Message Schedule List : 12,462
S. No. Message Language Created By Date Time Status Action
1991 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ মে’লৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ মে’লৈ, ২০২৫, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে, গতিকে এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-05-2025 14:00:00 SCHEDULED
1992 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ মে’লৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ মে’লৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২২-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত এপ্ৰিল মাহত মুঠ ৩১৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে, গতিকে এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-05-2025 14:00:00 SCHEDULED
1993 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ মে’লৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ মে’লৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত এপ্ৰিল মাহত মুঠ ২৭০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে, গতিকে এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-05-2025 14:00:00 SCHEDULED
1994 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ মে’লৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ মে’লৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত এপ্ৰিল মাহত মুঠ ২৬৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে, গতিকে এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-05-2025 14:00:00 SCHEDULED
1995 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ মে’লৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ মে’লৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৩-২৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত এপ্ৰিল মাহত মুঠ ২১২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে, গতিকে এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-05-2025 14:00:00 SCHEDULED
1996 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरीडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 3 मई से 13 मई के दौरान दिन में 36 और रात में 26 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। आगामी सप्ताह मे बारिश होने की संभावना है किसान साथियों बदलते मौसम को ध्यान रखते हुए जिस तरह से तापमान मे परिवर्तन हो रहा है इस समय गर्मियों / जायद की फसलों की विशेष देखभाल की आवश्यकता होती है इस मौसम में रसचुसक कीटों का प्रकोप बढ़ जाता है उनके नियंत्रण के लिए नीम कीटनाशक 300 पी. पी.एम. का 5 मिलीलीटर को प्रति लीटर पानी में मिलाकर उपयोग करें एवं ऐसी रासायनिक दवाओ का उपयोग करना चाहिए जिनमें ग्रीन ट्रायंगल (हरा त्रिकोण ) का निशान बना हुआ हो एवं यह भी ध्यान रहे कि ग्रीष्मकालीन सब्जियों खेती के लिए ड्रिप इरीगेशन का मल्चिंग के साथ उपयोग करने से कम पानी में अधिक से अधिक भूमि की सिंचाई की जा सकती है। अधिक उत्पादन प्राप्त किया जा सके अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ फ़ोन:7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । इस संदेश को दुबारा सुनने के लिए शून्य दबाए। Hindi Rajasthan User 06-05-2025 13:40:00 SCHEDULED
1997 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरीडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Tonk ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 3 मई से 13 मई के दौरान दिन में 37 और रात में 26 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। आगामी सप्ताह मे बारिश होने की संभावना है किसान साथियों बदलते मौसम को ध्यान रखते हुए जिस तरह से तापमान मे परिवर्तन हो रहा है इस समय गर्मियों / जायद की फसलों की विशेष देखभाल की आवश्यकता होती है इस मौसम में रसचुसक कीटों का प्रकोप बढ़ जाता है उनके नियंत्रण के लिए नीम कीटनाशक 300 पी. पी.एम. का 5 मिलीलीटर को प्रति लीटर पानी में मिलाकर उपयोग करें एवं ऐसी रासायनिक दवाओ का उपयोग करना चाहिए जिनमें ग्रीन ट्रायंगल (हरा त्रिकोण ) का निशान बना हुआ हो एवं यह भी ध्यान रहे कि ग्रीष्मकालीन सब्जियों खेती के लिए ड्रिप इरीगेशन का मल्चिंग के साथ उपयोग करने से कम पानी में अधिक से अधिक भूमि की सिंचाई की जा सकती है। अधिक उत्पादन प्राप्त किया जा सके अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ फ़ोन:7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । इस संदेश को दुबारा सुनने के लिए शून्य दबाए। Hindi Rajasthan User 06-05-2025 13:25:00 SCHEDULED
1998 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरीडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Kota ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 3 मई से 13 मई के दौरान दिन में 38 और रात में 26 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। आगामी सप्ताह मे बारिश होने की संभावना है किसान साथियों बदलते मौसम को ध्यान रखते हुए जिस तरह से तापमान मे परिवर्तन हो रहा है इस समय गर्मियों / जायद की फसलों की विशेष देखभाल की आवश्यकता होती है इस मौसम में रसचुसक कीटों का प्रकोप बढ़ जाता है उनके नियंत्रण के लिए नीम कीटनाशक 300 पी. पी.एम. का 5 मिलीलीटर को प्रति लीटर पानी में मिलाकर उपयोग करें एवं ऐसी रासायनिक दवाओ का उपयोग करना चाहिए जिनमें ग्रीन ट्रायंगल (हरा त्रिकोण ) का निशान बना हुआ हो एवं यह भी ध्यान रहे कि ग्रीष्मकालीन सब्जियों खेती के लिए ड्रिप इरीगेशन का मल्चिंग के साथ उपयोग करने से कम पानी में अधिक से अधिक भूमि की सिंचाई की जा सकती है। अधिक उत्पादन प्राप्त किया जा सके अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ फ़ोन:7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । इस संदेश को दुबारा सुनने के लिए शून्य दबाए। Hindi Rajasthan User 06-05-2025 13:25:00 SCHEDULED
1999 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरीडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Bundi ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 3 मई से 13 मई के दौरान दिन में 36 और रात में 26 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। आगामी सप्ताह मे बारिश होने की संभावना है किसान साथियों बदलते मौसम को ध्यान रखते हुए जिस तरह से तापमान मे परिवर्तन हो रहा है इस समय गर्मियों / जायद की फसलों की विशेष देखभाल की आवश्यकता होती है इस मौसम में रसचुसक कीटों का प्रकोप बढ़ जाता है उनके नियंत्रण के लिए नीम कीटनाशक 300 पी. पी.एम. का 5 मिलीलीटर को प्रति लीटर पानी में मिलाकर उपयोग करें एवं ऐसी रासायनिक दवाओ का उपयोग करना चाहिए जिनमें ग्रीन ट्रायंगल (हरा त्रिकोण ) का निशान बना हुआ हो एवं यह भी ध्यान रहे कि ग्रीष्मकालीन सब्जियों खेती के लिए ड्रिप इरीगेशन का मल्चिंग के साथ उपयोग करने से कम पानी में अधिक से अधिक भूमि की सिंचाई की जा सकती है। अधिक उत्पादन प्राप्त किया जा सके अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ फ़ोन:7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । इस संदेश को दुबारा सुनने के लिए शून्य दबाए। Hindi Rajasthan User 06-05-2025 13:20:00 SCHEDULED
2000 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरीडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Baran ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 3 मई से 13 मई के दौरान दिन में 35 और रात में 26 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। आगामी सप्ताह मे बारिश होने की संभावना है किसान साथियों बदलते मौसम को ध्यान रखते हुए जिस तरह से तापमान मे परिवर्तन हो रहा है इस समय गर्मियों / जायद की फसलों की विशेष देखभाल की आवश्यकता होती है इस मौसम में रसचुसक कीटों का प्रकोप बढ़ जाता है उनके नियंत्रण के लिए नीम कीटनाशक 300 पी. पी.एम. का 5 मिलीलीटर को प्रति लीटर पानी में मिलाकर उपयोग करें एवं ऐसी रासायनिक दवाओ का उपयोग करना चाहिए जिनमें ग्रीन ट्रायंगल (हरा त्रिकोण ) का निशान बना हुआ हो एवं यह भी ध्यान रहे कि ग्रीष्मकालीन सब्जियों खेती के लिए ड्रिप इरीगेशन का मल्चिंग के साथ उपयोग करने से कम पानी में अधिक से अधिक भूमि की सिंचाई की जा सकती है। अधिक उत्पादन प्राप्त किया जा सके अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ फ़ोन:7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । इस संदेश को दुबारा सुनने के लिए शून्य दबाए। Hindi Rajasthan User 06-05-2025 13:10:00 SCHEDULED