Message Schedule List : 12,462
S. No. Message Language Created By Date Time Status Action
2381 प्रिय किसान साथियों, मार्च माह की 8 तारीख से मार्च माह की 17 तारीख के दौरान हरदोई जिले के बिलग्राम क्षेत्र के दिन तथा रात के तापमान में कमी आयेगी | इस दौरान दिन का अधिकतम तापमान 30 से 36 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 12 से 17 डिग्री सेंटीग्रेड तक रहेगा I इस दौरान पश्चिम उत्तर तथा कभी कभी पूर्व दिशा से 2 से 10 किलोमीटर की गति से हवाये चलेंगी, जिसकी वजह से वायुमंडलीय आर्द्रता 22 से 60 % तक रहने की संभावना है | किसान भाई गन्ना नमी बनाये रखने के लिए हल्की सिंचाई करते रहें, अच्छी पैदावार लेने के लिए, हमेशा गन्ने की कटाई जमीन की सतह से ही करें, मौसम गन्ना बुवाई के लिए अनुकूल रहेगा, अतः जिन किसान भाई गन्ना की बुवाई करना चाहते है कर सकते है| खेत की तैयारी की लिए 25 टन / एकड़ की दर से सड़ी गली गोबर की खाद खेत मिलाये, इसी समय 4-6 kg/एकड़ की दर से ट्राईकोडर्मा को भी मिलाये,गन्ने की बुवाई 3.5 से 4 की दूरी पर करें गन्ना बीज की उम्र 9 माह से अधिक न हो गन्ना बीज का टुकड़ा 2 आंख का ही प्रयोग करें तथा इस ½ घंटे के लिए 1 kg हेक्साटाप तथा 250 ml अमिड़ा को 1000 ली.पानी में डुबोकर रखें, बीज उपचार के लिए thiophinal mithyle का उपयोग करें, भूमि उपचार के लिए chloropyriphose 10 का उपयोग करें| बुवाई के समय 25 kg यूरिया +75kg डीएपी +50kg पोटास+ 25kg माइक्रो न्यूट्रीएंट का प्रयोग करें, गन्ने के टुकड़ो की हल्की मिट्टी से ढँक कर हल्की सिंचाई अवस्य करें गन्ने के लाइनों में सहफसल अवश्य लें| बीज निरोग तथा कीट रहित होना चाहिए| लाल सडन रोग की पुष्टि होने पर ऐसे पौधों को जड़ से निकाल लें और उन्हें खेत से दूर ले जाकर तीन से चार फूट गहरे गड्ढे में दबा देंI उखाड़े गये स्थान पर ब्लीचिंग पाउडर को भरें और मिट्टी से दबा देंI ऐसे खेतों में 4-6 किग्रा ट्राईकोडर्मा को 1-2 कुंटल गोबर की सडी खाद में मिलाकर नमी में खेतो में डालें, टॉप बोरर पाए जाने पर ट्रैकोडरमा, येलो कार्ड लगाये, स्मार्ट एग्री कार्यक्रम की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 08-03-2025 10:02:00 SCHEDULED
2382 प्रिय किसान साथियों, मार्च माह की 8 तारीख से मार्च माह की 17 तारीख के दौरान हरदोई जिले के भरखनी क्षेत्र के दिन तथा रात के तापमान में कमी आयेगी | इस दौरान दिन का अधिकतम तापमान 30 से 36 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 12 से 17 डिग्री सेंटीग्रेड तक रहेगा I इस दौरान पश्चिम उत्तर तथा कभी कभी पूर्व दिशा से 2 से 10 किलोमीटर की गति से हवाये चलेंगी, जिसकी वजह से वायुमंडलीय आर्द्रता 22 से 60 % तक रहने की संभावना है | किसान भाई गन्ना नमी बनाये रखने के लिए हल्की सिंचाई करते रहें, अच्छी पैदावार लेने के लिए, हमेशा गन्ने की कटाई जमीन की सतह से ही करें, मौसम गन्ना बुवाई के लिए अनुकूल रहेगा, अतः जिन किसान भाई गन्ना की बुवाई करना चाहते है कर सकते है| खेत की तैयारी की लिए 25 टन / एकड़ की दर से सड़ी गली गोबर की खाद खेत मिलाये, इसी समय 4-6 kg/एकड़ की दर से ट्राईकोडर्मा को भी मिलाये,गन्ने की बुवाई 3.5 से 4 की दूरी पर करें गन्ना बीज की उम्र 9 माह से अधिक न हो गन्ना बीज का टुकड़ा 2 आंख का ही प्रयोग करें तथा इस ½ घंटे के लिए 1 kg हेक्साटाप तथा 250 ml अमिड़ा को 1000 ली.पानी में डुबोकर रखें, बीज उपचार के लिए thiophinal mithyle का उपयोग करें, भूमि उपचार के लिए chloropyriphose 10 का उपयोग करें| बुवाई के समय 25 kg यूरिया +75kg डीएपी +50kg पोटास+ 25kg माइक्रो न्यूट्रीएंट का प्रयोग करें, गन्ने के टुकड़ो की हल्की मिट्टी से ढँक कर हल्की सिंचाई अवस्य करें गन्ने के लाइनों में सहफसल अवश्य लें| बीज निरोग तथा कीट रहित होना चाहिए| लाल सडन रोग की पुष्टि होने पर ऐसे पौधों को जड़ से निकाल लें और उन्हें खेत से दूर ले जाकर तीन से चार फूट गहरे गड्ढे में दबा देंI उखाड़े गये स्थान पर ब्लीचिंग पाउडर को भरें और मिट्टी से दबा देंI ऐसे खेतों में 4-6 किग्रा ट्राईकोडर्मा को 1-2 कुंटल गोबर की सडी खाद में मिलाकर नमी में खेतो में डालें, टॉप बोरर पाए जाने पर ट्रैकोडरमा, येलो कार्ड लगाये, स्मार्ट एग्री कार्यक्रम की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 08-03-2025 10:00:00 SCHEDULED
2383 వోడాఫోన్ ఐడియా ఫౌండేషన్, ఇండస్ టవర్ మరియు సాలిడారిడాడ్ అమలు చేస్తున్న స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఆడమిలి గ్రామ రైతులకు ప్రస్తుత సలహాలు ఈ వారం ఏలూరు ఆటోమేటిక్ వెదర్ స్టేషన్ ప్రకారం: మార్చి 2 - మార్చి 13 మధ్య ఉష్ణోగ్రత పగటిపూట 36 డిగ్రీల సెల్సియస్ మరియు రాత్రి 21 డిగ్రీల సెల్సియస్ వద్ద ఉంటుందని అంచనా. భారతదేశంలోని ఆయిల్ పామ్ తోటలలో స్పిండిల్ బగ్ ఒక సాధారణ తెగులు. ఈ కీటకం నర్సరీ మొక్కలు మరియు చిన్న మొక్కలలో కనిపిస్తుంది. ముట్టడి జరిగితే, ఆకులు పసుపు రంగులోకి మారి ఎండిపోతాయి, పెరుగుదల మందగిస్తుంది మరియు దిగుబడి తగ్గుతుంది. స్పిండిల్ బగ్ కీటకం ఆయిల్ పామ్ చెట్టు యొక్క రసాన్ని పీలుస్తుంది, ఇది మొక్కకు నష్టం కలిగిస్తుంది. స్పిండిల్ బగ్ ముట్టడిని నియంత్రించడానికి, లక్షణాలను గుర్తించడం ద్వారా తోటలను క్రమం తప్పకుండా పర్యవేక్షించడం ముఖ్యం. తెగులును నియంత్రించడానికి పురుగుమందులను ఉపయోగించవచ్చు, కానీ వాటిని వివేకంతో ఉపయోగించడం మరియు సిఫార్సు చేయబడిన మోతాదులు మరియు దరఖాస్తు పద్ధతులను అనుసరించడం ముఖ్యం. తెగులును కత్తిరించడం మరియు తొలగించడం కూడా తెగులును నియంత్రించడంలో సహాయపడుతుంది. అదనంగా, నిరోధక రకాలను ఉపయోగించడం మరియు జీవ నియంత్రణ ఏజెంట్లను ఉపయోగించడం కూడా ఆయిల్ పామ్ తోటలలో కుదురు పురుగు తెగులును నిర్వహించడంలో ప్రభావవంతంగా ఉంటాయి. ఆకుల లోపలి రెండు గదులలో చిల్లులు గల పాలిథిన్ పౌచ్‌లలో 10 గ్రాముల ఫోరేట్ కణికలను ఉంచడం ప్రభావవంతమైన నిర్వహణ పద్ధతి. స్మార్ట్ అగ్రి ప్రాజెక్ట్ కింద వ్యవసాయంపై తాజా సలహా కోసం, 7065-00-5054 కు మిస్డ్ కాల్ ఇవ్వండి మరియు ఉపయోగకరమైన సలహా పొందండి. మరిన్ని వివరాల కోసం, దయచేసి ఉదయం 10 గంటల నుండి సాయంత్రం 6 గంటల మధ్య మా వ్యవసాయ శాస్త్రవేత్తకు (ఫోన్: 9-9-5-9-9-4-4-0-3-2) కాల్ చేయండి. ఈ సందేశాన్ని మళ్ళీ వినడానికి సున్నా నొక్కండి. Hindi Andhra Pradesh 06-03-2025 10:50:00 SCHEDULED
2384 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১২ৰ পৰা ১৫ মাৰ্চলৈ পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৩ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ফেব্ৰুৱাৰী মাহত মুঠ ১৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোকৰ নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব পাৰে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত। তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-03-2025 10:45:00 SCHEDULED
2385 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১২ৰ পৰা ১৫ মাৰ্চলৈ পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ফেব্ৰুৱাৰী মাহত মুঠ ১১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোকৰ নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব পাৰে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত। তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-03-2025 10:45:00 SCHEDULED
2386 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১২ৰ পৰা ১৫ মাৰ্চলৈ পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা ১৬-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ফেব্ৰুৱাৰী মাহত মুঠ ৬১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই অন্চল বোৰত ঘনাই হোৱা বৰষুণৰ ফলত দিনৰ তাপমাত্ৰা বহুত কমি যোৱাৰ বাবে UP /MS /LOS/LS চেকচন বোৰত বান্জী পাত ওলাব পৰা সম্ভাৱনা বেছি । বান্জী পাত বোৰ কুমলীয়া অৱস্হাতে তুলিবলৈ চেষ্টা কৰিব লাগে , তেতিয়াহে পুণৰ নতুনকৈ পাত ওলাবলৈ আৰম্ভ কৰিব । দৰকাৰ হলে ৫/৬ দিনতে এই বাগান বোৰ লিব লাগে । • তাপ মাত্ৰা কমি যোৱাৰ বাবে পাতত Blister blight অৰ্থাৎ যিটোক ‘মা বেমাৰ’ বুলি কয় দেখা দিব পাৰে । তেনেকুৱা হোৱা দেখিলে Blitox 250 grams in 100 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত। তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-03-2025 10:45:00 SCHEDULED
2387 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৫, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১২ৰ পৰা ১৫ মাৰ্চলৈ পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৬-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ফেব্ৰুৱাৰী মাহত মুঠ ৫৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই অন্চল বোৰত ঘনাই হোৱা বৰষুণৰ ফলত দিনৰ তাপমাত্ৰা বহুত কমি যোৱাৰ বাবে UP /MS /LOS/LS চেকচন বোৰত বান্জী পাত ওলাব পৰা সম্ভাৱনা বেছি । বান্জী পাত বোৰ কুমলীয়া অৱস্হাতে তুলিবলৈ চেষ্টা কৰিব লাগে , তেতিয়াহে পুণৰ নতুনকৈ পাত ওলাবলৈ আৰম্ভ কৰিব । দৰকাৰ হলে ৫/৬ দিনতে এই বাগান বোৰ লিব লাগে । • তাপ মাত্ৰা কমি যোৱাৰ বাবে পাতত Blister blight অৰ্থাৎ যিটোক ‘মা বেমাৰ’ বুলি কয় দেখা দিব পাৰে । তেনেকুৱা হোৱা দেখিলে Blitox 250 grams in 100 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত। তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-03-2025 10:45:00 SCHEDULED
2388 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১২ৰ পৰা ১৫ মাৰ্চলৈ পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ফেব্ৰুৱাৰী মাহত মুঠ ৬৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই অন্চল বোৰত ঘনাই হোৱা বৰষুণৰ ফলত দিনৰ তাপমাত্ৰা বহুত কমি যোৱাৰ বাবে UP /MS /LOS/LS চেকচন বোৰত বান্জী পাত ওলাব পৰা সম্ভাৱনা বেছি । বান্জী পাত বোৰ কুমলীয়া অৱস্হাতে তুলিবলৈ চেষ্টা কৰিব লাগে , তেতিয়াহে পুণৰ নতুনকৈ পাত ওলাবলৈ আৰম্ভ কৰিব । দৰকাৰ হলে ৫/৬ দিনতে এই বাগান বোৰ লিব লাগে । • তাপ মাত্ৰা কমি যোৱাৰ বাবে পাতত Blister blight অৰ্থাৎ যিটোক ‘মা বেমাৰ’ বুলি কয় দেখা দিব পাৰে । তেনেকুৱা হোৱা দেখিলে Blitox 250 grams in 100 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত। তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-03-2025 10:45:00 SCHEDULED
2389 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১২ৰ পৰা ১৫ মাৰ্চলৈ পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ফেব্ৰুৱাৰী মাহত মুঠ ৫১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই অন্চল বোৰত ঘনাই হোৱা বৰষুণৰ ফলত দিনৰ তাপমাত্ৰা বহুত কমি যোৱাৰ বাবে UP /MS /LOS/LS চেকচন বোৰত বান্জী পাত ওলাব পৰা সম্ভাৱনা বেছি । বান্জী পাত বোৰ কুমলীয়া অৱস্হাতে তুলিবলৈ চেষ্টা কৰিব লাগে , তেতিয়াহে পুণৰ নতুনকৈ পাত ওলাবলৈ আৰম্ভ কৰিব । দৰকাৰ হলে ৫/৬ দিনতে এই বাগান বোৰ লিব লাগে । • তাপ মাত্ৰা কমি যোৱাৰ বাবে পাতত Blister blight অৰ্থাৎ যিটোক ‘মা বেমাৰ’ বুলি কয় দেখা দিব পাৰে । তেনেকুৱা হোৱা দেখিলে Blitox 250 grams in 100 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত। তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-03-2025 10:45:00 SCHEDULED
2390 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ১৩ৰ পৰা ১৫ মাৰ্চলৈ পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৬-২০ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০ % আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত ফেব্ৰুৱাৰী মাহত মুঠ ৩২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোকৰ নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব পাৰে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত। তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-03-2025 10:45:00 SCHEDULED