Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
5181 জিলা ওদালগুৰি (ষ্টেচন- আমজুলি AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ এপ্ৰিলৰ পৰা ১ মেলৈ, ২০২৪) চলিদাৰীডেডৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৫ এপ্ৰিলৰ পৰা ১মেলৈকে, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে এই সপ্তাহৰ আৰম্ভণিতেই পৰা মজলীয়াৰ পৰা প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত দিনৰ উষ্ণতা প্ৰায় ২৩-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৬৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ১০-২০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। নতুন পোখাৰ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ চাহ গছ জোপাৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • শুহি খোৱা কীট পতংগ যেনে হেলোপেলেটিছৰ আক্ৰমণ এই সময়ত বাঢ়িব পাৰে। সেয়েহে চাৰ্চ এণ্ড কিল পদ্ধতি অনুসৰণ কৰি অনুমোদিত ঔষধ স্প্ৰে কৰক। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: . চলিত এপ্ৰিল মাহৰ ভিতৰতে কল পুলি ৰোপন কৰা উচিত। চাপৰ জাতৰ অসমীয়া জাহাজি কলৰ বাবে ১.৮ মিটাৰ ব্যৱধান, মধ্যমীয়া জাত যেনে বৰ জাহাজি মালভোগ ৰ বাবে ২.১ মিটাৰ ব্যৱধান ত কল পুলি ৰোপন কৰিব লাগে। • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 25-04-2024 13:15:00 SCHEDULED
5182 জিলা তিনিচুকীয়া ষ্টেচন দৰিয়াভেটি AWS বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ - (বৈধতাৰ সময় সীমা ২৫ এপ্ৰিলৰ পৰা ১ মে লৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৫ এপ্ৰিলৰ পৰা ১মেলৈকে, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু এই সপ্তাহ মজলীয়াৰ পৰা প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত দিনৰ উষ্ণতা প্ৰায় ২১-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮ -- ১১ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। নতুন পোখাৰ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ চাহ গছ জোপাৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • শুহি খোৱা কীট পতংগ যেনে হেলোপেলেটিছৰ আক্ৰমণ এই সময়ত বাঢ়িব পাৰে। সেয়েহে চাৰ্চ এণ্ড কিল পদ্ধতি অনুসৰণ কৰি অনুমোদিত ঔষধ স্প্ৰে কৰক। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: . চলিত এপ্ৰিল মাহৰ ভিতৰতে কল পুলি ৰোপন কৰা উচিত। চাপৰ জাতৰ অসমীয়া জাহাজি কলৰ বাবে ১.৮ মিটাৰ ব্যৱধান, মধ্যমীয়া জাত যেনে বৰ জাহাজি মালভোগ ৰ বাবে ২.১ মিটাৰ ব্যৱধান ত কল পুলি ৰোপন কৰিব লাগে। • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 25-04-2024 13:15:00 SCHEDULED
5183 জিলা তিনিচুকীয়া ষ্টেচন ৰূপজান AWS বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ - (বৈধতাৰ সময় সীমা ২৫ এপ্ৰিলৰ পৰা ১ মে লৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৫ এপ্ৰিলৰ পৰা ১মেলৈকে, ২০২৪ বতৰ ডাৱৰীয়া হৈ থাকিব আৰু এই সপ্তাহ মজলীয়াৰ পৰা প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত দিনৰ উষ্ণতা প্ৰায় ২১-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯o% আৰু ৬৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ১০ -- ১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। নতুন পোখাৰ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ চাহ গছ জোপাৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • শুহি খোৱা কীট পতংগ যেনে হেলোপেলেটিছৰ আক্ৰমণ এই সময়ত বাঢ়িব পাৰে। সেয়েহে চাৰ্চ এণ্ড কিল পদ্ধতি অনুসৰণ কৰি অনুমোদিত ঔষধ স্প্ৰে কৰক। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: . চলিত এপ্ৰিল মাহৰ ভিতৰতে কল পুলি ৰোপন কৰা উচিত। চাপৰ জাতৰ অসমীয়া জাহাজি কলৰ বাবে ১.৮ মিটাৰ ব্যৱধান, মধ্যমীয়া জাত যেনে বৰ জাহাজি মালভোগ ৰ বাবে ২.১ মিটাৰ ব্যৱধান ত কল পুলি ৰোপন কৰিব লাগে। • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 25-04-2024 13:15:00 SCHEDULED
5184 জিলা ডিব্ৰুগড় ষ্টেচন বেটনিবাম AWS বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ- (বৈধতাৰ সীমা ২৫ এপ্ৰিলৰ পৰা ১ মে ২০২৪ লৈ) চলিদাৰীডেডৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটনিবাম অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৫ এপ্ৰিলৰ পৰা ১মেলৈকে, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু এই সপ্তাহ মজলীয়াৰ পৰা প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত দিনৰ উষ্ণতা প্ৰায় ২২-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৩% আৰু ৬৯% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮- ১৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। নতুন পোখাৰ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ চাহ গছ জোপাৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • শুহি খোৱা কীট পতংগ যেনে হেলোপেলেটিছৰ আক্ৰমণ এই সময়ত বাঢ়িব পাৰে। সেয়েহে চাৰ্চ এণ্ড কিল পদ্ধতি অনুসৰণ কৰি অনুমোদিত ঔষধ স্প্ৰে কৰক। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: . চলিত এপ্ৰিল মাহৰ ভিতৰতে কল পুলি ৰোপন কৰা উচিত। চাপৰ জাতৰ অসমীয়া জাহাজি কলৰ বাবে ১.৮ মিটাৰ ব্যৱধান, মধ্যমীয়া জাত যেনে বৰ জাহাজি মালভোগ ৰ বাবে ২.১ মিটাৰ ব্যৱধান ত কল পুলি ৰোপন কৰিব লাগে। • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 25-04-2024 13:15:00 SCHEDULED
5185 জিলা ডিব্ৰুগড় ষ্টেচন- নেমুপথাৰ বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ-(বৈধতাৰ সময় সীমা ২৫ এপ্ৰিলৰ পৰা ১ মে, ২০২৪ লৈ) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৫ এপ্ৰিলৰ পৰা ১মেলৈকে, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু এই সপ্তাহ মজলীয়াৰ পৰা প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত দিনৰ উষ্ণতা প্ৰায় ২১-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮২% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ১০-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। নতুন পোখাৰ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ চাহ গছ জোপাৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • শুহি খোৱা কীট পতংগ যেনে হেলোপেলেটিছৰ আক্ৰমণ এই সময়ত বাঢ়িব পাৰে। সেয়েহে চাৰ্চ এণ্ড কিল পদ্ধতি অনুসৰণ কৰি অনুমোদিত ঔষধ স্প্ৰে কৰক। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: . চলিত এপ্ৰিল মাহৰ ভিতৰতে কল পুলি ৰোপন কৰা উচিত। চাপৰ জাতৰ অসমীয়া জাহাজি কলৰ বাবে ১.৮ মিটাৰ ব্যৱধান, মধ্যমীয়া জাত যেনে বৰ জাহাজি মালভোগ ৰ বাবে ২.১ মিটাৰ ব্যৱধান ত কল পুলি ৰোপন কৰিব লাগে। • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 25-04-2024 13:15:00 SCHEDULED
5186 ନମସ୍କାର ଗଜପତି ଜିଲ୍ଲା ଗୁମ୍ମlର ସମସ୍ତ ଚାଷୀ ମାନଙ୍କୁ ସଲିଡାରିଡlଡ ତରଫରୁ ଭୋଡlଫୋନ ଆଇଡିଆ ଓ ଇଣ୍ଡସ ଟାୱାର ସହଯୋଗ ରେ ଚାଲୁଥିବା ଆଧୁନିକ କୃଷି କାର୍ଯ୍ୟକ୍ରମ କୁ ସ୍ଵାଗତ କରାଯାଉଛି।ଚିନା ବାଦାମ ଭଲ ଭାବରେ ହୋଇଗଲା ପରେ ଏହାର ଅମଳ କରିବା ଉଚିତ୍। ତେଣୁ, ଚିନା ବାଦାମ ଖୋଳିବାକୁ ପରାମର୍ଶ ଦିଆଯାଏ ଯେତେବେଳେ ଚିନା ବାଦାମ ଚୋପା ଉପରେ ଶିରା ବାହାରିଯାଏ ଏବଂ ଭିତର ଅଂଶ ବାଦାମୀ ହୋଇଯାଏ ଏବଂ ଚିନା ବାଦାମ ର ରଙ୍ଗ ଗୋଲାପୀ ହୋଇଯାଏ | ପାଚିବା ପୂର୍ବରୁ ଯଦି ଖୋଳାଯାଏ, ଶସ୍ୟ ଭଲ ଭାବରେ ବିକଶିତ ହୁଏ ନାହିଁ ଏବଂ ଶସ୍ୟର ଗୁଣ କମିଯାଏ ଏବଂ ଅମଳ କମିଯାଏ | ଖୋଳିବା ପରେ ମଞ୍ଜିକୁ ଭଲ ଭାବରେ ଶୁଖାଇ ରଖନ୍ତୁ | ଅଧିକ ସୂଚନା ପାଇଁ ଆମ ଟୋଲ ଫ୍ରି ନମ୍ବର ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ କଲ୍ କରନ୍ତୁ। ଧନ୍ୟବାଦ୍ Odia Orissa 25-04-2024 13:10:00 SCHEDULED
5187 ନମସ୍କାର ଗଜପତି ଜିଲ୍ଲା ଗୁମ୍ମl ଓ ମୋହନା ଏବଂ ଟାଙ୍ଗୀ ର ସମସ୍ତ ଚାଷୀ ମାନଙ୍କୁ ସଲିଡାରିଡlଡ ତରଫରୁ ଭୋଡlଫୋନ ଆଇଡିଆ ଓ ଇଣ୍ଡସ ଟାୱାର ସହଯୋଗ ରେ ଚାଲୁଥିବା ଆଧୁନିକ କୃଷି କାର୍ଯ୍ୟକ୍ରମ କୁ ସ୍ଵାଗତ କରାଯାଉଛି। |ସୂର୍ଯ୍ୟମୁଖୀ ଅମଳ କରିବା ସମୟରେ ସାବଧାନ ରୁହନ୍ତୁ ଯେତେବେଳେ ଫୁଲର ମୁଣ୍ଡର ପଛ ଭାଗ ହଳଦିଆ ହୋଇଯାଏ ଏବଂ ଫୁଲ ମୁଣ୍ଡ ତଳେ ସବୁଜ ପତ୍ର ପରି ଗଠନ ଶୁଖିଯିବା ଏବଂ ବାଦାମୀ ରଙ୍ଗ ହେବାକୁ ଲାଗେ , ମଞ୍ଜି ପରିପକ୍ୱ ଏବଂ କଳା ହୋଇଯାଏ ସେତେବେଳେ ତୀକ୍ଷ୍ଣ ଛୁରୀ କିମ୍ବା ଦାଆରେ ଫୁଲର ମୁଣ୍ଡ କାଟି ଅମଳ କରାଯାଇପାରିବ | ମଞ୍ଜିଗୁଡିକ ସମ୍ପୂର୍ଣ୍ଣ ଶୁଖିବା ପର୍ଯ୍ୟନ୍ତ କିଛି ଦିନ ଏକ ଭଲ ବାୟୁ ଚଳିତ ଅଞ୍ଚଳରେ ଶୁଖିବା ଉଚିତ୍ | ଶୁଖିବା ପରେ, ମଞ୍ଜିକୁ କପଡ଼ାରେ ଘଷିବା କିମ୍ବା ଏକ ଅମଳକାରୀ ଯନ୍ତ୍ର ବ୍ୟବହାର କରି ଫୁଲ ମୁଣ୍ଡରୁ ବାହାର କରାଯାଇପାରିବ | ସଂରକ୍ଷଣ ପାଇଁ, ସୂର୍ଯ୍ୟମୁଖୀ ମଞ୍ଜିଗୁଡିକ ନଷ୍ଟ ନହେବା ପାଇଁ ଥଣ୍ଡା, ଶୁଖିଲା ସ୍ଥାନରେ ରଖିବା ଉଚିତ୍ | ସେମାନଙ୍କୁ ଆର୍ଦ୍ରତା ଏବଂ କୀଟନାଶକରୁ ରକ୍ଷା କରିବା ପାଇଁ ଏୟାରଟାଇଟ୍ ପାତ୍ର କିମ୍ବା ବ୍ୟାଗରେ ସଂରକ୍ଷଣ କରାଯାଇପାରିବ | ଅଧିକ ସୂଚନା ପାଇଁ ଆମ ଟୋଲ ଫ୍ରି ନମ୍ବର ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ କଲ୍ କରନ୍ତୁ। ଧନ୍ୟବାଦ୍ Hindi Orissa 25-04-2024 13:05:00 SCHEDULED
5188 ନମସ୍କାର କଟକ ଜିଲ୍ଲା ର ମାହାଙ୍ଗା, ଟାଙ୍ଗୀ , ନିଶ୍ଚିନ୍ତ କୋଇଲ ଏବଂ କେନ୍ଦ୍ରାପଡ଼ା ଜିଲ୍ଲାର ଡେରାବିଶ ସମସ୍ତ ଚାଷୀ ମାନଙ୍କୁ ସଲିଡାରିଡlଡ ତରଫରୁ ଭୋଡlଫୋନ ଆଇଡିଆ ଓ ଇଣ୍ଡସ ଟାୱାର ସହଯୋଗ ରେ ଚାଲୁଥିବା ଆଧୁନିକ କୃଷି କାର୍ଯ୍ୟକ୍ରମ କୁ ସ୍ଵାଗତ କରାଯାଉଛି ।ମୁଗ ଫସଲ ଅମଳ ପାଇଁ ପ୍ରସ୍ତୁତ ହୋଇଯାଏ ଯେତେବେଳେ ପତ୍ର ପାଚିଯାଏ ଏବଂ ହାଲୁକା ବାଦାମୀ କିମ୍ବା କଳା ହୋଇଯାଏ | ଉଦ୍ଭିଦରେ ଥିବା ପତ୍ର ଗୁଡ଼ିକ ଅସମାନ ଭାବରେ ପାଚିଯାଏ | ଯେତେବେଳେ ସେମାନେ ଅପରିପକ୍ୱ ହୋଇଥାନ୍ତି ସେତେବେଳେ ଅମଳ କରିବା ଦ୍ୱାରା ଶସ୍ୟର ଅମଳ ଏବଂ ଗୁଣ ନଷ୍ଟ ହୁଏ | ଏହାକୁ ଏକ ଦାଆରେ କାଟି ଗୋଟିଏ ଦିନ କ୍ଷେତରେ ଶୁଖାଇବା ପରେ ଏହାକୁ ଅମଳ କରନ୍ତୁ | ଶୁଖିବା ପରେ, ଶସ୍ୟକୁ ବାଡ଼ିରେ ପିଟି ଶସ୍ୟ କୁ ଅଲଗା କରାଯାଇଥାଏ | ଅଧିକ ସୂଚନା ପାଇଁ ଆମ ଟୋଲ ଫ୍ରି ନମ୍ବର ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ କଲ୍ କରନ୍ତୁ। ଧନ୍ୟବାଦ୍। Odia Orissa 25-04-2024 13:00:00 SCHEDULED
5189 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Jamli जिला Jhabua ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 23 April - 29 April के दौरान दिन में 39 और रात में 25 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। मूंग में येलो मोजाइक वायरस रोग का प्रकोप दिखने पर सर्वप्रथम कोमल पत्तियों की सिराये पीली होकर पत्तिया मुरझाने लगती है। जैसे जैसे रोग की अवस्था बढ़ती है; वैसे खेत में पीले क्षेत्र का आकार बढ़ता जाता है। अंत में पूरा खेत पीला हो जाता है। यह रोग सफ़ेद मक्खी द्वारा फैलता है। जिसके नियंत्रण के लिए मूंग की रोग प्रतिरोधी किस्म का चयन करे या रोग फैलने की अवस्था में कीटनाशी फ्लॉनिकामाइड 50 WG सक्रिय तत्व 60 ग्राम प्रति एकड़ की दर से फसल पर छिड़काव करे । किसान साथियों खेत मे नमी को देखते हुए मूंग की फसल मे सिंचाई की निर्णय ले । मूंग की फसल मे 10-12 दिनों के अंतराल में शाखा निकलते समय, फूल आने की अवस्था तथा फलियां बनने पर सिंचाई अवश्य करनी चाहिए । स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi MP 25-04-2024 11:43:00 SCHEDULED
5190 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Badveli जिला Dhar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 23 April - 29 April के दौरान दिन में 38 और रात में 25 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। मूंग में येलो मोजाइक वायरस रोग का प्रकोप दिखने पर सर्वप्रथम कोमल पत्तियों की सिराये पीली होकर पत्तिया मुरझाने लगती है। जैसे जैसे रोग की अवस्था बढ़ती है; वैसे खेत में पीले क्षेत्र का आकार बढ़ता जाता है। अंत में पूरा खेत पीला हो जाता है। यह रोग सफ़ेद मक्खी द्वारा फैलता है। जिसके नियंत्रण के लिए मूंग की रोग प्रतिरोधी किस्म का चयन करे या रोग फैलने की अवस्था में कीटनाशी फ्लॉनिकामाइड 50 WG सक्रिय तत्व 60 ग्राम प्रति एकड़ की दर से फसल पर छिड़काव करे । किसान साथियों खेत मे नमी को देखते हुए मूंग की फसल मे सिंचाई की निर्णय ले । मूंग की फसल मे 10-12 दिनों के अंतराल में शाखा निकलते समय, फूल आने की अवस्था तथा फलियां बनने पर सिंचाई अवश्य करनी चाहिए । स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi MP 25-04-2024 11:41:00 SCHEDULED