Message Schedule List : 12,614
S. No. Message Language Created By Date Time Status Action
2791 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ১১ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। । দিনৰ উষ্ণতা প্ৰায় ২৩-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত দক্ষিণ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। বিগত জানুৱাৰী মাহত মুঠ ৪২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-02-2025 08:00:00 SCHEDULED
2792 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ১১ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। । দিনৰ উষ্ণতা প্ৰায় ২৩-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জানুৱাৰী মাহত মুঠ ৪৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-02-2025 08:00:00 SCHEDULED
2793 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ১০ & ১১ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জানুৱাৰী মাহত মুঠ ৪৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-02-2025 08:00:00 SCHEDULED
2794 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ১০ & ১১ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জানুৱাৰী মাহত মুঠ ৫৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-02-2025 08:00:00 SCHEDULED
2795 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮৫ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-02-2025 08:00:00 SCHEDULED
2796 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৭ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত জানুৱাৰী মাহত মুঠ ৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • এই কেইদিনত প্ৰায় সকলো ঠাইতে কিছু পৰিমানে বৰষুণ পোৱাৰ বাবে MS , DS আৰু UP বাগান বোৰত কলি পাত ওলাবলৈ আৰম্ভ হব পাৰে । লগতে অহা দিনবোৰত দিনৰ উষ্ণতা বাঢি গলে Aphids, Green flies পোকৰ আক্ৰমন হব পাৰে । গতিতে তেনেকুৱা ক্ষেত্ৰত Search and Kill method প্ৰয়োগ কৰি অনুমোদিত কীটনাশক দৰব ব্যৱহাৰ কৰিব যাতে কুমলীয়া পাত বোৰ ভালকৈ ওলাব পাৰে । • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা ২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-02-2025 08:00:00 SCHEDULED
2797 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜனவரி மாதம் 26ம் தேதி முதல் பிப்ரவரி மாதம் 5ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் அதிக பட்ச வெப்பநிலையானது 23.9 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 9.3 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற பிப்ரவரி மாதம் 6ம் தேதி முதல் 15ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். அதிக பட்ச வெப்பநிலையானது 23 முதல் 25 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 12 முதல் 14 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 35 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 12 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். ஏப்ரல் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 06-02-2025 10:20:00 SCHEDULED
2798 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜனவரி மாதம் 26ம் தேதி முதல் பிப்ரவரி மாதம் 5ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் அதிக பட்ச வெப்பநிலையானது 22.8 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 10.9 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற பிப்ரவரி மாதம் 6ம் தேதி முதல் 15ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். அதிக பட்ச வெப்பநிலையானது 20 முதல் 23 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 10 முதல் 12 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 98 சதவீதமாகவும் மாலை நேரத்தில் 30 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்கிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 15 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். ஏப்ரல் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 06-02-2025 10:15:00 SCHEDULED
2799 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜனவரி மாதம் 26ம் தேதி முதல் பிப்ரவரி மாதம் 5ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் அதிக பட்ச வெப்பநிலையானது 30.2 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14.8 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற பிப்ரவரி மாதம் 6ம் தேதி முதல் 15ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். அதிக பட்ச வெப்பநிலையானது 29 முதல் 32 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 17 முதல் 18 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 90 சதவீதமாகவும் மாலை நேரத்தில் 30 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 10 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். ஏப்ரல் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 06-02-2025 10:10:00 SCHEDULED
2800 VIL-Adilabad-Bela-04.02.2025- హలో తోటి రైతులకు..సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రికల్చర్ ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్టంగా బేల, ఆదిలాబాద్ వద్ద ఆటోమేటెడ్ వాతావరణ స్టేషన్ యొక్క వాతావరణ సూచన 19 నుండి 21 డిగ్రీల సెల్సియస్ మరియు గరిష్టంగా 33 నుండి 35 డిగ్రీల సెల్సియస్.4, 6, 8 ఫిబ్రవరి 2025 వాతావరణం పాక్షికంగా మేఘావృతమై ఉండే అవకాశం ఉంది. రైతులకు సూచనలు:- రైతులు పత్తి పంటను తీసిన తర్వాత పొలంలో మిగిలిపోయిన పత్తి అవశేషాలను సరిగ్గా పారవేయాలి.వాటిని ఎంచుకొని కంపోస్ట్‌గా మార్చాలి లేదా ష్రెడర్ సహాయంతో పొలంలో ముక్కలు చేసి భూమిలో పాతిపెట్టి, ఆపై 200 లీటర్ల వ్యర్ధ డీకంపోజర్‌ను పిచికారీ చేయాలి,తద్వారా పత్తి పంట అవశేషాలను 45-50 రోజుల్లో ఎరువుగా మార్చుకోవచ్చు.పత్తి పంటను తొలగిస్తే ఇతర లార్వాలతో పాటు కాయతొలుచు పురుగు ఉధృతి ఎక్కువగా ఉండడంతో పాటు దాని ప్రభావం వచ్చే సీజన్‌లో వచ్చే పంటపై ప్రారంభంలోనే ఉంటుంది కాబట్టి దానిని తొలగించకూడదు.పత్తి సేకరణ మరియు నిల్వ చేసే ప్రదేశాలలో కాయతొలుచు పురుగు నిర్వహణ కోసం, కామగంధ ఉచ్చులను ఉపయోగించడం మరియు వయోజన కాయతొలుచు పురుగులను క్రమం తప్పకుండా కోయడం ద్వారా తరువాతి సంవత్సరంలో కాయతొలుచు పురుగుల సంభవం తగ్గుతుంది.2% DAP లేదా 13:00:45 (100 లీటర్ల నీటికి 1 kg) గ్రాములో పరిపక్వత కోసం పిచికారీ చేయాలి.మినుము పంటలో డై వ్యాధి ప్రబలిన వెంటనే వ్యాధి సోకిన చెట్లను నాశనం చేయాలి.ట్రైకోడెర్మాను పేడలో కలపాలి. ఘటేల సర్వే మరియు నియంత్రణ కోసం, హెక్టారుకు 20 బర్డ్ స్టాండ్‌లతో పాటు ఎకరానికి 5 కమగండ్ల ఉచ్చులు ఏర్పాటు చేయాలి.గొంగళి పురుగులు ఆర్థిక నష్ట స్థాయిని దాటితే (ఒక పంక్తికి 1-2 లార్వా లేదా 5 శాతం సోకిన గొంగళి పురుగులు), వాటిని నియంత్రించడానికి మొదటి స్ప్రే 5 శాతం నింబోలి సారం లేదా 300 ppm azadirectin 50 ml. లేదా క్వినాల్ఫాస్ 25 శాతం ఇ.సి. 20 నిమి. లీ. 10 లీటర్ల నీటికి కలిపి పిచికారీ చేయాలి మరియు రెండవసారి ఎమామెక్టిన్ బెంజోయేట్ 5 శాతం SG 3 గ్రా లేదా ఫ్లూబెండమైడ్ 20 శాతం WG 5 ml 10 లీటర్ల నీటికి కలిపి పిచికారీ చేయాలి.ఉద్యాన గోధుమలకు వరుసగా 18 నుండి 20, 30 నుండి 35, 45 నుండి 50 మరియు 65 నుండి 70 రోజుల వరకు విత్తిన తర్వాత, గరిష్ట పాదాల దశ, చెరకు దశ మరియు పుష్పించే దశలో నీరు పెట్టాలి. అలాగే, స్మార్ట్ అగ్రి అడ్వైజరీ యాప్ అప్‌డేటెడ్ వెర్షన్ ప్లే స్టోర్‌లో అందుబాటులో ఉంది మరియు మొబైల్ ఫోన్‌లో డౌన్‌లోడ్ చేసుకోవచ్చు. Solidaridad స్మార్ట్ అగ్రి ప్రోగ్రామ్‌లో మీ ప్రశ్నను పరిష్కరించడానికి దయచేసి మొబైల్ నంబర్‌ను సంప్రదించండి 7798008855 ధన్యవాదాలు. Telugu Telangana 04-02-2025 12:00:00 SCHEDULED