Message Schedule List : 12,462
S. No. Message Language Created By Date Time Status Action
4061 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Tonk ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 6 August से 12 August के दौरान दिन में 29 और रात में 26 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। इस सप्ताह बारिश होने की पूर्ण संभावना है। सोयाबीन की फसल मे अतिवर्षा के कारण जलभराव से बचने के उचित जल निकास अवश्य करे सोयाबीन मे कम अवधि (48 घंटे से कम ) के जल भराव से बहुत ही कम नुकसान होता है यदि जल भराव 3-4 दिन से अधिक होने पौधे का आकार छोटा रह जाता है एवं फसल मे पीलापन आ जाता है 6 दिनों से अधिक जलभराव से उपज में अत्यधिक कमी या पूरी फसल का ख़राब हो जाती है इसलिए किसानों साथियों को सोयाबीन की बुवाई के समय ही BBF (ब्रॉड बेड एवं फरो) अथवा FIRB (फरो इरीगेटेड रेज्ड बेड) विधि से बुवाई करने की सलाह दी गई थी इससे अत्यधिक वर्षा के समय अतिरिक्त जल की निकासी सुलभ होती है एवं कम वर्षा या तान की स्थिति में संरक्षित जल से पौधों को नमी मिलती रहती है स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 07-08-2024 18:00:00 SCHEDULED
4062 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৮ৰ পৰা ১৪ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৪৩৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 08-08-2024 08:00:00 SCHEDULED
4063 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৮ৰ পৰা ১৪ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৫২৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 08-08-2024 08:00:00 SCHEDULED
4064 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৮ৰ পৰা ১৪ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৩৪৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 08-08-2024 08:00:00 SCHEDULED
4065 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৮ৰ পৰা ১৪ আগষ্টলৈ, ২০২৪, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৮০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৩৯৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 08-08-2024 08:00:00 SCHEDULED
4066 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৮ৰ পৰা ১৪ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৮০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৪৩৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 08-08-2024 08:00:00 SCHEDULED
4067 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৮ৰ পৰা ১৪ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৮০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৪৪৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 08-08-2024 08:00:00 SCHEDULED
4068 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৮ৰ পৰা ১৪ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১৩ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত জুলাই মাহত মুঠ ৩২১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 08-08-2024 08:00:00 SCHEDULED
4069 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৮ৰ পৰা ১৪ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮% আৰু ৮৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত জুলাই মাহত মুঠ ৫২৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। অন্যান্য শস্যৰ বাবে: • গ্রীষ্ম কালীন লাউজাতীয় খেতিৰ বাবে গছবোৰ বগাবৰ বাবে বাঁহৰ খুটি পুতি দিব আৰু লগতে পানী জমা হব নোৱাৰাকৈ নলাৰ ব্যৱস্থা কৰিব । গছবোৰৰ কাষৰ মাটিৰে ওখ ধাপ কৰি অপতৃণবোৰ গুচাই দিয়াৰ ব্যৱস্থা কৰিব। • ১৫ আগষ্টৰ ভিতৰত আগতীয়াকৈ ফুলকবি আৰু ব্ৰকলি বীজতলিত বীজ সিঁচাৰ কাম সম্পূৰ্ণ কৰিব। বাৰিষাৰ ফলত পুলিৰ ক্ষতি নহবলৈ কৃষকসকলে নাৰ্চাৰীত পলিথিনৰ ছাঁ প্ৰয়োগ কৰি পুলি ৰপন কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 08-08-2024 08:00:00 SCHEDULED
4070 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Raisen ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 6 August से 12 August के दौरान दिन में 26 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। इस सप्ताह बारिश होने की संभावना बनी हुई है। धान में धान झोंका (ब्लास्ट) और शीथ ब्लाइट रोग ,पत्ता लपेटक, तना छेदक कीट आदि से धान की फसल को नुकसान होता है । जिसका समय पर नियंत्रण करना बेहद जरूरी है। धान 35 द‍िन की होने तक इसमें झोंका रोग (Rice Blast) और शीथ ब्लाइट यानी झुलसा रोग (Sheath Blight Disease) दिखाई दे रहा है। धान का झोंका (Rice blast) पत्तियों पर इस रोग के लक्षण दिखाई देते ही कासुगामाइसिन 3% एसएल 400-600 मिली/ एकड़ या एज़ोक्सीस्ट्रोबिन 18.2% + डिफेनोकोनाज़ोल 11.4% SC ), 200 मिली प्रत‍ि एकड़ का छिड़काव कर सकते है। धान में शीथ झुलसा (Sheath blight) रोग मे पौधे नीचे से सड़ने लगते हैं एवं खेत में ये लक्षण कल्ले बनने की अंतिम अवस्था में प्रकट होते हैं। उसके नियंत्रण हेतु वैलिडामाइसिन 3% एल 500 ml या फ्लूसाइलाजोल 12.5% + कार्बेंडाजिम 25% SE 480 या मिलिलिटर प्रति एकड़ छिड़काव करें। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi MP 07-08-2024 15:55:00 SCHEDULED