Message Schedule List : 12,614
S. No. Message Language Created By Date Time Status Action
3161 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বাগানবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • কলম কৰাৰ পিচত চাহ গছৰ ডাল আৰু পাত বোৰ বাগানৰ ভিতৰত ৰাখিব পাৰিব লাগে । বহুতে খৰিৰ বাবে ডাল আৰু পাতৰ সৈতে ঘৰলৈ লৈ যায় । • প্ৰায় সকলোবোৰ খেতিয়কে চাহ খেতিৰ বাগান বোৰ Section হিচাপে বেলেগ কৰি নাৰাখে । সেইবাবে কলম চাইকল বিজ্ঞান সন্মত ভাবে follow কৰা নহয় যিটোৰ বাবে প্ৰায় ৮০% শতাংশ খেতিয়কেই LP বাগান নাৰাখে কাৰণ LP ৰাখিলে May /Juneৰ পৰাহে পাত ওলাব ধৰে । DS ৰ ওপৰত আকৌ ৪বছৰৰ পিচত ঘূৰি আহি DS কৰা দেখা যায় । ফলস্বৰূপে গছৰ ডাল বোৰ বহুত শকত হৈ যায় আৰু গাঁঠিও বহুত হয় । উপায়হীন হৈ শেষত মাটিৰ পৰা ১৪-১৬ ইন্চিত ১০-১২ বছৰৰ পিচত কাটিব লগা হয় আৰু বহুতে তাকে LP কলম বুলি ভাবে । সেই বাবে কম মাটি থাকিলেও তিনিটা মান section কৰি ভাগ কৰি Pruning চাইকলৰ মতে ৩-৪বছৰৰ মূৰে মূৰে কলম LP-UP-DS-UP বা LP-UP-DS-MS কলম কৰিলে পাতো গুণগত হব আৰু বেমাৰো কম হব । মানুহো কম লাগিব । অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-12-2024 09:45:00 SCHEDULED
3162 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৩-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বাগানবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • কলম কৰাৰ পিচত চাহ গছৰ ডাল আৰু পাত বোৰ বাগানৰ ভিতৰত ৰাখিব পাৰিব লাগে । বহুতে খৰিৰ বাবে ডাল আৰু পাতৰ সৈতে ঘৰলৈ লৈ যায় । • প্ৰায় সকলোবোৰ খেতিয়কে চাহ খেতিৰ বাগান বোৰ Section হিচাপে বেলেগ কৰি নাৰাখে । সেইবাবে কলম চাইকল বিজ্ঞান সন্মত ভাবে follow কৰা নহয় যিটোৰ বাবে প্ৰায় ৮০% শতাংশ খেতিয়কেই LP বাগান নাৰাখে কাৰণ LP ৰাখিলে May /Juneৰ পৰাহে পাত ওলাব ধৰে । DS ৰ ওপৰত আকৌ ৪বছৰৰ পিচত ঘূৰি আহি DS কৰা দেখা যায় । ফলস্বৰূপে গছৰ ডাল বোৰ বহুত শকত হৈ যায় আৰু গাঁঠিও বহুত হয় । উপায়হীন হৈ শেষত মাটিৰ পৰা ১৪-১৬ ইন্চিত ১০-১২ বছৰৰ পিচত কাটিব লগা হয় আৰু বহুতে তাকে LP কলম বুলি ভাবে । সেই বাবে কম মাটি থাকিলেও তিনিটা মান section কৰি ভাগ কৰি Pruning চাইকলৰ মতে ৩-৪বছৰৰ মূৰে মূৰে কলম LP-UP-DS-UP বা LP-UP-DS-MS কলম কৰিলে পাতো গুণগত হব আৰু বেমাৰো কম হব । মানুহো কম লাগিব । অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-12-2024 09:30:00 SCHEDULED
3163 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত বাগানবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • কলম কৰাৰ পিচত চাহ গছৰ ডাল আৰু পাত বোৰ বাগানৰ ভিতৰত ৰাখিব পাৰিব লাগে । বহুতে খৰিৰ বাবে ডাল আৰু পাতৰ সৈতে ঘৰলৈ লৈ যায় । • প্ৰায় সকলোবোৰ খেতিয়কে চাহ খেতিৰ বাগান বোৰ Section হিচাপে বেলেগ কৰি নাৰাখে । সেইবাবে কলম চাইকল বিজ্ঞান সন্মত ভাবে follow কৰা নহয় যিটোৰ বাবে প্ৰায় ৮০% শতাংশ খেতিয়কেই LP বাগান নাৰাখে কাৰণ LP ৰাখিলে May /Juneৰ পৰাহে পাত ওলাব ধৰে । DS ৰ ওপৰত আকৌ ৪বছৰৰ পিচত ঘূৰি আহি DS কৰা দেখা যায় । ফলস্বৰূপে গছৰ ডাল বোৰ বহুত শকত হৈ যায় আৰু গাঁঠিও বহুত হয় । উপায়হীন হৈ শেষত মাটিৰ পৰা ১৪-১৬ ইন্চিত ১০-১২ বছৰৰ পিচত কাটিব লগা হয় আৰু বহুতে তাকে LP কলম বুলি ভাবে । সেই বাবে কম মাটি থাকিলেও তিনিটা মান section কৰি ভাগ কৰি Pruning চাইকলৰ মতে ৩-৪বছৰৰ মূৰে মূৰে কলম LP-UP-DS-UP বা LP-UP-DS-MS কলম কৰিলে পাতো গুণগত হব আৰু বেমাৰো কম হব । মানুহো কম লাগিব । অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-12-2024 08:00:00 SCHEDULED
3164 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ,আগামী ১৬ই ডিসেম্বর থেকে্ ২৫ই ডিসেম্বর অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৫ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪৫% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ৮ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৮.১ ডিগ্রি সেণ্টিগ্রেড থেকে ২০.১ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২৩.৫ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানের এল পি বা ডি এস ডিসেম্বরের ১৫ তারিখের পর থেকে ছাঁটা শুরু করে দিন ।এবং যে সব সেকশনে আনপ্রুন রাখবেন সেই সব সেকশনে এম ও পি ১ কেজী +ম্যাগনেসিয়াম সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর নিয়মিত স্প্রে করে যান এবং জানুয়ারি মাসের প্রথম সপ্তাহে হাওয়াই বা স্কিফ করুন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ। Bengali West Bengal 16-12-2024 12:00:00 SCHEDULED
3165 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ১৬ই ডিসেম্বর থেকে্ ২৫ই ডিসেম্বর অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৫ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪৫% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ৯ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৭.৪ ডিগ্রি সেণ্টিগ্রেড থেকে ২০.৫ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১০.৪ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানের এল পি বা ডি এস ডিসেম্বরের ১৫ তারিখের পর থেকে ছাঁটা শুরু করে দিন ।এবং যে সব সেকশনে আনপ্রুন রাখবেন সেই সব সেকশনে এম ও পি ১ কেজী +ম্যাগনেসিয়াম সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর নিয়মিত স্প্রে করে যান এবং জানুয়ারি মাসের প্রথম সপ্তাহে হাওয়াই বা স্কিফ করুন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ। Bengali West Bengal 16-12-2024 12:00:00 SCHEDULED
3166 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২৫ ডিচেম্বৰলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১৩ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত বাগানবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • কলম কৰাৰ পিচত চাহ গছৰ ডাল আৰু পাত বোৰ বাগানৰ ভিতৰত ৰাখিব পাৰিব লাগে । বহুতে খৰিৰ বাবে ডাল আৰু পাতৰ সৈতে ঘৰলৈ লৈ যায় । • প্ৰায় সকলোবোৰ খেতিয়কে চাহ খেতিৰ বাগান বোৰ Section হিচাপে বেলেগ কৰি নাৰাখে । সেইবাবে কলম চাইকল বিজ্ঞান সন্মত ভাবে follow কৰা নহয় যিটোৰ বাবে প্ৰায় ৮০% শতাংশ খেতিয়কেই LP বাগান নাৰাখে কাৰণ LP ৰাখিলে May /Juneৰ পৰাহে পাত ওলাব ধৰে । DS ৰ ওপৰত আকৌ ৪বছৰৰ পিচত ঘূৰি আহি DS কৰা দেখা যায় । ফলস্বৰূপে গছৰ ডাল বোৰ বহুত শকত হৈ যায় আৰু গাঁঠিও বহুত হয় । উপায়হীন হৈ শেষত মাটিৰ পৰা ১৪-১৬ ইন্চিত ১০-১২ বছৰৰ পিচত কাটিব লগা হয় আৰু বহুতে তাকে LP কলম বুলি ভাবে । সেই বাবে কম মাটি থাকিলেও তিনিটা মান section কৰি ভাগ কৰি Pruning চাইকলৰ মতে ৩-৪বছৰৰ মূৰে মূৰে কলম LP-UP-DS-UP বা LP-UP-DS-MS কলম কৰিলে পাতো গুণগত হব আৰু বেমাৰো কম হব । মানুহো কম লাগিব । অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-12-2024 08:00:00 SCHEDULED
3167 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ১৬ই ডিসেম্বর থেকে্ ২৫ই ডিসেম্বর অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৫ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯০% থেকে ৪৫% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত উত্তর পূর্ব এবং দক্ষিণ পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ১০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । চা বাগানের এল পি বা ডি এস ডিসেম্বরের ১৫ তারিখের পর থেকে ছাঁটা শুরু করে দিন ।এবং যে সব সেকশনে আনপ্রুন রাখবেন সেই সব সেকশনে এম ও পি ১ কেজী +ম্যাগনেসিয়াম সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর নিয়মিত স্প্রে করে যান এবং জানুয়ারি মাসের প্রথম সপ্তাহে হাওয়াই বা স্কিফ করুন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ। Bengali West Bengal 16-12-2024 12:00:00 SCHEDULED
3168 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ১৬ই ডিসেম্বর থেকে্ ২৫ই ডিসেম্বর অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৫ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯০% থেকে ৪৫% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত উত্তর পূর্ব এবং দক্ষিণ পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ১০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । চা বাগানের এল পি বা ডি এস ডিসেম্বরের ১৫ তারিখের পর থেকে ছাঁটা শুরু করে দিন ।এবং যে সব সেকশনে আনপ্রুন রাখবেন সেই সব সেকশনে এম ও পি ১ কেজী +ম্যাগনেসিয়াম সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর নিয়মিত স্প্রে করে যান এবং জানুয়ারি মাসের প্রথম সপ্তাহে হাওয়াই বা স্কিফ করুন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ। Bengali West Bengal 16-12-2024 12:00:00 SCHEDULED
3169 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ১৬ই ডিসেম্বর থেকে্ ২৫ই ডিসেম্বর অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৬ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯০% থেকে ৪৫% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত উত্তর পূর্ব থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ৯ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । চা বাগানের এল পি বা ডি এস ডিসেম্বরের ১৫ তারিখের পর থেকে ছাঁটা শুরু করে দিন ।এবং যে সব সেকশনে আনপ্রুন রাখবেন সেই সব সেকশনে এম ও পি ১ কেজী +ম্যাগনেসিয়াম সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর নিয়মিত স্প্রে করে যান এবং জানুয়ারি মাসের প্রথম সপ্তাহে হাওয়াই বা স্কিফ করুন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ। Bengali West Bengal 16-12-2024 12:00:00 SCHEDULED
3170 সোলিডারিডেড এবং ভোডাফোন আইডিয়া উত্তর দিনাজ পুর জেলার বিনাপুর আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে , আগামী ১৬ই ডিসেম্বর থেকে্ ২৫ই ডিসেম্বর অবধি আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৫ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯০% থেকে ৪৫% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত উত্তর পূর্ব এবং দক্ষিণ পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ২ থেকে ৯ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৮.৯ ডিগ্রি সেণ্টিগ্রেড থেকে ২০.৮ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৯.৩ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে। চা বাগানের এল পি বা ডি এস ডিসেম্বরের ১৫ তারিখের পর থেকে ছাঁটা শুরু করে দিন ।এবং যে সব সেকশনে আনপ্রুন রাখবেন সেই সব সেকশনে এম ও পি ১ কেজী +ম্যাগনেসিয়াম সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর নিয়মিত স্প্রে করে যান এবং জানুয়ারি মাসের প্রথম সপ্তাহে হাওয়াই বা স্কিফ করুন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ। Bengali West Bengal 16-12-2024 12:00:00 SCHEDULED