Message Schedule List : 11,814
S. No. Message Language Created By Date Time Status Action
2151 वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Ujjain ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 13 January से 22 January के दौरान दिन में 26 और रात में 14 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। गेहूँ में अगर गाँठ पड़ने या फूल आने की अवस्था हो तो पानी की कमी न होने दे व सिंचाई की व्यवस्था करें । बदलते मौसम के कारण फसलों में रोग एवं कीट का प्रकोप बड़ने की सभांवना है चने की फसल मे कीट नियंत्रण के लिए खेत में T आकर की खूटियां लगाए जिस पर पक्षी बैठकर इल्लियों को खा सके एवं फेरोमेन ट्रैप 6 प्रति एकड़ उपयोग करे चने की इल्ली के पतंगे दिखने लगे हों वहां क्लोरएन्ट्रानिलीप्रोल 100 से 150 मि.ली. प्रति हेक्टे. की दर से स्प्रे करे। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi MP 17-01-2025 10:02:00 SCHEDULED
2152 वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Sehore ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 13 January से 22 January के दौरान दिन में 25 और रात में 13 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। गेहूँ में अगर गाँठ पड़ने या फूल आने की अवस्था हो तो पानी की कमी न होने दे व सिंचाई की व्यवस्था करें । बदलते मौसम के कारण फसलों में रोग एवं कीट का प्रकोप बड़ने की सभांवना है चने की फसल मे कीट नियंत्रण के लिए खेत में T आकर की खूटियां लगाए जिस पर पक्षी बैठकर इल्लियों को खा सके एवं फेरोमेन ट्रैप 6 प्रति एकड़ उपयोग करे चने की इल्ली के पतंगे दिखने लगे हों वहां क्लोरएन्ट्रानिलीप्रोल 100 से 150 मि.ली. प्रति हेक्टे. की दर से स्प्रे करे। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi MP 17-01-2025 10:00:00 SCHEDULED
2153 वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Agar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 13 January से 22 January के दौरान दिन में 26 और रात में 14 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। गेहूँ में अगर गाँठ पड़ने या फूल आने की अवस्था हो तो पानी की कमी न होने दे व सिंचाई की व्यवस्था करें । बदलते मौसम के कारण फसलों में रोग एवं कीट का प्रकोप बड़ने की सभांवना है चने की फसल मे कीट नियंत्रण के लिए खेत में T आकर की खूटियां लगाए जिस पर पक्षी बैठकर इल्लियों को खा सके एवं फेरोमेन ट्रैप 6 प्रति एकड़ उपयोग करे चने की इल्ली के पतंगे दिखने लगे हों वहां क्लोरएन्ट्रानिलीप्रोल 100 से 150 मि.ली. प्रति हेक्टे. की दर से स्प्रे करे। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi MP 17-01-2025 09:55:00 SCHEDULED
2154 वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Dewas ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 13 January से 22 January के दौरान दिन में 26 और रात में 14 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। कपास की फसल मे बुवाई के 30 - 45 दिनों की एवं फूल आने शुरू हो गए है, अतः आप नेफ्थलीन एसीटिक एसिड 3.5 मिली प्रति 15 लीटर पानी की दर से छिड़काव करने से फूल सड़ते नहीं व पैदावार ज्यादा मिलती है। अत्यधिक व असामयिक वर्षा के कारण सामान्यतः पौधों की ऊंचाई 1.5 मीटर से अधिक हो जाती है, जिससे उपज पर विपरीत प्रभाव पड़ता है। अतः आप 1.5 मीटर से अधिक ऊंचाई वाली मुख्य तने की ऊपर वाली सभी शाखाओं की छंटाई सिकेटियर (कैंची) से करें। छंटाई करने से कीटनाशक रसायनों के छिड़काव में आसानी होती है तथा छिड़काव पूरी तरह संभव होता है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 7-6-6-9-0-4-7-7-4-7) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi MP 17-01-2025 09:50:00 SCHEDULED
2155 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৬ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব । দিনৰ উষ্ণতা প্ৰায় ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • LP কটা চাহ বাগিচাৰ মাটিবোৰত ফৰ্কিং (Forking) কৰিব লাগে অৰ্থাত মাটি খুচৰি দিব লাগে। এই কাৰ্য্যৰ পিছত মাটি ডৰা সমান কৰি দিব লাগে। • এই সময়ত LP ৰখা চেকচন বা দুৰ্বল বাগান বোৰৰ পৰা Soil samples লব লাগে যাতে Testing ৰিপৰ্টবোৰ জানুৱাৰীৰ ভিতৰত পাব পাৰি আৰু মাটিৰ সংশোধনৰ ব্যৱস্হা সাৰ দিয়াৰ ক্ৰমেও এক মাহৰ আগতে লব পাৰি। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয়। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-01-2025 14:00:00 SCHEDULED
2156 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৬ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব । দিনৰ উষ্ণতা প্ৰায় ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • LP কটা চাহ বাগিচাৰ মাটিবোৰত ফৰ্কিং (Forking) কৰিব লাগে অৰ্থাত মাটি খুচৰি দিব লাগে। এই কাৰ্য্যৰ পিছত মাটি ডৰা সমান কৰি দিব লাগে। • এই সময়ত LP ৰখা চেকচন বা দুৰ্বল বাগান বোৰৰ পৰা Soil samples লব লাগে যাতে Testing ৰিপৰ্টবোৰ জানুৱাৰীৰ ভিতৰত পাব পাৰি আৰু মাটিৰ সংশোধনৰ ব্যৱস্হা সাৰ দিয়াৰ ক্ৰমেও এক মাহৰ আগতে লব পাৰি। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয়। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-01-2025 14:00:00 SCHEDULED
2157 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৫-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত দক্ষিণ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • LP কটা চাহ বাগিচাৰ মাটিবোৰত ফৰ্কিং (Forking) কৰিব লাগে অৰ্থাত মাটি খুচৰি দিব লাগে। এই কাৰ্য্যৰ পিছত মাটি ডৰা সমান কৰি দিব লাগে। • এই সময়ত LP ৰখা চেকচন বা দুৰ্বল বাগান বোৰৰ পৰা Soil samples লব লাগে যাতে Testing ৰিপৰ্টবোৰ জানুৱাৰীৰ ভিতৰত পাব পাৰি আৰু মাটিৰ সংশোধনৰ ব্যৱস্হা সাৰ দিয়াৰ ক্ৰমেও এক মাহৰ আগতে লব পাৰি। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয়। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-01-2025 14:00:00 SCHEDULED
2158 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৫, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা প্ৰায় ৯০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • LP কটা চাহ বাগিচাৰ মাটিবোৰত ফৰ্কিং (Forking) কৰিব লাগে অৰ্থাত মাটি খুচৰি দিব লাগে। এই কাৰ্য্যৰ পিছত মাটি ডৰা সমান কৰি দিব লাগে। • এই সময়ত LP ৰখা চেকচন বা দুৰ্বল বাগান বোৰৰ পৰা Soil samples লব লাগে যাতে Testing ৰিপৰ্টবোৰ জানুৱাৰীৰ ভিতৰত পাব পাৰি আৰু মাটিৰ সংশোধনৰ ব্যৱস্হা সাৰ দিয়াৰ ক্ৰমেও এক মাহৰ আগতে লব পাৰি। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয়। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-01-2025 14:00:00 SCHEDULED
2159 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব দিনৰ উষ্ণতা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • LP কটা চাহ বাগিচাৰ মাটিবোৰত ফৰ্কিং (Forking) কৰিব লাগে অৰ্থাত মাটি খুচৰি দিব লাগে। এই কাৰ্য্যৰ পিছত মাটি ডৰা সমান কৰি দিব লাগে। • এই সময়ত LP ৰখা চেকচন বা দুৰ্বল বাগান বোৰৰ পৰা Soil samples লব লাগে যাতে Testing ৰিপৰ্টবোৰ জানুৱাৰীৰ ভিতৰত পাব পাৰি আৰু মাটিৰ সংশোধনৰ ব্যৱস্হা সাৰ দিয়াৰ ক্ৰমেও এক মাহৰ আগতে লব পাৰি। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয়। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-01-2025 14:00:00 SCHEDULED
2160 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১০ কিলোমিটাৰ বেগত উত্তৰ-পশ্চিম আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • LP কটা চাহ বাগিচাৰ মাটিবোৰত ফৰ্কিং (Forking) কৰিব লাগে অৰ্থাত মাটি খুচৰি দিব লাগে। এই কাৰ্য্যৰ পিছত মাটি ডৰা সমান কৰি দিব লাগে। • এই সময়ত LP ৰখা চেকচন বা দুৰ্বল বাগান বোৰৰ পৰা Soil samples লব লাগে যাতে Testing ৰিপৰ্টবোৰ জানুৱাৰীৰ ভিতৰত পাব পাৰি আৰু মাটিৰ সংশোধনৰ ব্যৱস্হা সাৰ দিয়াৰ ক্ৰমেও এক মাহৰ আগতে লব পাৰি। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয়। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-01-2025 14:00:00 SCHEDULED