Message Schedule List : 12,462
S. No. Message Language Created By Date Time Status Action
2241 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৩০ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০ % আৰু ৫৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ৫৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ আৰু অপতৃণৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ শাক-পাচলি আৰু ফলমূলৰ গছৰ চাৰিওফালে জৈৱিক মাল্চ, যেনে খেৰ বা শুকান পাতৰ প্ৰয়োগ কৰিব লাগে। • জলকীয়া খেতিত ফল পচা ৰোগ (Fruit Rot) বা এন্থ্ৰাকন’জ (Anthranose) ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতি লিটাৰ পানীত Chlorothalonil @ ২ গ্ৰাম বা Azoxystrobin @ ১ মিলিলিটাৰ স্প্ৰে’ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-03-2025 08:00:00 SCHEDULED
2242 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৩০ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ৮২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ আৰু অপতৃণৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ শাক-পাচলি আৰু ফলমূলৰ গছৰ চাৰিওফালে জৈৱিক মাল্চ, যেনে খেৰ বা শুকান পাতৰ প্ৰয়োগ কৰিব লাগে। • জলকীয়া খেতিত ফল পচা ৰোগ (Fruit Rot) বা এন্থ্ৰাকন’জ (Anthranose) ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতি লিটাৰ পানীত Chlorothalonil @ ২ গ্ৰাম বা Azoxystrobin @ ১ মিলিলিটাৰ স্প্ৰে’ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-03-2025 08:00:00 SCHEDULED
2243 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ২৯ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩২ -৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পূব আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ২৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ আৰু অপতৃণৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ শাক-পাচলি আৰু ফলমূলৰ গছৰ চাৰিওফালে জৈৱিক মাল্চ, যেনে খেৰ বা শুকান পাতৰ প্ৰয়োগ কৰিব লাগে। • জলকীয়া খেতিত ফল পচা ৰোগ (Fruit Rot) বা এন্থ্ৰাকন’জ (Anthranose) ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতি লিটাৰ পানীত Chlorothalonil @ ২ গ্ৰাম বা Azoxystrobin @ ১ মিলিলিটাৰ স্প্ৰে’ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-03-2025 08:00:00 SCHEDULED
2244 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ২৯ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩২-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পূব আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ২২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP , LOS ,LS আৰু MS বাগান বোৰত পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে লগতে বাগান বোৰত বান্জী (Banjhi) পাত দেখা যাব পাৰে। এই বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • বাঞ্জী পাতবোৰ যিমান সোনকালে আঁতৰাই দিয়া হয়, সিমানেই সোনকালে চাহৰ Flushৰ নতুনকৈ বৃদ্ধি হয় ৷ আগতীয়াকৈ ২য় ফ্লাছৰ বাবে বাঞ্জীবোৰ আঁতৰোৱা অতি প্ৰয়োজনীয়। • কোমল বাঞ্জী পাতবোৰ আঁতৰোৱাটো নিশ্চিত কৰিবলৈ সাপ্তাহিক ব্যৱধানত প্লাকিং ৰাউণ্ড ৰাখিব লাগে। • ছাঁ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। স্থায়ী (Permanent) ছাঁৰ গছ ১০-১২ মি দূৰত্বত আৰু অস্থায়ী (Temporary) ছাঁৰ গছ ৫-৬ মি ব্যৱধানত ৰোপণ কৰিব লাগে। • এই সময়ত নতুন কুমলীয়া পাত বোৰত হেলপেল্টিছ , এফিদ্চ, গ্ৰীনফ্লাইচ আদি পোক বোৰৰ যথেষ্ট আক্ৰমন দেখা যাব পাৰে । পাত তোলাৰ পিচতে আগতে উল্লেখ কৰা ঔষধ বোৰ spot spraying কৰিব যাতে ৭ দিনৰ ব্যৱধানত পাত তুলিব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ আৰু অপতৃণৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ শাক-পাচলি আৰু ফলমূলৰ গছৰ চাৰিওফালে জৈৱিক মাল্চ, যেনে খেৰ বা শুকান পাতৰ প্ৰয়োগ কৰিব লাগে। • জলকীয়া খেতিত ফল পচা ৰোগ (Fruit Rot) বা এন্থ্ৰাকন’জ (Anthranose) ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতি লিটাৰ পানীত Chlorothalonil @ ২ গ্ৰাম বা Azoxystrobin @ ১ মিলিলিটাৰ স্প্ৰে’ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-03-2025 08:00:00 SCHEDULED
2245 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மார்ச் மாதம் 16ம் தேதி முதல் 25ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 16.4mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 24.2 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14.2 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மார்ச் மாதம் 26ம் தேதி முதல் ஏப்ரல் மாதம் 5ம் தேதி வரை வானம் தெளிவானது முதல் லேசான மேகமூட்டத்துடன் காணப்படும். லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 23 முதல் 27 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 15 முதல் 17 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 100 சதவீதமாகவும் மாலை நேரத்தில் 50 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு மற்றும் வடகிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 8 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். ஏப்ரல் மற்றும் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 800 கிலோவும், கார அமில நிலை 4.1 முதல் 4.5 வரை உள்ள தோட்டங்களில் 600 கிலோவும், கார அமில நிலை 4.6 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 26-03-2025 10:20:00 SCHEDULED
2246 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மார்ச் மாதம் 16ம் தேதி முதல் 25ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 33.6mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 22.8 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 12.8 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மார்ச் மாதம் 26ம் தேதி முதல் ஏப்ரல் மாதம் 5ம் தேதி வரை வானம் தெளிவானது முதல் லேசான மேகமூட்டத்துடன் காணப்படும். லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 21 முதல் 25 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 13 முதல் 15 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 100 சதவீதமாகவும் மாலை நேரத்தில் 60 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 10 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். ஏப்ரல் மற்றும் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 800 கிலோவும், கார அமில நிலை 4.1 முதல் 4.5 வரை உள்ள தோட்டங்களில் 600 கிலோவும், கார அமில நிலை 4.6 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 26-03-2025 10:15:00 SCHEDULED
2247 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மார்ச் மாதம் 16ம் தேதி முதல் 25ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் 19.8mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 31.3 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 17.6 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மார்ச் மாதம் 26ம் தேதி முதல் ஏப்ரல் மாதம் 5ம் தேதி வரை வானம் தெளிவானது முதல் லேசான மேகமூட்டத்துடன் காணப்படும். லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 27 முதல் 31 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 20 முதல் 21 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 100 சதவீதமாகவும் மாலை நேரத்தில் 55 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு மற்றும் தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 10 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். ஏப்ரல் மற்றும் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 800 கிலோவும், கார அமில நிலை 4.1 முதல் 4.5 வரை உள்ள தோட்டங்களில் 600 கிலோவும், கார அமில நிலை 4.6 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 26-03-2025 10:10:00 SCHEDULED
2248 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ মাৰ্চলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১ -৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা ১৮-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ১৯৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LP এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • এই সময়ত UP/LOS/LS আৰু MS বাগান বোৰত প্ৰথম কিষ্টি সাৰ Manuring Chart অনুযায়ী দিয়াৰ ব্যৱস্থা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 27-03-2025 14:44:00 SCHEDULED
2249 (Adilabad_Bela) రైతు సోదరులారా... సాలిడారిడాడ్ మరియు వొడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఆదిలాబాద్ తాలూకాలోని బేలా వద్ద ఉన్న ఆటోమేటెడ్ వాతావరణ కేంద్రం ఈ వారం వాతావరణ సూచన ప్రకారం కనిష్ట ఉష్ణోగ్రత 24 నుండి 26 డిగ్రీల సెల్సియస్ మరియు గరిష్ట ఉష్ణోగ్రత 37 నుండి 41 డిగ్రీల సెల్సియస్ వరకు ఉంటుందని మరియు వాతావరణం పాక్షికంగా మేఘావృతమై ఉండే అవకాశం ఉంది. రైతులకు సూచనలు:- రైతులు పరిపక్వ గోధుమలు మరియు ఇతర రబీ సీజన్ పంటల కోత మరియు నూర్పిడి పనులను ప్రాధాన్యతపై పూర్తి చేయాలి. పండించిన వ్యవసాయ ఉత్పత్తులను పొడిగా మరియు సురక్షితమైన ప్రదేశంలో నిల్వ చేయాలి. రైతులు గోధుమ పంటలను కోసిన తర్వాత పంట దుబ్బులను కాల్చకూడదు, ఎందుకంటే ఇది నేలలోని సేంద్రీయ కార్బన్ మరియు సూక్ష్మజీవుల క్షీణతకు దారితీస్తుంది. బదులుగా, రైతులు తదుపరి సీజన్‌కు భూమిని సిద్ధం చేసేటప్పుడు దానిని మట్టిలో కలపాలి, ఎందుకంటే ఇందులో తదుపరి పంటకు ప్రయోజనకరమైన పోషక సిలికాన్ పుష్కలంగా ఉంటుంది. అవసరమైతే కాలానుగుణ పంటలు, పండ్ల పంటలు మరియు కూరగాయల పంటలకు బిందు సేద్యం/స్ప్రింక్లర్ ఇరిగేషన్ ద్వారా తేలికగా నీరు పెట్టాలి. అంతర పంటలు వేయడం, తెగుళ్లు మరియు వ్యాధుల నిర్వహణ కోసం వ్యవసాయ రసాయనాలను పిచికారీ చేయడం మరియు పెరుగుతున్న పంటలకు ఎరువులు వేయడం తదుపరి 5 నుండి 6 రోజులు కొనసాగించాలి. ప్రస్తుతం నువ్వుల పంట 40-45 రోజులు. అయితే, రైతులు రెండవ దఫా ఎరువులుగా హెక్టారుకు 12.5 కిలోల నత్రజని మరియు 25 కిలోల భాస్వరం వేశారు. రెండుసార్లు అలాగే 20 కిలోలు/హెక్టారు. జింక్ మరియు సల్ఫర్ కారణంగా, సూక్ష్మపోషక లోపాలు గమనించబడవు. నువ్వుల పంట దిగుబడిని పెంచడానికి, పంట పుష్పించే సమయంలో మరియు కాయ/కాయ ఏర్పడే సమయంలో 2% DAP ని పిచికారీ చేయాలి. నేల తేమను బట్టి నువ్వుల పంటలకు 12 నుండి 15 రోజుల వ్యవధిలో నీరు పెట్టండి. నీటిపారుదల చేసేటప్పుడు, పంట ప్రాంతంలో నీరు నిలిచిపోకుండా జాగ్రత్త తీసుకోవాలి. అవసరమైనంతవరకు 2 నుండి 3 సార్లు కలుపు తీయడం/సాగు చేయడం ద్వారా పొలాన్ని శుభ్రంగా ఉంచండి. పంట ప్రారంభంలో పెరుగుదల నెమ్మదిగా ఉంటుంది కాబట్టి, పంట ఒక నెల వయస్సు వచ్చే వరకు పొలంలో అధికంగా పెరగకుండా జాగ్రత్త తీసుకోవాలి. స్మార్ట్ అగ్రి అడ్వైజరీ యాప్ యొక్క నవీకరించబడిన వెర్షన్ ప్లే స్టోర్‌లో అందుబాటులో ఉంది మరియు మొబైల్‌లో డౌన్‌లోడ్ చేసుకోవచ్చు. ఈ నవీకరించబడిన వెర్షన్‌లో వాతావరణ కేంద్రం నుండి వివరణాత్మక సమాచారం ఉంటుంది. సాలిడారిటీ స్మార్ట్ అగ్రి ప్రోగ్రామ్ గురించి మీ సందేహాలను పరిష్కరించడానికి దయచేసి మమ్మల్ని సంప్రదించండి. మొబైల్ నంబర్ 9158261922 ధన్యవాదాలు! Telugu Telangana 24-03-2025 11:30:00 SCHEDULED
2250 (Adilabad_JAinad) రైతు సోదరులారా... సాలిడారిడాడ్ మరియు వొడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఆదిలాబాద్ తాలూకాలోని జైనాద్‌లోని ఆటోమేటెడ్ వాతావరణ కేంద్రం ఈ వారం వాతావరణ సూచన ప్రకారం కనిష్ట ఉష్ణోగ్రత 23 నుండి 25 డిగ్రీల సెల్సియస్ మరియు గరిష్ట ఉష్ణోగ్రత 37 నుండి 41 డిగ్రీల సెల్సియస్ వరకు ఉంటుందని, వాతావరణం పాక్షికంగా మేఘావృతమై ఉండే అవకాశం ఉంది. రైతులకు సూచనలు:- రైతులు పరిపక్వ గోధుమలు మరియు ఇతర రబీ సీజన్ పంటల కోత మరియు నూర్పిడి పనులను ప్రాధాన్యతపై పూర్తి చేయాలి. పండించిన వ్యవసాయ ఉత్పత్తులను పొడిగా మరియు సురక్షితమైన ప్రదేశంలో నిల్వ చేయాలి. రైతులు గోధుమ పంటలను కోసిన తర్వాత పంట దుబ్బులను కాల్చకూడదు, ఎందుకంటే ఇది నేలలోని సేంద్రీయ కార్బన్ మరియు సూక్ష్మజీవుల క్షీణతకు దారితీస్తుంది. బదులుగా, రైతులు తదుపరి సీజన్‌కు భూమిని సిద్ధం చేసేటప్పుడు దానిని మట్టిలో కలపాలి, ఎందుకంటే ఇందులో తదుపరి పంటకు ప్రయోజనకరమైన పోషక సిలికాన్ పుష్కలంగా ఉంటుంది. అవసరమైతే కాలానుగుణ పంటలు, పండ్ల పంటలు మరియు కూరగాయల పంటలకు బిందు సేద్యం/స్ప్రింక్లర్ ఇరిగేషన్ ద్వారా తేలికగా నీరు పెట్టాలి. అంతర పంటలు వేయడం, తెగుళ్లు మరియు వ్యాధుల నిర్వహణ కోసం వ్యవసాయ రసాయనాలను పిచికారీ చేయడం మరియు పెరుగుతున్న పంటలకు ఎరువులు వేయడం తదుపరి 5 నుండి 6 రోజులు కొనసాగించాలి. ప్రస్తుతం నువ్వుల పంట 40-45 రోజులు. అయితే, రైతులు రెండవ దఫా ఎరువులుగా హెక్టారుకు 12.5 కిలోల నత్రజని మరియు 25 కిలోల భాస్వరం వేశారు. రెండుసార్లు అలాగే 20 కిలోలు/హెక్టారు. జింక్ మరియు సల్ఫర్ కారణంగా, సూక్ష్మపోషక లోపాలు గమనించబడవు. నువ్వుల పంట దిగుబడిని పెంచడానికి, పంట పుష్పించే సమయంలో మరియు కాయ/కాయ ఏర్పడే సమయంలో 2% DAP ని పిచికారీ చేయాలి. నేల తేమను బట్టి నువ్వుల పంటలకు 12 నుండి 15 రోజుల వ్యవధిలో నీరు పెట్టండి. నీటిపారుదల చేసేటప్పుడు, పంట ప్రాంతంలో నీరు నిలిచిపోకుండా జాగ్రత్త తీసుకోవాలి. అవసరమైనంతవరకు 2 నుండి 3 సార్లు కలుపు తీయడం/సాగు చేయడం ద్వారా పొలాన్ని శుభ్రంగా ఉంచండి. పంట ప్రారంభంలో పెరుగుదల నెమ్మదిగా ఉంటుంది కాబట్టి, పంట ఒక నెల వయస్సు వచ్చే వరకు పొలంలో అధికంగా పెరగకుండా జాగ్రత్త తీసుకోవాలి. స్మార్ట్ అగ్రి అడ్వైజరీ యాప్ యొక్క నవీకరించబడిన వెర్షన్ ప్లే స్టోర్‌లో అందుబాటులో ఉంది మరియు మొబైల్‌లో డౌన్‌లోడ్ చేసుకోవచ్చు. ఈ నవీకరించబడిన వెర్షన్‌లో వాతావరణ కేంద్రం నుండి వివరణాత్మక సమాచారం ఉంటుంది. సాలిడారిటీ స్మార్ట్ అగ్రి ప్రోగ్రామ్ గురించి మీ సందేహాలను పరిష్కరించడానికి దయచేసి మమ్మల్ని సంప్రదించండి. మొబైల్ నంబర్ 9158261922 ధన్యవాదాలు! Telugu Telangana 24-03-2025 11:30:00 SCHEDULED