Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
5021 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Bheropur जिला Tonk ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 14 May - 20 May के दौरान दिन में 42 और रात में 30 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। सोयाबीन समुचित उत्पादन प्राप्त करने के लिए उचित किस्मों का चुनाव करना अत्यंत महत्वपूर्ण है I अपने क्षेत्र के लिए उपयुक्त सोयाबीन की 2-3 किस्मों का चयन कर बीज की उपलब्धता बोनी से पूर्व हीं सुनिश्चित कर लेंI बीज के चुनाव करते समय फसल पकने की अवधि,पानी की उपलव्धता सभांवित कीट एवं रोग का प्रकोप का ध्यान रखें एवं बीज अंकुरण की जाँच कर ही बीज बोआई करे I यदि बीज में न्यूनतम 70 प्रतिशत अंकुरण मिलता है तो आपका बीज बुवाई के लिए उपयुक्त है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 16-05-2024 11:37:00 SCHEDULED
5022 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Jamdoli जिला Tonk ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 14 May - 20 May के दौरान दिन में 42 और रात में 30 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। सोयाबीन समुचित उत्पादन प्राप्त करने के लिए उचित किस्मों का चुनाव करना अत्यंत महत्वपूर्ण है I अपने क्षेत्र के लिए उपयुक्त सोयाबीन की 2-3 किस्मों का चयन कर बीज की उपलब्धता बोनी से पूर्व हीं सुनिश्चित कर लेंI बीज के चुनाव करते समय फसल पकने की अवधि,पानी की उपलव्धता सभांवित कीट एवं रोग का प्रकोप का ध्यान रखें एवं बीज अंकुरण की जाँच कर ही बीज बोआई करे I यदि बीज में न्यूनतम 70 प्रतिशत अंकुरण मिलता है तो आपका बीज बुवाई के लिए उपयुक्त है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 16-05-2024 11:35:00 SCHEDULED
5023 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৬ৰ পৰা ২২ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এতিয়া 2nd flushৰ সময় , চিঙা পাত বোৰ কুমলীয়া হৈ থাকে । গতিকে পাত তোলাৰ পিছত যাতে পাতৰ damage নহয় তাৰ প্ৰতি খুব যত্ন লব লাগে । গৰমৰ ও সূৰ্যৰ তাপৰ কাৰণে পাত সোনকালে লেৰেলি শুকাই যাব পাৰে । চাহৰ মানদণ্ড উন্নত কৰিবলৈ পাত তোলাৰ পিছত লোৱা ব্যবস্থা অতি দৰকাৰ। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-05-2024 11:15:00 SCHEDULED
5024 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৬ৰ পৰা ২২ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এতিয়া 2nd flushৰ সময় , চিঙা পাত বোৰ কুমলীয়া হৈ থাকে । গতিকে পাত তোলাৰ পিছত যাতে পাতৰ damage নহয় তাৰ প্ৰতি খুব যত্ন লব লাগে । গৰমৰ ও সূৰ্যৰ তাপৰ কাৰণে পাত সোনকালে লেৰেলি শুকাই যাব পাৰে । চাহৰ মানদণ্ড উন্নত কৰিবলৈ পাত তোলাৰ পিছত লোৱা ব্যবস্থা অতি দৰকাৰ। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-05-2024 11:15:00 SCHEDULED
5025 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২২ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এতিয়া 2nd flushৰ সময় , চিঙা পাত বোৰ কুমলীয়া হৈ থাকে । গতিকে পাত তোলাৰ পিছত যাতে পাতৰ damage নহয় তাৰ প্ৰতি খুব যত্ন লব লাগে । গৰমৰ ও সূৰ্যৰ তাপৰ কাৰণে পাত সোনকালে লেৰেলি শুকাই যাব পাৰে । চাহৰ মানদণ্ড উন্নত কৰিবলৈ পাত তোলাৰ পিছত লোৱা ব্যবস্থা অতি দৰকাৰ। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-05-2024 11:15:00 SCHEDULED
5026 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২২ মেলৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এতিয়া 2nd flushৰ সময় , চিঙা পাত বোৰ কুমলীয়া হৈ থাকে । গতিকে পাত তোলাৰ পিছত যাতে পাতৰ damage নহয় তাৰ প্ৰতি খুব যত্ন লব লাগে । গৰমৰ ও সূৰ্যৰ তাপৰ কাৰণে পাত সোনকালে লেৰেলি শুকাই যাব পাৰে । চাহৰ মানদণ্ড উন্নত কৰিবলৈ পাত তোলাৰ পিছত লোৱা ব্যবস্থা অতি দৰকাৰ। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-05-2024 11:15:00 SCHEDULED
5027 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২২ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এতিয়া 2nd flushৰ সময় , চিঙা পাত বোৰ কুমলীয়া হৈ থাকে । গতিকে পাত তোলাৰ পিছত যাতে পাতৰ damage নহয় তাৰ প্ৰতি খুব যত্ন লব লাগে । গৰমৰ ও সূৰ্যৰ তাপৰ কাৰণে পাত সোনকালে লেৰেলি শুকাই যাব পাৰে । চাহৰ মানদণ্ড উন্নত কৰিবলৈ পাত তোলাৰ পিছত লোৱা ব্যবস্থা অতি দৰকাৰ। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-05-2024 11:15:00 SCHEDULED
5028 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২২ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এতিয়া 2nd flushৰ সময় , চিঙা পাত বোৰ কুমলীয়া হৈ থাকে । গতিকে পাত তোলাৰ পিছত যাতে পাতৰ damage নহয় তাৰ প্ৰতি খুব যত্ন লব লাগে । গৰমৰ ও সূৰ্যৰ তাপৰ কাৰণে পাত সোনকালে লেৰেলি শুকাই যাব পাৰে । চাহৰ মানদণ্ড উন্নত কৰিবলৈ পাত তোলাৰ পিছত লোৱা ব্যবস্থা অতি দৰকাৰ। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-05-2024 11:05:00 SCHEDULED
5029 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২২ মেলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১২ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এতিয়া 2nd flushৰ সময় , চিঙা পাত বোৰ কুমলীয়া হৈ থাকে । গতিকে পাত তোলাৰ পিছত যাতে পাতৰ damage নহয় তাৰ প্ৰতি খুব যত্ন লব লাগে । গৰমৰ ও সূৰ্যৰ তাপৰ কাৰণে পাত সোনকালে লেৰেলি শুকাই যাব পাৰে । চাহৰ মানদণ্ড উন্নত কৰিবলৈ পাত তোলাৰ পিছত লোৱা ব্যবস্থা অতি দৰকাৰ। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-05-2024 11:05:00 SCHEDULED
5030 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২২ মেলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এতিয়া 2nd flushৰ সময় , চিঙা পাত বোৰ কুমলীয়া হৈ থাকে । গতিকে পাত তোলাৰ পিছত যাতে পাতৰ damage নহয় তাৰ প্ৰতি খুব যত্ন লব লাগে । গৰমৰ ও সূৰ্যৰ তাপৰ কাৰণে পাত সোনকালে লেৰেলি শুকাই যাব পাৰে । চাহৰ মানদণ্ড উন্নত কৰিবলৈ পাত তোলাৰ পিছত লোৱা ব্যবস্থা অতি দৰকাৰ। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 16-05-2024 11:05:00 SCHEDULED