Message Schedule List : 12,462
S. No. Message Language Created By Date Time Status Action
2301 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ মাৰ্চলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১ -৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা ১৮-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ১৯৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LP এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • এই সময়ত UP/LOS/LS আৰু MS বাগান বোৰত প্ৰথম কিষ্টি সাৰ Manuring Chart অনুযায়ী দিয়াৰ ব্যৱস্থা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-03-2025 12:00:00 SCHEDULED
2302 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ মাৰ্চলৈ, ২০২৫, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ১৫৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LP এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • এই সময়ত UP/LOS/LS আৰু MS বাগান বোৰত প্ৰথম কিষ্টি সাৰ Manuring Chart অনুযায়ী দিয়াৰ ব্যৱস্থা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-03-2025 12:00:00 SCHEDULED
2303 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ মাৰ্চলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৬ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ৮২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LP এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • এই সময়ত UP/LOS/LS আৰু MS বাগান বোৰত প্ৰথম কিষ্টি সাৰ Manuring Chart অনুযায়ী দিয়াৰ ব্যৱস্থা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-03-2025 12:00:00 SCHEDULED
2304 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ মাৰ্চলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১১ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ৫৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LP এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • এই সময়ত UP/LOS/LS আৰু MS বাগান বোৰত প্ৰথম কিষ্টি সাৰ Manuring Chart অনুযায়ী দিয়াৰ ব্যৱস্থা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-03-2025 12:00:00 SCHEDULED
2305 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-১৯ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ২৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LP এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • এই সময়ত UP/LOS/LS আৰু MS বাগান বোৰত প্ৰথম কিষ্টি সাৰ Manuring Chart অনুযায়ী দিয়াৰ ব্যৱস্থা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-03-2025 12:00:00 SCHEDULED
2306 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ মাৰ্চলৈ মুঠ ২২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LP এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • এই সময়ত UP/LOS/LS আৰু MS বাগান বোৰত প্ৰথম কিষ্টি সাৰ Manuring Chart অনুযায়ী দিয়াৰ ব্যৱস্থা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-03-2025 12:00:00 SCHEDULED
2307 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ,আগামী ১৬ই মার্চ থেকে ২৫ শে মার্চ পর্যন্ত আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে জানানো যাচ্ছে ।তবে দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৬ ডিগ্রি সেন্টিগ্রেড থেকে ২০ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৩০% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত দক্ষিন পশ্চিম ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৫ থেকে ২০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২১.৬ ডিগ্রি সেণ্টিগ্রেড থেকে ২০.৮ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৯.২ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানে গাছ সুস্থ রাখতে ও পোকামাকড় নিয়ন্ত্রন করতে ঘরোয়া টোটকা ব্যবহার করুন যেমন – ২০ লিটার জলে ৫ কেজী গোবর + ১ লিটার গরুর প্রসাব + ২০০ গ্রাম ট্রাইকোডামা + ৫০০ গ্রাম গুড় ভালো করে মিশিয়ে একটি ড্রামের মধ্যে ভিজিয়ে ছায়াতে মুখ বন্ধ করে ৫ দিন রেখে দিন । তার পর প্রতি স্প্রেয়ারে বা ড্রামে এই মিশ্রন ১.৫ লিটার পরিমাণ মিশিয়ে স্প্রে করুন । মশা আক্রমণ বেশি থাকলে থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ৭ দিনের মধ্যে নীম তেল ব্যবহার করুন । দুর্বল সেকশনে পাতা তোলার সময় একটি পূর্ণ পাতা রেখে পাতা তুলুন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 16-03-2025 12:00:00 SCHEDULED
2308 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ১৬ই মার্চ থেকে ২৫ শে মার্চ পর্যন্ত আকাশ সাধারণত পরিষ্কার থাকবে তবে হাল্কা থেকে হাল্কা ধরনের বৃষ্টিপাত হওয়ার (২৫-৩৫ শতাংশ ) সম্ভবনা আছে বলে জানানো যাচ্ছে ।তবে দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৬ ডিগ্রি সেন্টিগ্রেড থেকে ২০ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৩৫% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত দক্ষিন পশ্চিম ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৫ থেকে ২০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৩.৫ ডিগ্রি সেণ্টিগ্রেড থেকে ২২.৭ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৩.৭ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানে গাছ সুস্থ রাখতে ও পোকামাকড় নিয়ন্ত্রন করতে ঘরোয়া টোটকা ব্যবহার করুন যেমন – ২০ লিটার জলে ৫ কেজী গোবর + ১ লিটার গরুর প্রসাব + ২০০ গ্রাম ট্রাইকোডামা + ৫০০ গ্রাম গুড় ভালো করে মিশিয়ে একটি ড্রামের মধ্যে ভিজিয়ে ছায়াতে মুখ বন্ধ করে ৫ দিন রেখে দিন । তার পর প্রতি স্প্রেয়ারে বা ড্রামে এই মিশ্রন ১.৫ লিটার পরিমাণ মিশিয়ে স্প্রে করুন । মশা আক্রমণ বেশি থাকলে থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ৭ দিনের মধ্যে নীম তেল ব্যবহার করুন । দুর্বল সেকশনে পাতা তোলার সময় একটি পূর্ণ পাতা রেখে পাতা তুলুন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 16-03-2025 12:00:00 SCHEDULED
2309 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ১৬ই মার্চ থেকে ২৫ শে মার্চ পর্যন্ত আকাশ সাধারণত পরিষ্কার থাকবে তবে হাল্কা থেকে হাল্কা ধরনের বৃষ্টিপাত হওয়ার (২৫-৩৫ শতাংশ ) সম্ভবনা আছে বলে জানানো যাচ্ছে ।তবে দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৭ ডিগ্রি সেন্টিগ্রেড থেকে ২০ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৩৫% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত দক্ষিন পশ্চিম ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৬ থেকে ১৬ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । চা বাগানে গাছ সুস্থ রাখতে ও পোকামাকড় নিয়ন্ত্রন করতে ঘরোয়া টোটকা ব্যবহার করুন যেমন – ২০ লিটার জলে ৫ কেজী গোবর + ১ লিটার গরুর প্রসাব + ২০০ গ্রাম ট্রাইকোডামা + ৫০০ গ্রাম গুড় ভালো করে মিশিয়ে একটি ড্রামের মধ্যে ভিজিয়ে ছায়াতে মুখ বন্ধ করে ৫ দিন রেখে দিন । তার পর প্রতি স্প্রেয়ারে বা ড্রামে এই মিশ্রন ১.৫ লিটার পরিমাণ মিশিয়ে স্প্রে করুন । মশা আক্রমণ বেশি থাকলে থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ৭ দিনের মধ্যে নীম তেল ব্যবহার করুন । দুর্বল সেকশনে পাতা তোলার সময় একটি পূর্ণ পাতা রেখে পাতা তুলুন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 16-03-2025 12:00:00 SCHEDULED
2310 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ১৬ই মার্চ থেকে ২৫ শে মার্চ পর্যন্ত আকাশ সাধারণত পরিষ্কার থাকবে তবে হাল্কা থেকে হাল্কা ধরনের বৃষ্টিপাত হওয়ার (২০-৪০ শতাংশ ) সম্ভবনা আছে বলে জানানো যাচ্ছে ।তবে দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩৩ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৬ ডিগ্রি সেন্টিগ্রেড থেকে ২০ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৩৫% থাকবে বলে আশা করা যাচ্ছে । বাতাস প্রধানত দক্ষিন পশ্চিম ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৩ থেকে ১১ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । চা বাগানে গাছ সুস্থ রাখতে ও পোকামাকড় নিয়ন্ত্রন করতে ঘরোয়া টোটকা ব্যবহার করুন যেমন – ২০ লিটার জলে ৫ কেজী গোবর + ১ লিটার গরুর প্রসাব + ২০০ গ্রাম ট্রাইকোডামা + ৫০০ গ্রাম গুড় ভালো করে মিশিয়ে একটি ড্রামের মধ্যে ভিজিয়ে ছায়াতে মুখ বন্ধ করে ৫ দিন রেখে দিন । তার পর প্রতি স্প্রেয়ারে বা ড্রামে এই মিশ্রন ১.৫ লিটার পরিমাণ মিশিয়ে স্প্রে করুন । মশা আক্রমণ বেশি থাকলে থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ৭ দিনের মধ্যে নীম তেল ব্যবহার করুন । দুর্বল সেকশনে পাতা তোলার সময় একটি পূর্ণ পাতা রেখে পাতা তুলুন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 16-03-2025 12:00:00 SCHEDULED