Message Schedule List : 12,614
S. No. Message Language Created By Date Time Status Action
2621 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১ আৰু ২ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ মুঠ ৩৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • কীটনাশক দৰব ব্যৱহাৰ কৰোতে পাত তোলাৰ আগত ৬-৭ দিনৰ ব্যৱধান ৰাখিব লাগে যাতে তৈয়াৰী চাহ পাতত MRLৰ সমস্যাই দেখা দিব নোৱাৰে । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-02-2025 11:45:00 SCHEDULED
2622 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ১ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৭০ % আৰু ৩০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ মুঠ ২৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • কীটনাশক দৰব ব্যৱহাৰ কৰোতে পাত তোলাৰ আগত ৬-৭ দিনৰ ব্যৱধান ৰাখিব লাগে যাতে তৈয়াৰী চাহ পাতত MRLৰ সমস্যাই দেখা দিব নোৱাৰে । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-02-2025 11:45:00 SCHEDULED
2623 प्रिय किसान साथियों, फरवरी माह की 28 तारीख से मार्च माह की 7 तारीख के दौरान हरदोई जिले के बिलग्राम क्षेत्र के दिन तथा रात के तापमान में कमी आयेगी | इस दौरान दिन का अधिकतम तापमान 28 से 32 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 14 से 17 डिग्री सेंटीग्रेड तक रहेगा I इस दौरान उत्तर पश्चिम दिशा से 2 से 18 किलोमीटर की गति से तेज हवाये चलेंगी, जिसकी वजह से वायुमंडलीय आर्द्रता 24 से 56 % तक रहने की संभावना है | किसान भाई बुवारी तथा पेंडी गन्ना इस समय परिपक्वता की अवस्था में है, ऐसे में नमी बनाये रखने के लिए हल्की सिंचाई करते रहें, फ़रवरी सप्ताह में मौसम पेडी गन्ने में फुटाव के लिए ठीक रहेगा अच्छी पैदावार लेने के लिए, हमेशा गन्ने की कटाई जमीन की सतह से ही करें, किसान साथियों, मौसम गन्ना बुवाई के लिए अनुकूल रहेगा, अतः जिन किसान भाई गन्ना की बुवाई करना चाहते है कर सकते है| खेत की तैयारी की लिए 25 टन / एकड़ की दर से सड़ी गली गोबर की खाद खेत मिलाये, इसी समय 4-6 kg/एकड़ की दर से ट्राईकोडर्मा को भी मिलाये,गन्ने की बुवाई 3.5 से 4 की दूरी पर करें गन्ना बीज की उम्र 9 माह से अधिक न हो गन्ना बीज का टुकड़ा 2 आंख का ही प्रयोग करें तथा इस ½ घंटे के लिए 1 kg हेक्साटाप तथा 250 ml अमिड़ा को 1000 ली.पानी में डुबोकर रखें, बीज उपचार के लिए thiophinal mithyle का उपयोग करें, भूमि उपचार के लिए chloropyriphose 10 का उपयोग करें| बुवाई के समय 25 kg यूरिया +75kg डीएपी +50kg पोटास+ 25kg माइक्रो न्यूट्रीएंट का प्रयोग करें, गन्ने के टुकड़ो की हल्की मिट्टी से ढँक कर हल्की सिंचाई अवस्य करें गन्ने के लाइनों में सहफसल अवश्य लें| बीज निरोग तथा कीट रहित होना चाहिए| स्मार्ट एग्री कार्यक्रम की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 28-02-2025 10:02:00 SCHEDULED
2624 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: : ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ১ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৯ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০% আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ মুঠ ১৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • কীটনাশক দৰব ব্যৱহাৰ কৰোতে পাত তোলাৰ আগত ৬-৭ দিনৰ ব্যৱধান ৰাখিব লাগে যাতে তৈয়াৰী চাহ পাতত MRLৰ সমস্যাই দেখা দিব নোৱাৰে । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-02-2025 11:45:00 SCHEDULED
2625 प्रिय किसान साथियों, फरवरी माह की 28 तारीख से मार्च माह की 7 तारीख के दौरान हरदोई जिले के भरखनी, क्षेत्र के दिन तथा रात के तापमान में कमी आयेगी | इस दौरान दिन का अधिकतम तापमान 28 से 32 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 14 से 17 डिग्री सेंटीग्रेड तक रहेगा I इस दौरान उत्तर पश्चिम दिशा से 2 से 18 किलोमीटर की गति से तेज हवाये चलेंगी, जिसकी वजह से वायुमंडलीय आर्द्रता 24 से 56 % तक रहने की संभावना है | किसान भाई बुवारी तथा पेंडी गन्ना इस समय परिपक्वता की अवस्था में है, ऐसे में नमी बनाये रखने के लिए हल्की सिंचाई करते रहें, फ़रवरी सप्ताह में मौसम पेडी गन्ने में फुटाव के लिए ठीक रहेगा अच्छी पैदावार लेने के लिए, हमेशा गन्ने की कटाई जमीन की सतह से ही करें, किसान साथियों, मौसम गन्ना बुवाई के लिए अनुकूल रहेगा, अतः जिन किसान भाई गन्ना की बुवाई करना चाहते है कर सकते है| खेत की तैयारी की लिए 25 टन / एकड़ की दर से सड़ी गली गोबर की खाद खेत मिलाये, इसी समय 4-6 kg/एकड़ की दर से ट्राईकोडर्मा को भी मिलाये,गन्ने की बुवाई 3.5 से 4 की दूरी पर करें गन्ना बीज की उम्र 9 माह से अधिक न हो गन्ना बीज का टुकड़ा 2 आंख का ही प्रयोग करें तथा इस ½ घंटे के लिए 1 kg हेक्साटाप तथा 250 ml अमिड़ा को 1000 ली.पानी में डुबोकर रखें, बीज उपचार के लिए thiophinal mithyle का उपयोग करें, भूमि उपचार के लिए chloropyriphose 10 का उपयोग करें| बुवाई के समय 25 kg यूरिया +75kg डीएपी +50kg पोटास+ 25kg माइक्रो न्यूट्रीएंट का प्रयोग करें, गन्ने के टुकड़ो की हल्की मिट्टी से ढँक कर हल्की सिंचाई अवस्य करें गन्ने के लाइनों में सहफसल अवश्य लें| बीज निरोग तथा कीट रहित होना चाहिए| स्मार्ट एग्री कार्यक्रम की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 28-02-2025 10:00:00 SCHEDULED
2626 ନମସ୍କାର କଟକ ଜିଲ୍ଲା ର ମାହାଙ୍ଗା, ଟାଙ୍ଗୀ , ନିଶ୍ଚିନ୍ତ କୋଇଲ ଏବଂ କେନ୍ଦ୍ରାପଡ଼ା ଜିଲ୍ଲାର ଡେରାବିଶ ଏବଂ ଗଜପତି ଜିଲ୍ଲାର ଗୁମ୍ମା ଓ ମୋହନା ର ସମସ୍ତ ଚାଷୀ ମାନଙ୍କୁ ସଲିଡାରିଡlଡ ତରଫରୁ ଭୋଡlଫୋନ ଆଇଡିଆ ସହଯୋଗ ରେ ଚାଲୁଥିବା ଆଧୁନିକ କୃଷି କାର୍ଯ୍ୟକ୍ରମ କୁ ସ୍ଵାଗତ କରାଯାଉଛି। ବର୍ତମାନ ମାହାଙ୍ଗା , ନିଶ୍ଚିନ୍ତକୋଇଲ୍ ଦିନ ରେ ୩୦°ସେଲସିୟ ରୁ ୩୨°ସେଲସିୟସ ତାପମାତ୍ର ହେବା ସହ ରାତି ରେ ୨୦° ସେଲସିୟରୁ ୨୨°ସେଲସିୟସ ତାପମାତ୍ରା ରହୁଛି, ଟାଙ୍ଗୀ ରେ ଦିନ ର ତାପମାତ୍ରା ୩୨°ସେଲସିୟସ୍ ରୁ ୩୩° ସେଲସିୟସ ଏବଂ ରାତ୍ରିର ତାପମାତ୍ରା 20°ସେଲସିୟରୁ ୨୨°ସେଲସିୟ ରହୁଛି ଏବଂ ଗଜପତି ରେ ଦିନ ର ତାପମାତ୍ରା ୩୦°ସେଲସିୟସ ରୁ ୩୪°ସେଲସିୟସ୍ ଏବଂ ରାତି ର ତାପମାତ୍ରା ୧୭°ସେଲସିୟ ରୁ ୧୯°ସେଲସିୟସ୍ ରହିବ । ମୁଗ ଗଛ ରେ ୨୮ ଦିନରେ ୧ ଲିଟର ଜୀବାମୃତ ୧୫ ଲିଟର ପାଣି ରେ ମିଶାଇ ସିଂଚନ କରନ୍ତୁ । ମୁଗ ଗଛ ଦେଢ଼ ମାସର ହେଲେ ପତ୍ର ହଳଦିଆ ଦେଖାଯାଏ । ଏହାକୁ ଦୂରକରିବା ପାଇଁ ୧ଲିଟର ଗାଈ କ୍ଷୀର + ୧୫ ଲିଟର ପାଣି ମିଶାଇ ୧ ଏକର ପାଇଁ ୧୦ ଡ୍ରମ ସିଞ୍ଚନ କରନ୍ତୁ I ଗଛ ଦେଢ଼ରୁ ୨ ମାସ ମଧ୍ୟରେ ପାଉଁଶିଆ ରୋଗ ଦେଖାଯାଏ । ଏହାକୁ ନିୟନ୍ତ୍ରଣ କରିବା ପାଇଁ ୧୫ ଲିଟର ପାଣିରେ+ ୧୫ ଗ୍ରାମ ସଲଫର ଗୋଳାଇ ଏକର ପ୍ରତି ୧୦ ଡ୍ରମ୍ ସିଂଚନ କରନ୍ତୁ I ମୁଗ ଫସଲରେ ଜଉ କୀଟ ଦେଖାଦେଲେ କିମ୍ବା ଫଳ ବିନ୍ଧା ଦେଖାଦେଲେ ଅଗ୍ନେୟାସ୍ତ୍ର ୧୫ ଲିଟର ପାଣି ରେ ୪୫୦ ମି.ଲି. ମିଶାଇ ସକାଳ ୮ଟା ଠାରୁ ୧୦ ଟା ମଧ୍ୟ ରେ ପ୍ରତି ୫ ଦିନ ଅନ୍ତରରେ ସିଂଚନ କରନ୍ତୁ । କୀଟ ଘରଡ଼ାଇବା ଓ ଫୁଲ ନ ଝଡ଼ିବା ପାଇଁ ମାଛ ଟନିକ ତିଆରି କରି ୧୫ ଲିଟର ପାଣିରେ ୧୫ ଚାମଚ ମିଶାଇ ସିଂଚନ କରନ୍ତୁ । ଜଉ କୀଟ, ଧଳାମାଛି, ଡିଆଁ ପୋକ ନିୟନ୍ତ୍ରଣ ପାଇଁ ୧ ଲିଟର ଖଟା ଦହି କୁ ୩୦ ଲିଟର ପାଣି ମିଶାଇ ଏକର ପ୍ରତି ୯୦ ଲିଟର ପାଣି ରେ ମିଶାଇ ସିଂଚନ କରନ୍ତୁ । ଅଗ୍ୟସୟାସ୍ତ୍ର ପ୍ରସ୍ତୁତି ପ୍ରଣାଳୀ ଏହା ନିମପତ୍ର, ଲଙ୍କା, ରସୁଣ ଏବଂ ଗୋମୂତ୍ର ରୁ ପ୍ରସ୍ତୁତ କରାଯାଏ। ୫୦୦ ଗ୍ରାମ ରସୁଣ, ୫୦୦ ଗ୍ରାମ ଲଙ୍କା, ୫୦୦ ଗ୍ରାମ ତମ୍ବାଖୁ ପତ୍ର ଓ ୫ କି. ଗ୍ରା. ନିମ ପତ୍ର ନେବା ଏହାକୁ ଭଲ ଭାବେ ବାଟିକି ଏକ ଗଢା ଦ୍ରବଣ ପ୍ରସ୍ତୁତ କରିବା ଏହି ଦ୍ରବଣ ୮ ଲିଟର ପାଣି ଭଲଭାବେ ମିଶ୍ରଣ ତିଆରି କରିବା। ଅଧିକ ସୂଚନା ପାଇଁ ଆମ ଟୋଲ ଫ୍ରୀ ନମ୍ବର ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ୍ କଲ କରନ୍ତୁ। Odia Orissa 26-02-2025 09:25:00 SCHEDULED
2627 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ,আগামী ২৬শে ফেব্রুয়ারি থেকে্ ৫ই মার্চ অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৭ ডিগ্রি সেন্টিগ্রেড থেকে ১৮ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪০% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত দক্ষিন পশ্চিম ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৫ থেকে ১০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৯.৮ ডিগ্রি সেণ্টিগ্রেড থেকে ১৯.২ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২২.৩ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানে ছোট লুপার ,হাল্কা থিপ্স,হাল্কা মশা,এবং এফিড দেখা দিলে কুইনালফস ২৫০ মিলি ১০০ লিটার মিশিয়ে স্প্রে করুন এছাড়া লাল পোকা দেখা দিলে প্রোপাজাইট ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে কুরুন এবং পোকামাকড়ের আক্রমণ নিয়ন্ত্রন করতে নীম তেল ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । আনপ্রুন /এল ও এস / এল এস সেকশনে ১৫ থেকে ২০ দিনের অন্তরে এম ও পি ১% + ম্যাগনেসিয়াম সালফেট ১% স্প্রে করে যান । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 26-02-2025 12:00:00 SCHEDULED
2628 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ২৬শে ফেব্রুয়ারি থেকে্ ৫ই মার্চ অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩২ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৬ ডিগ্রি সেন্টিগ্রেড থেকে ১৮ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৩৫% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত দক্ষিন পশ্চিম ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৫ থেকে ১০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২১.২ ডিগ্রি সেণ্টিগ্রেড থেকে ২০.২ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৫.০ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানে ছোট লুপার ,হাল্কা থিপ্স,হাল্কা মশা,এবং এফিড দেখা দিলে কুইনালফস ২৫০ মিলি ১০০ লিটার মিশিয়ে স্প্রে করুন এছাড়া লাল পোকা দেখা দিলে প্রোপাজাইট ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে কুরুন এবং পোকামাকড়ের আক্রমণ নিয়ন্ত্রন করতে নীম তেল ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । আনপ্রুন /এল ও এস / এল এস সেকশনে ১৫ থেকে ২০ দিনের অন্তরে এম ও পি ১% + ম্যাগনেসিয়াম সালফেট ১% স্প্রে করে যান । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 26-02-2025 12:00:00 SCHEDULED
2629 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ২৬শে ফেব্রুয়ারি থেকে্ ৫ই মার্চ অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৬ ডিগ্রি সেন্টিগ্রেড থেকে ১৮ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪৫% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত দক্ষিন পশ্চিম ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৫ থেকে ১১ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । চা বাগানে ছোট লুপার ,হাল্কা থিপ্স,হাল্কা মশা,এবং এফিড দেখা দিলে কুইনালফস ২৫০ মিলি ১০০ লিটার মিশিয়ে স্প্রে করুন এছাড়া লাল পোকা দেখা দিলে প্রোপাজাইট ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে কুরুন এবং পোকামাকড়ের আক্রমণ নিয়ন্ত্রন করতে নীম তেল ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । আনপ্রুন /এল ও এস / এল এস সেকশনে ১৫ থেকে ২০ দিনের অন্তরে এম ও পি ১% + ম্যাগনেসিয়াম সালফেট ১% স্প্রে করে যান । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 26-02-2025 12:00:00 SCHEDULED
2630 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ২৬শে ফেব্রুয়ারি থেকে্ ৫ই মার্চ অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৬ ডিগ্রি সেন্টিগ্রেড থেকে ১৮ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৮% থেকে ৪০% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত দক্ষিন পশ্চিম ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ৯ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । চা বাগানে ছোট লুপার ,হাল্কা থিপ্স,হাল্কা মশা,এবং এফিড দেখা দিলে কুইনালফস ২৫০ মিলি ১০০ লিটার মিশিয়ে স্প্রে করুন এছাড়া লাল পোকা দেখা দিলে প্রোপাজাইট ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে কুরুন এবং পোকামাকড়ের আক্রমণ নিয়ন্ত্রন করতে নীম তেল ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । আনপ্রুন /এল ও এস / এল এস সেকশনে ১৫ থেকে ২০ দিনের অন্তরে এম ও পি ১% + ম্যাগনেসিয়াম সালফেট ১% স্প্রে করে যান । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 26-02-2025 12:00:00 SCHEDULED