Message Schedule List : 12,462
S. No. Message Language Created By Date Time Status Action
2461 प्रिय किसान साथियों, फरवरी माह की 28 तारीख से मार्च माह की 7 तारीख के दौरान हरदोई जिले के हरपालपुर क्षेत्र के दिन तथा रात के तापमान में कमी आयेगी | इस दौरान दिन का अधिकतम तापमान 28 से 32 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 14 से 17 डिग्री सेंटीग्रेड तक रहेगा I इस दौरान उत्तर पश्चिम दिशा से 2 से 18 किलोमीटर की गति से तेज हवाये चलेंगी, जिसकी वजह से वायुमंडलीय आर्द्रता 24 से 56 % तक रहने की संभावना है | किसान भाई बुवारी तथा पेंडी गन्ना इस समय परिपक्वता की अवस्था में है, ऐसे में नमी बनाये रखने के लिए हल्की सिंचाई करते रहें, फ़रवरी सप्ताह में मौसम पेडी गन्ने में फुटाव के लिए ठीक रहेगा अच्छी पैदावार लेने के लिए, हमेशा गन्ने की कटाई जमीन की सतह से ही करें, किसान साथियों, मौसम गन्ना बुवाई के लिए अनुकूल रहेगा, अतः जिन किसान भाई गन्ना की बुवाई करना चाहते है कर सकते है| खेत की तैयारी की लिए 25 टन / एकड़ की दर से सड़ी गली गोबर की खाद खेत मिलाये, इसी समय 4-6 kg/एकड़ की दर से ट्राईकोडर्मा को भी मिलाये,गन्ने की बुवाई 3.5 से 4 की दूरी पर करें गन्ना बीज की उम्र 9 माह से अधिक न हो गन्ना बीज का टुकड़ा 2 आंख का ही प्रयोग करें तथा इस ½ घंटे के लिए 1 kg हेक्साटाप तथा 250 ml अमिड़ा को 1000 ली.पानी में डुबोकर रखें, बीज उपचार के लिए thiophinal mithyle का उपयोग करें, भूमि उपचार के लिए chloropyriphose 10 का उपयोग करें| बुवाई के समय 25 kg यूरिया +75kg डीएपी +50kg पोटास+ 25kg माइक्रो न्यूट्रीएंट का प्रयोग करें, गन्ने के टुकड़ो की हल्की मिट्टी से ढँक कर हल्की सिंचाई अवस्य करें गन्ने के लाइनों में सहफसल अवश्य लें| बीज निरोग तथा कीट रहित होना चाहिए| स्मार्ट एग्री कार्यक्रम की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 28-02-2025 10:05:00 SCHEDULED
2462 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১ আৰু ২ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ মুঠ ৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • কীটনাশক দৰব ব্যৱহাৰ কৰোতে পাত তোলাৰ আগত ৬-৭ দিনৰ ব্যৱধান ৰাখিব লাগে যাতে তৈয়াৰী চাহ পাতত MRLৰ সমস্যাই দেখা দিব নোৱাৰে । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-02-2025 11:45:00 SCHEDULED
2463 प्रिय किसान साथियों, फरवरी माह की 28 तारीख से मार्च माह की 7 तारीख के दौरान हरदोई जिले के हरियावा क्षेत्र के दिन तथा रात के तापमान में कमी आयेगी | इस दौरान दिन का अधिकतम तापमान 28 से 32 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 14 से 17 डिग्री सेंटीग्रेड तक रहेगा I इस दौरान उत्तर पश्चिम दिशा से 2 से 18 किलोमीटर की गति से तेज हवाये चलेंगी, जिसकी वजह से वायुमंडलीय आर्द्रता 24 से 56 % तक रहने की संभावना है | किसान भाई बुवारी तथा पेंडी गन्ना इस समय परिपक्वता की अवस्था में है, ऐसे में नमी बनाये रखने के लिए हल्की सिंचाई करते रहें, फ़रवरी सप्ताह में मौसम पेडी गन्ने में फुटाव के लिए ठीक रहेगा अच्छी पैदावार लेने के लिए, हमेशा गन्ने की कटाई जमीन की सतह से ही करें, किसान साथियों, मौसम गन्ना बुवाई के लिए अनुकूल रहेगा, अतः जिन किसान भाई गन्ना की बुवाई करना चाहते है कर सकते है| खेत की तैयारी की लिए 25 टन / एकड़ की दर से सड़ी गली गोबर की खाद खेत मिलाये, इसी समय 4-6 kg/एकड़ की दर से ट्राईकोडर्मा को भी मिलाये,गन्ने की बुवाई 3.5 से 4 की दूरी पर करें गन्ना बीज की उम्र 9 माह से अधिक न हो गन्ना बीज का टुकड़ा 2 आंख का ही प्रयोग करें तथा इस ½ घंटे के लिए 1 kg हेक्साटाप तथा 250 ml अमिड़ा को 1000 ली.पानी में डुबोकर रखें, बीज उपचार के लिए thiophinal mithyle का उपयोग करें, भूमि उपचार के लिए chloropyriphose 10 का उपयोग करें| बुवाई के समय 25 kg यूरिया +75kg डीएपी +50kg पोटास+ 25kg माइक्रो न्यूट्रीएंट का प्रयोग करें, गन्ने के टुकड़ो की हल्की मिट्टी से ढँक कर हल्की सिंचाई अवस्य करें गन्ने के लाइनों में सहफसल अवश्य लें| बीज निरोग तथा कीट रहित होना चाहिए| स्मार्ट एग्री कार्यक्रम की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 28-02-2025 10:04:00 SCHEDULED
2464 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১ আৰু ২ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ মুঠ ৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • কীটনাশক দৰব ব্যৱহাৰ কৰোতে পাত তোলাৰ আগত ৬-৭ দিনৰ ব্যৱধান ৰাখিব লাগে যাতে তৈয়াৰী চাহ পাতত MRLৰ সমস্যাই দেখা দিব নোৱাৰে । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-02-2025 11:45:00 SCHEDULED
2465 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১ আৰু ২ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা ১৪-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১১ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ মুঠ ৫০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • কীটনাশক দৰব ব্যৱহাৰ কৰোতে পাত তোলাৰ আগত ৬-৭ দিনৰ ব্যৱধান ৰাখিব লাগে যাতে তৈয়াৰী চাহ পাতত MRLৰ সমস্যাই দেখা দিব নোৱাৰে । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-02-2025 11:45:00 SCHEDULED
2466 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১ আৰু ২ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ মুঠ ৪৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। ৪০ • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • কীটনাশক দৰব ব্যৱহাৰ কৰোতে পাত তোলাৰ আগত ৬-৭ দিনৰ ব্যৱধান ৰাখিব লাগে যাতে তৈয়াৰী চাহ পাতত MRLৰ সমস্যাই দেখা দিব নোৱাৰে । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-02-2025 11:45:00 SCHEDULED
2467 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১ আৰু ২ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ মুঠ ৪৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • কীটনাশক দৰব ব্যৱহাৰ কৰোতে পাত তোলাৰ আগত ৬-৭ দিনৰ ব্যৱধান ৰাখিব লাগে যাতে তৈয়াৰী চাহ পাতত MRLৰ সমস্যাই দেখা দিব নোৱাৰে । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-02-2025 11:45:00 SCHEDULED
2468 प्रिय किसान साथियों, फरवरी माह की 28 तारीख से मार्च माह की 7 तारीख के दौरान हरदोई जिले के टोडरपुर क्षेत्र के दिन तथा रात के तापमान में कमी आयेगी | इस दौरान दिन का अधिकतम तापमान 28 से 32 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 14 से 17 डिग्री सेंटीग्रेड तक रहेगा I इस दौरान उत्तर पश्चिम दिशा से 2 से 18 किलोमीटर की गति से तेज हवाये चलेंगी, जिसकी वजह से वायुमंडलीय आर्द्रता 24 से 56 % तक रहने की संभावना है | किसान भाई बुवारी तथा पेंडी गन्ना इस समय परिपक्वता की अवस्था में है, ऐसे में नमी बनाये रखने के लिए हल्की सिंचाई करते रहें, फ़रवरी सप्ताह में मौसम पेडी गन्ने में फुटाव के लिए ठीक रहेगा अच्छी पैदावार लेने के लिए, हमेशा गन्ने की कटाई जमीन की सतह से ही करें, किसान साथियों, मौसम गन्ना बुवाई के लिए अनुकूल रहेगा, अतः जिन किसान भाई गन्ना की बुवाई करना चाहते है कर सकते है| खेत की तैयारी की लिए 25 टन / एकड़ की दर से सड़ी गली गोबर की खाद खेत मिलाये, इसी समय 4-6 kg/एकड़ की दर से ट्राईकोडर्मा को भी मिलाये,गन्ने की बुवाई 3.5 से 4 की दूरी पर करें गन्ना बीज की उम्र 9 माह से अधिक न हो गन्ना बीज का टुकड़ा 2 आंख का ही प्रयोग करें तथा इस ½ घंटे के लिए 1 kg हेक्साटाप तथा 250 ml अमिड़ा को 1000 ली.पानी में डुबोकर रखें, बीज उपचार के लिए thiophinal mithyle का उपयोग करें, भूमि उपचार के लिए chloropyriphose 10 का उपयोग करें| बुवाई के समय 25 kg यूरिया +75kg डीएपी +50kg पोटास+ 25kg माइक्रो न्यूट्रीएंट का प्रयोग करें, गन्ने के टुकड़ो की हल्की मिट्टी से ढँक कर हल्की सिंचाई अवस्य करें गन्ने के लाइनों में सहफसल अवश्य लें| बीज निरोग तथा कीट रहित होना चाहिए| स्मार्ट एग्री कार्यक्रम की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 28-02-2025 10:03:00 SCHEDULED
2469 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১ আৰু ২ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ মুঠ ৩৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • কীটনাশক দৰব ব্যৱহাৰ কৰোতে পাত তোলাৰ আগত ৬-৭ দিনৰ ব্যৱধান ৰাখিব লাগে যাতে তৈয়াৰী চাহ পাতত MRLৰ সমস্যাই দেখা দিব নোৱাৰে । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-02-2025 11:45:00 SCHEDULED
2470 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ১ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৭০ % আৰু ৩০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ মুঠ ২৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • কীটনাশক দৰব ব্যৱহাৰ কৰোতে পাত তোলাৰ আগত ৬-৭ দিনৰ ব্যৱধান ৰাখিব লাগে যাতে তৈয়াৰী চাহ পাতত MRLৰ সমস্যাই দেখা দিব নোৱাৰে । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-02-2025 11:45:00 SCHEDULED