Message Schedule List : 12,462
S. No. Message Language Created By Date Time Status Action
2881 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். டிசம்பர் மாதம் 28ம் தேதி முதல் ஜனவரி மாதம் 5ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 2.5mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 20.1 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 9.8 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜனவரி மாதம் 6ம் தேதி முதல் 15ம் தேதி வரை வானம் லேசான மேகமூட்டத்துடன் காணப்படும். அதிக பட்ச வெப்பநிலையானது 17 முதல் 20 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 9 முதல் 12 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 100 சதவீதமாகவும் மாலை நேரத்தில் 50 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு மற்றும் தென்மேற்கு திசையில் மணிக்கு சுமார் 4 முதல் 18 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதத்தில் 1 ம் மற்றும் 4 ம் வருட தோட்டங்களில் மட்டத்திற்கு இலை எடுக்கலாம். 2 ம் மற்றும் 3 ம் வருட தோட்டங்களில் தாய் இலை விட்டு கொழுந்து எடுத்தல் அவசியமாகும். கத்தி கொண்டு இலை பறிப்பில் ஈடுபடுவதை தவிர்க்க வேண்டும். சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 06-01-2025 10:40:00 SCHEDULED
2882 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা প্ৰায় ৯৮ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। যোৱা বছৰত মুঠ ২৪৮১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-01-2025 10:30:00 SCHEDULED
2883 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். டிசம்பர் மாதம் 28ம் தேதி முதல் ஜனவரி மாதம் 5ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் அதிக பட்ச வெப்பநிலையானது 27.9 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14.7 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜனவரி மாதம் 6ம் தேதி முதல் 15ம் தேதி வரை வானம் லேசான மேகமூட்டத்துடன் காணப்படும். அதிக பட்ச வெப்பநிலையானது 25 முதல் 27 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 16 முதல் 19 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 40 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 19 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதத்தில் 1 ம் மற்றும் 4 ம் வருட தோட்டங்களில் மட்டத்திற்கு இலை எடுக்கலாம். 2 ம் மற்றும் 3 ம் வருட தோட்டங்களில் தாய் இலை விட்டு கொழுந்து எடுத்தல் அவசியமாகும். கத்தி கொண்டு இலை பறிப்பில் ஈடுபடுவதை தவிர்க்க வேண்டும். சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 06-01-2025 10:15:00 SCHEDULED
2884 সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ০৬ই জানুয়ারি থেকে্ ১৫ই জানুয়ারি অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২১ ডিগ্রি সেন্টিগ্রেড থেকে ২৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৫ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৫৫% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ৬ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৭.০ ডিগ্রি সেণ্টিগ্রেড থেকে ১৯.৯ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৬.৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানের এল পি করার ১০-১৫ দিনের মধ্যে বাগানে অ্যালক্লাইন ওয়াস করে দিন । এবং আনপ্রুন সেকশনে এম ও পি ১ কেজী +ম্যাগনেসিয়াম সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর নিয়মিত স্প্রে করে যান ।এবং ড্রেনের কাজ শেষ করুন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ। Bengali West Bengal 06-01-2025 12:00:00 SCHEDULED
2885 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ১৯-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। যোৱা বছৰত মুঠ ২০৭৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-01-2025 10:30:00 SCHEDULED
2886 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ১৯-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। যোৱা বছৰত মুঠ ২১৩৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-01-2025 08:00:00 SCHEDULED
2887 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১৩ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। যোৱা বছৰত মুঠ ২১৭১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-01-2025 08:00:00 SCHEDULED
2888 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২০-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। যোৱা বছৰত মুঠ ২৪৪২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-01-2025 08:00:00 SCHEDULED
2889 Nagpur (4)-नमस्कार शेतकरी बंधूंनो सॉलिडरीडॅड, वोडाफोन आयडिया फाऊंडेशन यांच्या स्मार्ट ऍग्री प्रोग्राममध्ये आपले स्वागत आहे. उमरेड तालुक्यातील आपतूर येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान १२ ते १६ अंश तर कमाल २६ ते २९ अंश सेल्सियस एवढे राहील. दिनांक  ६, ७  आणि  8  जानेवारी २०२५ रोजी वातावरण अंशतः ढगाळ राहील.शेतकऱ्यांसाठी सूचना:- सध्या शेतकऱ्यांची कापूस पिकाची वेचणी हि अंतिम टप्प्यात आहे. शेतकऱ्यांनी शेवटच्या वेचणीचा कापूस हा वेगळा साठवून ठेवावा. कापूस वेचणी व साठवणुकीसाठी व पुढील संक्रमणाचे नुकसान टाळण्यासाठी प्लास्टिक/गोणपाटाच्या पिशविऐवजी कॉटन पिशव्याचा वापर करावा. ज्या शेतकऱ्यांची कापसाची वेचणी पूर्ण झालेली आहे, त्या ठिकाणी शेतकऱ्यांनी रोटाव्हेटर किंवा श्रेडर चा वापर करून पिकाचे अवशेष बारीक करून घ्यावे व ते गोळा करून शेताच्या एका कोपऱ्याला १०x४x३ फुटाचा खड्डा करावा व त्यात ते सर्व पिकाचे अवशेष टाकून त्यांचे कंपोस्ट खत तयार करावे व त्यांचा वापर पुढील हंगामासाठी करावा. कृपया शेतकऱ्यांनी ते अवशेष जाळू नये. सध्या हरभरा पीक हे ४५ ते ५० दिवसाचे आहे व काही ठिकाणी हरभरा पीक हे फुलोरा अवस्थेत आहे.  हरभरा पीक फुलोरा अवस्थेत असताना शेतकऱ्यांनी २% युरिया (२ किलो १०० लिटर पाण्यात) किंवा १३:००:४५ (१ किलो १०० लिटर पाण्यात) किंवा अमिनो ऍसिड ची फवारणी करावी. जेणेकरून फुलोरा वाढीस मदत होईल. तसेच ४५ दिवसाच्या आत निंदण व १-२  डवरणी करावी, जेणेकरून तण व्यवस्थापन होईल. हरभरा पिकावर घाटे अळीच्या बारीक अळ्या दिसून येताच ५% निंबोळी अर्काची फवारणी करावी तसेच ८-१० दिवसानंतर HaNPV (हेलिओकील) २०० मिली २०० लिटर पाण्यात प्रति एकर किंवा इमामेक्टीन बेन्झोएट ७-८ ग्रॅम ह्या प्रमाणे फवारावी.स्मार्ट ॲग्री ॲडव्हायझरी ॲप चे अपडेटेड व्हर्जन प्ले स्टोअर मध्ये उपलब्ध आहे ते मोबाईल मध्ये डाऊनलोड करणे सदर अपडेटेड व्हर्जन मध्ये हवामान केंद्राच्या माहितीचा तपशील समाविष्ट करण्यात आला आहे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबाईल क्रमांक 9923224043 धन्यवाद! Marathi MH 04-01-2025 08:30:00 SCHEDULED
2890 Nagpur (1)-नमस्कार शेतकरी बंधूंनो सॉलिडरीडॅड, वोडाफोन आयडिया फाऊंडेशन यांच्या स्मार्ट ऍग्री प्रोग्राममध्ये आपले स्वागत आहे. कळमेश्वर तालुक्यातील सावळी बुजरूक येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान १२ ते १६ अंश तर कमाल २५ ते २9 अंश सेल्सियस एवढे राहील. दिनांक  ६, ७  आणि  8  जानेवारी २०२५ रोजी वातावरण अंशतः ढगाळ राहील.शेतकऱ्यांसाठी सूचना:- सध्या शेतकऱ्यांची कापूस पिकाची वेचणी हि अंतिम टप्प्यात आहे. शेतकऱ्यांनी शेवटच्या वेचणीचा कापूस हा वेगळा साठवून ठेवावा. कापूस वेचणी व साठवणुकीसाठी व पुढील संक्रमणाचे नुकसान टाळण्यासाठी प्लास्टिक/गोणपाटाच्या पिशविऐवजी कॉटन पिशव्याचा वापर करावा. ज्या शेतकऱ्यांची कापसाची वेचणी पूर्ण झालेली आहे, त्या ठिकाणी शेतकऱ्यांनी रोटाव्हेटर किंवा श्रेडर चा वापर करून पिकाचे अवशेष बारीक करून घ्यावे व ते गोळा करून शेताच्या एका कोपऱ्याला १०x४x३ फुटाचा खड्डा करावा व त्यात ते सर्व पिकाचे अवशेष टाकून त्यांचे कंपोस्ट खत तयार करावे व त्यांचा वापर पुढील हंगामासाठी करावा. कृपया शेतकऱ्यांनी ते अवशेष जाळू नये. सध्या हरभरा पीक हे ४५ ते ५० दिवसाचे आहे व काही ठिकाणी हरभरा पीक हे फुलोरा अवस्थेत आहे.  हरभरा पीक फुलोरा अवस्थेत असताना शेतकऱ्यांनी २% युरिया (२ किलो १०० लिटर पाण्यात) किंवा १३:००:४५ (१ किलो १०० लिटर पाण्यात) किंवा अमिनो ऍसिड ची फवारणी करावी. जेणेकरून फुलोरा वाढीस मदत होईल. तसेच ४५ दिवसाच्या आत निंदण व १-२  डवरणी करावी, जेणेकरून तण व्यवस्थापन होईल. हरभरा पिकावर घाटे अळीच्या बारीक अळ्या दिसून येताच ५% निंबोळी अर्काची फवारणी करावी तसेच ८-१० दिवसानंतर HaNPV (हेलिओकील) २०० मिली २०० लिटर पाण्यात प्रति एकर किंवा इमामेक्टीन बेन्झोएट ७-८ ग्रॅम ह्या प्रमाणे फवारावी.तसेच स्मार्ट ॲग्री ॲडव्हायझरी ॲप चे अपडेटेड व्हर्जन प्ले स्टोअर मध्ये उपलब्ध आहे ते मोबाईल मध्ये डाऊनलोड करणे सदर अपडेटेड व्हर्जन मध्ये हवामान केंद्राच्या माहितीचा तपशील समाविष्ट करण्यात आला आहे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राम बद्दल असलेल्या आपल्या शंकांचे समाधान करण्यासाठी 9039133541 या मोबाईल क्रमांकावर संपर्क साधावा. धन्यवाद! Marathi MH 04-01-2025 08:30:00 SCHEDULED