Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
5951 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২১ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 15-02-2024 08:00:00 SCHEDULED
5952 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২১ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 15-02-2024 08:00:00 SCHEDULED
5953 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২১ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 15-02-2024 08:00:00 SCHEDULED
5954 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৩৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 15-02-2024 08:00:00 SCHEDULED
5955 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৫ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১০কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 15-02-2024 08:00:00 SCHEDULED
5956 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். பிப்ரவரி மாதம் 7ம் தேதி முதல் 13ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் அதிக பட்ச வெப்பநிலையானது 23.5 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 9.4 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற பிப்ரவரி மாதம் 14ம் தேதி முதல் 20ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். மழை பொழிவிற்கு வாய்ப்பில்லை. அதிக பட்ச வெப்பநிலையானது 24 முதல் 26 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 13 முதல் 14 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 35 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்கிழக்கு திசையில் மணிக்கு சுமார் 3 முதல் 15 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 15-02-2024 10:20:00 SCHEDULED
5957 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். பிப்ரவரி மாதம் 7ம் தேதி முதல் 13ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் அதிக பட்ச வெப்பநிலையானது 22.8 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 9.8 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற பிப்ரவரி மாதம் 14ம் தேதி முதல் 20ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். மழை பொழிவிற்கு வாய்ப்பில்லை. அதிக பட்ச வெப்பநிலையானது 21 முதல் 24 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 11 முதல் 12 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 99 சதவீதமாகவும் மாலை நேரத்தில் 35 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்கிழக்கு திசையில் மணிக்கு சுமார் 3 முதல் 15 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 15-02-2024 10:15:00 SCHEDULED
5958 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். பிப்ரவரி மாதம் 7ம் தேதி முதல் 13ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் அதிக பட்ச வெப்பநிலையானது 30.5 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 11.4 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற பிப்ரவரி மாதம் 14ம் தேதி முதல் 20ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். மழை பொழிவிற்கு வாய்ப்பில்லை. அதிக பட்ச வெப்பநிலையானது 31 முதல் 32 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 18 முதல் 19 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 99 சதவீதமாகவும் மாலை நேரத்தில் 30 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு மற்றும் வடமேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 9 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 15-02-2024 10:10:00 SCHEDULED
5959 VIL-Adilabad-Bela-14-02-2024-నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 21 నుంచి 24 డిగ్రీల సెల్సియస్‌, గరిష్ట ఉష్ణోగ్రత 34 నుంచి 36 డిగ్రీల సెల్సియస్‌గా ఉండి ఆకాశం మేఘావృతమై ఉండే అవకాశం ఉందని ఆదిలాబాద్‌లోని బేల వద్ద ఆటోమేటెడ్ వాతావరణ కేంద్రం వాతావరణ సూచన. ఈ వారం వాతావరణం పాక్షికంగా మేఘావృతమై ఉండే అవకాశం ఉంది.రైతులకు సలహాలు -వేసవి నువ్వుల పంటను ఫిబ్రవరి రెండో వారంలోగా విత్తడం పూర్తి చేయాలి. అలాగే హెక్టారుకు 3 నుంచి 4 కిలోల విత్తనాలను విత్తడానికి వాడాలి. విత్తే ముందు కిలో విత్తనానికి 4 గ్రాముల ట్రైకోడెర్మా విరిడితో శుద్ధి చేయాలి. రెండు వరుసల మధ్య దూరం 30 సెం.మీ ఉండాలి మరియు రెండు మొక్కల మధ్య దూరం 10 నుండి 15 సెం.మీ ఉండాలి. ఎకరాకు అమ్మోనియం సల్ఫేట్ 25 కిలోలు, యూరియా 10 కిలోలు, సింగిల్ సూపర్ ఫాస్ఫేట్ రసాయన ఎరువులు వాడాలి. వేసవి నువ్వులు మొలకెత్తిన 7-8 రోజుల తర్వాత వేయాలి. వర్షం మరియు ఉరుములతో కూడిన మెరుపుల సూచనను దృష్టిలో ఉంచుకుని, పరిపక్వ గోధుమలు, శనగలు మరియు తుర్రు పంటల కోత మరియు నూర్పిడిని తదుపరి 24 గంటల్లో పూర్తి చేయడం మంచిది. పండించిన/పండిన పంటలను పొడి మరియు సురక్షితమైన ప్రదేశంలో నిల్వ చేయాలి. నూర్పిడి పనులు సాధ్యంకాని పక్షంలో వర్షం కురుస్తున్న పంటలు రాకుండా జాగ్రత్తలు తీసుకోవాలని, పండించిన పంటలకు టార్పాలిన్ లేదా ప్లాస్టిక్ షీట్ కప్పి ఉంచాలన్నారు. వర్ష సూచనను దృష్టిలో ఉంచుకుని, ఆలస్యంగా విత్తిన గోధుమ పంటను తదుపరి 3-4 రోజులు వాయిదా వేయాలి. ప్రస్తుత మేఘావృతమైన వాతావరణం కారణంగా ముందుగా నాటిన గోధుమలపై వదులుగా ఉండే స్మట్ కనిపించినట్లయితే, 25 గ్రా మాంకోజెబ్ లేదా 10 నుండి 15 గ్రా టెబుకోనజోల్‌ను వెంటనే పిచికారీ చేయాలి.ధన్యవాదాలు! Telugu Telangana 14-02-2024 08:30:00 SCHEDULED
5960 VIL-Adilabad-Jainad-14-02-2024-నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 21 నుండి 24 డిగ్రీల సెల్సియస్‌, గరిష్ట ఉష్ణోగ్రత 33 నుండి 36 డిగ్రీల సెల్సియస్‌గా ఉండి ఆకాశం మేఘావృతమై ఉండే అవకాశం ఉందని ఆదిలాబాద్‌లోని జైనాద్‌లోని ఆటోమేటెడ్ వాతావరణ కేంద్రం వాతావరణ సూచన. ఈ వారం వాతావరణం పాక్షికంగా మేఘావృతమై ఉండే అవకాశం ఉంది.రైతులకు సలహాలు -వేసవి నువ్వుల పంటను ఫిబ్రవరి రెండో వారంలోగా విత్తడం పూర్తి చేయాలి. అలాగే హెక్టారుకు 3 నుంచి 4 కిలోల విత్తనాలను విత్తడానికి వాడాలి. విత్తే ముందు కిలో విత్తనానికి 4 గ్రాముల ట్రైకోడెర్మా విరిడితో శుద్ధి చేయాలి. రెండు వరుసల మధ్య దూరం 30 సెం.మీ ఉండాలి మరియు రెండు మొక్కల మధ్య దూరం 10 నుండి 15 సెం.మీ ఉండాలి. ఎకరాకు అమ్మోనియం సల్ఫేట్ 25 కిలోలు, యూరియా 10 కిలోలు, సింగిల్ సూపర్ ఫాస్ఫేట్ రసాయన ఎరువులు వాడాలి. వేసవి నువ్వులు మొలకెత్తిన 7-8 రోజుల తర్వాత వేయాలి. వర్షం మరియు ఉరుములతో కూడిన మెరుపుల సూచనను దృష్టిలో ఉంచుకుని, పరిపక్వ గోధుమలు, శనగలు మరియు తుర్రు పంటల కోత మరియు నూర్పిడిని తదుపరి 24 గంటల్లో పూర్తి చేయడం మంచిది. పండించిన/పండిన పంటలను పొడి మరియు సురక్షితమైన ప్రదేశంలో నిల్వ చేయాలి. నూర్పిడి పనులు సాధ్యంకాని పక్షంలో వర్షం కురుస్తున్న పంటలు రాకుండా జాగ్రత్తలు తీసుకోవాలని, పండించిన పంటలకు టార్పాలిన్ లేదా ప్లాస్టిక్ షీట్ కప్పి ఉంచాలన్నారు. వర్ష సూచనను దృష్టిలో ఉంచుకుని, ఆలస్యంగా విత్తిన గోధుమ పంటను తదుపరి 3-4 రోజులు వాయిదా వేయాలి. ప్రస్తుత మేఘావృతమైన వాతావరణం కారణంగా ముందుగా నాటిన గోధుమలపై వదులుగా ఉండే స్మట్ కనిపించినట్లయితే, 25 గ్రా మాంకోజెబ్ లేదా 10 నుండి 15 గ్రా టెబుకోనజోల్‌ను వెంటనే పిచికారీ చేయాలి.ధన్యవాదాలు! Telugu Telangana 14-02-2024 08:30:00 SCHEDULED