Message Schedule List : 12,462
S. No. Message Language Created By Date Time Status Action
3961 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৪৩৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ১৫ আগষ্টৰ পিচত প্ৰায় সকলো বোৰ বাগিছাতে পাত তোলা দিনটো পিচুৱাই যায় আৰু ১০-১২ দিনৰ দীঘল পাত তুলিব লগা হয় । পাতৰ গুণসম্পন্ন মানো বহুত কমি যোৱাৰ বাবে এই সময়ত বিক্ৰি হোৱা চাহৰ দাম খুব বেয়াকৈ কমি যায় যিটোৱে কেচাপাতৰ দামটোও বহুত কমায় দিয়ে । এই সময়ত যাতে তেনে পৰিস্হিতি উদ্ভব নহয় তাৰ বাবে বহুত যত্ন লব লাগে । দীঘল হোৱা পাত তোলাৰ পিচতো প্লাকিং টেবুলৰ ওপৰত বহুত খুটি ৰৈ যায় আৰু এই খুটিবোৰ সমানকৈ কাটি নিদিলে আগলৈ পাত ওলোৱাৰ পৰিমান কমি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 15-08-2024 08:00:00 SCHEDULED
3962 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৫২৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ১৫ আগষ্টৰ পিচত প্ৰায় সকলো বোৰ বাগিছাতে পাত তোলা দিনটো পিচুৱাই যায় আৰু ১০-১২ দিনৰ দীঘল পাত তুলিব লগা হয় । পাতৰ গুণসম্পন্ন মানো বহুত কমি যোৱাৰ বাবে এই সময়ত বিক্ৰি হোৱা চাহৰ দাম খুব বেয়াকৈ কমি যায় যিটোৱে কেচাপাতৰ দামটোও বহুত কমায় দিয়ে । এই সময়ত যাতে তেনে পৰিস্হিতি উদ্ভব নহয় তাৰ বাবে বহুত যত্ন লব লাগে । দীঘল হোৱা পাত তোলাৰ পিচতো প্লাকিং টেবুলৰ ওপৰত বহুত খুটি ৰৈ যায় আৰু এই খুটিবোৰ সমানকৈ কাটি নিদিলে আগলৈ পাত ওলোৱাৰ পৰিমান কমি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 15-08-2024 08:00:00 SCHEDULED
3963 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৩৪৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ১৫ আগষ্টৰ পিচত প্ৰায় সকলো বোৰ বাগিছাতে পাত তোলা দিনটো পিচুৱাই যায় আৰু ১০-১২ দিনৰ দীঘল পাত তুলিব লগা হয় । পাতৰ গুণসম্পন্ন মানো বহুত কমি যোৱাৰ বাবে এই সময়ত বিক্ৰি হোৱা চাহৰ দাম খুব বেয়াকৈ কমি যায় যিটোৱে কেচাপাতৰ দামটোও বহুত কমায় দিয়ে । এই সময়ত যাতে তেনে পৰিস্হিতি উদ্ভব নহয় তাৰ বাবে বহুত যত্ন লব লাগে । দীঘল হোৱা পাত তোলাৰ পিচতো প্লাকিং টেবুলৰ ওপৰত বহুত খুটি ৰৈ যায় আৰু এই খুটিবোৰ সমানকৈ কাটি নিদিলে আগলৈ পাত ওলোৱাৰ পৰিমান কমি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 15-08-2024 08:00:00 SCHEDULED
3964 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৩৯৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ১৫ আগষ্টৰ পিচত প্ৰায় সকলো বোৰ বাগিছাতে পাত তোলা দিনটো পিচুৱাই যায় আৰু ১০-১২ দিনৰ দীঘল পাত তুলিব লগা হয় । পাতৰ গুণসম্পন্ন মানো বহুত কমি যোৱাৰ বাবে এই সময়ত বিক্ৰি হোৱা চাহৰ দাম খুব বেয়াকৈ কমি যায় যিটোৱে কেচাপাতৰ দামটোও বহুত কমায় দিয়ে । এই সময়ত যাতে তেনে পৰিস্হিতি উদ্ভব নহয় তাৰ বাবে বহুত যত্ন লব লাগে । দীঘল হোৱা পাত তোলাৰ পিচতো প্লাকিং টেবুলৰ ওপৰত বহুত খুটি ৰৈ যায় আৰু এই খুটিবোৰ সমানকৈ কাটি নিদিলে আগলৈ পাত ওলোৱাৰ পৰিমান কমি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 15-08-2024 08:00:00 SCHEDULED
3965 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৪৩৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ১৫ আগষ্টৰ পিচত প্ৰায় সকলো বোৰ বাগিছাতে পাত তোলা দিনটো পিচুৱাই যায় আৰু ১০-১২ দিনৰ দীঘল পাত তুলিব লগা হয় । পাতৰ গুণসম্পন্ন মানো বহুত কমি যোৱাৰ বাবে এই সময়ত বিক্ৰি হোৱা চাহৰ দাম খুব বেয়াকৈ কমি যায় যিটোৱে কেচাপাতৰ দামটোও বহুত কমায় দিয়ে । এই সময়ত যাতে তেনে পৰিস্হিতি উদ্ভব নহয় তাৰ বাবে বহুত যত্ন লব লাগে । দীঘল হোৱা পাত তোলাৰ পিচতো প্লাকিং টেবুলৰ ওপৰত বহুত খুটি ৰৈ যায় আৰু এই খুটিবোৰ সমানকৈ কাটি নিদিলে আগলৈ পাত ওলোৱাৰ পৰিমান কমি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 15-08-2024 08:00:00 SCHEDULED
3966 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৪৪৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ১৫ আগষ্টৰ পিচত প্ৰায় সকলো বোৰ বাগিছাতে পাত তোলা দিনটো পিচুৱাই যায় আৰু ১০-১২ দিনৰ দীঘল পাত তুলিব লগা হয় । পাতৰ গুণসম্পন্ন মানো বহুত কমি যোৱাৰ বাবে এই সময়ত বিক্ৰি হোৱা চাহৰ দাম খুব বেয়াকৈ কমি যায় যিটোৱে কেচাপাতৰ দামটোও বহুত কমায় দিয়ে । এই সময়ত যাতে তেনে পৰিস্হিতি উদ্ভব নহয় তাৰ বাবে বহুত যত্ন লব লাগে । দীঘল হোৱা পাত তোলাৰ পিচতো প্লাকিং টেবুলৰ ওপৰত বহুত খুটি ৰৈ যায় আৰু এই খুটিবোৰ সমানকৈ কাটি নিদিলে আগলৈ পাত ওলোৱাৰ পৰিমান কমি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 15-08-2024 08:00:00 SCHEDULED
3967 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩২-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৪ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত জুলাই মাহত মুঠ ৩২১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ১৫ আগষ্টৰ পিচত প্ৰায় সকলো বোৰ বাগিছাতে পাত তোলা দিনটো পিচুৱাই যায় আৰু ১০-১২ দিনৰ দীঘল পাত তুলিব লগা হয় । পাতৰ গুণসম্পন্ন মানো বহুত কমি যোৱাৰ বাবে এই সময়ত বিক্ৰি হোৱা চাহৰ দাম খুব বেয়াকৈ কমি যায় যিটোৱে কেচাপাতৰ দামটোও বহুত কমায় দিয়ে । এই সময়ত যাতে তেনে পৰিস্হিতি উদ্ভব নহয় তাৰ বাবে বহুত যত্ন লব লাগে । দীঘল হোৱা পাত তোলাৰ পিচতো প্লাকিং টেবুলৰ ওপৰত বহুত খুটি ৰৈ যায় আৰু এই খুটিবোৰ সমানকৈ কাটি নিদিলে আগলৈ পাত ওলোৱাৰ পৰিমান কমি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 15-08-2024 08:00:00 SCHEDULED
3968 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৯ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিমদিশৰ পৰা বলিব। বিগত জুলাই মাহত মুঠ ৫২৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ১৫ আগষ্টৰ পিচত প্ৰায় সকলো বোৰ বাগিছাতে পাত তোলা দিনটো পিচুৱাই যায় আৰু ১০-১২ দিনৰ দীঘল পাত তুলিব লগা হয় । পাতৰ গুণসম্পন্ন মানো বহুত কমি যোৱাৰ বাবে এই সময়ত বিক্ৰি হোৱা চাহৰ দাম খুব বেয়াকৈ কমি যায় যিটোৱে কেচাপাতৰ দামটোও বহুত কমায় দিয়ে । এই সময়ত যাতে তেনে পৰিস্হিতি উদ্ভব নহয় তাৰ বাবে বহুত যত্ন লব লাগে । দীঘল হোৱা পাত তোলাৰ পিচতো প্লাকিং টেবুলৰ ওপৰত বহুত খুটি ৰৈ যায় আৰু এই খুটিবোৰ সমানকৈ কাটি নিদিলে আগলৈ পাত ওলোৱাৰ পৰিমান কমি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 15-08-2024 08:00:00 SCHEDULED
3969 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஆகஸ்ட் மாதம் 7ம் தேதி முதல் 13ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 11.7mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 23.5 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 16.8 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஆகஸ்ட் மாதம் 14ம் தேதி முதல் 20ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். லேசானது முதல் கன மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 19 முதல் 22 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 16 முதல் 17 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 100 சதவீதமாகவும் மாலை நேரத்தில் 80 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடமேற்கு மற்றும் வடகிழக்கு திசையில் மணிக்கு சுமார் 4 முதல் 15 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். இந்த மாதத்தில் தேயிலை தோட்டங்களில் இலைப்பேன் தாக்குதல் காணப்படும். இலையின் மைய நரம்பிற்கு இரண்டு பக்கங்களிலும் இரு இணை கோடுகள் காணப்படும். இதனை கட்டுப்படுத்த ஏகலக்ஸ் மருந்தினை 10 லிட்டர் தண்ணீரில் 10 மில்லி கலந்து 10 நாட்கள் இடைவெளியில் இரண்டு முறை தெளிக்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 15-08-2024 10:20:00 SCHEDULED
3970 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஆகஸ்ட் மாதம் 7ம் தேதி முதல் 13ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 16.1mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 23.1 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 15 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஆகஸ்ட் மாதம் 14ம் தேதி முதல் 20ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். லேசானது முதல் கன மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 17 முதல் 20 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14 முதல் 15 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 100 சதவீதமாகவும் மாலை நேரத்தில் 80 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 7 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். இந்த மாதத்தில் தேயிலை தோட்டங்களில் இலைப்பேன் தாக்குதல் காணப்படும். இலையின் மைய நரம்பிற்கு இரண்டு பக்கங்களிலும் இரு இணை கோடுகள் காணப்படும். இதனை கட்டுப்படுத்த ஏகலக்ஸ் மருந்தினை 10 லிட்டர் தண்ணீரில் 10 மில்லி கலந்து 10 நாட்கள் இடைவெளியில் இரண்டு முறை தெளிக்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 15-08-2024 10:15:00 SCHEDULED