Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
5531 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৬-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 21-03-2024 08:00:00 SCHEDULED
5532 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৬-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 21-03-2024 08:00:00 SCHEDULED
5533 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 21-03-2024 08:00:00 SCHEDULED
5534 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 21-03-2024 08:00:00 SCHEDULED
5535 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 21-03-2024 08:00:00 SCHEDULED
5536 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৬৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 21-03-2024 08:00:00 SCHEDULED
5537 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৪ কি: মি: বেগেৰে ঘাইকৈ পূব আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 21-03-2024 08:00:00 SCHEDULED
5538 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২১ৰ পৰা ২৭ মাৰ্চলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-১৯ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৬ কি: মি: বেগেৰে ঘাইকৈ পূব আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ Assamese Assam 21-03-2024 08:00:00 SCHEDULED
5539 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மார்ச் மாதம் 13ம் தேதி முதல் 19ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் அதிக பட்ச வெப்பநிலையானது 26.7 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 11.6 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மார்ச் மாதம் 20ம் தேதி முதல் 26ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். 22ம் தேதியன்று லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 25 முதல் 28 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14 முதல் 16 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 40 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு மற்றும் தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 10 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். ஏப்ரல் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 800 கிலோவும், கார அமில நிலை 4.1 முதல் 4.5 வரை உள்ள தோட்டங்களில் 600 கிலோவும், கார அமில நிலை 4.6 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 21-03-2024 10:20:00 SCHEDULED
5540 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மார்ச் மாதம் 13ம் தேதி முதல் 19ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் அதிக பட்ச வெப்பநிலையானது 24.8 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 13.3 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மார்ச் மாதம் 20ம் தேதி முதல் 26ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். 22ம் தேதியன்று லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 22 முதல் 25 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 12 முதல் 15 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 40 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது கிழக்கு மற்றும் தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 10 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். ஏப்ரல் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 800 கிலோவும், கார அமில நிலை 4.1 முதல் 4.5 வரை உள்ள தோட்டங்களில் 600 கிலோவும், கார அமில நிலை 4.6 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 21-03-2024 10:15:00 SCHEDULED