Message Schedule List : 12,218
S. No. Message Language Created By Date Time Status Action
1941 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত মাৰ্চ মাহত মুঠ ১১৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • প্ৰথম কিষ্টিৰ সাৰ প্ৰয়োগ UP , LOS , LS, MS বাগান বোৰত কৰিব লাগে । তাৰ আগতে মাটিৰ আৰ্দ্ৰতা (moisture content) জনাটো আৱশ‍্যক , শুকান ও খৰাং অৱস্হাত মাটিত moisture কম থাকে আৰু তেতিয়া সাৰ প্ৰয়োগ কৰা উচিত নহয় । দ্বিতীয়তে সাৰ দিব লগা বাগানত হাবি/অপতৃণ (weed) থাকিব নালাগে। • চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। নিয়ন্ত্ৰণ কৰিবলৈ ১০০০ মি.লি Glyphosate ২০০ লিটাৰ পানীত মিহলাই ৮-১০ চে.মি. ওখ হাবিৰ ওপৰত স্প্ৰে কৰিব লাগে। • চাহ বাগান বোৰত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু বাৰিষা আৰম্ভ হোৱাৰ আগতে নলা বোৰ পৰিস্কাৰ কৰি জমা হৈ থকা মাটি বা জাবৰ জোথৰবোৰ আতৰাই পেলাব। নলাবিলাক প্ৰয়োজন সাপেক্ষে দ কৰিব লাগে আৰু পানী বৈ যাব পৰাকৈ হেলনীয়া কৰি দিব লাগেI অন্যান্য শস্যৰ বাবে: • ৰঙা লাওৰ বীজ সিঁচা কার্য্য এপ্ৰিল মাহলৈ অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে । এক বিঘা মাটিৰ বাবে ২৫০ গ্ৰাম বীজৰ প্ৰয়োজন হয় । কৃষক সকলে ৰঙা লাওৰ কিছুমান জাত যেনে- আৰ্কা চন্দন (Arka Chandan), আৰ্কা সূৰ্য্যমুখী ( Arka Suryamukhi) আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 07-04-2025 14:00:00 SCHEDULED
1942 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত মাৰ্চ মাহত মুঠ ১২৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • প্ৰথম কিষ্টিৰ সাৰ প্ৰয়োগ UP , LOS , LS, MS বাগান বোৰত কৰিব লাগে । তাৰ আগতে মাটিৰ আৰ্দ্ৰতা (moisture content) জনাটো আৱশ‍্যক , শুকান ও খৰাং অৱস্হাত মাটিত moisture কম থাকে আৰু তেতিয়া সাৰ প্ৰয়োগ কৰা উচিত নহয় । দ্বিতীয়তে সাৰ দিব লগা বাগানত হাবি/অপতৃণ (weed) থাকিব নালাগে। • চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। নিয়ন্ত্ৰণ কৰিবলৈ ১০০০ মি.লি Glyphosate ২০০ লিটাৰ পানীত মিহলাই ৮-১০ চে.মি. ওখ হাবিৰ ওপৰত স্প্ৰে কৰিব লাগে। • চাহ বাগান বোৰত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু বাৰিষা আৰম্ভ হোৱাৰ আগতে নলা বোৰ পৰিস্কাৰ কৰি জমা হৈ থকা মাটি বা জাবৰ জোথৰবোৰ আতৰাই পেলাব। নলাবিলাক প্ৰয়োজন সাপেক্ষে দ কৰিব লাগে আৰু পানী বৈ যাব পৰাকৈ হেলনীয়া কৰি দিব লাগেI অন্যান্য শস্যৰ বাবে: • ৰঙা লাওৰ বীজ সিঁচা কার্য্য এপ্ৰিল মাহলৈ অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে । এক বিঘা মাটিৰ বাবে ২৫০ গ্ৰাম বীজৰ প্ৰয়োজন হয় । কৃষক সকলে ৰঙা লাওৰ কিছুমান জাত যেনে- আৰ্কা চন্দন (Arka Chandan), আৰ্কা সূৰ্য্যমুখী ( Arka Suryamukhi) আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 07-04-2025 14:00:00 SCHEDULED
1943 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-২৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত মাৰ্চ মাহত মুঠ ৩৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • প্ৰথম কিষ্টিৰ সাৰ প্ৰয়োগ UP , LOS , LS, MS বাগান বোৰত কৰিব লাগে । তাৰ আগতে মাটিৰ আৰ্দ্ৰতা (moisture content) জনাটো আৱশ‍্যক , শুকান ও খৰাং অৱস্হাত মাটিত moisture কম থাকে আৰু তেতিয়া সাৰ প্ৰয়োগ কৰা উচিত নহয় । দ্বিতীয়তে সাৰ দিব লগা বাগানত হাবি/অপতৃণ (weed) থাকিব নালাগে। • চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। নিয়ন্ত্ৰণ কৰিবলৈ ১০০০ মি.লি Glyphosate ২০০ লিটাৰ পানীত মিহলাই ৮-১০ চে.মি. ওখ হাবিৰ ওপৰত স্প্ৰে কৰিব লাগে। • চাহ বাগান বোৰত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু বাৰিষা আৰম্ভ হোৱাৰ আগতে নলা বোৰ পৰিস্কাৰ কৰি জমা হৈ থকা মাটি বা জাবৰ জোথৰবোৰ আতৰাই পেলাব। নলাবিলাক প্ৰয়োজন সাপেক্ষে দ কৰিব লাগে আৰু পানী বৈ যাব পৰাকৈ হেলনীয়া কৰি দিব লাগেI অন্যান্য শস্যৰ বাবে: • ৰঙা লাওৰ বীজ সিঁচা কার্য্য এপ্ৰিল মাহলৈ অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে । এক বিঘা মাটিৰ বাবে ২৫০ গ্ৰাম বীজৰ প্ৰয়োজন হয় । কৃষক সকলে ৰঙা লাওৰ কিছুমান জাত যেনে- আৰ্কা চন্দন (Arka Chandan), আৰ্কা সূৰ্য্যমুখী ( Arka Suryamukhi) আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 07-04-2025 14:00:00 SCHEDULED
1944 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-২০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত মাৰ্চ মাহত মুঠ ৪৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • প্ৰথম কিষ্টিৰ সাৰ প্ৰয়োগ UP , LOS , LS, MS বাগান বোৰত কৰিব লাগে । তাৰ আগতে মাটিৰ আৰ্দ্ৰতা (moisture content) জনাটো আৱশ‍্যক , শুকান ও খৰাং অৱস্হাত মাটিত moisture কম থাকে আৰু তেতিয়া সাৰ প্ৰয়োগ কৰা উচিত নহয় । দ্বিতীয়তে সাৰ দিব লগা বাগানত হাবি/অপতৃণ (weed) থাকিব নালাগে। • চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। নিয়ন্ত্ৰণ কৰিবলৈ ১০০০ মি.লি Glyphosate ২০০ লিটাৰ পানীত মিহলাই ৮-১০ চে.মি. ওখ হাবিৰ ওপৰত স্প্ৰে কৰিব লাগে। • চাহ বাগান বোৰত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু বাৰিষা আৰম্ভ হোৱাৰ আগতে নলা বোৰ পৰিস্কাৰ কৰি জমা হৈ থকা মাটি বা জাবৰ জোথৰবোৰ আতৰাই পেলাব। নলাবিলাক প্ৰয়োজন সাপেক্ষে দ কৰিব লাগে আৰু পানী বৈ যাব পৰাকৈ হেলনীয়া কৰি দিব লাগেI অন্যান্য শস্যৰ বাবে: • ৰঙা লাওৰ বীজ সিঁচা কার্য্য এপ্ৰিল মাহলৈ অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে । এক বিঘা মাটিৰ বাবে ২৫০ গ্ৰাম বীজৰ প্ৰয়োজন হয় । কৃষক সকলে ৰঙা লাওৰ কিছুমান জাত যেনে- আৰ্কা চন্দন (Arka Chandan), আৰ্কা সূৰ্য্যমুখী ( Arka Suryamukhi) আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। • গ্রীম্মকা্লিন শাক পাচলীৰ বাৰীখনত যাতে অতিৰিক্ত পানীভাগ জমা হৈ থাকিব নোৱাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 07-04-2025 14:00:00 SCHEDULED
1945 નમસ્કાર સોલીડારીડાડ, વોડાફોન આઈડિયા ફાઉન્ડેશન અને ઇન્ડસ ટાવરના વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. ઘઉની સમયસર કાપણી કરી ઝૂડયા પછી અથવા તો થ્રેસરમાં લીધા પછી દાણાને 2-3 દિવસ સૂર્યપ્રકાશમાં સૂકવી, ઠંડા પાડી સંગ્રહ કરવો. દાણામાં 10 ટકાથી ઓછો ભેજ રહે ત્યાં સુધી સૂર્યના તાપમાં સુકવવા. ઘરગથ્થું ઉપયોગ માટે 100 કિલોગ્રામદાણાને 500 ગ્રામ દિવેલથી મોઈને અથવા છાયામાં સુકાવેલ લીમડાના 2 કિલોગ્રામ સૂકા પાન સાથે મિશ્રણ કરી ગેલ્વેનાઇઝ પીપમાં સંગ્રહ કરવો. જ્યારે લાંબા ગાળાના સંગ્રહ માટે કોઠારમાં એલ્યુમિનિયમ ફૉસ્ફાઇડ અથવા ઇ.ડી.બી. એમપ્યુલ્સથી ધૂમીકરણ કરવું. Gujrati Gujrat 07-04-2025 13:25:00 SCHEDULED
1946 वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Ayodhya ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 8 अप्रैल से 18 अप्रैल के दौरान दिन में 37 और रात में 25 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। किसान भाई अपने खेत का मिट्टी परीक्षण अवश्य कराये। मिट्टी परीक्षण के लिए सैंपल बुवाई के कम से कम 1 महीने पहले लेना आवश्यक होता है। फसल की कटाई के बाद सैंपल वाली जगह को साफ करें मिट्टी में 15 सेंटीमीटर गहराई तक V आकार में खुदाई करें एवं खेत के सभी हिस्सों से और खेत के बीच से नमूना ले और इसे अच्छी तरह से मिलाएं। इसके बाद मिश्रण से 500 ग्राम मिट्टी का नमूना लें और खेत सम्बन्धी जानकारी पर्ची में लिखकर मृदा परीक्षण प्रयोगशाला में इसकी जांच करवाएं। जिससे सही मात्रा में उर्बरको का उपयोग कर अधिक उत्पादन प्राप्त किया जा सके। अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन:7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Uttar Pradesh 07-04-2025 12:30:00 SCHEDULED
1947 वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Varanasi ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 8 अप्रैल से 18 अप्रैल के दौरान दिन में 39 और रात में 25 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। किसान भाई अपने खेत का मिट्टी परीक्षण अवश्य कराये। मिट्टी परीक्षण के लिए सैंपल बुवाई के कम से कम 1 महीने पहले लेना आवश्यक होता है। फसल की कटाई के बाद सैंपल वाली जगह को साफ करें मिट्टी में 15 सेंटीमीटर गहराई तक V आकार में खुदाई करें एवं खेत के सभी हिस्सों से और खेत के बीच से नमूना ले और इसे अच्छी तरह से मिलाएं। इसके बाद मिश्रण से 500 ग्राम मिट्टी का नमूना लें और खेत सम्बन्धी जानकारी पर्ची में लिखकर मृदा परीक्षण प्रयोगशाला में इसकी जांच करवाएं। जिससे सही मात्रा में उर्बरको का उपयोग कर अधिक उत्पादन प्राप्त किया जा सके। अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन:7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Uttar Pradesh 07-04-2025 12:20:00 SCHEDULED
1948 આપણા એન્ડ્રોઇડ મોબાઈલમાં આ એપ્લિકેશન ડાઉનલોડ ના હોય તો આ લિન્ક ઉપર ક્લિક કરી તમારા મોબાઈલમાં આ લિન્ક ડાઉનલોડ કરી ઇન્સ્ટોલ કરો ત્યારબાદ રજીસ્ટ્રેશન કરી આમાં જોડાવો. જેમને ડાઉનલોડ કરેલ છે તે ઈગનોર કરો. https://play.google.com/store/apps/details?id=com.vi.smartagri&hl=en_IN&pli=1 વધુ માહિતી માટે ટોલ ફ્રી નંબર 7065-00-5054 પર કોલ કરવો. Gujrati Gujrat 07-04-2025 13:15:00 SCHEDULED
1949 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ,আগামী ৬ ই এপ্রিল থেকে ১৫ই এপ্রিল পর্যন্ত আকাশ আংশিক মেঘলা থাকবে তবে ৮ তারিখ থেকে ১৫ তারিখের মধ্যে বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে জানানো যাচ্ছে ।আগামী ১০ দিনের সবোর্চ্চ তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ৩৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২১ ডিগ্রি সেন্টিগ্রেড থেকে ২৪ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪০% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত দক্ষিন পশ্চিম ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ১৩ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৪.৪ ডিগ্রি সেণ্টিগ্রেড থেকে ২২.৭ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৪.৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। বাগান পরিচর্যার জন্য পোকা মাকড় নিয়ন্ত্রনে রাখুন এবং পি পি সি অনুমোদিত কীটনাশক ব্যবহার করুন।এই সময়ে গাছে পরিচার্যক পাতা বাড়াতে হাল্কা প্লাকিং করুন এবং এল পি ও ডি এস সেকশনে নিদিষ্ট উচ্চতায় অল্প দিনের ব্যবধানে পাতা তুলুন। বাগানের রেডস্পাইডার বা লাল পোকা নিয়ন্ত্রনের জন্য প্রোপারজাইট ৪২%+ হেক্সিথায়াজক্স ২% ,২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । মশা , থিপ্স,ও গ্রীনফ্লাই ,এর জন্য থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 06-04-2025 12:00:00 SCHEDULED
1950 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ৬ ই এপ্রিল থেকে ১৫ই এপ্রিল পর্যন্ত আকাশ আংশিক মেঘলা থাকবে তবে ৮ তারিখ থেকে ১৫ তারিখের মধ্যে বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে জানানো যাচ্ছে ।আগামী ১০ দিনের সবোর্চ্চ তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ৩৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২০ ডিগ্রি সেন্টিগ্রেড থেকে ২৪ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪৫% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ১১ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৪.৪ ডিগ্রি সেণ্টিগ্রেড থেকে ২২.৭ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৪.৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। বাগান পরিচর্যার জন্য পোকা মাকড় নিয়ন্ত্রনে রাখুন এবং পি পি সি অনুমোদিত কীটনাশক ব্যবহার করুন।এই সময়ে গাছে পরিচার্যক পাতা বাড়াতে হাল্কা প্লাকিং করুন এবং এল পি ও ডি এস সেকশনে নিদিষ্ট উচ্চতায় অল্প দিনের ব্যবধানে পাতা তুলুন। বাগানের রেডস্পাইডার বা লাল পোকা নিয়ন্ত্রনের জন্য প্রোপারজাইট ৪২%+ হেক্সিথায়াজক্স ২% ,২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । মশা , থিপ্স,ও গ্রীনফ্লাই ,এর জন্য থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ Bengali West Bengal 06-04-2025 12:00:00 SCHEDULED