Message Schedule List : 12,462
S. No. Message Language Created By Date Time Status Action
1771 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरीडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Sehore ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 12 जून से 22 जून के दौरान दिन में 31 और रात में 23 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। आगामी सप्ताह में मानसून पूर्व बारिश की संभावना है। सोयाबीन में कीटों व रोगों से बचाव के लिए कवकनाशक से बीज को उपचारित करने के बाद कीटनाशक से उपचार करना चहिये। कवकनाशक पेनफ्लूफेन + ट्राईफ्लोक्सीस्ट्रोबिन 38 ऍफ़ एस @ 1 मि ली /किलोग्राम बीज से अथवा थाईरम (२ ग्राम) + कार्बेन्डाजिम (1 ग्राम) / किलोग्राम बीज से उपचारित करें I बीज अच्छी तरह सूख जाने के बाद कीटनाशक थायमिथोक्सम 30 एफ. एस. @ 10 मि.ली.प्रति किलो बीज से बीजोपचार करें I इसके बाद सोयाबीन मे जैविक-उर्वरकों के उपयोग करने के सलाह दी जाती है जैविक-उर्वरकों के उपयोग से अधिक सक्रिय जड़ ग्रंथियों का निर्माण होता है एवं मिट्टी की क्रियाशीलता एवं उत्पादकता को बढ़ाता है I सोयाबीन में जैविक-टीकाकरण के लिए ब्रेडीराईज़ोंबियम जपोनिकम 5 ग्राम प्रति किलो बीज,फॉस्फेट सोल्यूबीलाईझींग बैक्टीरिया (PSB ) 5 ग्राम प्रति किलो बीज एवं ट्राईकोडर्मा विरडी 8-10 ग्राम प्रति किलो बीज की दर से उपयोग अवश्य करे I न्यूनतम 100 मिलीमीटर वर्षा होने पर ही सोयाबीन की बुवाई  करें। अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ फ़ोन:7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi MP 12-06-2025 11:25:00 SCHEDULED
1772 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरीडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Dewas ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 12 जून से 22 जून के दौरान दिन में 32 और रात में 23 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। आगामी सप्ताह में मानसून पूर्व बारिश की संभावना है। सोयाबीन में कीटों व रोगों से बचाव के लिए कवकनाशक से बीज को उपचारित करने के बाद कीटनाशक से उपचार करना चहिये। कवकनाशक पेनफ्लूफेन + ट्राईफ्लोक्सीस्ट्रोबिन 38 ऍफ़ एस @ 1 मि ली /किलोग्राम बीज से अथवा थाईरम (२ ग्राम) + कार्बेन्डाजिम (1 ग्राम) / किलोग्राम बीज से उपचारित करें I बीज अच्छी तरह सूख जाने के बाद कीटनाशक थायमिथोक्सम 30 एफ. एस. @ 10 मि.ली.प्रति किलो बीज से बीजोपचार करें I इसके बाद सोयाबीन मे जैविक-उर्वरकों के उपयोग करने के सलाह दी जाती है जैविक-उर्वरकों के उपयोग से अधिक सक्रिय जड़ ग्रंथियों का निर्माण होता है एवं मिट्टी की क्रियाशीलता एवं उत्पादकता को बढ़ाता है I सोयाबीन में जैविक-टीकाकरण के लिए ब्रेडीराईज़ोंबियम जपोनिकम 5 ग्राम प्रति किलो बीज,फॉस्फेट सोल्यूबीलाईझींग बैक्टीरिया (PSB ) 5 ग्राम प्रति किलो बीज एवं ट्राईकोडर्मा विरडी 8-10 ग्राम प्रति किलो बीज की दर से उपयोग अवश्य करे I न्यूनतम 100 मिलीमीटर वर्षा होने पर ही सोयाबीन की बुवाई  करें। अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ फ़ोन:7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi MP 12-06-2025 11:15:00 SCHEDULED
1773 ନମସ୍କାର କଟକ ଜିଲ୍ଲା ର ମାହାଙ୍ଗା, ଟାଙ୍ଗୀ , ନିଶ୍ଚିନ୍ତ କୋଇଲ ଏବଂ କେନ୍ଦ୍ରାପଡ଼ା ଜିଲ୍ଲାର ଡେରାବିଶ ଏବଂ ଗଜପତି ଜିଲ୍ଲାର ମୋହନା ଓ ଗୁମ୍ମା ର ସମସ୍ତ ଚାଷୀ ମାନଙ୍କୁ ସଲିଡାରିଡlଡ ତରଫରୁ ଭୋଡlଫୋନ ଆଇଡିଆ ସହଯୋଗ ରେ ଚାଲୁଥିବା ଆଧୁନିକ କୃଷି କାର୍ଯ୍ୟକ୍ରମ କୁ ସ୍ଵାଗତ କରାଯାଉଛି । ଆଗାମୀ ୯ ଜୁନ ରୁ 15ଜୁନ ମଧ୍ୟରେ ମାହାଙ୍ଗାରେ ୦.୧ ମି.ମି.-୬.୬ମି.ମି. ବୃଷ୍ଟିପାତର ସମ୍ଭାବନା ରହିଛି, ସର୍ବାଧିକ ତାପମାତ୍ରା ୨୬°ରୁ ୩୬°c ମଧ୍ୟରେ ରହିବ। ଟାଙ୍ଗୀରେ ୦.୨ମି.ମି.-୫.୪ମି.ମି.ବୃଷ୍ଟିପାତର ସମ୍ଭାବନା ରହିଛି, ସର୍ବାଧିକ ତାପମାତ୍ରା ୨୬°c ରୁ ୩୬°c ମଧ୍ୟରେ ରହିବ। ନିଶ୍ଚିନ୍ତକୋଇଲିରେ ୦. ୫ମି.ମି.-୪.୩ମି.ମି. ବୃଷ୍ଟିପାତର ସମ୍ଭାବନା ରହିଛି, ସର୍ବାଧିକ ତାପମାତ୍ରା ୨୭°c ରୁ ୩୬°c ମଧ୍ୟରେ ରହିବ। ଡେରାବିଶ ରେ୦.୪ମି.ମି.-୬.୭ମିମି. ବୃଷ୍ଟିପାତର ସମ୍ଭାବନା ରହିଛି, ସର୍ବାଧିକ ତାପମାତ୍ରା ୨୭°c ରୁ ୩୬°c ମଧ୍ୟରେ ରହିବ। ଗଜପତିର ମୋହନା ରେ୦.୧ମି.ମି.-୪.୩ମି.ମି.ବୃଷ୍ଟିପାତର ସମ୍ଭାବନା ରହିଛି, ସର୍ବାଧିକ ତାପମାତ୍ରା ୨୪°c ରୁ ୩୬°c ମଧ୍ୟରେ ରହିବ ଏବଂ ଗୁମ୍ମା ରେ ୦.୩ମି.ମି.-୪.୮ମି.ମି.ବୃଷ୍ଟିପାତର ସମ୍ଭାବନା ରହିଛି ଓ ସର୍ବାଧିକ ତାପମାତ୍ରା ୨୪°c ରୁ ୩୮°c ମଧ୍ୟରେ ରହିବ। ପନିପରିବା ଲଗାଇବା ପୁର୍ବରୁ ମନ୍ଦା ର ଆକାର ୧ଫୁଟ×୧ଫୁଟ×୧ଫୁଟ ରଖନ୍ତୁ। ଏହାକୁ ଗୋଟିଏ ସପ୍ତାହ ପାଇଁ ଖୋଲା ରଖନ୍ତୁ। ପିଟ ପ୍ରତି ୧କି.ଗ୍ରା. ଗୋବର ଖତ, ୧କି.ଗ୍ରା. ଜିଆ ଖତ ଓ ୫୦୦ଗ୍ରା. ଘନଜୀବାମୃତ ର ମିଶ୍ରଣକୁ ପ୍ରୟୋଗ କରନ୍ତୁ। ବିହନ ଉପଚାର ଓ ବିଶୋଧନ ନିମନ୍ତେ, ୧ଲି. ପାଣିରେ ୧୦୦ମି.ଲି.ଗୋମୂତ୍ର ମିଶ୍ରଣ କରନ୍ତୁ, ସେଥିରେ ୫ମିନିଟ ପାଇଁ ବିହନକୁ ଭିଜାଇ ବିଶୋଧନ କରନ୍ତୁ। ମନ୍ଦା ପ୍ରତି ୨ରୁ ୩ ଟି ବିହନ ଲଗାନ୍ତୁ। ଶ୍ରୀ ପଦ୍ଧତିରେ ଧାନ ଚାଷ ନିମନ୍ତେ ତଳି ଘେର ଆକାର,୧ ଏକର କୁ ୮ଟି ବେଡ଼,୧ମି. ପ୍ରସ୍ଥ, ୪ଇଞ୍ଚ ଉଚ୍ଚତା ଓ ୧୦ମି. ଲମ୍ବ ଆବଶ୍ୟକ। ପ୍ରତି ୧କି.ଗ୍ରା.ବିହନ ରେ ୪ ଗ୍ରା.ମ୍ ଟ୍ରାଇକୋଡରମା ସହିତ ମିଶାଇ ବିଶୋଧନ କରିବା ଉଚିତ। ୧ଘଣ୍ଟା ପରେ ବିହନ ଉପଚାର ନିମନ୍ତେ କିଲ ପ୍ରତି ୨୦ଗ୍ରା. PSB ଓ ୨୦ଗ୍ରା. ଆଜ଼ିସ୍ଫୋରିଲମ ବ୍ୟବହାର କରାଯିବା ଉଚିତ। ଏହାକୁ ଏକ ଝୋଟ ଅଖାରେ କଦଳୀ ପତ୍ର ଦେଇ ୨୪ଘଣ୍ଟା ପାଇଁ ଅଙ୍କୁରିତ ହେବାକୁ ଛାଡ଼ିଦେବା, ପରେ ଅଙ୍କୁରିତ ବିହନକୁ ପ୍ରତ୍ୟେକ ବେଡ଼ରେ ସମାନ ଭାବରେ ବୁଣାଯିବା ଉଚିତ। ଗରମ ଖରା ପାଗ ଏବଂ ବର୍ଷା ଏଡାଇବା ପାଇଁ ୨ଦିନ ପାଇଁ ତଳି ଘେର ଉପରେ ଅଚ୍ଛାଦନ କରି ରଖନ୍ତୁ। ଅଧିକ ସୂଚନା ପାଇଁ ଆମ ଟୋଲ ଫ୍ରି ନମ୍ବର ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ କଲ୍ କରନ୍ତୁ। ଧନ୍ୟବାଦ୍। Odia Orissa 11-06-2025 11:11:00 SCHEDULED
1774 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুনলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ জুনলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৩ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। • এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন হৈ যাব লাগে। যি সকলে এইবাৰ সাৰৰ অভাৱৰ বাবে সাৰ দিব পৰা নাই তেওঁলোকে Foliar Spray কৰিবলৈ ৩০০ গ্ৰাম ইউৰিয়া (Urea), ২০০ গ্ৰাম ডি এ পি(DAP) আৰু ৪৭০ গ্ৰাম এম অ পি(MOP) ১০০ লিটাৰ পানীত মিহলাই বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-06-2025 09:00:00 SCHEDULED
1775 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুনলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ জুনলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৩ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। • এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন হৈ যাব লাগে। যি সকলে এইবাৰ সাৰৰ অভাৱৰ বাবে সাৰ দিব পৰা নাই তেওঁলোকে Foliar Spray কৰিবলৈ ৩০০ গ্ৰাম ইউৰিয়া (Urea), ২০০ গ্ৰাম ডি এ পি(DAP) আৰু ৪৭০ গ্ৰাম এম অ পি(MOP) ১০০ লিটাৰ পানীত মিহলাই বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-06-2025 09:00:00 SCHEDULED
1776 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুনলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জুনলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। • এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন হৈ যাব লাগে। যি সকলে এইবাৰ সাৰৰ অভাৱৰ বাবে সাৰ দিব পৰা নাই তেওঁলোকে Foliar Spray কৰিবলৈ ৩০০ গ্ৰাম ইউৰিয়া (Urea), ২০০ গ্ৰাম ডি এ পি(DAP) আৰু ৪৭০ গ্ৰাম এম অ পি(MOP) ১০০ লিটাৰ পানীত মিহলাই বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-06-2025 09:00:00 SCHEDULED
1777 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুনলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জুনলৈ, ২০২৫, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। • এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন হৈ যাব লাগে। যি সকলে এইবাৰ সাৰৰ অভাৱৰ বাবে সাৰ দিব পৰা নাই তেওঁলোকে Foliar Spray কৰিবলৈ ৩০০ গ্ৰাম ইউৰিয়া (Urea), ২০০ গ্ৰাম ডি এ পি(DAP) আৰু ৪৭০ গ্ৰাম এম অ পি(MOP) ১০০ লিটাৰ পানীত মিহলাই বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-06-2025 09:00:00 SCHEDULED
1778 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুনলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জুনলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। • এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন হৈ যাব লাগে। যি সকলে এইবাৰ সাৰৰ অভাৱৰ বাবে সাৰ দিব পৰা নাই তেওঁলোকে Foliar Spray কৰিবলৈ ৩০০ গ্ৰাম ইউৰিয়া (Urea), ২০০ গ্ৰাম ডি এ পি(DAP) আৰু ৪৭০ গ্ৰাম এম অ পি(MOP) ১০০ লিটাৰ পানীত মিহলাই বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-06-2025 09:00:00 SCHEDULED
1779 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুনলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জুনলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। • এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন হৈ যাব লাগে। যি সকলে এইবাৰ সাৰৰ অভাৱৰ বাবে সাৰ দিব পৰা নাই তেওঁলোকে Foliar Spray কৰিবলৈ ৩০০ গ্ৰাম ইউৰিয়া (Urea), ২০০ গ্ৰাম ডি এ পি(DAP) আৰু ৪৭০ গ্ৰাম এম অ পি(MOP) ১০০ লিটাৰ পানীত মিহলাই বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-06-2025 09:00:00 SCHEDULED
1780 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুনলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ জুনলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩১-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। • এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন হৈ যাব লাগে। যি সকলে এইবাৰ সাৰৰ অভাৱৰ বাবে সাৰ দিব পৰা নাই তেওঁলোকে Foliar Spray কৰিবলৈ ৩০০ গ্ৰাম ইউৰিয়া (Urea), ২০০ গ্ৰাম ডি এ পি(DAP) আৰু ৪৭০ গ্ৰাম এম অ পি(MOP) ১০০ লিটাৰ পানীত মিহলাই বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-06-2025 09:00:00 SCHEDULED