Message Schedule List : 11,828
S. No. Message Language Created By Date Time Status Action
4451 प्रिय किसान साथियों, 11 मई से 17 मई वाले सप्ताह के दौरान लखीमपुर जिले के दिन तथा रात के तापमान में हल्की कमी होगी| सप्ताह के दौरान दिन का अधिकतम तापमान 36 से 40 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 25 से 29 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI इस सप्ताह के दौरान पूर्वोत्तर तथा पश्चिम दिशा से 2 से 20 किलोमीटर प्रति घंटे की रफ़्तार से गर्म हवा चलेगीI इस सप्ताह के दौरान असमान में बादल छाए रहेंगे तथा वर्षा की सम्भावना 25 से 55% तक है| वायुमंडल में आर्द्रता 36 से 82% तक रहेगी| बढ़ती गर्मी को ध्यान में रखते हुए अपने खेतो का नियमित रूप से निरिक्षण करते रहे तथा Soil Moisture Indicator से खेत की नमी को नाप कर पानी लगाये | इस सप्ताह का मौसम Early Shoot Borer तथा Top Borer के लिए अनुकूल है ऐसे में किसान साथी कीट की पुष्टि होने पर गन्ने के पौधे को जमीन की सतह से काटकर चारे में प्रयोग करे और सूखे खेत में 150ml कोराजन/सिप्त्रोल को 400 लीटर पानी में घोल बनाकर प्रति एकड़ की दर से गन्ने की जड़ो के पास ड्रेन्चिंग करे। गन्ने की फसल को तेज गर्मी तथा कम वायुमंडल आद्रता में जीवित रखने के लिए 2 किलो ग्राम श्रीराम साथी, 300 ग्राम चिलेटिड Zinc को 400 लीटर पानी में घोल बनाकर प्रति एकड़ की दर से शाम को छिडकाव करे | 4 से 5 किलो Trichoderma को 2 से 3 कुंतल गोबर की खाद में मिलाकर गन्ने की लाइनों में नमी बनाकर ही डाले | यदि शरदकालीन में बोये गन्ने की उम्र 200 से 220 दिन तथा बसंतकालीन में बोये गन्ने की उम्र 60 से 65 दिन की हो गयी हो तो 50 किलो ग्राम यूरिया प्रति एकड़ की दर से सिचाई के बाद गन्ने की लाइनों में डालकर गुड़ाई जुताई अवश्य करे | आर्मी वोर्म से अपने पेंडी तथा बुवारी गन्ने को बचाने के लिए किसान साथी 4 से 6 kg यूरिया अथवा NPK (19:19:19), 200ml इमिदाक्लोप्रिड को 400 लीटर पानी में घोल बनाकर प्रति एकड़ की दर से शाम को पर्णीय छिडकाव करे | किसान भाई अपने पेंडी तथा बुवारी गन्ने की लाइनों की जाँच करे खाली स्थानो पर पहले से तैयार की गयी गन्ने की नर्सरी से गैप फिलिंग कर पानी लागाये | किसान भाई अपने गन्ने की फसल में 200 kg केंचुआ खाद को प्रति एकड़ की दर से प्रयोग करे | पेंडी की अधिक पैदावार के लिए गुड़ाई, जुताई, खाद और सिचाई को तुरंत करे | ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 11-05-2024 10:00:00 SCHEDULED
4452 प्रिय किसान साथियों, 11 मई से 17 मई वाले सप्ताह के दौरान शाहजहांपुर जिले के दिन तथा रात के तापमान में हल्की कमी होगी| सप्ताह के दौरान दिन का अधिकतम तापमान 36 से 40 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 25 से 29 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI इस सप्ताह के दौरान पूर्वोत्तर तथा पश्चिम दिशा से 2 से 20 किलोमीटर प्रति घंटे की रफ़्तार से गर्म हवा चलेगीI इस सप्ताह के दौरान असमान में बादल छाए रहेंगे तथा वर्षा की सम्भावना 25 से 55% तक है| वायुमंडल में आर्द्रता 36 से 82% तक रहेगी| बढ़ती गर्मी को ध्यान में रखते हुए अपने खेतो का नियमित रूप से निरिक्षण करते रहे तथा Soil Moisture Indicator से खेत की नमी को नाप कर पानी लगाये | इस सप्ताह का मौसम Early Shoot Borer तथा Top Borer के लिए अनुकूल है ऐसे में किसान साथी कीट की पुष्टि होने पर गन्ने के पौधे को जमीन की सतह से काटकर चारे में प्रयोग करे और सूखे खेत में 150ml कोराजन/सिप्त्रोल को 400 लीटर पानी में घोल बनाकर प्रति एकड़ की दर से गन्ने की जड़ो के पास ड्रेन्चिंग करे। गन्ने की फसल को तेज गर्मी तथा कम वायुमंडल आद्रता में जीवित रखने के लिए 2 किलो ग्राम श्रीराम साथी, 300 ग्राम चिलेटिड Zinc को 400 लीटर पानी में घोल बनाकर प्रति एकड़ की दर से शाम को छिडकाव करे | 4 से 5 किलो Trichoderma को 2 से 3 कुंतल गोबर की खाद में मिलाकर गन्ने की लाइनों में नमी बनाकर ही डाले | यदि शरदकालीन में बोये गन्ने की उम्र 200 से 220 दिन तथा बसंतकालीन में बोये गन्ने की उम्र 60 से 65 दिन की हो गयी हो तो 50 किलो ग्राम यूरिया प्रति एकड़ की दर से सिचाई के बाद गन्ने की लाइनों में डालकर गुड़ाई जुताई अवश्य करे | आर्मी वोर्म से अपने पेंडी तथा बुवारी गन्ने को बचाने के लिए किसान साथी 4 से 6 kg यूरिया अथवा NPK (19:19:19), 200ml इमिदाक्लोप्रिड को 400 लीटर पानी में घोल बनाकर प्रति एकड़ की दर से शाम को पर्णीय छिडकाव करे | किसान भाई अपने पेंडी तथा बुवारी गन्ने की लाइनों की जाँच करे खाली स्थानो पर पहले से तैयार की गयी गन्ने की नर्सरी से गैप फिलिंग कर पानी लागाये | किसान भाई अपने गन्ने की फसल में 200 kg केंचुआ खाद को प्रति एकड़ की दर से प्रयोग करे | पेंडी की अधिक पैदावार के लिए गुड़ाई, जुताई, खाद और सिचाई को तुरंत करे | ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 11-05-2024 09:00:00 SCHEDULED
4453 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৯ৰ পৰা ১৫ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-05-2024 10:00:00 SCHEDULED
4454 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৯ৰ পৰা ১৫ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-05-2024 10:00:00 SCHEDULED
4455 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৯ৰ পৰা ১৫ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-05-2024 10:00:00 SCHEDULED
4456 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৯ৰ পৰা ১৫ মেলৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-05-2024 10:00:00 SCHEDULED
4457 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৯ৰ পৰা ১৫ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২২-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-05-2024 10:00:00 SCHEDULED
4458 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৯ৰ পৰা ১৫ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২২-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-05-2024 10:00:00 SCHEDULED
4459 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৯ৰ পৰা ১৫ মেলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১৪ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-05-2024 10:00:00 SCHEDULED
4460 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৯ৰ পৰা ১৫ মেলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পূব আৰু উত্তৰ-পূবদিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-05-2024 10:00:00 SCHEDULED