Message Schedule List : 12,462
S. No. Message Language Created By Date Time Status Action
1691 সোলিডারিডেড এবং ভোডাফোন আইডিয়া উত্তর দিনাজ পুর জেলার হুলাসু গছ আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ২৬ ই জুন থেকে ৫ই জুলাই পর্যন্ত আকাশ আংশিক মেঘলা থাকবে তবে মাঝে মধ্যে মাঝারি থেকে ভারী ধরনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে জানানো যাচ্ছে । আগামী ১০ দিনের সবোর্চ্চ তাপমাত্রা ৩০ ডিগ্রি সেন্টিগ্রেড থেকে ৩৩ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৯% থেকে ৭০% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত দক্ষিন পূর্ব ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৮ থেকে ১২ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৮.১ ডিগ্রি সেণ্টিগ্রেড থেকে ২৫.৯ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২৩.০ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। বাগান আগাছা মুক্ত রাখুন এবং ড্রেন পরিষ্কার ও কার্যকর রেখে ,এই বর্ষায় জলাবদ্ধতা এড়িয়ে চলুন । লাল পোকা আক্রান্ত সেকশনে ফেনপাইরোক্সিমেট ৬৭ এম এল অথবা ফেনাজাকুইন ২৫০ এম এল অথবা ইটোক্সাজল ৬৩ এম এল অথবা পাইরিডাবেন ১০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ Bengali West Bengal 26-06-2025 12:00:00 SCHEDULED
1692 সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ২৬ ই জুন থেকে ৫ই জুলাই পর্যন্ত আকাশ আংশিক মেঘলা থাকবে তবে মাঝে মধ্যে মাঝারি থেকে ভারী ধরনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে জানানো যাচ্ছে । আগামী ১০ দিনের সবোর্চ্চ তাপমাত্রা ৩০ ডিগ্রি সেন্টিগ্রেড থেকে ৩৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৭% থেকে ৭০% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত দক্ষিন পূর্ব ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৬ থেকে ১০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৮.৩ ডিগ্রি সেণ্টিগ্রেড থেকে ২৮.৬ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২৮.৫ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। বাগান আগাছা মুক্ত রাখুন এবং ড্রেন পরিষ্কার ও কার্যকর রেখে ,এই বর্ষায় জলাবদ্ধতা এড়িয়ে চলুন । লাল পোকা আক্রান্ত সেকশনে ফেনপাইরোক্সিমেট ৬৭ এম এল অথবা ফেনাজাকুইন ২৫০ এম এল অথবা ইটোক্সাজল ৬৩ এম এল অথবা পাইরিডাবেন ১০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ Bengali West Bengal 26-06-2025 12:00:00 SCHEDULED
1693 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জুনৰ পৰা ৫ জুলাইলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৬ জুনৰ পৰা ৫ জুলাইলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। • অনুকুল বতৰৰ বাবে বাগানত অপতৃন বোৰ সঘনে বাঢি যায় , লতাজাতীয় যেনে মিকানিয়া , টেঙা হাবি গছ বোৰ হাতেৰে মাটিৰ তলৰ পৰা শিপাসৈতে উভালি বাহিৰলৈ উলিয়াই পেলাব লাগে । বাকী ওখ হৈ থকা অপতৃন বোৰ পাৰিলে sickling কৰিব লাগে । শুকান বতৰতহে weedicide মাৰিব লাগে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.৫-০.৮ মিলিলিটাৰ ইমিডাক্ল’প্ৰিড ৭০%WG (Imidacloprid 70% WG) এক লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-06-2025 08:00:00 SCHEDULED
1694 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জুনৰ পৰা ৫ জুলাইলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৬ জুনৰ পৰা ৫ জুলাইলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। • অনুকুল বতৰৰ বাবে বাগানত অপতৃন বোৰ সঘনে বাঢি যায় , লতাজাতীয় যেনে মিকানিয়া , টেঙা হাবি গছ বোৰ হাতেৰে মাটিৰ তলৰ পৰা শিপাসৈতে উভালি বাহিৰলৈ উলিয়াই পেলাব লাগে । বাকী ওখ হৈ থকা অপতৃন বোৰ পাৰিলে sickling কৰিব লাগে । শুকান বতৰতহে weedicide মাৰিব লাগে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.৫-০.৮ মিলিলিটাৰ ইমিডাক্ল’প্ৰিড ৭০%WG (Imidacloprid 70% WG) এক লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-06-2025 08:00:00 SCHEDULED
1695 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জুনৰ পৰা ৫ জুলাইলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ জুনৰ পৰা ৫ জুলাইলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। • অনুকুল বতৰৰ বাবে বাগানত অপতৃন বোৰ সঘনে বাঢি যায় , লতাজাতীয় যেনে মিকানিয়া , টেঙা হাবি গছ বোৰ হাতেৰে মাটিৰ তলৰ পৰা শিপাসৈতে উভালি বাহিৰলৈ উলিয়াই পেলাব লাগে । বাকী ওখ হৈ থকা অপতৃন বোৰ পাৰিলে sickling কৰিব লাগে । শুকান বতৰতহে weedicide মাৰিব লাগে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.৫-০.৮ মিলিলিটাৰ ইমিডাক্ল’প্ৰিড ৭০%WG (Imidacloprid 70% WG) এক লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-06-2025 08:00:00 SCHEDULED
1696 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জুনৰ পৰা ৫ জুলাইলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ জুনৰ পৰা ৫ জুলাইলৈ, ২০২৫, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। • অনুকুল বতৰৰ বাবে বাগানত অপতৃন বোৰ সঘনে বাঢি যায় , লতাজাতীয় যেনে মিকানিয়া , টেঙা হাবি গছ বোৰ হাতেৰে মাটিৰ তলৰ পৰা শিপাসৈতে উভালি বাহিৰলৈ উলিয়াই পেলাব লাগে । বাকী ওখ হৈ থকা অপতৃন বোৰ পাৰিলে sickling কৰিব লাগে । শুকান বতৰতহে weedicide মাৰিব লাগে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.৫-০.৮ মিলিলিটাৰ ইমিডাক্ল’প্ৰিড ৭০%WG (Imidacloprid 70% WG) এক লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-06-2025 08:00:00 SCHEDULED
1697 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জুনৰ পৰা ৫ জুলাইলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ জুনৰ পৰা ৫ জুলাইলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। • অনুকুল বতৰৰ বাবে বাগানত অপতৃন বোৰ সঘনে বাঢি যায় , লতাজাতীয় যেনে মিকানিয়া , টেঙা হাবি গছ বোৰ হাতেৰে মাটিৰ তলৰ পৰা শিপাসৈতে উভালি বাহিৰলৈ উলিয়াই পেলাব লাগে । বাকী ওখ হৈ থকা অপতৃন বোৰ পাৰিলে sickling কৰিব লাগে । শুকান বতৰতহে weedicide মাৰিব লাগে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.৫-০.৮ মিলিলিটাৰ ইমিডাক্ল’প্ৰিড ৭০%WG (Imidacloprid 70% WG) এক লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-06-2025 08:00:00 SCHEDULED
1698 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জুনৰ পৰা ৫ জুলাইলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ জুনৰ পৰা ৫ জুলাইলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। • অনুকুল বতৰৰ বাবে বাগানত অপতৃন বোৰ সঘনে বাঢি যায় , লতাজাতীয় যেনে মিকানিয়া , টেঙা হাবি গছ বোৰ হাতেৰে মাটিৰ তলৰ পৰা শিপাসৈতে উভালি বাহিৰলৈ উলিয়াই পেলাব লাগে । বাকী ওখ হৈ থকা অপতৃন বোৰ পাৰিলে sickling কৰিব লাগে । শুকান বতৰতহে weedicide মাৰিব লাগে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.৫-০.৮ মিলিলিটাৰ ইমিডাক্ল’প্ৰিড ৭০%WG (Imidacloprid 70% WG) এক লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-06-2025 08:00:00 SCHEDULED
1699 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জুনৰ পৰা ৫ জুলাইলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ জুনৰ পৰা ৫ জুলাইলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। • অনুকুল বতৰৰ বাবে বাগানত অপতৃন বোৰ সঘনে বাঢি যায় , লতাজাতীয় যেনে মিকানিয়া , টেঙা হাবি গছ বোৰ হাতেৰে মাটিৰ তলৰ পৰা শিপাসৈতে উভালি বাহিৰলৈ উলিয়াই পেলাব লাগে । বাকী ওখ হৈ থকা অপতৃন বোৰ পাৰিলে sickling কৰিব লাগে । শুকান বতৰতহে weedicide মাৰিব লাগে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.৫-০.৮ মিলিলিটাৰ ইমিডাক্ল’প্ৰিড ৭০%WG (Imidacloprid 70% WG) এক লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-06-2025 08:00:00 SCHEDULED
1700 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জুনৰ পৰা ৫ জুলাইলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ জুনৰ পৰা ৫ জুলাইলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৯ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১৩ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। • অনুকুল বতৰৰ বাবে বাগানত অপতৃন বোৰ সঘনে বাঢি যায় , লতাজাতীয় যেনে মিকানিয়া , টেঙা হাবি গছ বোৰ হাতেৰে মাটিৰ তলৰ পৰা শিপাসৈতে উভালি বাহিৰলৈ উলিয়াই পেলাব লাগে । বাকী ওখ হৈ থকা অপতৃন বোৰ পাৰিলে sickling কৰিব লাগে । শুকান বতৰতহে weedicide মাৰিব লাগে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.৫-০.৮ মিলিলিটাৰ ইমিডাক্ল’প্ৰিড ৭০%WG (Imidacloprid 70% WG) এক লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-06-2025 08:00:00 SCHEDULED