Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
5811 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৩ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। এবিঘা মাটিৰ বাবে ৫০০ গ্রামৰ পৰা ৬০০ গ্রাম বীজৰ আৱশ্যক। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-02-2024 11:40:00 SCHEDULED
5812 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৩ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। এবিঘা মাটিৰ বাবে ৫০০ গ্রামৰ পৰা ৬০০ গ্রাম বীজৰ আৱশ্যক। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-02-2024 11:35:00 SCHEDULED
5813 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। এবিঘা মাটিৰ বাবে ৫০০ গ্রামৰ পৰা ৬০০ গ্রাম বীজৰ আৱশ্যক। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-02-2024 11:30:00 SCHEDULED
5814 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২২ আৰু ২৩ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২২-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। এবিঘা মাটিৰ বাবে ৫০০ গ্রামৰ পৰা ৬০০ গ্রাম বীজৰ আৱশ্যক। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-02-2024 11:30:00 SCHEDULED
5815 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২২ আৰু ২৩ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২২-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। এবিঘা মাটিৰ বাবে ৫০০ গ্রামৰ পৰা ৬০০ গ্রাম বীজৰ আৱশ্যক। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-02-2024 11:30:00 SCHEDULED
5816 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ২১ তারিখ থেকে ফেব্রুয়ারী মাসের ২৭ তারিখ পর্যন্ত আকাশ মূলত পরিষ্কার ও আংশিক মেঘলা থাকবে তবে ২৩ এবং ২৪ তারিখ হাল্কা বৃষ্টিপাতের সম্ভনা আছে এবং বাকি দিন গুলিতে বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৩ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৩ ডিগ্রি সেন্টিগ্রেড থেকে ১৭ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৫ থেকে ১৬ কিমি প্রতি ঘণ্টায় দক্ষিণ পশ্চিম দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪৫% ,। মাটির নিচের ১০সেমি থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৮.২ ডিগ্রি সেণ্টিগ্রেড থেকে ১৭.৭ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৭.৭ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । চা বাগানের মাটি পরীক্ষার রিপোর্ট পেয়ে থাকলে মাটির পি এইচ (pH) ঠিক করতে ডলোমাইট বা চুন ব্যবহার করুন ।বাগানের পোকামাকড় নিয়ন্ত্রনের জন্য পি পি সি কোড অনুমোদিত কীটনাশক ব্যবহার করুন। চা বাগানে নিশিদ্ধ করা হয়েছে এমন কীটনাশক ব্যবহার করবেন না এই সময়ে বাগানের লাল পোকা দেখা দিলে স্পট স্প্রে করুন । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 22-02-2024 12:00:00 SCHEDULED
5817 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ফেব্রুয়ারী মাসের ২১ তারিখ থেকে ফেব্রুয়ারী মাসের ২৭ তারিখ পর্যন্ত আকাশ মূলত পরিষ্কার ও আংশিক মেঘলা থাকবে তবে ২২ এবং ২৩ তারিখ হাল্কা বৃষ্টিপাতের সম্ভনা আছে এবং বাকি দিন গুলিতে বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৩ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৩ ডিগ্রি সেন্টিগ্রেড থেকে ১৬ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৫ থেকে ১৬ কিমি প্রতি ঘণ্টায় দক্ষিণ পশ্চিম ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪০% ,। মাটির নিচের ১০সেমি থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৭.৯ ডিগ্রি সেণ্টিগ্রেড থেকে ১৮.১ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৪.০ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । চা বাগানের মাটি পরীক্ষার রিপোর্ট পেয়ে থাকলে মাটির পি এইচ (pH) ঠিক করতে ডলোমাইট বা চুন ব্যবহার করুন ।বাগানের পোকামাকড় নিয়ন্ত্রনের জন্য পি পি সি কোড অনুমোদিত কীটনাশক ব্যবহার করুন। চা বাগানে নিশিদ্ধ করা হয়েছে এমন কীটনাশক ব্যবহার করবেন না এই সময়ে বাগানের লাল পোকা দেখা দিলে স্পট স্প্রে করুন । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 22-02-2024 12:00:00 SCHEDULED
5818 সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ফেব্রুয়ারী মাসের ২১ তারিখ থেকে ফেব্রুয়ারী মাসের ২৭ তারিখ পর্যন্ত আকাশ মূলত পরিষ্কার ও আংশিক মেঘলা থাকবে তবে ২২ এবং ২৩ তারিখ হাল্কা বৃষ্টিপাতের সম্ভনা আছে এবং বাকি দিন গুলিতে বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৩ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৩ ডিগ্রি সেন্টিগ্রেড থেকে ১৭ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৩ থেকে ১৬ কিমি প্রতি ঘণ্টায় দক্ষিণ পশ্চিম ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৭% থেকে ৫০% শতাংশ থাকবে বলে অনুমান করা হচ্ছে । চা বাগানের মাটি পরীক্ষার রিপোর্ট পেয়ে থাকলে মাটির পি এইচ (pH) ঠিক করতে ডলোমাইট বা চুন ব্যবহার করুন ।বাগানের পোকামাকড় নিয়ন্ত্রনের জন্য পি পি সি কোড অনুমোদিত কীটনাশক ব্যবহার করুন। চা বাগানে নিশিদ্ধ করা হয়েছে এমন কীটনাশক ব্যবহার করবেন না এই সময়ে বাগানের লাল পোকা দেখা দিলে স্পট স্প্রে করুন । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 22-02-2024 12:00:00 SCHEDULED
5819 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ফেব্রুয়ারী মাসের ২১ তারিখ থেকে ফেব্রুয়ারী মাসের ২৭ তারিখ পর্যন্ত আকাশ মূলত পরিষ্কার ও আংশিক মেঘলা থাকবে তবে ২১,২২ এবং ২৩ তারিখ হাল্কা বৃষ্টিপাতের সম্ভনা আছে এবং বাকি দিন গুলিতে বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৩ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৩ ডিগ্রি সেন্টিগ্রেড থেকে ১৭ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ২ থেকে ১২ কিমি প্রতি ঘণ্টায় উত্তর পশ্চিম দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪০% শতাংশ থাকবে বলে অনুমান করা হচ্ছে । চা বাগানের মাটি পরীক্ষার রিপোর্ট পেয়ে থাকলে মাটির পি এইচ (pH) ঠিক করতে ডলোমাইট বা চুন ব্যবহার করুন ।বাগানের পোকামাকড় নিয়ন্ত্রনের জন্য পি পি সি কোড অনুমোদিত কীটনাশক ব্যবহার করুন। চা বাগানে নিশিদ্ধ করা হয়েছে এমন কীটনাশক ব্যবহার করবেন না এই সময়ে বাগানের লাল পোকা দেখা দিলে স্পট স্প্রে করুন । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 22-02-2024 12:00:00 SCHEDULED
5820 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ফেব্রুয়ারী মাসের ২১ তারিখ থেকে ফেব্রুয়ারী মাসের ২৭ তারিখ পর্যন্ত আকাশ মূলত পরিষ্কার ও আংশিক মেঘলা থাকবে তবে ২২ এবং ২৩ তারিখ হাল্কা বৃষ্টিপাতের সম্ভনা আছে এবং বাকি দিন গুলিতে বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৩ ডিগ্রি সেন্টিগ্রেড থেকে ১৭ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৫ থেকে ১৭ কিমি প্রতি ঘণ্টায় দক্ষিণ পশ্চিম ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪০% শতাংশ থাকবে বলে অনুমান করা হচ্ছে । চা বাগানের মাটি পরীক্ষার রিপোর্ট পেয়ে থাকলে মাটির পি এইচ (pH) ঠিক করতে ডলোমাইট বা চুন ব্যবহার করুন ।বাগানের পোকামাকড় নিয়ন্ত্রনের জন্য পি পি সি কোড অনুমোদিত কীটনাশক ব্যবহার করুন। চা বাগানে নিশিদ্ধ করা হয়েছে এমন কীটনাশক ব্যবহার করবেন না এই সময়ে বাগানের লাল পোকা দেখা দিলে স্পট স্প্রে করুন । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 22-02-2024 12:00:00 SCHEDULED