Message Schedule List : 12,625
S. No. Message Language Created By Date Time Status Action
5251 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৯ৰ পৰা ১৫ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-05-2024 10:00:00 SCHEDULED
5252 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৯ৰ পৰা ১৫ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-05-2024 10:00:00 SCHEDULED
5253 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৯ৰ পৰা ১৫ মেলৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-05-2024 10:00:00 SCHEDULED
5254 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৯ৰ পৰা ১৫ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২২-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-05-2024 10:00:00 SCHEDULED
5255 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৯ৰ পৰা ১৫ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২২-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-05-2024 10:00:00 SCHEDULED
5256 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৯ৰ পৰা ১৫ মেলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১৪ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-05-2024 10:00:00 SCHEDULED
5257 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৯ৰ পৰা ১৫ মেলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পূব আৰু উত্তৰ-পূবদিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিলে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যান্য শস্যৰ বাবে: • পাচলিৰ বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । • এই সময়ত জলকীয়া খেতিত ফল পচন ( Fruit rot) ৰোগৰ লক্ষণ দেখা যাব পাৰে। কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, কেপ্টান 50 WP @ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত (@2g/litre) মিহলাই স্প্ৰে কৰিব লাগিব। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে ফৰকাল বতৰ চাইহে দৰৱ স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-05-2024 10:00:00 SCHEDULED
5258 সোলিডারিডেড এবং ভোডাফোন আইডিয়ার পক্ষ থেকে সকল ক্ষুদ্র চা চাষিদের জানানো যাচ্ছে যে এই সময়ে বাগানের পোকামাকড় নিয়ন্ত্রনে রাখুন এবং পি পি সি অনুমোদিতে কীটনাশক ব্যবহার করুন । রেডস্পাইডার বা লাল পোকার উপর নজর রাখুন এবং দেখা মাত্র প্রোপাজাইট অথবা প্রোপাজাইট + হেক্সিথায়াজক্স ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন ৭ দিন পরে নীম + মাইক্রসুল ব্যবহার করুন । এছাড়া বাগানে মশা , থিপ্স , গ্রীনফ্লাই ,এর আক্রমণ দেখা দিলে -থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ১০ দিন পরে এক রাউন্ড ডাইমেথোয়েড ১৫০ মিলি ১০০ লিটার স্প্রে করে করে দিন । বাগানে লুপার দেখা দিলে ইমামেক্টিনবেজুয়েট ৪০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 09-05-2024 12:00:00 SCHEDULED
5259 সোলিডারিডেড এবং ভোডাফোন আইডিয়ার পক্ষ থেকে সকল ক্ষুদ্র চা চাষিদের জানানো যাচ্ছে যে এই সময়ে বাগানের পোকামাকড় নিয়ন্ত্রনে রাখুন এবং পি পি সি অনুমোদিতে কীটনাশক ব্যবহার করুন । রেডস্পাইডার বা লাল পোকার উপর নজর রাখুন এবং দেখা মাত্র প্রোপাজাইট অথবা প্রোপাজাইট + হেক্সিথায়াজক্স ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন ৭ দিন পরে নীম + মাইক্রসুল ব্যবহার করুন । এছাড়া বাগানে মশা , থিপ্স , গ্রীনফ্লাই ,এর আক্রমণ দেখা দিলে -থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ১০ দিন পরে এক রাউন্ড ডাইমেথোয়েড ১৫০ মিলি ১০০ লিটার স্প্রে করে করে দিন । বাগানে লুপার দেখা দিলে ইমামেক্টিনবেজুয়েট ৪০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 09-05-2024 12:00:00 SCHEDULED
5260 সোলিডারিডেড এবং ভোডাফোন আইডিয়ার পক্ষ থেকে সকল ক্ষুদ্র চা চাষিদের জানানো যাচ্ছে যে এই সময়ে বাগানের পোকামাকড় নিয়ন্ত্রনে রাখুন এবং পি পি সি অনুমোদিতে কীটনাশক ব্যবহার করুন । রেডস্পাইডার বা লাল পোকার উপর নজর রাখুন এবং দেখা মাত্র প্রোপাজাইট অথবা প্রোপাজাইট + হেক্সিথায়াজক্স ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন ৭ দিন পরে নীম + মাইক্রসুল ব্যবহার করুন । এছাড়া বাগানে মশা , থিপ্স , গ্রীনফ্লাই ,এর আক্রমণ দেখা দিলে -থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ১০ দিন পরে এক রাউন্ড ডাইমেথোয়েড ১৫০ মিলি ১০০ লিটার স্প্রে করে করে দিন । বাগানে লুপার দেখা দিলে ইমামেক্টিনবেজুয়েট ৪০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 09-05-2024 12:00:00 SCHEDULED