Message Schedule List : 12,462
S. No. Message Language Created By Date Time Status Action
1311 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-09-2025 13:00:00 SCHEDULED
1312 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-09-2025 13:00:00 SCHEDULED
1313 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১১ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-09-2025 13:00:00 SCHEDULED
1314 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৬ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ১০০ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১২ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • মনত ৰাখিব যে চিঙা পাতৰ মানদণ্ড গুণগত হলেহে বিকা চাহৰ দাম ভাল হয় । গতিকে পাত চিঙাৰ পাচত সকলোৱে “ফাইন লিফ কাউন্ত “ কৰিব লাগে । এই সময়ত কমেও ৪৫-৫০% ৰ ভতৰত ফাইন লিফ থাকিব লাগে । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফ’ছেট (Glyphosate) স্প্ৰে’ কৰিব। অন্যান্য শস্যৰ বাবে: • বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচ যেনে পুচা পাৰপল ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, পুচা ক্রান্তি, পুচা পাৰপল লং, পুচা পাৰপল ৰাউ, জে চি-২ আদি সংগ্ৰহ কৰিব পাৰে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এক বিঘা মাটিৰ বাবে ৩০ গ্রাম বীজ লাগে। • এই সপ্তাহৰ পৰাই ফুল-কবিৰ মধ্যমীয়া জাতৰ বীজ যেনে, ইম্প্রোভ জাপানীজ(Improved Japanese), পুচা চিনথেটিক(Pusa Synthetic), পুচা স্নোবল(Pusa Snowball) আদি আৰু ব্র’ক’লীৰ মধ্যমীয়া জাতৰ বীজ যেনে, গ্রীণ স্প্রাউতিং মিডিয়াম (Green Sprouting Medium), কৰচেইৰ(Corsair), এমাৰেল্ড(Emerald) আদি নিৰ্বাচন কৰি নাৰ্চাৰিত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে । বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীখন অস্থায়ীভাৱে বাঁহেৰে নির্মিত চালি অথবা নাইলন নেট দি ঢাকি ৰখাৰ ব্যৱস্থা কৰিব পাৰে । সিঁচাৰ পূৰ্বে বীজবোৰ কার্বক্সীন নামৰ ভেঁকুৰনাশক দৰবেৰে ( ২ গ্রাম প্রতি কিঃ গ্রাম বীজত মিহলাই) শোধন কৰি ল’ব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-09-2025 13:00:00 SCHEDULED
1315 সোলিডারিডেড এবং ভোডাফোন আইডিয়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ,আগামী ১৬ই সেপ্টেম্বর থেকে ২৫ই সেপ্টেম্বর পর্যন্ত আকাশ আংশিক মেঘলা থাকবে তবে মাঝে মধ্যে হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে জানানো যাচ্ছে । আগামী ১০ দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩৩ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৯% থেকে ৮০% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত দক্ষিণ পূর্ব ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ৮ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । চা বাগানে এই সময়ে তৃতীয় দফার রাসায়নিক সার বৃষ্টিবিহীন দিনে ব্যবহার করুন ।রাসায়নিক সারের মাত্রা: ইউরিয়া – ৪৫ কেজি/একর, এমওপি – ৪০ কেজি/একর।নতুন চা বাগানে এনপিকে মিশ্রণ নিয়মিত ব্যবহার করুন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 16-09-2025 12:00:00 SCHEDULED
1316 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ১৬ই সেপ্টেম্বর থেকে ২৫ই সেপ্টেম্বর পর্যন্ত আকাশ আংশিক মেঘলা থাকবে তবে মাঝে মধ্যে হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে জানানো যাচ্ছে । আগামী ১০ দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩৩ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৯% থেকে ৮০% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত দক্ষিণ পূর্ব ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৪ থেকে ১০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৯.২ ডিগ্রি সেণ্টিগ্রেড থেকে ২৮.৫ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২০.৯ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানে এই সময়ে তৃতীয় দফার রাসায়নিক সার বৃষ্টিবিহীন দিনে ব্যবহার করুন ।রাসায়নিক সারের মাত্রা: ইউরিয়া – ৪৫ কেজি/একর, এমওপি – ৪০ কেজি/একর।নতুন চা বাগানে এনপিকে মিশ্রণ নিয়মিত ব্যবহার করুন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 16-09-2025 12:00:00 SCHEDULED
1317 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ১৬ই সেপ্টেম্বর থেকে ২৫ই সেপ্টেম্বর পর্যন্ত আকাশ আংশিক মেঘলা থাকবে তবে মাঝে মধ্যে হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে জানানো যাচ্ছে । আগামী ১০ দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩২ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৯% থেকে ৮০% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত দক্ষিণ পূর্ব ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ১২ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । চা বাগানে এই সময়ে তৃতীয় দফার রাসায়নিক সার বৃষ্টিবিহীন দিনে ব্যবহার করুন ।রাসায়নিক সারের মাত্রা: ইউরিয়া – ৪৫ কেজি/একর, এমওপি – ৪০ কেজি/একর।নতুন চা বাগানে এনপিকে মিশ্রণ নিয়মিত ব্যবহার করুন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 16-09-2025 12:00:00 SCHEDULED
1318 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ১৬ই সেপ্টেম্বর থেকে ২৫ই সেপ্টেম্বর পর্যন্ত আকাশ আংশিক মেঘলা থাকবে তবে মাঝে মধ্যে হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে জানানো যাচ্ছে । আগামী ১০ দিনের সবোর্চ্চ তাপমাত্রা ২৭ ডিগ্রি সেন্টিগ্রেড থেকে ৩২ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৯% থেকে ৮০% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত দক্ষিণ পূর্ব ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ৬ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । চা বাগানে এই সময়ে তৃতীয় দফার রাসায়নিক সার বৃষ্টিবিহীন দিনে ব্যবহার করুন ।রাসায়নিক সারের মাত্রা: ইউরিয়া – ৪৫ কেজি/একর, এমওপি – ৪০ কেজি/একর।নতুন চা বাগানে এনপিকে মিশ্রণ নিয়মিত ব্যবহার করুন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 16-09-2025 12:00:00 SCHEDULED
1319 সোলিডারিডেড এবং ভোডাফোন আইডিয়া উত্তর দিনাজ পুর জেলার হুলাসু গছ আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ১৬ই সেপ্টেম্বর থেকে ২৫ই সেপ্টেম্বর পর্যন্ত আকাশ আংশিক মেঘলা থাকবে তবে মাঝে মধ্যে হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে জানানো যাচ্ছে । আগামী ১০ দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩২ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৭% থেকে ৮০% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত দক্ষিণ পূর্ব ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ১০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৮.৩ ডিগ্রি সেণ্টিগ্রেড থেকে ২৬.৫ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২৯.১ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানে এই সময়ে তৃতীয় দফার রাসায়নিক সার বৃষ্টিবিহীন দিনে ব্যবহার করুন ।রাসায়নিক সারের মাত্রা: ইউরিয়া – ৪৫ কেজি/একর, এমওপি – ৪০ কেজি/একর।নতুন চা বাগানে এনপিকে মিশ্রণ নিয়মিত ব্যবহার করুন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 16-09-2025 12:00:00 SCHEDULED
1320 সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ১৬ই সেপ্টেম্বর থেকে ২৫ই সেপ্টেম্বর পর্যন্ত আকাশ আংশিক মেঘলা থাকবে তবে মাঝে মধ্যে হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে জানানো যাচ্ছে । আগামী ১০ দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩৩ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৮% থেকে ৭৫% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত দক্ষিণ পূর্ব ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ৭ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৭.৫ ডিগ্রি সেণ্টিগ্রেড থেকে ২৮.২ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৩২.৭ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানে এই সময়ে তৃতীয় দফার রাসায়নিক সার বৃষ্টিবিহীন দিনে ব্যবহার করুন ।রাসায়নিক সারের মাত্রা: ইউরিয়া – ৪৫ কেজি/একর, এমওপি – ৪০ কেজি/একর।নতুন চা বাগানে এনপিকে মিশ্রণ নিয়মিত ব্যবহার করুন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 16-09-2025 12:00:00 SCHEDULED