাদনত ব‍্যাঘাত হৈছে । বতৰৰ পৰিবৰ্তনৰ কাৰনে লব লগীয়া ব‍্যবস্হা বোৰৰ কথা সকলোৱে চিন্তা কৰিবলৈ নিত‍্যান্ত প্ৰয়োজন । নিৰাময়তকৈ প্ৰতিৰোধ ভাল (Prevention is better than cure), গতিকে চাহ গছক নিৰোগী কৰি ৰাখিবলৈ সকলোৱে উপলব্ধি কৰা উচিত। • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 23-07-2026 12:00:00 SCHEDULED
112 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ জুলাইলৈ, ২০২৬) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ জুলাইলৈ, ২০২৬ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুন মাহত মুঠ ২১১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • বাগান বোৰত যদি লাল চাহীঁ পোক আৰু Helopeltis ৰ আক্ৰমন দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ৰাসায়নিক পদাৰ্থৰ অনুমোদিত পালি বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব। • এই বছৰত বৰষুণৰ পৰিমান তুলনামূলকভাৱে কম হোৱাৰ বাবে বাগিচাসমূহত বহুত ধৰনৰ কীট পতঙ্গৰ আক্ৰমনৰ প্ৰভাব পৰাৰ বাবে উৎপাদনত ব‍্যাঘাত হৈছে । বতৰৰ পৰিবৰ্তনৰ কাৰনে লব লগীয়া ব‍্যবস্হা বোৰৰ কথা সকলোৱে চিন্তা কৰিবলৈ নিত‍্যান্ত প্ৰয়োজন । নিৰাময়তকৈ প্ৰতিৰোধ ভাল (Prevention is better than cure), গতিকে চাহ গছক নিৰোগী কৰি ৰাখিবলৈ সকলোৱে উপলব্ধি কৰা উচিত। • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 23-07-2026 12:00:00 SCHEDULED
113 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৬) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৬ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। বিগত জুন মাহত মুঠ ১৯৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • বহুত খেতিয়কৰ পৰা খবৰ আহিছে যে চাহ গছ বোৰত গ্ৰীণ ফ্লাইজ, মহপোক, লুপাৰ আদি পোকবোৰৰ কাৰণে পাতৰ উ‍্যপাদন কমি গৈছে । খেতিয়ক সকললৈ অনুৰোধ যাতে পাত তোলাৰ সময়তে যিবোৰ গছত এই পোক বোৰ দেখা যায় সেই বোৰত লগে লগে কীটনাশক দৰৱ স্প্ৰে কৰিব লাগে , তেতিয়াহে প্ৰতিৰোধ কৰিবলৈ সক্ষম হব । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 23-07-2026 12:00:00 SCHEDULED
114 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৬) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৬ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুন মাহত মুঠ ২১১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • বহুত খেতিয়কৰ পৰা খবৰ আহিছে যে চাহ গছ বোৰত গ্ৰীণ ফ্লাইজ, মহপোক, লুপাৰ আদি পোকবোৰৰ কাৰণে পাতৰ উ‍্যপাদন কমি গৈছে । খেতিয়ক সকললৈ অনুৰোধ যাতে পাত তোলাৰ সময়তে যিবোৰ গছত এই পোক বোৰ দেখা যায় সেই বোৰত লগে লগে কীটনাশক দৰৱ স্প্ৰে কৰিব লাগে , তেতিয়াহে প্ৰতিৰোধ কৰিবলৈ সক্ষম হব । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 23-07-2026 12:00:00 SCHEDULED
115 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৬) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৬ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন হৈ যাব লাগে। যি সকলে এইবাৰ সাৰৰ অভাৱৰ বাবে সাৰ দিব পৰা নাই তেওঁলোকে Foliar Spray কৰিবলৈ ৩০০ গ্ৰাম ইউৰিয়া (Urea), ২০০ গ্ৰাম ডি এ পি(DAP) আৰু ৪৭০ গ্ৰাম এম অ পি(MOP) ১০০ লিটাৰ পানীত মিহলাই বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব পাৰে । • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 23-07-2026 12:00:00 SCHEDULED
116 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৬) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৬ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন হৈ যাব লাগে। যি সকলে এইবাৰ সাৰৰ অভাৱৰ বাবে সাৰ দিব পৰা নাই তেওঁলোকে Foliar Spray কৰিবলৈ ৩০০ গ্ৰাম ইউৰিয়া (Urea), ২০০ গ্ৰাম ডি এ পি(DAP) আৰু ৪৭০ গ্ৰাম এম অ পি(MOP) ১০০ লিটাৰ পানীত মিহলাই বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব পাৰে । • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 23-07-2026 12:00:00 SCHEDULED
117 वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Jhabua ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 21st July - 30th July के दौरान दिन में 26 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 9.4 mm बारिश दर्ज हुई है। जून माह से अबतक कुल 223mm बारिश दर्ज हुई है। आगामी सप्ताह मे 80-85% बारिश होने की संभावना हे। वर्तमान स्थिति को देखते हुए जिन किसानों ने अभी तक सोयाबीन की बुवाई नहीं की है, उन्हें सलाह दी जाती है कि वे अपने खेत की मिट्टी और फसल विविधीकरण (Crop Diversification) को ध्यान में रखते हुए एक से अधिक फसलों का चयन करें। इसके लिए वे सोयाबीन, तिल, उड़द, मूंग, मक्का और अरहर में से सही फसलें चुन सकते हैं। खेत में पर्याप्त नमी सुनिश्चित करने के लिए अच्छी बारिश होने के बाद ही बुवाई करें।यदि आप सोयाबीन बो रहे हैं, तो कम अवधि (कम दिनों) में पकने वाली किस्मों का ही उपयोग करें। ऐसे में कतार से कतार (पंक्ति से पंक्ति) की दूरी घटाकर 30 सेमी कर दें, बीज की मात्रा को आनुपातिक रूप से 25% बढ़ा दें और सोयाबीन के साथ इंटरक्रॉपिंग ज़रूर अपनाएं। स्मार्ट अग्री कार्यक्रम के माध्यम से जलवायु -अनुकूल टिकाऊ खेती को अपनाना है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I Hindi MP 21-07-2026 16:10:00 SCHEDULED
118 वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Dhar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 21st July - 30th July के दौरान दिन में 26 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 4.6 mm बारिश दर्ज हुई है। जून माह से अबतक कुल 294mm बारिश दर्ज हुई है। आगामी सप्ताह मे 90-95% बारिश होने की संभावना हे। वर्तमान स्थिति को देखते हुए जिन किसानों ने अभी तक सोयाबीन की बुवाई नहीं की है, उन्हें सलाह दी जाती है कि वे अपने खेत की मिट्टी और फसल विविधीकरण (Crop Diversification) को ध्यान में रखते हुए एक से अधिक फसलों का चयन करें। इसके लिए वे सोयाबीन, तिल, उड़द, मूंग, मक्का और अरहर में से सही फसलें चुन सकते हैं। खेत में पर्याप्त नमी सुनिश्चित करने के लिए अच्छी बारिश होने के बाद ही बुवाई करें।यदि आप सोयाबीन बो रहे हैं, तो कम अवधि (कम दिनों) में पकने वाली किस्मों का ही उपयोग करें। ऐसे में कतार से कतार (पंक्ति से पंक्ति) की दूरी घटाकर 30 सेमी कर दें, बीज की मात्रा को आनुपातिक रूप से 25% बढ़ा दें और सोयाबीन के साथ इंटरक्रॉपिंग ज़रूर अपनाएं। स्मार्ट अग्री कार्यक्रम के माध्यम से जलवायु -अनुकूल टिकाऊ खेती को अपनाना है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I Hindi MP 21-07-2026 16:00:00 SCHEDULED
119 वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Vidisha ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 21st July - 30th July के दौरान दिन में 28 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 107 mm बारिश दर्ज हुई है। जून माह से अबतक कुल 287mm बारिश दर्ज हुई है। आगामी सप्ताह मे 85-90% बारिश होने की संभावना हे। वर्तमान स्थिति को देखते हुए जिन किसानों ने अभी तक सोयाबीन की बुवाई नहीं की है, उन्हें सलाह दी जाती है कि वे अपने खेत की मिट्टी और फसल विविधीकरण (Crop Diversification) को ध्यान में रखते हुए एक से अधिक फसलों का चयन करें। इसके लिए वे सोयाबीन, तिल, उड़द, मूंग, मक्का और अरहर में से सही फसलें चुन सकते हैं। खेत में पर्याप्त नमी सुनिश्चित करने के लिए अच्छी बारिश होने के बाद ही बुवाई करें।यदि आप सोयाबीन बो रहे हैं, तो कम अवधि (कम दिनों) में पकने वाली किस्मों का ही उपयोग करें। ऐसे में कतार से कतार (पंक्ति से पंक्ति) की दूरी घटाकर 30 सेमी कर दें, बीज की मात्रा को आनुपातिक रूप से 25% बढ़ा दें और सोयाबीन के साथ इंटरक्रॉपिंग ज़रूर अपनाएं। स्मार्ट अग्री कार्यक्रम के माध्यम से जलवायु -अनुकूल टिकाऊ खेती को अपनाना है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I Hindi MP 21-07-2026 15:57:00 SCHEDULED
120 वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Ratlam ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 21st July - 30th July के दौरान दिन में 26 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 48.8 mm बारिश दर्ज हुई है। जून माह से अबतक कुल 320mm बारिश दर्ज हुई है। आगामी सप्ताह मे 75-85% बारिश होने की संभावना हे। वर्तमान स्थिति को देखते हुए जिन किसानों ने अभी तक सोयाबीन की बुवाई नहीं की है, उन्हें सलाह दी जाती है कि वे अपने खेत की मिट्टी और फसल विविधीकरण (Crop Diversification) को ध्यान में रखते हुए एक से अधिक फसलों का चयन करें। इसके लिए वे सोयाबीन, तिल, उड़द, मूंग, मक्का और अरहर में से सही फसलें चुन सकते हैं। खेत में पर्याप्त नमी सुनिश्चित करने के लिए अच्छी बारिश होने के बाद ही बुवाई करें।यदि आप सोयाबीन बो रहे हैं, तो कम अवधि (कम दिनों) में पकने वाली किस्मों का ही उपयोग करें। ऐसे में कतार से कतार (पंक्ति से पंक्ति) की दूरी घटाकर 30 सेमी कर दें, बीज की मात्रा को आनुपातिक रूप से 25% बढ़ा दें और सोयाबीन के साथ इंटरक्रॉपिंग ज़रूर अपनाएं। स्मार्ट अग्री कार्यक्रम के माध्यम से जलवायु -अनुकूल टिकाऊ खेती को अपनाना है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I Hindi MP 21-07-2026 15:51:00 SCHEDULED