Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
5271 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 18-04-2024 10:30:00 SCHEDULED
5272 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 18-04-2024 10:30:00 SCHEDULED
5273 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২২-২৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-২৫ কি: মি: বেগেৰে ঘাইকৈ পূব আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 18-04-2024 10:30:00 SCHEDULED
5274 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-২০ কি: মি: বেগেৰে ঘাইকৈ পূব আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 18-04-2024 10:30:00 SCHEDULED
5275 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஏப்ரல் மாதம் 10ம் தேதி முதல் 16ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 68.9mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 26.3 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஏப்ரல் மாதம் 17ம் தேதி முதல் 23ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். 18 மற்றும் 19ம் தேதிகளில் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 28 முதல் 30 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 17 முதல் 19 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 99 சதவீதமாகவும் மாலை நேரத்தில் 40 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு திசையில் மணிக்கு சுமார் 4 முதல் 16 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். கடந்த ஆண்டு செப்டம்பர் முதல் நவம்பர் மாதத்தில் கவாத்து செய்த தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். பிப்ரவரி மற்றும் மார்ச் மாதத்தில் மண் பரிசோதனை செய்ய தவறியவர்கள் இந்த மாதத்தில் மண் பரிசோதனை செய்து அதன் அடிப்படையில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 800 கிலோவும், கார அமில நிலை 4.1 முதல் 4.5 வரை உள்ள தோட்டங்களில் 600 கிலோவும், கார அமில நிலை 4.6 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 18-04-2024 10:20:00 SCHEDULED
5276 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஏப்ரல் மாதம் 10ம் தேதி முதல் 16ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 42.4mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 24.8 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 12.9 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஏப்ரல் மாதம் 17ம் தேதி முதல் 23ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். 18 மற்றும் 19ம் தேதிகளில் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 25 முதல் 28 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 15 முதல் 17 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 100 சதவீதமாகவும் மாலை நேரத்தில் 40 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு மற்றும் கிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 17 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். கடந்த ஆண்டு செப்டம்பர் முதல் நவம்பர் மாதத்தில் கவாத்து செய்த தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். பிப்ரவரி மற்றும் மார்ச் மாதத்தில் மண் பரிசோதனை செய்ய தவறியவர்கள் இந்த மாதத்தில் மண் பரிசோதனை செய்து அதன் அடிப்படையில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 800 கிலோவும், கார அமில நிலை 4.1 முதல் 4.5 வரை உள்ள தோட்டங்களில் 600 கிலோவும், கார அமில நிலை 4.6 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 18-04-2024 10:15:00 SCHEDULED
5277 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஏப்ரல் மாதம் 10ம் தேதி முதல் 16ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் அதிக பட்ச வெப்பநிலையானது 33.9 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 19.3 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஏப்ரல் மாதம் 17ம் தேதி முதல் 23ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். 17 முதல் 21ம் தேதி வரை லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 30 முதல் 32 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 21 முதல் 22 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 45 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 12 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். கடந்த ஆண்டு செப்டம்பர் முதல் நவம்பர் மாதத்தில் கவாத்து செய்த தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். பிப்ரவரி மற்றும் மார்ச் மாதத்தில் மண் பரிசோதனை செய்ய தவறியவர்கள் இந்த மாதத்தில் மண் பரிசோதனை செய்து அதன் அடிப்படையில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 800 கிலோவும், கார அமில நிலை 4.1 முதல் 4.5 வரை உள்ள தோட்டங்களில் 600 கிலோவும், கார அமில நிலை 4.6 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 18-04-2024 10:10:00 SCHEDULED
5278 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে অনুসারে আগামী এপ্রিল মাসের ১৭ তারিখ থেকে ২৩ তারিখ পর্যন্ত আকাশ প্রধানত পরিষ্কার ও আংশিক মেঘলা থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ৩৪ ডিগ্রি সেন্টিগ্রেড থেকে ৩৮ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৩ ডিগ্রি সেন্টিগ্রেড থেকে ২৪ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ২ থেকে ১০ কিমি প্রতি ঘণ্টায় পূর্ব ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪০% ,। মাটির নিচের ১০সেমি থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৮.১ ডিগ্রি সেণ্টিগ্রেড থেকে ২৫.৫ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৪.৩ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগান পরিচর্যার জন্য পোকা মাকড় নিয়ন্ত্রনে রাখুন এবং পি পি সি অনুমোদিত কীটনাশক ব্যবহার করুন।এই সময়ে গাছে পরিচার্যক পাতা বাড়াতে হাল্কা প্লাকিং করুন এবং এল পি ও ডি এস সেকশনে নিদিষ্ট উচ্চতায় অল্প দিনের ব্যবধানে পাতা তুলুন। বাগানের রেডস্পাইডার বা লাল পোকা নিয়ন্ত্রনের জন্য প্রোপারজাইট ৪২%+ হেক্সিথায়াজক্স ২% , ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । মশা , থিপ্স,ও গ্রীনফ্লাই ,এর জন্য থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 18-04-2024 12:00:00 SCHEDULED
5279 সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী এপ্রিল মাসের ১৭ তারিখ থেকে ২৩ তারিখ পর্যন্ত আকাশ প্রধানত পরিষ্কার ও আংশিক মেঘলা থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ৩৩ ডিগ্রি সেন্টিগ্রেড থেকে ৩৮ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৫ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৫ থেকে ১৬ কিমি প্রতি ঘণ্টায় পূর্ব ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪০% ,। মাটির নিচের ১০সেমি থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৫.৫ ডিগ্রি সেণ্টিগ্রেড থেকে ২৪.৩ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১১.৪ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগান পরিচর্যার জন্য পোকা মাকড় নিয়ন্ত্রনে রাখুন এবং পি পি সি অনুমোদিত কীটনাশক ব্যবহার করুন।এই সময়ে গাছে পরিচার্যক পাতা বাড়াতে হাল্কা প্লাকিং করুন এবং এল পি ও ডি এস সেকশনে নিদিষ্ট উচ্চতায় অল্প দিনের ব্যবধানে পাতা তুলুন। বাগানের রেডস্পাইডার বা লাল পোকা নিয়ন্ত্রনের জন্য প্রোপারজাইট ৪২%+ হেক্সিথায়াজক্স ২% ,২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । মশা , থিপ্স,ও গ্রীনফ্লাই ,এর জন্য থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 18-04-2024 12:00:00 SCHEDULED
5280 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে অনুসারে আগামী এপ্রিল মাসের ১৭ তারিখ থেকে ২৩ তারিখ পর্যন্ত আকাশ প্রধানত পরিষ্কার ও আংশিক মেঘলা থাকবে তবে ১৮ এবং ১৯ তারিখে হাল্কা বৃষ্টিপাত হতে পারে বলে মনে করা হচ্ছে এছাড়া বাকি দিন গুলিতে বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ৩২ ডিগ্রি সেন্টিগ্রেড থেকে ৩৮ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৪ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৬ থেকে ১০ কিমি প্রতি ঘণ্টায় দক্ষিণ পূর্ব ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৮% থেকে ৪০% শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগান পরিচর্যার জন্য পোকা মাকড় নিয়ন্ত্রনে রাখুন এবং পি পি সি অনুমোদিত কীটনাশক ব্যবহার করুন।এই সময়ে গাছে পরিচার্যক পাতা বাড়াতে হাল্কা প্লাকিং করুন এবং এল পি ও ডি এস সেকশনে নিদিষ্ট উচ্চতায় অল্প দিনের ব্যবধানে পাতা তুলুন। বাগানের রেডস্পাইডার বা লাল পোকা নিয়ন্ত্রনের জন্য প্রোপারজাইট ৪২%+ হেক্সিথায়াজক্স ২% , ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । মশা , থিপ্স,ও গ্রীনফ্লাই ,এর জন্য থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 18-04-2024 12:00:00 SCHEDULED