Message Schedule List : 12,462
| S. No. | Message | Language | Created By | Date | Time | Status | Action |
|---|---|---|---|---|---|---|---|
| 2071 | জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ এপ্ৰিলৰ পৰা ৫ মে’লৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ এপ্ৰিলৰ পৰা ৫ মে’লৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৬ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১১ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। আগন্তুক দিনত কিছুমান অঞ্চলত প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 26-04-2025 | 08:00:00 | SCHEDULED |
|
| 2072 | জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ এপ্ৰিলৰ পৰা ৫ মে’লৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ এপ্ৰিলৰ পৰা ৫ মে’লৈ, ২০২৫, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৬ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। আগন্তুক দিনত কিছুমান অঞ্চলত প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 26-04-2025 | 08:00:00 | SCHEDULED |
|
| 2073 | জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ এপ্ৰিলৰ পৰা ৫ মে’লৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ এপ্ৰিলৰ পৰা ৫ মে’লৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১৩ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। আগন্তুক দিনত কিছুমান অঞ্চলত প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 26-04-2025 | 08:00:00 | SCHEDULED |
|
| 2074 | জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ এপ্ৰিলৰ পৰা ৫ মে’লৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ এপ্ৰিলৰ পৰা ৫ মে’লৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৩ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। আগন্তুক দিনত কিছুমান অঞ্চলত প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 26-04-2025 | 08:00:00 | SCHEDULED |
|
| 2075 | জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ এপ্ৰিলৰ পৰা ৫ মে’লৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ এপ্ৰিলৰ পৰা ৫ মে’লৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৩০ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। ২৬ & ২৭ এপ্ৰিল তাৰিখে বতাহ ধুমুহা, বিজুলী ঢেৰেকণী আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 26-04-2025 | 08:00:00 | SCHEDULED |
|
| 2076 | জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ এপ্ৰিলৰ পৰা ৫ মে’লৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ এপ্ৰিলৰ পৰা ৫ মে’লৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৯ % আৰু ৬৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-৩৫ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। ২৬ & ২৭ এপ্ৰিল তাৰিখে বতাহ ধুমুহা, বিজুলী ঢেৰেকণী আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 26-04-2025 | 08:00:00 | SCHEDULED |
|
| 2077 | वोडाफोन आईडिया फाउंडेशन एवं सोलीडरीडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Ratlam ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 23 अप्रैल से 2 मई के दौरान दिन में 42 और रात में 26 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। मूंग एवं उड़द में येलो मोजाइक रोग का प्रकोप होता है इस रोग में सर्वप्रथम कोमल पत्तियों पर पीले तथा हरे धब्बे दिखते है जैसे जैसे रोग की अवस्था बढ़ती है वैसे ही पीले क्षेत्र का आकार बढ़ता जाता है अंत में सभी पत्तियां पीली हो जाती है उनका आकार छोटा रह जाता है एवं दानों का आकार भी छोटा रह जाता है खेत में यह रोग सफ़ेद मक्खी द्वारा फैलता है इस समय सफ़ेद मक्खी की रोकथाम के लिए “यलो स्टिकी ट्रैप” लगायें एवं इमिडाक्लोप्रिड 17.8 एस.एल. 100-125 मिली लीटर प्रति हेक्टेयर का स्प्रे करें। किसान साथी ध्यान दे इस वेस्ट डीकम्पोज़र का घोल का उपयोग गेंहू की पराली (फसल अवशेष) के प्रबंधन मे भी किया जा सकता है।किसान साथी ध्यान दे इस वेस्ट डीकम्पोज़र का घोल का उपयोग गेंहू की पराली (फसल अवशेष) के प्रबंधन मे भी किया जा सकता है। अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ फ़ोन:7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । | Hindi | MP | 23-04-2025 | 14:20:00 | SCHEDULED |
|
| 2078 | वोडाफोन आईडिया फाउंडेशन एवं सोलीडरीडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Vidisha ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 23 अप्रैल से 2 मई के दौरान दिन में 41 और रात में 26 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। मूंग एवं उड़द में येलो मोजाइक रोग का प्रकोप होता है इस रोग में सर्वप्रथम कोमल पत्तियों पर पीले तथा हरे धब्बे दिखते है जैसे जैसे रोग की अवस्था बढ़ती है वैसे ही पीले क्षेत्र का आकार बढ़ता जाता है अंत में सभी पत्तियां पीली हो जाती है उनका आकार छोटा रह जाता है एवं दानों का आकार भी छोटा रह जाता है खेत में यह रोग सफ़ेद मक्खी द्वारा फैलता है इस समय सफ़ेद मक्खी की रोकथाम के लिए “यलो स्टिकी ट्रैप” लगायें एवं इमिडाक्लोप्रिड 17.8 एस.एल. 100-125 मिली लीटर प्रति हेक्टेयर का स्प्रे करें। किसान साथी ध्यान दे इस वेस्ट डीकम्पोज़र का घोल का उपयोग गेंहू की पराली (फसल अवशेष) के प्रबंधन मे भी किया जा सकता है।किसान साथी ध्यान दे इस वेस्ट डीकम्पोज़र का घोल का उपयोग गेंहू की पराली (फसल अवशेष) के प्रबंधन मे भी किया जा सकता है। अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ फ़ोन:7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । | Hindi | MP | 23-04-2025 | 14:10:00 | SCHEDULED |
|
| 2079 | VIL-Adilabad-Bela-24-04-2025-రైతు సోదరులారా... సాలిడారిడాడ్ మరియు వొడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్కు స్వాగతం.ఏప్రిల్ 24, 2025 నుండి మే 3, 2025 వరకు ఆదిలాబాద్లోని బేలా ఆటోమేటిక్ వెదర్ స్టేషన్ నుండి వాతావరణ సూచన ప్రకారం కనిష్ట ఉష్ణోగ్రత 27 నుండి 30 డిగ్రీల సెల్సియస్ మరియు గరిష్టంగా 41 నుండి 44 డిగ్రీల సెల్సియస్ వరకు ఉండవచ్చు, ఏప్రిల్ 26, 2025 నుండి ఏప్రిల్ 30 వరకు వాతావరణం పాక్షికంగా మేఘావృతమై ఉండే అవకాశం ఉంది. రైతులకు సలహా:- వేసవి పంటలలో నేల నుండి బాష్పీభవనం ఎక్కువగా ఉంటుంది మరియు పంట పెరుగుదల దశ ప్రకారం, రైతులు ఉదయం మరియు సాయంత్రం వేళల్లో చంద్రకాంతి, వేరుశనగ, పొద్దుతిరుగుడు మరియు నువ్వుల పంటలకు తేలికగా నీరు పెట్టాలి మరియు నేల నియంత్రణ కోసం అంతర్-సాగు పనిని కూడా పూర్తి చేయాలి. ప్రస్తుతం నువ్వుల పంట 60 నుంచి 70 రోజుల వయస్సు కలిగి, మొలకెత్తే దశలో ఉంది. నువ్వుల పంట దిగుబడిని పెంచడానికి, పంట మొగ్గలు వేసే సమయంలో 2% DAP లేదా 13:00:45 ని పిచికారీ చేయాలి. అలాగే, జీవామృతం ఇవ్వడం వల్ల నువ్వుల దిగుబడి పెరుగుతుంది. నువ్వుల పంటలలో ఆకు తినే గొంగళి పురుగులు మరియు మిడతలు కనిపిస్తే, వాటిని నియంత్రించడానికి హెక్టారుకు 500 లీటర్ల నీటికి 25% క్వినాల్ఫాస్ 1000 మి.లీ లేదా 50% కార్బరిల్ పౌడర్ 2 కిలోలు కలిపి పిచికారీ చేయాలి. కొన్ని ప్రాంతాలలో, వేరుశనగ పంట 45 నుండి 50 రోజుల వయస్సు కలిగి, పుష్పించే దశలో ఉంటుంది. ఈ కాలంలో, రైతులు పంట పెరుగుదలకు రక్షిత నీటిపారుదల అందించాలి మరియు పూల పెరుగుదలకు 2% యూరియాను పిచికారీ చేయాలి. వేరుశనగ పంటలలో పేనుబంక, ఆకుమచ్చ పురుగు మరియు త్రిప్స్ ముట్టడిని గమనించినట్లయితే, వాటి మిశ్రమ నిర్వహణ కోసం, థియామెథోక్సామ్ 150 మి.లీ లేదా ఇమిడాక్లోప్రిడ్ 17.80 శాతం ఎస్.ఎల్. హెక్టారుకు 100-125 మి.లీ చొప్పున 500 లీటర్ల నీటిలో కలిపి పిచికారీ చేయాలి. రైతులు తమ పొలంలోని వ్యర్థాలను కాల్చడానికి బదులుగా వాటి నుండి కంపోస్ట్ తయారు చేసుకోవాలి. తక్కువ భూమి ఉన్న రైతులు భూమిని సిద్ధం చేసే ముందు వారి పొలాల నుండి నిర్దిష్ట పద్ధతిలో మట్టి నమూనాలను సేకరించి, ఏప్రిల్ చివరి నాటికి వెంటనే భూసార పరీక్షా ప్రయోగశాలకు పంపాలి, తద్వారా వారు తదుపరి సీజన్ పంటలో ఎరువుల నిర్వహణ నుండి ప్రయోజనం పొందవచ్చు. అలాగే, స్మార్ట్ అగ్రి అడ్వైజరీ యాప్ యొక్క నవీకరించబడిన వెర్షన్ ప్లే స్టోర్లో అందుబాటులో ఉంది మరియు మొబైల్లో డౌన్లోడ్ చేసుకోవచ్చు. నవీకరించబడిన సంస్కరణలో వాతావరణ కేంద్రం సమాచారం యొక్క వివరాలు ఉన్నాయి. సాలిడారిటీ స్మార్ట్ అగ్రి ప్రోగ్రామ్ గురించి మీ సందేహాలను పరిష్కరించడానికి దయచేసి మమ్మల్ని సంప్రదించండి. మొబైల్ నంబర్ 7798008855 ధన్యవాదాలు!ఈ సమాచారాన్ని మళ్ళీ వినడానికి, సున్నా నొక్కండి. | Marathi | Telangana | 24-04-2025 | 08:30:00 | SCHEDULED |
|
| 2080 | VIL-Adilabad-Jainad-24-04-2025- రైతు సోదరులారా... సాలిడారిడాడ్ మరియు వొడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్కు స్వాగతం.ఆదిలాబాద్లోని జైనాద్లోని ఆటోమేటిక్ వెదర్ స్టేషన్ నుండి ఏప్రిల్ 24, 2025 నుండి మే 3, 2025 వరకు కనిష్ట ఉష్ణోగ్రత 27 నుండి 30 డిగ్రీల సెల్సియస్ మరియు గరిష్ట ఉష్ణోగ్రత 41 నుండి 44 డిగ్రీల సెల్సియస్ వరకు ఉంటుందని వాతావరణ సూచన, వాతావరణం పాక్షికంగా మేఘావృతమై ఉండే అవకాశం ఉంది. రైతులకు సలహా:- వేసవి పంటల సమయంలో మరియు పంట పెరుగుదల దశను బట్టి నేల నుండి అధిక బాష్పోత్సేకం ఉంటుంది కాబట్టి, రైతులు చంద్రుడు, వేరుశనగ, పొద్దుతిరుగుడు మరియు నువ్వుల పంటలకు ఉదయం మరియు సాయంత్రం తేలికగా నీరు పెట్టాలి. అలాగే, నేల నియంత్రణ కోసం అంతర్-సాగు పనులను కూడా పూర్తి చేయాలి. ప్రస్తుతం నువ్వుల పంట 60 నుంచి 70 రోజుల వయస్సు కలిగి, మొలకెత్తే దశలో ఉంది. నువ్వుల పంట దిగుబడిని పెంచడానికి, పంట మొగ్గలు వేసే సమయంలో 2% DAP లేదా 13:00:45 ని పిచికారీ చేయాలి. అలాగే, జీవామృతం ఇవ్వడం వల్ల నువ్వుల దిగుబడి పెరుగుతుంది. నువ్వుల పంటలలో ఆకు తినే గొంగళి పురుగులు మరియు మిడతలు కనిపిస్తే, వాటిని నియంత్రించడానికి హెక్టారుకు 500 లీటర్ల నీటికి 25% క్వినాల్ఫాస్ 1000 మి.లీ లేదా 50% కార్బరిల్ పౌడర్ 2 కిలోలు కలిపి పిచికారీ చేయాలి. కొన్ని ప్రాంతాలలో, వేరుశనగ పంట 45 నుండి 50 రోజుల వయస్సు కలిగి, పుష్పించే దశలో ఉంటుంది. ఈ కాలంలో, రైతులు పంట పెరుగుదలకు రక్షిత నీటిపారుదల అందించాలి మరియు పూల పెరుగుదలకు 2% యూరియాను పిచికారీ చేయాలి. వేరుశనగ పంటలలో పేనుబంక, ఆకుమచ్చ పురుగు మరియు త్రిప్స్ ముట్టడిని గమనించినట్లయితే, వాటి మిశ్రమ నిర్వహణ కోసం, థియామెథోక్సామ్ 150 మి.లీ లేదా ఇమిడాక్లోప్రిడ్ 17.80 శాతం ఎస్.ఎల్. హెక్టారుకు 100-125 మి.లీ చొప్పున 500 లీటర్ల నీటిలో కలిపి పిచికారీ చేయాలి. రైతులు తమ పొలంలోని వ్యర్థాలను కాల్చడానికి బదులుగా వాటి నుండి కంపోస్ట్ తయారు చేసుకోవాలి. తక్కువ భూమి ఉన్న రైతులు భూమిని సిద్ధం చేసే ముందు వారి పొలాల నుండి నిర్దిష్ట పద్ధతిలో మట్టి నమూనాలను సేకరించి, ఏప్రిల్ చివరి నాటికి వెంటనే భూసార పరీక్షా ప్రయోగశాలకు పంపాలి, తద్వారా వారు తదుపరి సీజన్ పంటలో ఎరువుల నిర్వహణ నుండి ప్రయోజనం పొందవచ్చు. అలాగే, స్మార్ట్ అగ్రి అడ్వైజరీ యాప్ యొక్క నవీకరించబడిన వెర్షన్ ప్లే స్టోర్లో అందుబాటులో ఉంది మరియు మొబైల్లో డౌన్లోడ్ చేసుకోవచ్చు. నవీకరించబడిన సంస్కరణలో వాతావరణ కేంద్రం సమాచారం యొక్క వివరాలు ఉన్నాయి. సాలిడారిటీ స్మార్ట్ అగ్రి ప్రోగ్రామ్ గురించి మీ సందేహాలను పరిష్కరించడానికి దయచేసి మమ్మల్ని సంప్రదించండి. మొబైల్ నంబర్ 7798008855 ధన్యవాదాలు!ఈ సమాచారాన్ని మళ్ళీ వినడానికి, సున్నా నొక్కండి. | Telugu | Telangana | 24-04-2025 | 08:30:00 | SCHEDULED |
|